ৰঙালী (Rongali 2023) - Achurjya Borpatra | Apurba Jaan | Sunit Gogoi | Bihu 2023

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 พ.ย. 2024

ความคิดเห็น • 636

  • @ub_motivation_axom
    @ub_motivation_axom 7 หลายเดือนก่อน +6

    ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ

  • @_ankitagohain
    @_ankitagohain ปีที่แล้ว +14

    ufff another masterpiece ❤❤সকলো অসমবাসী ৰাইজলৈ বাপতি সাহোন ৰঙালী বিহু অলেখ শুভ কামনা জনালোঁ।❤

  • @uniquebikash98
    @uniquebikash98 ปีที่แล้ว +51

    ককাইদেউ😘 মঙ্গলদৈ ৰ পৰা মৰম যাছিলোঁ , লগতে সকলো অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা যাছিলোঁ...!!!!

  • @niturajgogoi5397
    @niturajgogoi5397 ปีที่แล้ว +8

    ধুনীয়া হৈছে দাদা.....বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ..…..💕💕

  • @ankurjyotirajkhowaankurjyo1348
    @ankurjyotirajkhowaankurjyo1348 ปีที่แล้ว +5

    ❤️❤️❤️❤️❤️❤️ সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু শুভেচ্ছা জনালো।🥰🥰🥰🥰

  • @uttamcreation1593
    @uttamcreation1593 ปีที่แล้ว +28

    সকলোকে আগতীয়াকৈ অসমীয়া নৱ বৰ্ষৰ ব'হাগ বিহুৰ হিয়াভৰা শুভেচ্ছা থাকিল ধেমাজিৰ পৰা 💗💗💜💜💫🤗🤗।।। গানটো ভাল লাগিল।।

  • @as-alphagaming2874
    @as-alphagaming2874 ปีที่แล้ว +10

    সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো❤️❤️ ৰঙালী বহুত ভাল লাগিল। পিছে তীখৰ গীতটো কেতিয়া শুনিব পাম 💕💕

    • @mahanta_pwali
      @mahanta_pwali ปีที่แล้ว +1

      Thku and same to you 😊

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 ปีที่แล้ว +5

    খুব সুন্দৰ লাগিল দাদা ,, থলুৱা লোক বাদ্যৰে এটি খুব ভাল লগা বিহু গীত বিহুৰ পূৰ্বে আমাৰ মাজলৈ উপহাৰ দিয়াৰ বাবে ভাল লাগিল ❤️😊 ,,,
    সকলোৱে আচুয্য দাৰ বাবে এটি লাইক দিয়ক ❤️👍

  • @jitumaramivlogs
    @jitumaramivlogs ปีที่แล้ว +6

    বহুত ভাল লাগিল❤❤❤ ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ 🙏

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL ปีที่แล้ว +6

    বহাগ বিহুৰ উপহাৰ হিচাপে পালোঁ।গীত টি ককাই আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ অসমবাসী লৈ❤❤সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব🙏🙏🙏

  • @samiransaikia8266
    @samiransaikia8266 ปีที่แล้ว +1

    বাজিব এইবাৰ ৰঙালী হিট হ'ব এইবাৰ❤🔥🔥আচুৰ্য্য দা❤

  • @riturajkonwar7673
    @riturajkonwar7673 ปีที่แล้ว +1

    সুন্দৰ

  • @rainforesteditzassam
    @rainforesteditzassam ปีที่แล้ว +6

    সকলোলৈ আগন্তুক ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা থাকিল ❤❤।

  • @ritamborah309
    @ritamborah309 ปีที่แล้ว +26

    ৰঙালী বিহুৰ শ্ৰেষ্ঠ উপহাৰ দিলে ❤️🤗

  • @for_you31
    @for_you31 ปีที่แล้ว +1

    Vl lagil ❤ love u achurjo da

  • @amlanjyotibora
    @amlanjyotibora ปีที่แล้ว +3

    বহুত ভাল লাগিলে । গীতটিৰ লগত জড়িত সকলোলৈ ৰঙালীৰ শুভেচ্ছা আৰু মৰম দিছোঁ ❤️ ভাল লাগিলে শুনি ❤️

