ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
আপুনাক আজি দেখা পাই ভহুত ভাল লাগিল আৰু আপোনাৰ গাহৰি ফাম দেখি ভগৱানে আপুনাক ভালে কুশলে ৰাখক
অহ আপোনাক বহুত দিনৰ পিছত দেখিলোঁ বহুত ভাল লাগিল। ভগৱানে ভালে ৰাখক🙏🙏🙏
Xundor
আপোনাৰ পথত আমিও আছো
Um
অলপো অহংকাৰ নথকা মোৰ প্ৰিয় অভিনেতা গৰাকীক দেখি বৰ ভাল লাগিল।
Akdom hosa dei ...ohonkar akdom nai
সচা দেই, বহুত ভালপাওঁ এখেতৰ অভিনয়
বহুত দিনৰ মূৰত দেখা পালোঁ এই দৰে জীৱন আগুৱাই যাব লাগিব❣️❣️
মাজে সময়ে এনেবোব বাতৰি পৰিবেশন কৰিলে ভাল লাগে , আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো
Ki Kabhi ko
Sosa.. val lagil news tu sai
ছাৰ প্ৰণাম জনাইছোঁ 🙏। নক্ষত্ৰ শিল্পী হৈও অতি সাধাৰণ মানুহৰ প্ৰতি সন্মান জনোৱাৰ বাবে । সঁচাকৈয়ে আপুনি এনে কৰ্ম তথাকথিত শিক্ষিত বহুত ব্যক্তিৰ প্ৰেৰণাৰ উৎস । নিজৰ হাতেৰে কৰ্ম ।ধন্য ধন্য ধন্য ।
সৰুৰে পৰা প্রিয় অভিনেতাজন দেখি ভাল লাগিল।।।
অপূৰ্ব অৱদান আছে অসমৰ সাংস্কৃতিক জগতত আপোনাৰ ভগৱানে ভাল কৈ ৰাখক আপোনাক ।
সুন্দৰ। নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওক ককা। ভবিষ্যতলৈ আৰু নাম ৰাখক তাৰে কামনা কৰিছো।
সৰুতে জেনেকুৱা দিখিছিলো বৰ্তমান ঠিক তেনেকুৱা আছে
Hooi dei
Ohhh
2mar sakut bal gajise
@@lachitgotra1956 mukhedi humai ding ah
@@dimpalnath7753 moi 2mar mukhat sumai dm,,,,
আপোনাৰ অভিনয় আমাৰ অতি প্ৰিয় দাদা। আপোনাৰ দৰে খুব কম সংখ্যক শিল্পী হে খেতি বাতিত মনোনিবেশ কৰা দেখা যায়। ভাল লাগিল আপোনাক বহুদিনৰ মূৰত দেখা পায়।
এখেত এগৰাকী সদায় ভাল লগা শিল্পী। প্ৰত্যেকটো অভিনয়ে নিপুণতাৰ সুন্দৰ চানেকী।
Apuni bhaale thaakok Dada🙏🙏🙏
মোৰ ভাল লগা শিল্পী গৰাকীক বহুত দিনৰ মুৰত দেখা পালোঁ
বহুত ভাল লাগিছে আপোনাক এই মুহুৰ্তত দেখি মই বহুত সুখী, আপুনি আমাৰ মাজত সদায় এনেকৈ থাকক।আশা থাকিল কেতিয়াৱা হথাৎ আপোনাক ওচৰৰ পৰা লগ পোৱাৰ হেপাঁহ।
ভাল লাগিল এইদৰে সুস্থ অৱস্থাত দেখা পাই।🙏🙏🙏
সচাকৈ মানুহ জন বৰ সহজ সৰল মৰমীয়াল হয় ।এওঁৰ অভিনয় বহুত ধুনীয়া হয় ।এনেকৈ যাতে তেওঁ জীৱনটো অতিবাহিত কৰি থাকিব পাৰে ।সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰাআজি আমাৰ লাইভ ত অহা কাৰণে বহুত ভাল লাগিল ।
সদায় ভালে থাকক আকৌ অভিনয় জগতত দেখা পাম।
নেত্ৰ কাকা,,, ধন্যবাদ you are great spirit of youngsters 👍🏽👍🏽👍🏽👍🏽
