বিজেপিৰ বিদ্ৰোহী নেতাই কংগ্ৰেছত যোগদান কৰিব নেকি?

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.ค. 2024
  • বিজেপিৰ বিদ্ৰোহী নেতাই কংগ্ৰেছত যোগদান কৰিব নেকি? মুখ খুলিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। আনপিনে বিজেপিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়েও কংগ্ৰেছত যোগদান কৰাৰ চৰ্চা চলিছে। এই পৰ্যন্ত কংগ্ৰেছৰ ফালৰ পৰা বিষয়টোক লৈ আনুষ্ঠানিক প্ৰতিক্ৰিয়া অহা নাই যদিও ১৫ৰ পৰা ১৭ জুলাইৰ ভিতৰত এক যোগদান সমাৰোহৰ বাবে সাজু হৈছে কংগ্ৰেছ নেতৃত্ব।
    #bjp
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

ความคิดเห็น • 16

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u 22 วันที่ผ่านมา +15

    বিজেপিৰ পৰা কংগ্রেছলৈ আহিব বিচৰা সকলক দলত লব লাগে কিন্তু কংগ্রেছৰ পৰা বিজেপি লৈ যোৱা সকলক কংগ্রেছলৈ আহিবলৈ দিব নালাগে।

  • @jakir5460
    @jakir5460 22 วันที่ผ่านมา +4

    Good news

  • @AbulKalam-ez4lz
    @AbulKalam-ez4lz 22 วันที่ผ่านมา +2

    Welcome

  • @AdvAltafhussain
    @AdvAltafhussain 22 วันที่ผ่านมา +1

    ❤Gourav gogoi

  • @gh12138.
    @gh12138. 22 วันที่ผ่านมา

    Val

  • @bakulboruah2026
    @bakulboruah2026 22 วันที่ผ่านมา +2

    গৌৰৱ গগৈ এজন বাচ্ছা লৰা।এই বাচ্ছা লৰাজনে হিমন্ত বিশ্ব শৰ্মাক নাকত ধৰি চাকত ঘুৰাইছে।২০২৬ ত গৌৰৱ গগৈ মূখ‍্যমন্ত্ৰী হব।হিমন্ত বিশ্ব শৰ্মা ৰাজ‍্যসভাৰ সাংসদ হব।মইও ২০২১ লৈ এজন BJP দলৰ অনুৰাগী আছিলোঁ।কিন্তু যেতিয়াই সৰ্বানন্দ সোণোৱালৰ দৰে এজন ভদ্ৰলোকক আঁতৰাই হিমন্ত নিজে মূখ‍্যমন্ত্ৰীৰ চকীত বহিল,তেতিয়াৰ পৰাই মোৰ BJP প্ৰতি মোহভংগ ঘটিল।মই অটল বিহাৰী বাজপেয়ী দেৱৰ দিনৰ BJP কৰ্মী আছিলোঁ।বৰ্তমান মই গৌৰৱ গগৈ ডাঙৰীয়াৰ এজন ডাঙৰ অনুৰাগী।কাৰণৰ গৌৰৱৰ অহংকাৰ নাই, তিনিবাৰৰ মূখ‍্যমন্ত্ৰীৰ পুত্ৰ হৈও কোনো সম্পত্তিৰ পাহাৰ নাই।সাধাৰণ এটা ঘৰ,এডোখৰ মাটিৰ বাহিৰে একো নাই।তাৰোপৰি তেওঁ সাংঘাটিক নম্ৰ-ভদ্ৰ চৰিত্ৰৰ নেতা।সেইকাৰণে ২০২৬ ত গৌৰৱক মূখ‍্যমন্ত্ৰী বনাবৰ কাৰণে প্ৰয়োজনীয় যিকোনো পদক্ষেপ লবৰ কাৰণে সাজু আছোঁ।

  • @prasenjeetdas5023
    @prasenjeetdas5023 22 วันที่ผ่านมา

    life end❤

  • @prasenjeetdas5023
    @prasenjeetdas5023 22 วันที่ผ่านมา

    Lab nai😊

  • @Kamalkamal-jj7xz
    @Kamalkamal-jj7xz 22 วันที่ผ่านมา

    ধুলি- মাকতি...

  • @user-pr1zu3ng5b
    @user-pr1zu3ng5b 22 วันที่ผ่านมา

    dom ase jodi .... beleg... dol louk...

  • @user-df9hk9rt7f
    @user-df9hk9rt7f 22 วันที่ผ่านมา

    besera neta dujone vl position naple sagoi. hokolu sarthopor oo

  • @markushnarzary7467
    @markushnarzary7467 22 วันที่ผ่านมา

    Kam nai valueless R ,S,

  • @dipankusaika5754
    @dipankusaika5754 22 วันที่ผ่านมา +2

    😊😊😊 নিউজ বোৰ বৰ বেছি কৰি আছে দে? কংকেছ 2026 ধূলিৰ লগত মিলিব ? তেওঁ লোকৰ ১৫বছৰ কি কৰিছিল পাহৰিছো নেকি ফালটো নিউজ কৰা বাত দিয়ক ? আমাৰ ফালে পানী আহি ক্ষতি কৰিছে পাৰিলে আহিব ? পশ্চিম কলিয়াবৰ পৰা কলোঁ

  • @user-rm1dz2pq5w
    @user-rm1dz2pq5w 22 วันที่ผ่านมา

    Good news