Nagara naam Bhaktir Mahatmya by Gita nath
ฝัง
- เผยแพร่เมื่อ 22 พ.ย. 2024
- Nagara naam Bhaktir Mahatmya by Gita nath
Hi,
I am R. D. Sarania. Welcome to my channel voice of RDS.
Gita Nath is a famous artist of Nagara naam. Today we are going to upload a new nagara naam of her named BHAKTIR MAHATMYA.
Hope it will be pleased you.
Story
Gajen Bezbaruah
Direction
Chandi Ram Patowary.
Mixing
Kalpana Bhuyan
K-7 Studio
Zoo Road Tiniali
Gauhati (Assam)
Thanks for visit #VOICEOFRDS
বহুত ভাল লাগিল শুনি নামটো, আৰু কণ্ঠটো আপোনাৰ বহুত ধুনীয়া,,👍👍👍👍🙏🙏
Thanks 🙏🙏🙏🙏
@@gitamaninath259 🎂
অতি সুন্দৰ আই
বহুত ধুনীয়া হৈছে কবলৈ ভাষা নাই ৷
সকলো মিলিছে নামটোত ৷
Joy guru Sankar Krishna sundar hoiche
Namto suni bar bhal lagise.
ভক্তিৰ মহাত্মা নাম টিয়ে মোক সঁচাই আপ্লুত কৰিলে, আৰু এনেকৈ আগলৈ আৰু এনে ভক্তি ভৰা সুন্দৰ মনোমোহা প্ৰদৰ্শন কৰিবলৈ লয় যেন তাৰে কামনা কৰিলো। কৃষ্ণ কৃষ্ণ আই।
Bahut Val hoise,utjal vabiswat kamona kori lo,🙏❤️
Bohut bhal lagil
Dhuniya baideu Baihata from
Dhandar voice baideu... From guwahati subal
Bar,Sundar,nam,val,lagil
সুন্দৰ কণ্ঠ ।সুন্দৰ হৰি নাম ।ভাল লাগিল শুনি।
সুন্দৰ হৈছে
গীতা বাইদেউ আপোনাম নাম বৰ ভাল লাগে, কণ্ঠ বৰ শুৱলা। আজিৰ পৰা 20 বছৰ আগতে চাইছিলোঁ মনত পৰে। কণ্ঠ অকনো সলনি হোৱা নাই। আগত কেছেটত আপোনাম নাম শুনিছিলোঁ।
Supar nice naam
Xundar badya with awesome singing
Krishna!!! Oti Xundar Hoise ! Val Lagil Xuni !!!! Agaloi Amak Enekoie Natun2 Nam D Thakibo Buli Bat Sai Adhir Agrahere Ralu !!!!!! .
বৰ ধুনীয়া হৈছে বাইদেউ।।সুন্দৰ কণ্ঠ।
khubey Val lagil Naam to xuni,,,, bahut bahut badhai aponak
Bht dhuniya voice
Xudor ❤❤
নামটো বৰ সুন্দৰ হৈছে,সুন্দৰ কণ্ঠ, পালিৰ দুৰ্বলতা আছে
The nagara naam of Smt Gita Nath is very sweet.I like her naam that is why her voice acting body language all are very very nice.God bless you and your team.
Av
গীতা তোমাৰ মাত সারা বর ভাল লাগিল আৰু নাম সাৰ ভাল লাগিল।
অতি সুন্দৰ হৈছে আই আপোনালকৰ উজ্জল কামনা কৰিলোঁ
সুন্দৰ. Voice
বৰ মিঠা কণ্ঠ। পালিৰ দূৰ্বলতা আছে বহুত। এগৰাকী পালিৰ মাত বৰকৈ স্পষ্ট হৈছে।
❤❤❤
ধুনীয়া হৈছে বাইদেউ
Khub Dhuniya Lagise naam 2 khuni. ......pisaloi aru Apunar kanthat anekuwa Natun Natun Naam khunibaloi pam buli akha karilo................
পালি কমজুৰি আছে । এটাৰ মাত এফালে আনটোৰ মাত আনফালে গৈছে । পাঠিকাৰ কণ্ঠ অতি সুন্দৰ ।
অতি সুন্দৰ কণ্ঠস্বৰ আপোনাৰ ভগৱানে আপোনাৰ মংগল কৰক । আগলৈ আশা থাকিল ।
Dhuniya hoise baideo
গীতা নাথ আপোনাৰ্ নামৰ পাতনি সুন্দৰ
হৈছে।
Bahhut val lagixe
Xundor lagise namto
Xundor❤❤
Dhunia baa
Naam to bohut val lagise ba
dhuniya hoise
অতি সুন্দৰ কনঠ ৷ কিন্ত বেছি তানত গৈছে ৷ অকনমাণ মিহি হব লাগিছিল ৷ আৰু ভাল লাগিলহেঁতেন ৷ শুভেচ্ছা থাকিল ৷ আগলৈ আৰু ভাল নাম শুনিব পাম বুুলি ৷
বহুত ভাল লাগিল
Nice👍👍
❤️❤️
Story is very good
Bohut val lagil nusuna nam ata sunilo. Manika sarma Lakhimpur 15 agast 20 20
Mojja lagil nam sai aru pam buli akha thakile
বৰ দুনিয়া হইছে বাইদেও
Very nice
Super 😍😍 😍..
