ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
যোৰহাট ত বৰষুণ এই পয্যন্ত হোৱা নাই।কিন্তু গৰম অত্যাধিক।
Lakhimpurt u hua nai
ধেমাজিৰ পৰা মইনা দলে ধেমাজিত বৰষুন নাই ।উৎসত গৰম হৈছে ।
গুৱাহাটীত মুসলধাৰ বৰষুণ হৈছে ভাল কথা। উৎকত গৰমৰ পৰা সকাহ পাব জনসাধাৰনে। কিন্তু কৃতিম বান পানী হৈছে বুলি চিঞৰ বাখৰ নকৰে যেন।
Boycott AC . Sob ei AC r bbe hoise. Agoloi aru hbo. So etiyar pora AC baad diok.
Good val brokon hise ❤❤❤sobere babe val hoise ❤❤
Koush24-9-24Mo
গোলাঘাট মেৰাপানীত বতাহ বৰষুণ অহা বাবে গৰমৰ পৰা ৰক্ষা পৰিছে
Ny borokhun tinsukia
যোৰহাটত কোনো বৰুসুন বতাহ নাই আমাৰ ভাগত পৰীৱনে
Silapathar, 😊dhumuha soli aasee
Mojja botor aji titaborot de
নাই নাই বৰষুণ
Val lagise
Biswonath charili ketiya hbo bhut grm
, তিনিচুকীয়াত এতিয়ালৈকে দিয়া নাই কিন্তু বৰ গৰম লাগিছে
ফাটা ফাতি গৰম
Golaghat ,,merapani chaw dang pathart ..dhumuha boroxun dise
Dhumuha bruhon silapathar
বিজুলী মাৰিআছে কিন্তু বৰষুণ অহা নাই ।
Tinsukia t bohut goram
লক্ষীমপুৰত ৰদ কোনো পৰিৰ্বতন নাই
Dhakuakhanaত, দিনত 39তাপমান,গাজনী্ মাৰি আছে
দেৰগাঁও পৰা জনাইছো অজিৎ বৰুৱাই। ৰাতি ৮বজাৰ পৰা বৰষুণ আৰু বিজুলী ধেৰেকনী আহিছে।
লখিমপুৰত ধুমুহা দি আছে 🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️
ধেমাজিত কেতিয়া হব।
Atiya jst lakhimpur khagat jst okman btah dise so bhut grm
বৰষুণ নাই অনলি ধুমুহা লখিমপুৰত ❤❤❤❤
গোলাঘাট অত ধুমহা বতাহ
দুলিয়াজনত বৰষুণ নাই। বহুত গৰম ।
Duliajan kot ghr tumar
তিতাবৰত মুখলধাৰ বৰষুণ ❤
Dhemaji Dhumuhaa
Nagaon.অত।ৰাতি।বৰষুন হব নে?
ঢকুৱাখনাত বিজুলী মাৰিছে। বৰ্তমান বতাহ আহিছে।
❤❤jrt aamar phale dhule dogor bojai photo kaikopy man uthai tekhet mane rain dada gol o.najanu punor aahene nai😅
মৰিগাৱত বতৰ পৰিবৰতন হোৱা দেখা গৈছে
এইমাত্র বৰষুণ দিছে , কৰঙাত
চৰাইদেউ ত ভীষণ গৰম,
তিতাবৰত,মূষলধাৰ বৰুষূণ হৈছে ৰাইজে সকাহ পাইছে
Gohpurt 8:30 pm to 9:15 dumua borhun felldown many trees
Dibrugarh 42
Morigan 42 digi.. Brakhun ahibo ne...
আপোনালোকে বৰষুণ দিব বুলি আগৰেপৰা চিঞৰি চিঞৰি কৈ আছিল যে সেই কাৰণে বৰুন দেৱতা য়ে আমাক LoL দিলে আমাৰ TEZPUR তু বৰষুণ নাই
Rain gives u a 10xgod
ডিব্ৰুগড়ত ৩৫ ডি পচন্দ গৰম।
Sivasagar 38😅
Kokrajhar 43 digre
Tinsukia t tamam gorom ❤
Dibrugarh t borokhun a fhali dise mojah 😂👏👏👏
ধেমাজিত বৰষুন নাই ।বিজুলি মাৰিছে ।বৰষুনৰ অপেক্ষাত ৰৈ আছো ।
Didrugarhত বৰষুণ হোৱা নাই উত্কট গৰম।
যোৰহাট বৰষুণ হৈছে।
নগাঁও কামপুৰ ত বৰষুণ নাই দিয়া, বহুত গৰম পৰিছে। আকাশ মেঘে আবৰি ৰাখিছে ,কি হয় নাজানো এজাক বৰষুণ বৰ প্রয়োজন আমি কৃষক । আমি কৃষি ওপৰত ভিত্তি কৰি চলি।
No rain at Kokrajhar.
