ছিগনেল অমান্য কৰাৰ অভিযোগত ডেলিভাৰী বয়ৰ ওপৰত বীৰত্ব পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 พ.ย. 2024

ความคิดเห็น • 883

  • @dipuchakravorty
    @dipuchakravorty 20 ชั่วโมงที่ผ่านมา +284

    ৰাজপথৰ মাজত যদি এই গুণ্ডমি, থানা ভিতৰত কি হব পাৰে।

    • @sonvitocorleonedon2145
      @sonvitocorleonedon2145 17 ชั่วโมงที่ผ่านมา +3

      Hosa👍🏻

    • @pranabdas4954
      @pranabdas4954 13 ชั่วโมงที่ผ่านมา +9

      Toka di sakori loya police aybor tate gom poya jy

    • @SuperKAUSHIKK
      @SuperKAUSHIKK 9 ชั่วโมงที่ผ่านมา

      Yes

    • @BJSONAJAAN143
      @BJSONAJAAN143 9 ชั่วโมงที่ผ่านมา

      Thik kotha koise.. police bur kiyo kenekua

    • @Biokist
      @Biokist 9 ชั่วโมงที่ผ่านมา

      Takei, keneke police t job pabo pare anekua gundai.

  • @nanigopal1349
    @nanigopal1349 20 ชั่วโมงที่ผ่านมา +288

    ইয়াক অসম চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে...

    • @Deep_boruah003
      @Deep_boruah003 10 ชั่วโมงที่ผ่านมา +3

      Korileai

    • @jkrishview6672
      @jkrishview6672 10 ชั่วโมงที่ผ่านมา +13

      কৰিব লাগে নহয় একেবাৰে চিৰ দিনলৈ আৰু চাকৰিটো দিব নালাগে।

    • @DipDas-u8e
      @DipDas-u8e 8 ชั่วโมงที่ผ่านมา +1

      Korise neki

    • @pankajrabha397
      @pankajrabha397 6 ชั่วโมงที่ผ่านมา

      সেইকাৰণে চৰকাৰে চাকৰি দিয়াৰ আগতে rull বনাই দিব লাগে যে যদি কোনোবা ব্যক্তিয়ে duty time ত জানি শুনি ভুল কৰে বা কোনো ব্যক্তিক হৰাহস্তি দিয়ে তেনে ব্যক্তিক লগে লগে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ব্যৱস্থা থাকিব লাগে কাৰণ আজি কালি নিজৰ খন্তেকিয়া কিছুমান পদক লৈ বহুত মানুহৰে দিনক দিনে অহংকাৰ বাঢ়ি গৈ আছে গতিকে চৰকাৰে যেনেকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে ঠিক তেনেকৈ বৰ্খাস্ত ৰ ব্যৱস্থা ও ৰাখিব লাগে তেতিয়াহে এনেকুৱা class ৰ মানুহৰ উৎপাত কমিব

    • @DipDas-u8e
      @DipDas-u8e 6 ชั่วโมงที่ผ่านมา +1

      Right bro

  • @DebenMoranMoran
    @DebenMoranMoran 13 ชั่วโมงที่ผ่านมา +130

    এই পুলিচ টোৰ ওপৰত অসমৰ সকলো থানাতে এজাহাৰ দাখিল কৰিব লাগে । যাতে কোনো এখন থানাত ইয়াক কৰ্তব্য সম্পাদন কৰিব নোৱাৰে ।

  • @dewrilife9031
    @dewrilife9031 9 ชั่วโมงที่ผ่านมา +38

    বৰ দুখ লাগিল অ,,, মই এটা সময়ত deliver কৰিছিলোঁ,,,

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 19 ชั่วโมงที่ผ่านมา +68

    এনে পগলা পুলিছক দায়িত্বৰ পৰা আতৰাওক, নহ'লে অসম পুলিচৰ বদনাম হ'ব।

  • @digantaneog5467
    @digantaneog5467 9 ชั่วโมงที่ผ่านมา +28

    উচ্চ শিক্ষিত ডেলিভাৰী বয় জ্ঞানদ্বীপ হাজৰিকাৰ অমায়িক কথাবতৰা আনহাতে দৃষ্টি কটূ বক্তব্য আৰু ব্যৱহাৰে নিজৰ নিকৃষ্ট পৰিচয় দাঙি ধৰিছে আৰু লগতে সৎ পুলিচ বিষয়া/কৰ্মচাৰী সকলৰ সন্মানত আঘাত হানিছে ৷ মাথো পোছাকৰ ক্ষমতাৰে যে বলীয়ান হব পাৰিছে সেইটো সত্য কথা ৷

    • @bikasranjanbarkakaty8324
      @bikasranjanbarkakaty8324 7 ชั่วโมงที่ผ่านมา

      High qualification thakila Trafic signal namanibo nki?????

