ব্ৰহ্মপুত্ৰৰ বুকুতে সোণ.. (Brahmaputrar bukute..) Old hit Bihu song of PASUWA 1998(Bihugeet)

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ต.ค. 2024
  • গীত :- " ব্ৰহ্মপুত্ৰৰ বুকুতে সোণ ঢল
    ঐ নাচনী ফেনেফুটুকাৰে আনি দিলে চোন
    বহাগৰে বতৰ...."
    কন্ঠ :- ৰণজিৎ গগৈ, কৃষ্ণমণি নাথ আৰু কুইন দাস ।
    কথা/সুৰ :- ৰণজিৎ গগৈ ।
    পৰিচালনা :- ৰণজিৎ গগৈ ।
    এলবাম :- " পছোৱা " ১৯৯৮ (বিহুগীত)
    (Copyright received by the producer)
    #assameseoldbihu
    #oldbihusong
    #oldisgold
    #Brahmaputrarbukutesunfullsong
    #krishnamoninathbihusongs
    #ranjitgogoibihusongs
    #posuwa1998allsongs
    #pasuwa1998bihusongs

ความคิดเห็น • 34

  • @puranibihugita
    @puranibihugita  6 หลายเดือนก่อน +3

    @DibyalataDas-jy1fh ৰ অনুৰোধৰ বিহুগীত ।

    • @DibyalataDas-jy1fh
      @DibyalataDas-jy1fh 6 หลายเดือนก่อน +2

      Thnq so much...

    • @puranibihugita
      @puranibihugita  6 หลายเดือนก่อน +1

      Wel come...

    • @DibyalataDas-jy1fh
      @DibyalataDas-jy1fh 6 หลายเดือนก่อน +1

      Krshnamoni nathor ru ata popular bihu song " sotote matile ,sotuwa sorai a,o bhoni oi morom lagi jai"eitu parile dibosun.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 หลายเดือนก่อน +1

    Old is gold. Grand salute biman dada and others singers of Bihu. We're proud of you. God bless to all. Go ahead way to your journey. All the best wishes to all.❤❤❤

  • @Pjk974
    @Pjk974 3 หลายเดือนก่อน +2

    ১৯৮৫ চনৰ পৰা ১৯৯৬চনলৈ গীত সমূহ সংগ্ৰহ কৰি আপলোড কৰিব ফোন।

    • @puranibihugita
      @puranibihugita  3 หลายเดือนก่อน

      @@Pjk974 কেছেট আছে নেকি বিহুগীত, দিহানাম, টোকাৰী গীত ইত্যাদিৰ ? জনাব চোন ।
      Facebookত পা্ব মোক Jadu Saikia বুলি ।

  • @PodumGogoi-pn2ke
    @PodumGogoi-pn2ke 6 หลายเดือนก่อน +1

    এৰি অহা সেই সময়লৈ মন উৰি গ'ল, এই গীত বোৰ পুনৰ বাৰ শুনিবলৈ পায় ভাল লাগিল। আপলোড কৰা জনক আন্তৰিক ধন্যবাদ জনাইছোঁ , লগতে বহাগৰ শুভেচ্ছা জনালোঁ ♥️♥️♥️।

    • @puranibihugita
      @puranibihugita  6 หลายเดือนก่อน +1

      অশেষ ধন্যবাদ জনালোঁ ।

  • @madhabiphukan8055
    @madhabiphukan8055 5 หลายเดือนก่อน +1

    Bohut bhaal lagil. Nostalgic hoi porisu

    • @puranibihugita
      @puranibihugita  5 หลายเดือนก่อน

      অশেষ ধন্যবাদ।

  • @blooming8090
    @blooming8090 6 หลายเดือนก่อน +1

    পুৰনি গীতবোৰ শুনিবলৈ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। ১৯৯৭ চন মানত (চনটো পাহৰিছো ) ৰুবুল বৰাৰ পৰিচালনাত লোপামুদ্ৰা প্ৰডাকচনৰ বেনাৰত বৰদৈচিলা নামৰ কেছেট খনৰ গীত কেইটা আৰু মহানন্দ মজিন্দাৰ বৰুৱাৰ বলিয়া বসন্ত (চনটো মনত নাই ) কেছেট খনৰ গীত কেইটা আছে যদি দিবচোন। বৰ প্ৰিয় গীত আছিল। সময়ৰ সোঁতত হেৰাই গল। লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালো।