  • @_MiniCarry_
    @_MiniCarry_ ปีที่แล้ว +11

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।🎉❤

  • @zgofficialassam7536
    @zgofficialassam7536 ปีที่แล้ว

    ভাল লাগিল ভিডিঅ টো চাই দাদা ❤❤❤Love you from BAKSHA distic

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 ปีที่แล้ว +5

    অসমীয়া জাতিৰ বাপতিসাহোন বিহু মেইন ❤❤❤ বৰ সুন্দৰ হৈছে ককাই ❤

  • @AbdulJalil-hf5od
    @AbdulJalil-hf5od ปีที่แล้ว

    ব'হাগ বিহুৰ আগতীয়াকৈ বহুত শুভেচ্ছা থাকিল।।

  • @যাদৱবৰদলৈ
    @যাদৱবৰদলৈ ปีที่แล้ว +2

    বিহু বিহু লাগিছে গাত❤️💙❤️ সকলোকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ❤️💙❤️

  • @debobratboruah389
    @debobratboruah389 ปีที่แล้ว +1

    আগন্তুক ৰঙালী বিহুৰ আগত ইমান এটা সুন্দৰ বিহু গীত আমাক উপহাৰ দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
    লগতে আপোনাৰ লগতে সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।

  • @pranatihazarika5160
    @pranatihazarika5160 ปีที่แล้ว +1

    Love from Mars❤

  • @Dipjyoti_6649
    @Dipjyoti_6649 ปีที่แล้ว +2

    বিহু হিট এইবাৰো 😍😍😍💓💓💓💓 । আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জানিয়ে ককাই দেউ😊💓

  • @kalyansaikia6292
    @kalyansaikia6292 ปีที่แล้ว

    Val lagise dada❤❤❤❤rongali bihu r agotiyakoi ulog jonalu apuanar logote hokolu loike🙏🙏🙏😍😍

  • @SONOFASSAM1
    @SONOFASSAM1 ปีที่แล้ว +1

    ভাল হৈছে দেই আচূৰ্য ককাইদেউ ❤ ৰঙালী ৰঙালী লাগিছে ❤

  • @চন্দ্ৰজ্যোতিবৰগোহাঁই

    দাদা ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ।

  • @bastavdutta3550
    @bastavdutta3550 ปีที่แล้ว

    সুন্দৰ ককাই। ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আচুয্দা। বহুত ধুনীয়া গাইছে

  • @mihir7535
    @mihir7535 ปีที่แล้ว +13

    চ'তে গৈয়ে গৈয়ে বহাগে পালেহি 🥰
    ... বহাগতে ধেমালি কৰো ❤️
    সকলো অসমবাসী ৰাইজলৈ আগতিয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏🤗

  • @pglicxon4282
    @pglicxon4282 ปีที่แล้ว +2

    Bihu ahile aww Mon tu isak pisak hoi ase ❤❤❤❤❤😇

  • @hunmonigogoi512
    @hunmonigogoi512 ปีที่แล้ว +1

    Achurjya dar babe ata like.. love from Kerela.

  • @nathjoy2776
    @nathjoy2776 ปีที่แล้ว +1

    Dhuniya axa korisu 1m... Views ahok

  • @prasujyaprotimgogoi7903
    @prasujyaprotimgogoi7903 ปีที่แล้ว

    Val lagil Achurjya daa ❤❤❤ Rongali bihur Hubasha thakil apunaloi❤❤

  • @Worldlirics04
    @Worldlirics04 ปีที่แล้ว +14

    ৰঙালী বিহুৰ শুভেছা থাকিল দাদা 🌷সৰুপথাৰৰ পৰা মৰম যাচিলো❣️

  • @TheKA81Rider
    @TheKA81Rider ปีที่แล้ว +11

    সুন্দৰ ককাই🔥❤️💥😍🥰 ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ❤️🎉🎊। বহুত বহুত মৰম কাৰ্বি আংলংৰ পৰা ❤️🙏🏻