🔥🔥🔥🔥
ভাল হৈইছে।
সুন্দৰ
Dhuniya hoise dei nam to
Moja lagise baa aponar namto xuni
Bhal lagil khuni voice bhal
Val lagaisa namto xane. Khanito bar val lagaisa bastav bar lagat malisa.
Bohut val lagil namtu 🙏🙏🙏🙏🙏🙏🙏🙏
Dlpul kalita guwahati very nice
Mojja lagise diya
Borhiya hoise
সুন্দৰ কণ্ঠস্বৰ।ধুনীয়া হৈছে,,, আশা কৰোঁ আপোনাৰ পৰা আৰু নাম শুনিবলৈ পাওঁ ,,,ভগৱানে আপোনাৰ দেহ আৰু কণ্ঠ মংগলময় কৰি ৰাখে।
Val lagise baido
Very good performance,,I wishes success your life,,Thanks to all Team,,Story is very good,,,,From Rangia,,,
Qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
Rajasthan
Xundar
Maajaaasa lagel xuni dhuniya
Dhoniya hoise ba .apunr kontho to bht dhoniya
Bohria
ভাল লাগিছে নাম তো শুনি
Mzaaa de mami
👌👌💗💗
Dhuniwa xur
Your voice is very nice
Oti koi xundar
Bohut bohut dhuniya hoisa Nam to aru aponi Nam gabo boli asha korilo
Nic
nice
Name to val lagil
Kantha tu dhunia
Good
বাইদেউৰ কন্ঠ অতি সুন্দৰ পালিবোৰৰ মাত অলপ কমজৰি যেন হৈছে |নতুন নাম শুনিব পাম বুলি আশা কৰিলো
ধুনীয়া হৈছে বাইদেউ আৰো পাম বুলি আশা কৰিলো,
Voice tot kisu dom ase.
Highnote bilak laote dhuniya hoise. God bless u.
Nice
My favourite is horir nam
Val lagise baideo
সুন্দৰ হৈছে বাইদেউ আচলতে মই আপোনাক লগ কৰিব নোৱাৰিলো সেই দিনা আমাৰ ষ্টুডিঅ'ত মোৰ সৌভাগ্য নহ'ল ।যিযেই নহওক নামটো সুন্দৰ হৈছে আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত ।
Nice
Val ahoise Kin2 olp besi khor hoise
আপুনি এই যাত্ৰা অব্যাহত ৰাখক।বহু বহু নমস্কাৰ।
Thanks Gita Nath
গীতা নাথ ডাঙৰীয়ানী ভক্তিৰ মহিমা নামটো বহুত ভাল লাগিছে,কিন্তু আপোনাৰ বেলেগ নাম দেখন শুনিবলৈ নাপাওঁ,অনুগ্ৰহ কৰি বেলেগ বেলেগ নাম শুনাব বুলি আশা কৰিলো।ধন্যবাদ।সুভাষ কলিতা,গুৱাহাটী।
Dhoinia lagisa
Thanks
Excellent voice.
নাম তো ভাল পালু শুনি
বাইদেউ ৰ নতুন নাম আছে জদি দিবা এতা
B
moja
bhal lagil. chandi patowari aaru dalimi patowari"r naam ketia paam
বাইদেউ । নামতি বহুত খৰ হৈছে বাবে মাজে মাজে তাল তো কাতি গৈছে , কিছুমান বুজি পোবাত অসুবিধা হৈছে । আৰু ছাব দামৰ মাত তো বেছিকৈ আহিছে ।।
অনান্য আপোনাৰ কন্থ সুৰ নামৰ আৰম্ভনি বহুত ধূনিয়া হৈছে বিষেশকৈ আপোনাৰ কন্থ মোৰ বহুতে ভাল লাগিছে আপোনাৰ লগতে আপোনাৰ সংগিবিন্দ লৈ উজ্বল ভবিষ্যত কামনা কৰিলো
ভাল লাগিল নাম তো, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো,
Anima
Good luck
😋😋😋
Hi
Val hoisi Kin2 olp khor hoise
গীতা নাথ ডাঙৰীয়া নী আপোনাৰ ভক্তিৰ মাহাত্ম্য নামটো শুনি যিমান মধুৰ শুনিলে শুনি থাকিবৰ মান জাইয়ে থাকে,কিন্তু আপুনি পৰিবেশন কৰা আন নাগৰা নাম বোৰ সিমান মধুৰ নালাগে। ভক্তিৰ মহত্ময়াৰ দৰে দুই এটা নাম শুনাব বুলি আশা কৰিলো।গ
Batut Sundar,Bhikhari Narod Naamtu Ki hol ....
Ram charan bhorali aru Bhoben chandra kalita r vikkhari narod nam tu kio diya nai