    • @hironpegu763
      @hironpegu763 6 ชั่วโมงที่ผ่านมา +1

      Trafic siglal namanile buli ane bebohar koribo lage neki... Stupidity

    • @mousm6612
      @mousm6612 5 ชั่วโมงที่ผ่านมา

      Laj paisu police bixoyar r behaviour dekhi ..mur deutau kore police department t...kintu enekoi kunudine kaku koi pua nai..moi deutak xudhisilu...tumi u enekoi behaviour koraneki...deuta e koisil..moikarubak kiba kuar agot tumaluk aru mur deuta mukh khonolii monot pore..loraburok putro aru elder xokolok deutaar dore lage...aru mur deuta asil ejon teacher ..so moi kakuei beakou kobo nuaru..

    • @amchiPlaysYT
      @amchiPlaysYT 5 ชั่วโมงที่ผ่านมา

      haibuli hat uthabo nki .... fine ase fine katok ​@@bikasranjanbarkakaty8324

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 19 ชั่วโมงที่ผ่านมา +115

    যেনে চৰকাৰ তেনে পুলিচৰ গুন্দাগীৰি।

    • @SaddamHussain-k6t
      @SaddamHussain-k6t 11 ชั่วโมงที่ผ่านมา +1

      Right

    • @AK--ci9jd
      @AK--ci9jd 9 ชั่วโมงที่ผ่านมา +6

      এইয়া টকা দি চাকৰি পোৱা oc হয়।।

    • @Ak12-mkb
      @Ak12-mkb 8 ชั่วโมงที่ผ่านมา

      Tum khana khane se kya tumhare family ka v pet var jata hai?

    • @arupdutta2554
      @arupdutta2554 8 ชั่วโมงที่ผ่านมา

      Himonto thoka leke aru mar khabo lagibo

  • @KochRedeemer-ho2zs
    @KochRedeemer-ho2zs 19 ชั่วโมงที่ผ่านมา +51

    Thank you so much Dy 365👏 for yours valuable report telecasting here through yor channel.

    • @Danirojasfc6
      @Danirojasfc6 10 ชั่วโมงที่ผ่านมา

      Absolutely 👏

  • @sankardevroy3683
    @sankardevroy3683 19 ชั่วโมงที่ผ่านมา +89

    অসম পুলিচ কিছুমান এনেকুৱা আছে দেখিলেই খং উঠি যায়। কাম নোহোৱা কাম কৰি খোৱা দুখীয়া মানুহৰ ওপৰত উটাচৰ। ড্ৰাগছ ধৰিব নোৱাৰা, এইবিলাক পুলিচ, লাছ লাগি যায়।

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi 19 ชั่วโมงที่ผ่านมา +53

    সচাকে এনেকুৱা পুলিচক আইন অনুসৰী জেলত পঠাব লাগে

  • @taradoi7957
    @taradoi7957 11 ชั่วโมงที่ผ่านมา +27

    মোৰ মনৰ দৃষ্টিৰে----------যি কম সঁচা কম --------------
    পুলিচ বিষয়াজন নিকৃষ্ট মানসিকতাৰ অধিকাৰী , ধয্য', শিষ্টাচাৰ , সহনশীলতাৰ একেবাৰে অভাৱ । পুলিচৰ আতাইতকৈ ধয্যৰ প্ৰয়োজন । আৰু এটা কথা পুলিচ বাহিনীক মানবীয়তাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে ।

  • @mitulsaikia1248
    @mitulsaikia1248 19 ชั่วโมงที่ผ่านมา +53

    দেছ তো খুলি মাৰপিত কৰিবলৈ আহিব লাগিছিল।কাম কৰি খোৱা মানুহৰ বৰ মতা ওলাইছে

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 12 ชั่วโมงที่ผ่านมา +8

      দ্ৰেচ খুলি আহি মাৰপিট কৰিলে হয়তো পাব্লিক ঢুলাই খালে হেতেঁন আৰু হাঁড়-মুৰ ভাঙি হচপিতালত থাকিলে হেতেঁন ।

