ৰাজ্যৰ ঠায়ে ঠায়ে খোৱাপানীৰ নামত ৰাইজে সেৱন কৰিছে দুৰ্গন্ধময় অস্বাস্থ্যকৰ পানী

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ต.ค. 2024

ความคิดเห็น • 4

  • @rinkigogoi7455
    @rinkigogoi7455 2 หลายเดือนก่อน +1

    জল জীৱন আঁচনি নহয়,মৰণ ফান্দৰ আঁচনি।আমাৰ ফালে এমাহ পানী দিলে এতিয়া টেপ বোৰ আমি ভঁৰাল ৰ উপৰত তুলি থৈছোঁ।

  • @JLI321
    @JLI321 2 หลายเดือนก่อน

    😢😢😢😢paniyei pranir pran 😢😢😢😢😢

  • @mahendrakalita8530
    @mahendrakalita8530 2 หลายเดือนก่อน

    চৰকাৰে একোখন জল জীৱন আচঁনিৰ নামত যিমান কৌটি টকাৰ খৰছ কৰি ব্যৰ্থ হৈছে,সেইখিনি টকাৰে অঞ্চলটোত ঘৰে ঘৰে একোটাকৈ দমকল বহুৱাই দিব পাৰিলেহেতেন । টকাও বচিলহেতেন, ৰাইজেও ভাল পানী পালেহেতেন । জলজীৱনৰ আচনিবোৰ দেখিলে এনে ভাৱ হয়, যেন কমিচনৰ অংকতহে এইবোৰ প্ৰস্তুত কৰা হৈছে ।

  • @manashsharma7382
    @manashsharma7382 2 หลายเดือนก่อน

    Iman beya pani khai manhu je bemar huwa nai najanu de pani jogan ashoni enekuwa pani leterin pani o iat ke safa iman bosor tanky dafa kora nai ne korishe kyuo ana kobo laghe sarkarok enekuwa pani nai 😂😂bomi ahi goishe dekhi fake news📰