    • @puranibihugita
      @puranibihugita  6 หลายเดือนก่อน

      অশেষ ধন্যবাদ জনালোঁ। আপোনালৈও ৰঙালীৰ ওলগ জনালোঁ।
      ময়ো বিচাৰি ফুৰিছো কেছেট দুয়োটি । পালে নিশ্চয় Upload দিয়া হ'ব ।

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 6 หลายเดือนก่อน +2

    খুউব সুন্দৰ। পাৰিলে বাকী থকা গীত কেইটাও আপলোড দিব। ধন্যবাদ দাদা।

    • @puranibihugita
      @puranibihugita  6 หลายเดือนก่อน +1

      উঁম, আঘোণৰ পথাৰত..., যিখন ঘৰত জান... দিব পৰা যায়।

    • @Music20163
      @Music20163 6 หลายเดือนก่อน +1

      Upload dbo dada

    • @dhrubajyotigogoi518
      @dhrubajyotigogoi518 6 หลายเดือนก่อน +2

      ​@@puranibihugita, লগতে ম‌ই হেনো আজিৰ যুগৰ সন্ত্ৰাসবাদী, এই গীতটোও আপলোড দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।

    • @parthapratimgogoi5136
      @parthapratimgogoi5136 6 หลายเดือนก่อน +1

      Puroni dinole ubhoti golu, hepah pur hol

    • @puranibihugita
      @puranibihugita  6 หลายเดือนก่อน

      @parthapratimgogoi5136, অভিনন্দন জনালোঁ।

  • @Music20163
    @Music20163 6 หลายเดือนก่อน +2

    পাহাৰী মইনা গীত দিয়ক দাদা

    • @zglover2805
      @zglover2805 6 หลายเดือนก่อน +1

      এটা মই আপলোড দি থৈছো পাহাৰী মইনা জুবিন গাৰ্গৰ

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 6 หลายเดือนก่อน +3

    কোৱাচোন জ্যোতি মালা মনৰ কথা, এই বুলি গীত এটা আছিল নেকি বাৰু? পাহৰিছোঁ অৱশ্যে।

  • @DibyalataDas-jy1fh
    @DibyalataDas-jy1fh 6 หลายเดือนก่อน +1

    Bohut bohut dhonyabaad aapunak 

    • @puranibihugita
      @puranibihugita  6 หลายเดือนก่อน

      অভিনন্দন জনালোঁ ।

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 หลายเดือนก่อน

    অ' এইটো আজি হে শুনিছোঁ। আটাইকেইটা গীতেই আপলোড দিব নোৱাৰিণে । কোৱাছোন জ্যোতিমালা মনৰ কথা, এই গীতটো আপলোড দিবচোন

  • @BidyutHazarika-eg5xj
    @BidyutHazarika-eg5xj 5 หลายเดือนก่อน +2

    👍👍

  • @prasannabora7644
    @prasannabora7644 5 หลายเดือนก่อน

    বৰহমপুত্ৰ নহয় ও ৰঞ্জিত ককাই ..... ব্ৰহ্মপুত্ৰ হয় ।

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 5 หลายเดือนก่อน +1

    দাদা বহুত ব্যস্ত নেকি?

    • @puranibihugita
      @puranibihugita  5 หลายเดือนก่อน +1

      হয়, বিহু লগতে মেট্ৰিক ৰিজাল্ট ।

    • @dhrubajyotigogoi518
      @dhrubajyotigogoi518 5 หลายเดือนก่อน +1

      @@puranibihugita হয়। আমাৰ ফালে ফলাফল ভালেই হৈছে বাৰু। ধন্যবাদ।

  • @simiphukan640
    @simiphukan640 5 หลายเดือนก่อน +1

    Joubon fule jetiya
    Rumi tumi tetiya
    bisonate pori loi
    kandisila tetiya