  • @AXOM435
    @AXOM435 11 ชั่วโมงที่ผ่านมา +20

    এনেকুৱা পুলিচক নিলম্বন শাস্তি নহয় চাকৰী পৰা বৰ্খাস্ত কৰিব লাগে তেতিয়া বাকী বিলাকে এই শিক্ষা মনত ৰাখিব ।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 11 ชั่วโมงที่ผ่านมา +21

    দীঘলীপুখুৰি পাৰৰ গছ কটা বিৰোধী আন্দোলনৰ সময়তো এই দাৰোগা জনে যুৱক সকলক ফেপেৰি পাতি খেদি যোৱা ফটো দেখা গৈছিল । পুলিচৰ এই তলতীয়া কৰ্মী সকল এতিয়া মূখ্যমন্ত্ৰীৰ প্ৰৰোচনাত ৰাইজৰ শত্ৰুৰ দৰে হৈছে । সৰু সুৰা কথাতে পোচাক যোৰৰ সুবিধা লয়। নহলে খাতিখোৱা মানুহৰ ওপৰত ইমান বৰ্বৰতা দেখুৱাব নোৱাৰে ।

    • @VictorBorah-Invincible
      @VictorBorah-Invincible 10 ชั่วโมงที่ผ่านมา +1

      হয় হয়, ঠিক ধৰিছে, এইটোৱেই সেই অভদ্ৰ পুলিছ, ইয়াক চাকৰিৰ পৰা সাময়িক বৰ্খাস্ত নহয়, সম্পূৰ্ণ ভাৱে নিলম্বিত কৰিব লাগে।

    • @BloodySweet_69
      @BloodySweet_69 4 ชั่วโมงที่ผ่านมา +1

      Eak dhori public dhulai dile hol ear gorom anai komi jbo 😂

  • @dipankarsarma5942
    @dipankarsarma5942 12 ชั่วโมงที่ผ่านมา +24

    Oc জনৰ দেউতা কোন কত ঘৰ সকলো দিব লাগে তেতিয়াহে ভাল হ'ল হয়

  • @iqubalislam9437
    @iqubalislam9437 18 ชั่วโมงที่ผ่านมา +21

    Very good Dessicion DGP Sir

  • @n.k.logictechnology1390
    @n.k.logictechnology1390 20 ชั่วโมงที่ผ่านมา +26

    Zomato company r pora action oti hunkale lobo lage

  • @hemantabori8339
    @hemantabori8339 19 ชั่วโมงที่ผ่านมา +26

    এইজনৰ (oc)দৰে মানসিকতাৰ মানুহে যদি অসম আৰক্ষীৰ উচ্চপদত অধিষ্ঠিত হবলৈ হয়, তেতিয়া কি যে কৰিব ? লাখুটিতে ইমান,ঠেং পালেবা কিমান ? কঠোৰতম punishment দিব লাগে ।

  • @DhirajDeka-g6u
    @DhirajDeka-g6u 19 ชั่วโมงที่ผ่านมา +21

    নিলম্ববন ভালকৈ কৰিব লাগে

  • @altabhussain7002
    @altabhussain7002 7 ชั่วโมงที่ผ่านมา +2

    Thank to DGP sir for your immediate response ❤❤❤

  • @NaniGopalBaruah
    @NaniGopalBaruah 11 ชั่วโมงที่ผ่านมา +11

    Thank you G.P Singh sir...

  • @horensaikia9048
    @horensaikia9048 20 ชั่วโมงที่ผ่านมา +30

    Transfr is not punishment

  • @AngshumanBoro
    @AngshumanBoro 7 ชั่วโมงที่ผ่านมา +2

    Video korajone kinto bohut bohut val kam korise ...best of luck 🙏🙏🙏🙏

  • @jinusaikia2652
    @jinusaikia2652 20 ชั่วโมงที่ผ่านมา +10

    Mojaaa kenee lagil atiyaaa
    Goll police r dom atiyaa aru nahobo...Bina dukhot maribo nuwaribo power thakil buli eman nahoi can manage koru Kapur jorok

  • @Danirojasfc6
    @Danirojasfc6 10 ชั่วโมงที่ผ่านมา +13

    #নিলম্বন কৰিলে কি হ'ব?"
    আধা দৰমাহ পাই থাকিব।"
    বহি বহি পেতে ভাতে খাই থাকিব!!"
    আৰু বা কি" কি" কৰিব? এইজন বৰ মতাই 😡😡😡

  • @rupambaruah8670
    @rupambaruah8670 19 ชั่วโมงที่ผ่านมา +24

    Good Dessicion DGP Sir

  • @hrishikeshsingh4448
    @hrishikeshsingh4448 19 ชั่วโมงที่ผ่านมา +12

    The delivery boy also deserves a respectful life. The OC has no moral senses.

