Charaideo-The historic district

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ม.ค. 2025

ความคิดเห็น • 31

  • @TileswarMunda-e7r
    @TileswarMunda-e7r 3 หลายเดือนก่อน

    Bht moja

  • @goutamborgohain4360
    @goutamborgohain4360 4 ปีที่แล้ว +3

    Maja

  • @che-rai-doi--7279
    @che-rai-doi--7279  4 ปีที่แล้ว +6

    ধন্যবাদ সকলোলৈ জনালোঁ, আপোনালোকে মৰম আৰ্শীবাদ কৰিব, আৰু চেনেলটো ভাল পালে Subscribe আৰু চেয়াৰ কৰিব❣️

  • @Mksaikia77
    @Mksaikia77 4 ปีที่แล้ว +4

    Hundor,,,

  • @litulphukon5205
    @litulphukon5205 4 ปีที่แล้ว +3

    val lagil...

  • @polashprotimaditya8331
    @polashprotimaditya8331 4 ปีที่แล้ว +3

    অতি সুন্দৰ।

  • @garimaarandhara8313
    @garimaarandhara8313 4 ปีที่แล้ว +3

    সুন্দৰ হৈছে

  • @JyotiraniNarah24k
    @JyotiraniNarah24k ปีที่แล้ว

    Very interesting video ,we must know about our own assam

  • @bikashmahanta7735
    @bikashmahanta7735 4 ปีที่แล้ว +3

    সুন্দৰ

  • @pritisdehingia
    @pritisdehingia 2 ปีที่แล้ว

    বহুত ভাল লাগিল ৷ধন্যবাদ ইমানবোৰ নজনা কথা জনোৱাৰ কাৰণে ৷👌👍👏💐🙏😊😊

  • @A2Zgamer193
    @A2Zgamer193 4 ปีที่แล้ว +2

    Vl lagil video tu

  • @ankurprotimgogoi3117
    @ankurprotimgogoi3117 4 ปีที่แล้ว +4

    চৰাইদেউবাসী হিচাপে মই গৌৰাম্বিত ।

  • @svlogs8561
    @svlogs8561 4 ปีที่แล้ว +4

    ভাল হৈছে।

  • @hbcreations2617
    @hbcreations2617 4 ปีที่แล้ว +3

    Hundor💕

  • @xanmiholi2993
    @xanmiholi2993 4 ปีที่แล้ว +2

    সুন্দৰ হৈছে...আগুৱাই যোৱা....👍👍

  • @dipankorgohain351
    @dipankorgohain351 4 ปีที่แล้ว +3

    Val lagil kisuman photo olp hunkale hunkale Dia hl olp deri thoka heti valke sini pale hoi

  • @tapanvlogs2696
    @tapanvlogs2696 3 ปีที่แล้ว

    Hundor hoise

  • @PatrollerCop
    @PatrollerCop 4 ปีที่แล้ว +4

    Really Good !! Appreciate the effort and sincerity of your purpose. Applaude 👏👏
    This was much needed !! God Bless You

  • @barshabharadwaj7070
    @barshabharadwaj7070 2 ปีที่แล้ว

    Ahom noholeu kiba ata val lage Ahomr bixoye jani.....love from nalbari ❤️..(Lower Assam)

  • @moyuridevimahanta8354
    @moyuridevimahanta8354 4 ปีที่แล้ว +4

    চৰাইদেউবাসী হিচাপে গৌৰব অনুভৱ কৰোঁ (সাপেখাতীৰ পৰা)