আপোনাৰ অভিনয়ে বিষাদৰ সময়তো মানুহৰ মুখত হাঁহি বিৰিঙাই ❤️ভগৱানে সদায় আপোনাক কোশলে ৰাখে 🙏🙏
বহুত মৰম আৰু শুভকামনা থাকিল আপোনালৈ
ভাল লাগিল মানুহজন দেখি
মানুহজন ভাল লাগে।🙏🙏🙏
Bhal lagil ❤️👍👍👍👍👍
আপোনাক বহুত দিনৰ পিছত দেখা পাই বৰ ভাল লাগিল। আশাঁ কৰো ভগৱানে আপোনাক কুশলে ৰাখক। 😍🤗☺️
Prio manuh jon dehi bohot val lagil... 🙏🙏🙏
Mur ake bare fvt actor...😊Allahe apunak hodai vale rakhok
অতুলনীয় আদৰ্শ । অৰ্থনৈতিক স্বচ্ছলতা, শাৰিৰীক সুস্থতা, সময়ৰ আহ্বান আদি সকলোতে এনেবোৰ কাৰ্যৰ যোগাত্মক অৱদান আছে ।
বহুত ভাল লাগিল বহু দিনৰ মূৰত দেখা পাই
জুনবাইৰ যুগৰ পৰা এতিয়ালৈকে নেত্ৰকাই নেত্ৰকায়ে হৈ আছে ❤️ বহুত ভাল পাওঁ আপোনাক ❤️ সু সাস্থ্য কামনা কৰিলো ❤️
Hoi bahut bhal katha kale,huni bhalpaisu.kisumane aku sidhai belegak beya,kam nakare buliye koi.Thanks.
ভাল লাগিল। সুন্দৰ পদক্ষেপ।
বহুত দিনৰ মূৰত আপোনাক দেখিলো ভাল লাগিল,, সুখী থাকক ভালে থাকক 🙏
সৰুৰে পৰাই প্ৰিয় তেখেত ❤ভগৱানে কুশলে ৰাখক তেখেতক 🙏❤
খুব সুন্দৰ পদক্ষেপ
Sir... Love You Always and God bless yiu Sir 🙏🏻🙏🏻🙏🏻
নেত্ৰ কাই ; সুন্দৰ ।
Apunak dekha paai mon2 bohut Vaal lagil,,, hodai kukhole thakok
উপায় নাই ভাই। বৰকৈ ভাল লাগিল । এনেকুৱাকৈ কাম কৰি খোৱা মোৰো ইচ্ছা। বঢ়িয়া ককাইদেউ।
আপোনাৰ অভিনয় চাই মই খুবেই ভাল পাওঁ। বহু দিনৰ মূৰত দেখিলো আৰু আপোনাৰ কৃষি কৰ্মৰ প্ৰতি থকা উৎসাহ দেখি ভাল লাগিল।
ভাল লাগিল ফাৰ্ম খনৰ দেখি আপোনালোক দেখি আমিয়ু মনত সাহস পাইছো। মোৰ এখন সৰু ফাম আছে
আমি অসমীয়া মানুহবোৰৰ বাবে এইটোয়ে সুযোগ এতিয়া উন্নয়নৰ বাবে আগবঢ়িব হৈ গৈছে ✊🏼
আপোনাৰ কামখিনি দেখি বহু অনুপ্রাণিত হৈছোঁ।
প্রিয় অভিনেতাজনক বাবা মাতায়ে কুশলে ৰাখক তাৰেই কামনাৰে,, বোকাখাতত দেখিছো কেইবাদিনো,, লগ কৰিম অতি সোনকালে আপোনাক🙏
Good job sir 🙏...aponi manuhok hohowabo khikaise aponak vogobane vle kukhole rakhok❤️
Hundor 🙏😇❤Bohut val lagile Aapunak Eman pusto heldi dikhe 🙏👏
প্ৰিয় অভিনেতা জন
Bohutt Val lagise .. Ami hokolua akeloge agg barhibo lagibo ... Joi AI AXOM
ধন্যবাদ,এই বয়সতো যে তেখেতে বহি সময় অতিবাহিত কৰা নাই। ঈশ্বৰ সহায় হওঁক।
Bor khundor... Bhal lagil enekua news he bhal lage.. kisumn odorkari news dekhuatke...