  • @LabajitBaishya
    @LabajitBaishya 19 ชั่วโมงที่ผ่านมา +16

    পুলিচ
    তাৰ
    মাইকীৰ
    লগত কাজিয়া লাগিল গৈছিল নেকি

    • @Kangkansingha
      @Kangkansingha 12 ชั่วโมงที่ผ่านมา

      Tar maiki a beleg motar lgt lain mare kijani

  • @pranitabarman8587
    @pranitabarman8587 9 ชั่วโมงที่ผ่านมา +3

    মামাই গুন্দা পুহি ৰাখিছে পুলিচৰ বেশত

  • @mukutgogoi6240
    @mukutgogoi6240 12 ชั่วโมงที่ผ่านมา +5

    Many many thanks to DGP sir.🙏🙏

  • @ranjanborah6503
    @ranjanborah6503 19 ชั่วโมงที่ผ่านมา +16

    Eyak chakorir pora dismiss korok suspension nohoi

  • @MohendraChangmai
    @MohendraChangmai 9 ชั่วโมงที่ผ่านมา +2

    দিশ্য দেখি আবেগিক হৈ পৰিছো । সৰু সৰু মানুহৰে এই দশা।

  • @jitulkalita4455
    @jitulkalita4455 12 ชั่วโมงที่ผ่านมา +11

    প্ৰতি দিনে অসম পুলিচৰ গুন্দামি অসভ্যলি, এনেকুৱাই যদি অসম পুলিচৰ গুন্দামি চলি থাকে ইহতক জনসাধাৰন পৰা কি সন্মান কৰি জনসাধৰনে ভাৰ্গব পুলিচ হবয় নোৱিৰে ই এটা দকাইত , ই টকা খোৱা অসম পুলিচ বহুত দিন টকা খাৱ পোৱা নাই এটি ট্ৰফিকৰ ডিউটি কৰি ৰাষ্টাত পইচা খাৱ আহিছে , ডাঙৰ ডাঙৰ চোৰ বিলাকক লাখ লাখ টকা খাই পলাই ঘূৰি আছে
    ভাৰ্গৱ অসম পুলিচৰ কলংক ,

  • @JIRI138
    @JIRI138 19 ชั่วโมงที่ผ่านมา +17

    এনেকুৱা কিবা ভুল হ'লে ফাইন লোৱাৰ ব্যবস্হা আছে নহয়,অসম আৰক্ষীত সংস্কাৰৰ বহুত প্ৰয়োজন আছে ,অসম আৰক্ষীৰ বেছি সংক্ষক বিষয়া ,জোৱানৰ ব্যৱহাৰ বৰ বেয়া (সকলো নহয় কিছু সংক্ষক ভালো আছে),এনেকুৱা বোৰক সুবিধা পালে জনসাধাৰনেও ফলা বাহেৰে কুবাই ফালি দিব লাগে

    • @mkr123
      @mkr123 12 ชั่วโมงที่ผ่านมา

      Interview dibo goisu police r xihotor emn bea bebohar jen ami kukurhe notunkoi vorti hua buror kisuman boyoxot xoru amak ki dom muson ankua lagise dhur police t vorti holesun ehotburor xoite kajiai hobo dekhun nalage tenkua sakori amak jaa blg kam korim

  • @Shahajamal__Ali
    @Shahajamal__Ali 6 ชั่วโมงที่ผ่านมา +1

    ইয়াক জীৱন কালৰ বাবে নিলম্বন কৰিব লাগে !!

  • @ranjanboro4353
    @ranjanboro4353 10 ชั่วโมงที่ผ่านมา +6

    ইয়াক নিলম্বন নহয় বৰ্খাস্ত কৰিব লাগে।

  • @dipudas1526
    @dipudas1526 4 ชั่วโมงที่ผ่านมา +1

    Very sad
    Sur dokait dhoribo nuware.arrest pagol oc.