গহপুৰt ধুমুহা হৈ গ'ল বৰষুণ দিবলৈ আৰম্ভ কৰিছে
মই চিলাপথাৰ ধেমাজিৰ পৰা কয়ছো । আমাৰ ইয়াত বৰষুনো নাই বতাহও নাই ।
বানিপুৰ ত বিজুলী মাৰি আছে
যোৰহাট জিলা মহবন্ধা চাহ বাগিছা বৰষুণ হৈছে
Dibrugarh, Dikom no rain. The heat is 39°/40° Celsius .
মাজুলীত 40 ডিগ্ৰী পৰ্যন্ত উঠিছে
Biswanath, botah dhumuha ahil, bijuli dharokoni ahil kintu borokhun nai
Dibrugarh atia borokhun jst dise deii
Moni hazarika. Jurhat chuladhorat dhumuha botahe rastat gos vangi dise
Marianit bohut borokhun aru dhumuha
Goalpara Tamam Grom 8, 9 din man Pani pora nai
Light rain is avail in our place before one hour , yet we feel hot ;
তিতাবৰত মূষলধাৰ বৰুষূণ হৈছে ৰাইজে সকাহ পাইছে
Dibrugahrt barakhun hobone sir now 39 c
Biswonath chahiya borkhun huany bhut grm 40 dgri grm
Morant borokhun aji
Lahimpur bakhi kisu hokha paise iswar r k bohut dhonoyad
যোৰহাট বৰহোলাত মষুধাৰবৰষুণ বৰ্তমান
তিতাবৰত বতাহ বলিছে মেঘে গাজিগুমৰি আহিছে বৰষুণ অহা নাই
Barpeta asa kintu howlyt borxun huwa nai
All are hope sonerly comeFrom TINSUKIA.
Tinsukia ketiya dibo
Lakhimpur জুইৰ দৰে গৰম
Bongaigaon 38 d
মাজুলী ত borhun নাই gormot মৰি আছোঁ 40ডিগ্ৰী চেলচিয়াছ
No rain in Bongaigaon
Dergaon havey Rain
🌩️🌩️🌩️
Nagaon Borduwa bht grom boroxun ni 😢
lakhimpur বতাহ 9pm
Dergaon t botah borosun kisu dile.kisu thanda hol.
আমাৰ মাজুলী গৰম
Majuli bahut grm 😢😢😢😢
লক্ষীমপুৰত বৰষুণ নাই ।
সুকনা গগৈ ডিব্ৰুগড় ত বৰষুণ নাই
Dhakua khana, Lakhimpur ত গৰমত জীৱন যাও যাও লাগিছে
নগাঁৱৰ ননৈত বৰ গৰম বৰষুণ দিয়া নাই।
চিৰাং জিলাত এতিয়াও বৰষুণ দিয়া নাই পূব অংকৰ বাঢ়ি
Jorhat tt botah aru gajoni dise 😊😊😊
গোলাঘাট খুমটাইত বতাহ বৰষুণ দিছে
Dibrugarh ,Tinsukiat Borokhun Nai Temperature 39 dgree
Lumding ত কেতিযা পৰা আহিব
গহপুৰ ত ধুমুহা
lokhimpurtdhumuhaahileborokhunahanai
Golaghator Merapanit dangor botah borokhun ⛈️🍃
Lakhimpurt 39
No rain in Bongaigaon n Chirang.
Bijuli mari ase aru botah mari ase Lakhimpur r Simoluguri t
Tinku.......Moran ot. Borokhun ni.......Bohut..gorom.
ধেমাজিত, বৰয়ুন হব নে
যোৰহাট ত বৰষুণ এই পয্যন্ত হোৱা নাই।কিন্তু গৰম অত্যাধিক।
Lakhimpurt u hua nai
ধেমাজিৰ পৰা মইনা দলে
ধেমাজিত বৰষুন নাই ।উৎসত গৰম হৈছে ।
গুৱাহাটীত মুসলধাৰ বৰষুণ হৈছে ভাল কথা। উৎকত গৰমৰ পৰা সকাহ পাব জনসাধাৰনে। কিন্তু কৃতিম বান পানী হৈছে বুলি চিঞৰ বাখৰ নকৰে যেন।
Boycott AC . Sob ei AC r bbe hoise. Agoloi aru hbo. So etiyar pora AC baad diok.
