ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
A tour to the historical city - Sivasagar অনুষ্ঠানটোত আত ধৰা শ্যামকামানু মহন্ত দেৱে জিকিৰ- জাৰিৰ শ্ৰষ্টা আজান পিৰ বা আজান ফকীৰৰ অসমলৈ আহোম ৰজা প্ৰতাপ সিংহ(চ্যুচেংফা) দিনত অহা বুলি প্ৰায়ে কৈ আছে। কিন্তু আমি দশম শ্ৰেণীৰ কিতাপ পোৱা অনুসৰি আজান পিৰ গদাধৰ সিংহৰ ( চ্যুপাত্ফা) শাসত কালত অসমলৈ আহিছিল। মহন্ত ডাঙৰীয়াই প্ৰতাপ সিংহ দিনত অহা কোৱা কাৰণটো জনালে আমাৰ সকলোৰে লাগি থকা খেলি- মেলি বোৰ নোহোৱা হ'ব বুলি আশা কৰিলো । ধন্যবাদShyamkanu Mahanta Prag News
Val lagil
Amar Lan- mak- khru familyrVal lagil sai
A tour to the historical city - Sivasagar অনুষ্ঠানটোত আত ধৰা শ্যামকামানু মহন্ত দেৱে জিকিৰ- জাৰিৰ শ্ৰষ্টা আজান পিৰ বা আজান ফকীৰৰ অসমলৈ আহোম ৰজা প্ৰতাপ সিংহ(চ্যুচেংফা) দিনত অহা বুলি প্ৰায়ে কৈ আছে। কিন্তু আমি দশম শ্ৰেণীৰ কিতাপ পোৱা অনুসৰি আজান পিৰ গদাধৰ সিংহৰ ( চ্যুপাত্ফা) শাসত কালত অসমলৈ আহিছিল। মহন্ত ডাঙৰীয়াই প্ৰতাপ সিংহ দিনত অহা কোৱা কাৰণটো জনালে আমাৰ সকলোৰে লাগি থকা খেলি- মেলি বোৰ নোহোৱা হ'ব বুলি আশা কৰিলো ।
ধন্যবাদ
Shyamkanu Mahanta
Prag News
Val lagil
Amar Lan- mak- khru familyr
Val lagil sai