  • @BidurPegu-o1g
    @BidurPegu-o1g 19 ชั่วโมงที่ผ่านมา +10

    বহিস্কাৰ কৰিব লাগে বাৰ্গভ বৰবৰা ক

  • @gautamkalita9313
    @gautamkalita9313 9 ชั่วโมงที่ผ่านมา +6

    OC Gundak Jail dibo lagae

  • @amitmukharjee6907
    @amitmukharjee6907 19 ชั่วโมงที่ผ่านมา +15

    Thanabilak hol durnitir adda

  • @RakeshRahang-nc8ng
    @RakeshRahang-nc8ng 5 ชั่วโมงที่ผ่านมา +1

    এনেকোৱা প্ৰশাসন আকৌ বহো আছে জিহেতো আমাৰ সাধাৰণ মানুহৰ বাবে বহো বিপদ পুলিচ প্ৰশাসন কোন পথত

  • @kamaleswarbarman1454
    @kamaleswarbarman1454 11 ชั่วโมงที่ผ่านมา +5

    এই পুলিচ জনক চাকৰীৰ পৰা বৰ্খাস্ত কৰিব লাগে

  • @RajkumarPegu-h3c
    @RajkumarPegu-h3c 9 ชั่วโมงที่ผ่านมา +3

    টকাৰ বলত চাকৰি পোৱা পুলিচ এইবোৰ সেয়াই সাধাৰণ ভুলত ক্ষমা কৰিব নাজানে কিন্তু আচল আপৰাধীক উচিত শাস্তি লব নোৱাৰি ।

  • @PranabHazarika-ev6mx
    @PranabHazarika-ev6mx 17 ชั่วโมงที่ผ่านมา +5

    এইসকল বিষয়াক SP office বা DGP office ত স্থায়ীভাৱে বহুৱাই দিব লাগে। চকুত ধৰা নপৰা ধৰনৰ মানসিক ৰোগৰ গৰাকী হ'ব পাৰে এওঁলোক। বহু শিক্ষকো এনে ৰোগৰ গৰাকী হোৱা দেখা যায়। সেয়ে এইদুটা বৃত্তিত নিযুক্তিৰ পূৰ্বে বিতং মানসিক পৰীক্ষা হ'ব লাগে। চাকৰি কালতো নিয়মীয়াকৈ এনে পৰীক্ষা হ'ব লাগে। উন্নত দেশবোৰত এনে ব্যৱস্থা আছে।সৌভাগ্য যে বিষয়াজন লোকচক্ষুত ধৰা পৰি গ'ল। কেতিয়াবা কোনো নথকা অৱস্থাত এওঁলোকে ডাঙৰ ঘটনা ঘটাই দিব পাৰে। কিছুমান মানসিক ৰোগী অতি খঙাল প্ৰকৃতিৰ,Short tempered কিন্তু একেবাৰে Intelligent নহয়। এনে ৰোগৰ চিকাৰ হোৱা পুলিচ বিষয়াই ধৰিঅনা লোকক বৈজ্ঞানিক জেৰা কৰি সত্য উদ্ঘাটন কৰিব নোৱাৰে। হয়তো মাৰপিত কৰি কথা উলিয়াবলৈ যাওঁতে আচল কথা তল পৰি যায় আৰু অপৰাধী হাঁহি হাঁহি হেলাৰঙে সাৰি যায়।---এবছৰমান পূৰ্বে মোৰ ঘৰত চুৰি হৈছিল। পুলিচে ধৰি অনাজনক নিৰ্দিষ্ট ১০টা প্ৰশ্ন কৰাহেতেন চোৰ জালত ফাচ খাই গ'ল হেঁতেন। কিন্তু কি কৰিব ? মনৰ দুখত "পুলিচ আৰু অংক" নাম দি প্ৰবন্ধ এটাকে লিখি পেলালো।