বহুত ভাল লাগিল দাদা,,, পোৱালি পাম নি
ঈশৰে আশিবাদ কৰক কাইটি ৷
ঈশ্বৰে আপোনাক ভালে ৰাখক,, আপোনাৰ অভিনয় ভাল লাগে ,,আশা ৰাখিছোঁ অভিনয় জগতত আকৌ আপোনাক দেখা পাম ।
নিজেই নিজৰ কামত ব্যস্ত 🤗🤗🤗ভাল লাগিল
last kua kotha khini dil pe lag geya ❤
আপোনাক বহুত দিনৰ মূৰত দেখিলোঁ। ভগৱানে কূশলে ৰাখক ❤️❤️
ব্যস্তহৈ থকা দেখি ভাল লাগিল ৷ বোকাখাটলৈ গাড়ী চাৰ্ভিছিঙত গলে Y2Kত দুপৰীয়াৰ সাঁজ খাওঁৱেই , এই কৰ’ণাই শেষ কৰি পেলালে ৷
Dada bohut ,,, encourage palu aru bohut bhal lagil amiu apunak follow korisu,,bhogobanor usorot parthona korisu ,,,apuni bhale thakok,,,
Bahut val lagil dekha Pai vale rakhok apunak
Bhal lagile apunar kotha Keita.....
অৰুণদা সদায়ে মোৰ প্ৰিয় শিল্পী |তেখেতৰ অভিনয়ত নিভাঁজতা আছে সেই বাবে তেখেতৰ অভিনয় আমাৰ পৰিয়ালৰ সকলোৱে প্ৰিয়…সদায়ে কুশলে থাকক…
You are a talented actor of Assamese television film industry... Like you ❤️
Bohut val lagil...bohut dinor murot dekha pai
অতি সুন্দৰ।
Bhut val paw manuh jokok 💓💓💓
Apunar adorkhoi uthi aha prajanmok atma-nirvorkhil haba khikabo. Good job.
বহুত ভাল লাগিছে ককা আপোনাক দেখা পাই
Bhut hundar dada vgobana mongal krk
All time favourite actor❤️ God keeps him hpy nd healthy always
বৰ ভাল লাগিল হাতে কামে লাগিছে আপোনি নতুন প্ৰজন্মৰ মাজত আদৰ্শ
Val lagil cai videotu bohut dinor picot arun dak dekha palu👍👍👍👍👍👍👍👍👍👍👍👍👍
ভালে থাকক খুৰা।বহু দিন হʼল লগ নোপোৱা।❤️
অসমৰ অমূল্য সম্পদ.......শিল্পী সকল
অসমৰ অভিনেতা অভিনেত্ৰীসকলৰ বৰ্তমান অৱস্থিতি ।😓😓😓😓
Jibon zindabad
Apponak Dhanyabad arunda
মই ও এখন গাহৰি ফাৰ্ম কৰিম বুলি ভাবি আছোঁ,🙏 বহুত ভাল লাগিছে মনটো।।
Bohut val lagise.ammr silpi sokole hate kame notun projonmok poth dekhuwai ase
Ejon adorkho baan byakti 👏👏
God bless you sir ❤️....moyu gaon loi goi kheti korim.. bortoman mumbai t sakori Kori asu❤️👍
Val lagil tejhetok dekhi 😍😍😍😍
Bht dinr pist dekhi bht vl lagil dada apunak
Love you Arun Hazarika ❤️❤️❤️❤️❤️❤️ 🤗 🤗
Apunalokok loi ASSAM a gourab anuvob kore.. God bls u dada 😍
What a gentleman....luv u
বহুত ভাল কাম কৰিছে
Moza da
time8 আপোনালোকে jollywood ৰ শিল্পী সকলক সাক্ষাৎ কৰি প্ৰতিবেদন দেখুৱাই থাকিব
Bhal lagil dada🙏
আপোনাৰ আৰ্দশ,অসমৰ উঠি অহা যুৱ চামে আকোৱালি লব বুলি আশা ৰাখিছো👍
Salute netro kai🙏apuni khodai vale thake...
আপোনাক লগ পায় বহু ত ভাল পালো লগতে আপোনাৰ কামবোৰ। আপোনাৰ মঙ্গল কামনা কৰিলো।
Wah Moja
Bohut val lagel apunak Dekha pai
ভগৱানে আপোনাক কুশলে ৰাখক ৷
দেখি বহুত ভাল লাগিল
Dadak dekhi khoru kaliloi manat porise mor. Ki j din asil kheibor . Aru kar kar dadak dekhi khoru kaloloi mant porise like kora 🙏🙏🙏🙏
Apuni vale thakok, hustho thakok ❣️
Inspired vedio for new generation great sir
Manuh jon jate hodai anekoi thake bhogobanor usorat kamona karilu
Very good life....busy thakile mon tan sobe bhaal thake.....nohole manuh depression ot gusi jai...