  • @barshaboruah22
    @barshaboruah22 ปีที่แล้ว

    Bihu bihu lgise gat...... Gan2 huni apak nasidilu❤️❤️😍🥰🥰🎉🎉🎉🎉🤟

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial ปีที่แล้ว +4

    সকলোলৈকে আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ 🥰
    বিহু খাবলৈ সকলো আহিব দেই 😍

  • @shapnilbharali1767
    @shapnilbharali1767 ปีที่แล้ว +1

    Bor dhunia dei 😊

  • @monimakalita8301
    @monimakalita8301 ปีที่แล้ว

    বৰ ভাল লাগিল। ❤❤ৰঙালীৰ ওলগ জনালো।

  • @bhrigudas9987
    @bhrigudas9987 ปีที่แล้ว +6

    সকলো অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ❤❤

  • @bboruah5212
    @bboruah5212 ปีที่แล้ว +2

    Mojaa kokai 👌

  • @AxShort25
    @AxShort25 ปีที่แล้ว +3

    আগতীয়াকৈ সকলোকে বহাগ বিহুৰ শুভেচ্ছা থাকিল🎉🙏❤️❤️

  • @ditulgohain8037
    @ditulgohain8037 ปีที่แล้ว

    Bht bht. Val hoise....♥️💚💚💚💚🔥🔥🔥🔥🔥🔥🔥

  • @crazyddgamer6547
    @crazyddgamer6547 ปีที่แล้ว +1

    Best🎉❤🙂🌝

  • @gautamborgohain
    @gautamborgohain ปีที่แล้ว +1

    Birat dhuniya hoise💛

  • @PopiBora-y8h
    @PopiBora-y8h 7 หลายเดือนก่อน +1

    Happy Rongali bihu ❤

  • @rajdweepray5604
    @rajdweepray5604 ปีที่แล้ว

    বিহু বিহু লাগিছে গাত💖💖....আজ্জৈ|

  • @amlantamuli6700
    @amlantamuli6700 ปีที่แล้ว +1

    BOHAG BIHU aantoric subhesha jonalu sokolu Assomia raijole .

  • @pukhrajborgohain3511
    @pukhrajborgohain3511 ปีที่แล้ว +7

    বিহুৰ মাদকতা অনুভৱ কৰিব পাৰি এই ধৰণৰ বিহুগীত জৰিয়তে।

  • @rajdeepsaikia123
    @rajdeepsaikia123 ปีที่แล้ว +1

    আজৈ....পালেহি বহাগৰ বিহু... সুন্দৰ ককাই লগতে সহশিল্পীসকল বঢ়িয়া❤

  • @Cobra_Music_A
    @Cobra_Music_A ปีที่แล้ว

    Very Nice Songs Achujya Borpatra 😮😮😮❤❤❤❤❤❤❤Bihu Bihu Lagise Gaat❤❤❤❤

  • @theaxom5134
    @theaxom5134 ปีที่แล้ว

    এইবাৰ হে এইবাৰ নেৰিবা ।♥️♥️♥️♥️💕💕💕

  • @bhairab_dutta_official4375
    @bhairab_dutta_official4375 ปีที่แล้ว +1

    Dhuniya 🌝

  • @ainuborah
    @ainuborah ปีที่แล้ว +12

    ৰঙালী বিহুৰ এটি সুন্দৰ উপহাৰ ❤ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ 😊