  • @dhirajrabha1491
    @dhirajrabha1491 11 ชั่วโมงที่ผ่านมา +5

    কিছুমান পুলিচ ইমান দাদাগিৰি ইমান গুন্দা, কোবাই কোবাই মাৰি পেলালেও ৰাগ নকমিব

  • @manikpayun2029
    @manikpayun2029 10 ชั่วโมงที่ผ่านมา +6

    এনে দুই এজন পুলিচ বিষয়া বাবেই পুলিচৰ প্ৰতি জনসাধৰণৰ ভুল ধাৰণাৰ কৰে।

  • @manindrarabha5186
    @manindrarabha5186 19 ชั่วโมงที่ผ่านมา +9

    ৰাজ পথ যদি এনে কাম কৰে থানা ভিতৰ কি কৰিব জনা গৈছে

  • @SunilPatar-qb6yy
    @SunilPatar-qb6yy 11 ชั่วโมงที่ผ่านมา +3

    সাধাৰণ মানুহৰ সকলো পিনৰ পৰা নিৰপত্তা নাইকীয়া হৈছে | স এয়াই আমাৰ সাধাৰণ মানুহৰ অৱস্থা|

  • @mithunbora5618
    @mithunbora5618 12 ชั่วโมงที่ผ่านมา +5

    দুৰ্বল মানুহৰ ওপৰত মতা দেখাব আহিছে । ইয়াক জেলত ৰাখক কি নিলম্বনেই শাস্তি হয় নেকি।

  • @NikunjaRabha
    @NikunjaRabha 12 ชั่วโมงที่ผ่านมา +2

    Thankq u GP Singh

  • @ashif_7776
    @ashif_7776 3 ชั่วโมงที่ผ่านมา

    যিমান ভাল BSF ত থকা আৰ্মী ক পাওঁ।
    সিমান বেয়া এনে কিছু অসম পুলিচক পাওঁ

  • @prakashbasumataryvlogs
    @prakashbasumataryvlogs 4 ชั่วโมงที่ผ่านมา +1

    Zometo Company Owner Kot Goll....tar oti hunkaly pokor hukai debo lagy...gunada geri saa kela😢nuhua manhuketa kaam kore kiman kostot ghor solai sudhurbhaitu jany janu...thogi mogi gare rokhai fure posa paitu kela.

  • @enamulhoque8265
    @enamulhoque8265 19 ชั่วโมงที่ผ่านมา +7

    Dismiss korbo lage

  • @incredibleindia1174
    @incredibleindia1174 9 ชั่วโมงที่ผ่านมา +2

    35/40 হাজাৰ দৰমহা পোৱা পুলিচ কেইটা কেনকৈ কোটিপতি হব পাৰে।

  • @arupkalita6509
    @arupkalita6509 18 ชั่วโมงที่ผ่านมา +5

    Company falor pora case diyok

  • @abdulmannaf5519
    @abdulmannaf5519 4 ชั่วโมงที่ผ่านมา

    এই জাতি টোকে ঘিন ভাৱ হয়।

  • @joydevbarman268
    @joydevbarman268 10 ชั่วโมงที่ผ่านมา +2

    Video to kora babe thank you de

  • @muhibarali8537
    @muhibarali8537 19 ชั่วโมงที่ผ่านมา +5

    বিহিত ব্যৱস্থা হব লাগে

  • @nayanjitdas2787
    @nayanjitdas2787 11 ชั่วโมงที่ผ่านมา +1

    অসম পুলিচ গুন্দা

  • @RahulRaj-dt7gc
    @RahulRaj-dt7gc 6 ชั่วโมงที่ผ่านมา

    Bhargav borborak OCr pora hawaldar bonai dibo Lage. Dhonyobad 🙏

  • @pradipsarma9199
    @pradipsarma9199 2 ชั่วโมงที่ผ่านมา

    নিৰস্ত্ৰ জনতাৰ ওপৰত বৰমতা দেখুওৱা সহজ কথা।

  • @rajassam1822
    @rajassam1822 11 ชั่วโมงที่ผ่านมา +3

    Jene sarkar tene police..kebal dada giri

  • @madhavgogoi9860
    @madhavgogoi9860 8 ชั่วโมงที่ผ่านมา

    Thanku video kora babe.

  • @luknathgondhialuknathgondh7999
    @luknathgondhialuknathgondh7999 10 ชั่วโมงที่ผ่านมา +1

    পুলিচ জাতিৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গৈছে

  • @ManishaLama-u6w
    @ManishaLama-u6w 6 ชั่วโมงที่ผ่านมา

    Right your diseson

  • @jantukoch7247
    @jantukoch7247 10 ชั่วโมงที่ผ่านมา +2

    এইটোক চাকৰি পৰা খেদিব লাগে গুন্দা মদাহি কৰবাৰ

  • @PrasantaKakati-lh6if
    @PrasantaKakati-lh6if 6 ชั่วโมงที่ผ่านมา

    অসম চৰকাৰৰ পোহনিয়া জন্তু এইবোৰ

  • @imdadali9519
    @imdadali9519 2 ชั่วโมงที่ผ่านมา

    মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ কোনো মূল্যই নাই দেখুন।গতিকে গৃহমন্ত্ৰী বিফল হৈছে ।