  • @pyosengchowlu5933
    @pyosengchowlu5933 4 ปีที่แล้ว +2

    ভিডিঅ টোৰ বাবে ধন্যবাদ। এটা বিষয় ৰাখিব বিচাৰিছো।চৰাইদেউ জিলাৰ পৰ্য্যটন প্ৰসাৰ আৰু সৌষ্ঠৱ বৃদ্ধি ত অন্য তম গুৰুত্বপূৰ্ণ ভূমিকা থকা এখন গাওঁ হল চলা পথাৰ শ্যাম গাওঁ। সোনাৰী নগৰৰ পৰা পশ্চিম দিশত প্ৰায় ১৫ কি মি দূৰত্ব ত অৱস্থিত এই গাওঁ খনে ভাৰতৰ স্বাধীনতাৰ আগৰ পৰা বিভিন্ন দেশী বিদেশী পৰ্য্যটক আৰু গুণী জ্ঞানী লোকক আকৰ্ষিত কৰি আহিছে। ইয়াৰ বৌদ্ধ বিহাৰ চাবলৈ আৰু বৌদ্ধ তথা তাই খাম য়াং সংস্কৃতিৰ বিষয়ে জানিবলৈ বছৰৰ বিভিন্ন সময়ত অসমৰ বাহিৰ ভিতৰ আৰু বিদেশৰ ছাত্ৰ গৱেষক সকল আহে। ম্যানমাৰ, চীন, লাওচ , কম্বোডিয়া, অষ্ট্ৰেলিয়া, চুইজাৰলেণ্ড, আমেৰিকা, থাইলেণ্ড, দক্ষিণ কোৰিয়া আদি বিভিন্ন দেশৰ অতিথি বছৰটোৰ বিভিন্ন সময়ত লগ পোৱাটো তেনেই সুলভ এই গাওঁত। গাঁওখনৰ নৱপ্ৰজন্মই ইতিমধ্যে ই বিশ্বৰ বিভিন্ন দেশৰ সংস্থা সমুহৰ লগত বিভিন্ন ধৰণৰ সহযোগিতা গঢ়ি তুলি আন্তৰাষ্ট্ৰীয় বুজাপৰা ৰে বিভিন্ন কাম কাজ কৰি আহিছে। এই গাওঁ ৰ অতিথিক লৈ পূর্ব ৰ অবিভক্ত শিৱসাগৰ জিলা প্ৰশাসনে গৌৰৱ বোধ কৰিছিল আৰু বৰ্তমান চৰাইদেউ জিলা প্ৰসাশনেও এই গাওৰ ঐতিহ্য ক সন্মান প্ৰদৰ্শন কৰি আহিছে। নতুনকৈ বনোৱা চৰাইদেউ জিলা পৰ্য্যটন ন ৱেবচাইটত চলাপথাৰ শ্যাম গাওঁক জিলাখনৰ অন্যতম পৰ্যটন স্থলী বুলি উল্লেখ কৰা হৈছে।
    দ্বিতীয় তে চলা সংৰক্ষিত ত বনাঞ্চলৰ সুৰক্ষা আৰু সংৰক্ষণ ৰ দায়িত্ব চলা পথাৰ শ্যাম গাওঁৰ ৰাইজে হাবিখনৰ কাষৰীয়া ৰাইজৰ লগ লগ হৈ নিজে লৈ হাবি খনক চলা গ্ৰাম্য অভয়াৰণ্য হিচাপে ঘোষনা কৰিছে। অসমৰ বাবে গ্ৰাম্য অভয়াৰণ্য এক নতুন ধাৰণা। এই গ্ৰাম্য অভয়াৰণ্য ৰ বিষয়েও চৰাইদেউ জিলা প্ৰসাশনৰ ৱেবচাইটত উল্লেখ আছে। এনে বহু স্থান আছে আমাৰ জিলাখনত যিবোৰৰ বিষয়ে চৰাইদেউ জিলাৰ ওপৰত নিৰ্মান কৰা এনেধৰণৰ ভিজিঅত উল্লেখ থকাটো জৰুৰী। তেতিয়াহে জিলা খনৰ পৰ্যটন উদ্যোগটো আগবাঢ়ি যাব।

    • @che-rai-doi--7279
      @che-rai-doi--7279  4 ปีที่แล้ว

      কোৱাৰ বাবে ধন্যবাদ।।।আমি ইতিমধ্যে আপোনালোকৰ ঠাইডোখৰ এইবছৰৰ শেষৰফালে অনাৰ কথা চিন্তা কৰি আছিলোঁ।।।দুই-চাৰিজনৰ লগত কথাও পাতিছো সেই অঞ্চলৰ ব্যক্তিসকলৰ লগত কথা পাতিব কৈছিলোঁ।।যিনহওঁক ইতিবাচক সঁহাৰিৰ বাবে ধন্যবাদ আপুনিও যদি সঁহাৰি জনাই নিশ্চিতৰূপত আমাৰো সহায় হব বুলি মই ভাবো।।
      7002499015 মোক আপুনি এই নৱম্বৰত যোগ-যোগ কৰিব পাৰিব।।

    • @pyosengchowlu5933
      @pyosengchowlu5933 4 ปีที่แล้ว

      মোৰ কথাখিনি ধনাত্মক ভাৱে লোৱাৰ বাবে আৰু চলা পথাৰ শ্যাম গাওক সাঙুৰি লোৱা বাবে ধন্যবাদ। আহিব। আন্তৰিকতাৰে আমন্ত্ৰণ জনালো। সহযোগ কৰিম ১০০ শতাংশই। মাত্ৰ অহাৰ আগতে জাননী দিব।

  • @ArunaBorah-x3k
    @ArunaBorah-x3k 2 หลายเดือนก่อน

    চৰাইদেউবাসী হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ সাপেখাতীৰ পৰা

  • @woman178
    @woman178 ปีที่แล้ว

    Assamr buranjir ullekhjogya sthan

  • @satrughnagogoi1028
    @satrughnagogoi1028 2 ปีที่แล้ว

    Ahumor Assamese cinama bonabo nuwarine

  • @peetychetia9519
    @peetychetia9519 3 ปีที่แล้ว +1

    Charideo জিলাখনৰ কিছুমান কথা জানিব পাৰিলো আপোনাৰ video জৰিয়তে আগলৈ video পাম বুলি আশা কৰিলোঁ

  • @dgallinoneassam9069
    @dgallinoneassam9069 4 ปีที่แล้ว +3

    সুন্দৰ

  • @monalishadhekialphukan620
    @monalishadhekialphukan620 2 ปีที่แล้ว

    সুন্দৰ