আপুনাক আজি দেখা পাই ভহুত ভাল লাগিল আৰু আপোনাৰ গাহৰি ফাম দেখি ভগৱানে আপুনাক ভালে কুশলে ৰাখক
অহ আপোনাক বহুত দিনৰ পিছত দেখিলোঁ বহুত ভাল লাগিল। ভগৱানে ভালে ৰাখক🙏🙏🙏
Xundor
আপোনাৰ পথত আমিও আছো
Um
অলপো অহংকাৰ নথকা মোৰ প্ৰিয় অভিনেতা গৰাকীক দেখি বৰ ভাল লাগিল।
Akdom hosa dei ...ohonkar akdom nai
সচা দেই, বহুত ভালপাওঁ এখেতৰ অভিনয়
বহুত দিনৰ মূৰত দেখা পালোঁ
এই দৰে জীৱন আগুৱাই যাব লাগিব❣️❣️
মাজে সময়ে এনেবোব বাতৰি পৰিবেশন কৰিলে ভাল লাগে , আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো
Ki Kabhi ko
Sosa.. val lagil news tu sai
ছাৰ প্ৰণাম জনাইছোঁ 🙏। নক্ষত্ৰ শিল্পী হৈও অতি সাধাৰণ মানুহৰ প্ৰতি সন্মান জনোৱাৰ বাবে । সঁচাকৈয়ে আপুনি এনে কৰ্ম তথাকথিত শিক্ষিত বহুত ব্যক্তিৰ প্ৰেৰণাৰ উৎস । নিজৰ হাতেৰে কৰ্ম ।ধন্য ধন্য ধন্য ।
সৰুৰে পৰা প্রিয় অভিনেতাজন দেখি ভাল লাগিল।।।
অপূৰ্ব অৱদান আছে অসমৰ সাংস্কৃতিক জগতত আপোনাৰ ভগৱানে ভাল কৈ ৰাখক আপোনাক ।
সুন্দৰ। নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওক ককা। ভবিষ্যতলৈ আৰু নাম ৰাখক তাৰে কামনা কৰিছো।
সৰুতে জেনেকুৱা দিখিছিলো বৰ্তমান ঠিক তেনেকুৱা আছে
Hooi dei
Ohhh
2mar sakut bal gajise
@@lachitgotra1956 mukhedi humai ding ah
@@dimpalnath7753 moi 2mar mukhat sumai dm,,,,
আপোনাৰ অভিনয় আমাৰ অতি প্ৰিয় দাদা।
আপোনাৰ দৰে খুব কম সংখ্যক শিল্পী হে খেতি বাতিত মনোনিবেশ কৰা দেখা যায়।
ভাল লাগিল আপোনাক বহুদিনৰ মূৰত দেখা পায়।
এখেত এগৰাকী সদায় ভাল লগা শিল্পী। প্ৰত্যেকটো অভিনয়ে নিপুণতাৰ সুন্দৰ চানেকী।
Apuni bhaale thaakok Dada🙏🙏🙏
মোৰ ভাল লগা শিল্পী গৰাকীক বহুত দিনৰ মুৰত দেখা পালোঁ
বহুত ভাল লাগিছে আপোনাক এই মুহুৰ্তত দেখি মই বহুত সুখী, আপুনি আমাৰ মাজত সদায় এনেকৈ থাকক।আশা থাকিল কেতিয়াৱা হথাৎ আপোনাক ওচৰৰ পৰা লগ পোৱাৰ হেপাঁহ।
ভাল লাগিল এইদৰে সুস্থ অৱস্থাত দেখা পাই।🙏🙏🙏
সচাকৈ মানুহ জন বৰ সহজ সৰল মৰমীয়াল হয় ।এওঁৰ অভিনয় বহুত ধুনীয়া হয় ।এনেকৈ যাতে তেওঁ জীৱনটো অতিবাহিত কৰি থাকিব পাৰে ।সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰাআজি আমাৰ লাইভ ত অহা কাৰণে বহুত ভাল লাগিল ।
সদায় ভালে থাকক আকৌ অভিনয় জগতত দেখা পাম।
নেত্ৰ কাকা,,, ধন্যবাদ you are great spirit of youngsters 👍🏽👍🏽👍🏽👍🏽
আপোনাৰ অভিনয়ে বিষাদৰ সময়তো মানুহৰ মুখত হাঁহি বিৰিঙাই ❤️ভগৱানে সদায় আপোনাক কোশলে ৰাখে 🙏🙏