  • @pranjaljun
    @pranjaljun ปีที่แล้ว +3

    Achurjya daa karone like kora❤👍

  • @axomrrong
    @axomrrong ปีที่แล้ว

    সকলো অসম বাসি ৰাইজলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালো

  • @milonjyotibora568
    @milonjyotibora568 ปีที่แล้ว +2

    Bihu bihu lagixe❤❤🎉😊

  • @PranjalTamuli-A23
    @PranjalTamuli-A23 ปีที่แล้ว +2

    বহুত সুন্দৰ ককাই, এনেকুৱা বিহু লাগে...❤❤

  • @bibekgogoiofficial
    @bibekgogoiofficial ปีที่แล้ว +1

    Bohut besi Val lagise 😍😍

  • @pranjalkakoti5729
    @pranjalkakoti5729 ปีที่แล้ว

    Love ❤ Arunachal Pradesh 🤘 Achurjya da ❣️ Log pabo aahkha Ase apunar logt ✌

  • @RishabhMVlogs
    @RishabhMVlogs ปีที่แล้ว

    Balyo kalot Hunaa Bihu gaanor rokh puwa jen onubhob paysu 💓 totally awesome 🎉

  • @kingkohli4856
    @kingkohli4856 ปีที่แล้ว +4

    আচুৰ্য দাৰ কাৰণে এটা লাইক কৰি দিব plz ❣️🍁✨🤌

  • @SkyLina007
    @SkyLina007 ปีที่แล้ว +8

    খুব ভাল হৈছে দাদা। ৰঙালী বিহুৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জনালো।

  • @pranjitdss3343
    @pranjitdss3343 7 หลายเดือนก่อน

    Moy Nowagaon Pora kolu xomu Axxom Bakhi Raijo loi Happy Rongali Bihu 🙏🙏🙏

  • @HanifRajkhowa04
    @HanifRajkhowa04 ปีที่แล้ว

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আচুয দাদা
    গেলেকী পৰা মৰম যাচিলো

  • @miss____ruhiiee
    @miss____ruhiiee ปีที่แล้ว

    Eyrloi akha asill 😘💓thank you soo much. Dada ☺️❤️

  • @Bishal___Medhi
    @Bishal___Medhi ปีที่แล้ว +8

    বহুত বহুত মৰম আৰু ভালপোৱাৰ জনালোঁ ❤
    Love from Tamulpur 🙏

  • @Pallabkcreation
    @Pallabkcreation ปีที่แล้ว

    Tranding ot ase 25 ot eeitu Bihu mojja ❤ ❤❤ love From Sonitpur ❤

  • @অসমীয়াখূহুতিয়া

    প্ৰথমতে সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ❤❤❤ । সুন্দৰ হৈছে বিহু❤❤❤

  • @Sanjib-Shorts
    @Sanjib-Shorts ปีที่แล้ว

    Mojja hoise amar eyat stage programe keikhon o Val hoise dada apunar...♥️♥️💥♥️💕

  • @user-ij3bb1wu6j
    @user-ij3bb1wu6j ปีที่แล้ว +1

    Axomiya badhyo jontro loi imn dhunia gaan tu

  • @assamrockstar7314
    @assamrockstar7314 ปีที่แล้ว +5

    One of the my favourite singer ❤❤❤

  • @jeemonigogoi3455
    @jeemonigogoi3455 ปีที่แล้ว +22

    সকলো অসমবাসী ৰাইজক আহিব লগা ৰঙালী বিহুৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏🙏❤❤❤❤