Good val brokon hise ❤❤❤sobere babe val hoise ❤❤
Koush24-9-24Mo
গোলাঘাট মেৰাপানীত বতাহ বৰষুণ অহা বাবে গৰমৰ পৰা ৰক্ষা পৰিছে
Ny borokhun tinsukia
যোৰহাটত কোনো বৰুসুন বতাহ নাই আমাৰ ভাগত পৰীৱনে
Silapathar, 😊dhumuha soli aasee
Mojja botor aji titaborot de
নাই নাই বৰষুণ
Val lagise
Biswonath charili ketiya hbo bhut grm
, তিনিচুকীয়াত এতিয়ালৈকে দিয়া নাই কিন্তু বৰ গৰম লাগিছে
ফাটা ফাতি গৰম
Golaghat ,,merapani chaw dang pathart ..dhumuha boroxun dise
Dhumuha bruhon silapathar
বিজুলী মাৰিআছে কিন্তু বৰষুণ অহা নাই ।
Tinsukia t bohut goram
লক্ষীমপুৰত ৰদ কোনো পৰিৰ্বতন নাই
Dhakuakhanaত, দিনত 39তাপমান,গাজনী্ মাৰি আছে
দেৰগাঁও পৰা জনাইছো অজিৎ বৰুৱাই। ৰাতি ৮বজাৰ পৰা বৰষুণ আৰু বিজুলী ধেৰেকনী আহিছে।
লখিমপুৰত ধুমুহা দি আছে 🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️
ধেমাজিত কেতিয়া হব।
Atiya jst lakhimpur khagat jst okman btah dise so bhut grm
বৰষুণ নাই অনলি ধুমুহা লখিমপুৰত ❤❤❤❤
গোলাঘাট অত ধুমহা বতাহ
দুলিয়াজনত বৰষুণ নাই। বহুত গৰম ।
Duliajan kot ghr tumar
তিতাবৰত মুখলধাৰ বৰষুণ ❤
Dhemaji Dhumuhaa
Nagaon.অত।ৰাতি।বৰষুন হব নে?
ঢকুৱাখনাত বিজুলী মাৰিছে। বৰ্তমান বতাহ আহিছে।
❤❤jrt aamar phale dhule dogor bojai photo kaikopy man uthai tekhet mane rain dada gol o.najanu punor aahene nai😅
মৰিগাৱত বতৰ পৰিবৰতন হোৱা দেখা গৈছে
এইমাত্র বৰষুণ দিছে , কৰঙাত
চৰাইদেউ ত ভীষণ গৰম,
তিতাবৰত,মূষলধাৰ বৰুষূণ হৈছে ৰাইজে সকাহ পাইছে
Gohpurt 8:30 pm to 9:15 dumua borhun felldown many trees
Dibrugarh 42
Morigan 42 digi.. Brakhun ahibo ne...
আপোনালোকে বৰষুণ দিব বুলি আগৰেপৰা চিঞৰি চিঞৰি কৈ আছিল যে সেই কাৰণে বৰুন দেৱতা য়ে আমাক LoL দিলে আমাৰ TEZPUR তু বৰষুণ নাই
Rain gives u a 10xgod
ডিব্ৰুগড়ত ৩৫ ডি পচন্দ গৰম
।
Sivasagar 38😅
Kokrajhar 43 digre
Tinsukia t tamam gorom ❤
Dibrugarh t borokhun a fhali dise mojah 😂👏👏👏
ধেমাজিত বৰষুন নাই ।বিজুলি মাৰিছে ।বৰষুনৰ অপেক্ষাত ৰৈ আছো ।
Didrugarhত বৰষুণ হোৱা নাই উত্কট গৰম।
যোৰহাট বৰষুণ হৈছে।
নগাঁও কামপুৰ ত বৰষুণ নাই দিয়া, বহুত গৰম পৰিছে। আকাশ মেঘে আবৰি ৰাখিছে ,কি হয় নাজানো এজাক বৰষুণ বৰ প্রয়োজন আমি কৃষক । আমি কৃষি ওপৰত ভিত্তি কৰি চলি।
No rain at Kokrajhar.
গহপুৰt ধুমুহা হৈ গ'ল বৰষুণ দিবলৈ আৰম্ভ কৰিছে
মই চিলাপথাৰ ধেমাজিৰ পৰা কয়ছো । আমাৰ ইয়াত বৰষুনো নাই বতাহও নাই ।
বানিপুৰ ত বিজুলী মাৰি আছে
যোৰহাট জিলা মহবন্ধা চাহ বাগিছা বৰষুণ হৈছে
Dibrugarh, Dikom no rain. The heat is 39°/40° Celsius .
মাজুলীত 40 ডিগ্ৰী পৰ্যন্ত উঠিছে
Biswanath, botah dhumuha ahil, bijuli dharokoni ahil kintu borokhun nai
Dibrugarh atia borokhun jst dise deii
Moni hazarika. Jurhat chuladhorat dhumuha botahe rastat gos vangi dise
Marianit bohut borokhun aru dhumuha
Goalpara Tamam Grom 8, 9 din man Pani pora nai
Light rain is avail in our place before one hour , yet we feel hot ;
তিতাবৰত মূষলধাৰ বৰুষূণ হৈছে ৰাইজে সকাহ পাইছে
Dibrugahrt barakhun hobone sir now 39 c
Biswonath chahiya borkhun huany bhut grm 40 dgri grm
Morant borokhun aji
Lahimpur bakhi kisu hokha paise iswar r k bohut dhonoyad
যোৰহাট বৰহোলাত মষুধাৰবৰষুণ বৰ্তমান
তিতাবৰত বতাহ বলিছে মেঘে গাজিগুমৰি আহিছে বৰষুণ অহা নাই
Barpeta asa kintu howlyt borxun huwa nai
All are hope sonerly come
From TINSUKIA.