বহুত মৰম আৰু শুভকামনা থাকিল আপোনালৈ
ভাল লাগিল মানুহজন দেখি
মানুহজন ভাল লাগে।🙏🙏🙏
Bhal lagil ❤️👍👍👍👍👍
আপোনাক বহুত দিনৰ পিছত দেখা পাই বৰ ভাল লাগিল। আশাঁ কৰো ভগৱানে আপোনাক কুশলে ৰাখক। 😍🤗☺️
Prio manuh jon dehi bohot val lagil... 🙏🙏🙏
Mur ake bare fvt actor...😊Allahe apunak hodai vale rakhok
অতুলনীয় আদৰ্শ । অৰ্থনৈতিক স্বচ্ছলতা, শাৰিৰীক সুস্থতা, সময়ৰ আহ্বান আদি সকলোতে এনেবোৰ কাৰ্যৰ যোগাত্মক অৱদান আছে ।
বহুত ভাল লাগিল বহু দিনৰ মূৰত দেখা পাই
জুনবাইৰ যুগৰ পৰা এতিয়ালৈকে নেত্ৰকাই নেত্ৰকায়ে হৈ আছে ❤️ বহুত ভাল পাওঁ আপোনাক ❤️ সু সাস্থ্য কামনা কৰিলো ❤️
Hoi bahut bhal katha kale,huni bhalpaisu.kisumane aku sidhai belegak beya,kam nakare buliye koi.Thanks.
ভাল লাগিল। সুন্দৰ পদক্ষেপ।
বহুত দিনৰ মূৰত আপোনাক দেখিলো ভাল লাগিল,, সুখী থাকক ভালে থাকক 🙏
সৰুৰে পৰাই প্ৰিয় তেখেত ❤ভগৱানে কুশলে ৰাখক তেখেতক 🙏❤
খুব সুন্দৰ পদক্ষেপ
Sir... Love You Always and God bless yiu Sir 🙏🏻🙏🏻🙏🏻
নেত্ৰ কাই ; সুন্দৰ ।
Apunak dekha paai mon2 bohut Vaal lagil,,, hodai kukhole thakok
উপায় নাই ভাই। বৰকৈ ভাল লাগিল । এনেকুৱাকৈ কাম কৰি খোৱা মোৰো ইচ্ছা। বঢ়িয়া ককাইদেউ।
আপোনাৰ অভিনয় চাই মই খুবেই ভাল পাওঁ। বহু দিনৰ মূৰত দেখিলো আৰু আপোনাৰ কৃষি কৰ্মৰ প্ৰতি থকা উৎসাহ দেখি ভাল লাগিল।
ভাল লাগিল ফাৰ্ম খনৰ দেখি আপোনালোক দেখি আমিয়ু মনত সাহস পাইছো। মোৰ এখন সৰু ফাম আছে
আমি অসমীয়া মানুহবোৰৰ বাবে এইটোয়ে সুযোগ এতিয়া উন্নয়নৰ বাবে আগবঢ়িব হৈ গৈছে ✊🏼
আপোনাৰ কামখিনি দেখি বহু অনুপ্রাণিত হৈছোঁ।
প্রিয় অভিনেতাজনক বাবা মাতায়ে কুশলে ৰাখক তাৰেই কামনাৰে,, বোকাখাতত দেখিছো কেইবাদিনো,, লগ কৰিম অতি সোনকালে আপোনাক🙏
Good job sir 🙏...aponi manuhok hohowabo khikaise aponak vogobane vle kukhole rakhok❤️
Hundor 🙏😇❤
Bohut val lagile Aapunak Eman pusto heldi dikhe 🙏👏
প্ৰিয় অভিনেতা জন
Bohutt Val lagise .. Ami hokolua akeloge agg barhibo lagibo ... Joi AI AXOM
ধন্যবাদ,এই বয়সতো যে তেখেতে বহি সময় অতিবাহিত কৰা নাই। ঈশ্বৰ সহায় হওঁক।
Bor khundor... Bhal lagil enekua news he bhal lage.. kisumn odorkari news dekhuatke...
বহুত ভাল লাগিল দাদা,,, পোৱালি পাম নি
ঈশৰে আশিবাদ কৰক কাইটি ৷
ঈশ্বৰে আপোনাক ভালে ৰাখক,, আপোনাৰ অভিনয় ভাল লাগে ,,আশা ৰাখিছোঁ অভিনয় জগতত আকৌ আপোনাক দেখা পাম ।
নিজেই নিজৰ কামত ব্যস্ত 🤗🤗🤗
ভাল লাগিল