  • @chandudeka8815
    @chandudeka8815 ปีที่แล้ว

    এইবাৰ হে বিহু বিহু লাগিছে ❤❤

  • @BikashSaikia-y3m
    @BikashSaikia-y3m ปีที่แล้ว

    ❤❤❤ ডিব্ৰুগড় পৰা বহুত মৰম দিলোঁ দাদা

  • @debasishboruahvlog8962
    @debasishboruahvlog8962 ปีที่แล้ว +2

    Happy rangali bihu

  • @3dgamecarengine875
    @3dgamecarengine875 ปีที่แล้ว

    আগৰ গীতবোৰৰ দৰে, সঁচাকৈ আগৰ দিনবোৰ ঘূৰি আহিছে যেন লাগিছে

  • @tutonsorenavoy7077
    @tutonsorenavoy7077 ปีที่แล้ว +3

    সকলো অসম বাসি ৰাইজলৈ ৰঙালী বিহুৰ আগন্তুক শুভেচ্ছা থাকিল❤

  • @munu_t_borah_143
    @munu_t_borah_143 ปีที่แล้ว

    Moja hoise আচুৰ্য দা✨💖💖💖

  • @Teknikal117
    @Teknikal117 ปีที่แล้ว +1

    My favourite gaiok

  • @priyabora133
    @priyabora133 ปีที่แล้ว

    Dhuniya 😍🔥🔥❤️🔥❤️ dada

  • @romonbasumatary6297
    @romonbasumatary6297 ปีที่แล้ว

    Agontuk rangali Bihu totha axomiya nava barxar xubhessha thakil..

  • @allking1108
    @allking1108 ปีที่แล้ว +3

    সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জানালো ❤❤❤

  • @nilutpalofficial877
    @nilutpalofficial877 ปีที่แล้ว +2

    Mojja 🥰👍

  • @Rontudas05
    @Rontudas05 ปีที่แล้ว +1

    বহুত ভাল লাগিল। বিহু বিহু লাগি গৈছে আচুৰ্য দা।❤

  • @achurjyapritom6832
    @achurjyapritom6832 ปีที่แล้ว

    ৰঙালী_ ধোনিয়া লাগিছে কলিজা _🆎😍❤️

  • @DiptySaikia-ch7mj
    @DiptySaikia-ch7mj 7 หลายเดือนก่อน +1

    This song is so good 👍😊❤

  • @alakeshsvlog
    @alakeshsvlog ปีที่แล้ว

    ককাইদেউ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏🏿

  • @momisaikia8468
    @momisaikia8468 ปีที่แล้ว +1

    ❤❤❤❤ বিহু বিহু লাগি গল গাত, বৰ ধুনীয়া হৈছে।

  • @dipakdaimari2689
    @dipakdaimari2689 ปีที่แล้ว

    Dhuniya hoise ba tumar gan kunibo bohot bohot vhal lagese 🙏🥰🥰🥰🙏🙏🙏🙏🙏🙏🙏

  • @Prerona-gm4ue
    @Prerona-gm4ue 8 หลายเดือนก่อน +1

    💗💗💗

  • @rinumonimadhi3331
    @rinumonimadhi3331 ปีที่แล้ว +1

    Moja লাগিছে

  • @SARBASENCREATOR
    @SARBASENCREATOR ปีที่แล้ว +2

    যাদুকৰী কণ্ঠৰ লগতে সুন্দৰ সংগীত বিহু বিহু লাগি গৈছে।

  • @jintu__das
    @jintu__das ปีที่แล้ว +2

    Achurjya dak...val pua bure comments tu like kori diba..💗🕊️
    Rongali...bihur... xuvessa jasilu..khokoluke...in advance koi ✨💗🕊️

  • @manalishadas2421
    @manalishadas2421 ปีที่แล้ว +2

    সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো🙏❤😍☺

  • @4khd364
    @4khd364 ปีที่แล้ว +2

    সমুহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰাও অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলো 😊

  • @bituvlogs22
    @bituvlogs22 ปีที่แล้ว +2

    মোৰ ফালৰ পৰা সকলো বন্ধু বান্ধবী অসমবাসী ৰাইজৰলৈ আগন্তুক 2023 বাসিক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ❤🙏🙏🙏🌺🌺🌺

  • @priyabratdas9686
    @priyabratdas9686 ปีที่แล้ว

    Xub xundor hoise.dhunia

  • @marbinphukanofficial1028
    @marbinphukanofficial1028 ปีที่แล้ว

    Oh gd finally 🎉

  • @alltypesjadav3060
    @alltypesjadav3060 ปีที่แล้ว +107

    সকলো অসমবাসী অসমীয়া ৰাইজক আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 🙏❤️❤️🥀