  • @pravachutia931
    @pravachutia931 13 ชั่วโมงที่ผ่านมา +2

    পুলিশ সদায় সত্য, নিয়াই পলায়ন হব লাগে। দৈত্য ৰ নিচিনা দানব কিয় লাগে।

  • @ashutananda
    @ashutananda 18 ชั่วโมงที่ผ่านมา +2

    অসম পুলিচ বোৰ বেছি দেখুৱাই

  • @ajoysarbajna2707
    @ajoysarbajna2707 19 ชั่วโมงที่ผ่านมา +3

    This is not acceptable...he should be terminated from his service not to be suspended...

  • @RosidulHoque-u1f
    @RosidulHoque-u1f 10 ชั่วโมงที่ผ่านมา

    শিমন্ত চৰকাৰে এই পুলিচ জনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে

  • @BiswajitNeog-f6x
    @BiswajitNeog-f6x 11 ชั่วโมงที่ผ่านมา +1

    তেওলোকে কাপোৰ 2:32 যোৰৰ বাবেহে সন্মান পায়। তাতে সুবিধা লয়। নহলে সেইজনক ভয় কৰিব লগা কিটো আছে ?

  • @siddharth1720
    @siddharth1720 10 ชั่วโมงที่ผ่านมา +1

    পদে পদে খোজে খোজে ঘোষ খুৰ পুলিচ মহাশয় সকল ।

  • @monjitlahon7671
    @monjitlahon7671 7 ชั่วโมงที่ผ่านมา

    এইটো ক চাকৰিৰ পৰা খেদি, দি আজীৱন বৰ্খাস্ত কৰক।

  • @abubakkarassam9494
    @abubakkarassam9494 10 ชั่วโมงที่ผ่านมา +2

    Suspense koribo lage

  • @jayashreedeka7907
    @jayashreedeka7907 3 ชั่วโมงที่ผ่านมา

    Video banua jnk dhanayabad

  • @RajibMohan-u7u
    @RajibMohan-u7u 8 ชั่วโมงที่ผ่านมา +1

    এই বুৰ পুলিছ হাহৰ উপৰত হিয়াল ৰজা ।ৰজা ঘৰিয়াই বেয়া কাম কৰিলে একু কৰিব নোৱাৰে ।

  • @BhuyanMaheh
    @BhuyanMaheh 6 ชั่วโมงที่ผ่านมา +1

    C.M. a handle koribo Lage

  • @manojburagohain4434
    @manojburagohain4434 10 ชั่วโมงที่ผ่านมา +2

    নাপায় এনেকৈ কৰিব দুখীয়া লৰাক

  • @Bishnu5874
    @Bishnu5874 4 ชั่วโมงที่ผ่านมา +1

    Suspend kar dena chahie

  • @KanhaiTongbram
    @KanhaiTongbram 11 ชั่วโมงที่ผ่านมา +1

    This is the standard of Indian police.

  • @purnanandatahbilder9559
    @purnanandatahbilder9559 10 ชั่วโมงที่ผ่านมา

    এতিয়া বহি বহি দৰমহা মজা

  • @ItzNJ007
    @ItzNJ007 6 ชั่วโมงที่ผ่านมา

    ৰাইজৰ সেৱাৰ বাবে নহয় ৰাইজৰ ওপৰত দাদাগিৰি দেখাব আহিছে... এইবোৰ পুলিচক ভাল দৰে জানো.. সাধাৰণ মানুহৰ আগত Hero গিৰি বাকি Operation ত hawaldar ৰ পিছত লুকাই..

  • @AbdulMannan-ud9rf
    @AbdulMannan-ud9rf 7 ชั่วโมงที่ผ่านมา

    Immediate take action against oc

  • @monjitlahon7671
    @monjitlahon7671 7 ชั่วโมงที่ผ่านมา

    চাকৰী পাই বেছি তুংগত উঠিছে, খেদি দিলে পথৰ ভিখাৰি হব গম পোৱা নাই।

  • @Biki_Musical
    @Biki_Musical 2 ชั่วโมงที่ผ่านมา

    ইয়াক ৰাস্তাত বহি শুকান মাছ বেছিব দে 🤣 ফটোৱা চালা 😃

  • @saratnath776
    @saratnath776 9 ชั่วโมงที่ผ่านมา +1

    এওঁক কনিষ্ঠ বললৈ পঠাব লাগে নাইবা বখাস্ত্ কৰিব লাগে

  • @RahilTir
    @RahilTir 13 ชั่วโมงที่ผ่านมา

    I request to respected DGP Sir ,,,as soon as possible take action against OC Panbazar.

  • @jyotibora7911
    @jyotibora7911 9 ชั่วโมงที่ผ่านมา

    Nagaland, stat transfer korok,sabo sobr gorom thik hobo

  • @LabajitBaishya
    @LabajitBaishya 7 ชั่วโมงที่ผ่านมา

    এনেকুৱা পুলিচ থাকিলে
    আমি পুলিচক
    সন্মান কৰা নহয়
    জহৰা হয়
    পুলিচ নহয় গুন্দ কি জহৰা

  • @hemantakalita8221
    @hemantakalita8221 10 ชั่วโมงที่ผ่านมา

    বৰ্তমান দেশত মানুহে সন্ত্ৰাসবাদীক ভয় নকৰে ।ভয় কৰে এনেকুৱা ধৰণৰ এচাম পুলিচ সন্ত্ৰসবাদীক।

  • @tridipkumardas8416
    @tridipkumardas8416 18 ชั่วโมงที่ผ่านมา +1

    Lengta kori fasi dibo lage Assam police r johora tuk... Central home ministry should take action....

  • @Bronnybhaivlogs
    @Bronnybhaivlogs 10 ชั่วโมงที่ผ่านมา

    i work as zomato delivery guy in bengaluru I also crossed the signal without helmet.But traffic police tell me don't make that mistake again Assam police needs 👉 to take knowledge from outside police 😢This police should be immediately suspended মই কিমান চিগ্নেল পাৰ হৈছোঁ তাকো বাংগালোৰ হেন জেগাত আমাক তু এনে ব্যৱহাৰ নকৰে helmet নিপিন্ধাকৈ যাওঁতে মোক ধৰিছে যেতিয়া মোক কৈছে 500 টকা দিয়া তেতিয়া মৈই কলো চাৰ ৰাতি পোৱাৰ পৰা zomatot কাম কৰি 400 টকা এটা হৈছে হে মোক টু চালান নকৰিলে বুজালে হে ভাল কৈ আগলৈ আনে ভুল নকৰিব বুলি তাৰপিছত যাবলৈ দিলে এটা গালি নিদিলে

  • @Tilumonineog6631
    @Tilumonineog6631 9 ชั่วโมงที่ผ่านมา

    Good dessicion DGp sir

  • @appunnarah6110
    @appunnarah6110 4 ชั่วโมงที่ผ่านมา

    Eitu ahom arokkhit agor porai soli ase... Agotu kulajan Post office or peonor putrok.sithi bilai thakute. Silapathar arokkhiye..khubaisil

  • @DeepjyotiDeka-ps4ew
    @DeepjyotiDeka-ps4ew 9 ชั่วโมงที่ผ่านมา

    যেতিয়া পইচা দি চাকৰি পাই এনেকুৱা হৈ,কষ্ট কৰি পালে অলপ হলেও বুজিলে হৈ।

  • @dgseniguti1947
    @dgseniguti1947 7 ชั่วโมงที่ผ่านมา

    Oc ভাৰ্গব বৰবৰা নহয়, গুণ্ডা ভাৰ্গব বৰবৰা

  • @jitenbordoloi-f2n
    @jitenbordoloi-f2n 6 ชั่วโมงที่ผ่านมา

    মই হোৱাৰ হয় তাকো পিতন দিলো হয় যি হয় হব ! কাম এটা কৰক পুলিচতুক আনি লৈ যোত লৰা তোক মাৰিছিল । তাত নি পুলিচ তোকো ৰাইজৰ আগত পিতন দিবলৈ দিয়ক লৰাতো হাতে। তেতিয়া বৰাবৰ হৈ যাব

  • @PrasantaDutta-qf7pm
    @PrasantaDutta-qf7pm 6 ชั่วโมงที่ผ่านมา +1

    Khati khowa manuhor uporot hut dia vul hoisey. Assameot je eman drags bepari hoisey haiburor lidar kaitak marok.