।।ভোৰতাল নৃত্য।।পৰিচালনা:-গুনীন্দ্ৰ নাথ ওজা,শংকৰদেৱ কলাক্ষেত্ৰ, বৰপেটা ।।

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ก.ย. 2024

ความคิดเห็น • 26

  • @miradeka6144
    @miradeka6144 2 ปีที่แล้ว

    অতি সুন্দৰ বাপ ।দেহ মন জুৰ ‌পৰি যায় । কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

    • @guninojah7483
      @guninojah7483  2 ปีที่แล้ว

      ধন্যবাদ কৃষ্ণ কৃষ্ণ।

  • @renuchoudhury5044
    @renuchoudhury5044 2 ปีที่แล้ว

    অতি সুন্দৰ পৰিবেশন তোমাৰ মধুৰ কন্ঠত আৰু সুন্দৰ হৈ উঠিছে কৃষ্ণ

  • @himanibanikya8168
    @himanibanikya8168 ปีที่แล้ว

    কবৰ কাৰনে ভাষা নাই বাপ krishna ❤❤❤❤❤❤❤❤🙏🙏🙏

  • @shyamalvlogs2486
    @shyamalvlogs2486 3 ปีที่แล้ว +1

    মজা

  • @gautamdas7491
    @gautamdas7491 3 ปีที่แล้ว +1

    অতি সুন্দৰ।নাও খেলৰ গীত আশা কৰিলো।

  • @prasannagayan3844
    @prasannagayan3844 4 ปีที่แล้ว

    অতি সুন্দৰ হৈচে ভাল লাগিল চাই👌👌👌😍😍👏👏

  • @ৰেঙণিআশাৰ
    @ৰেঙণিআশাৰ 4 ปีที่แล้ว

    অতি সুন্দৰ ৷আপোনাৰ সুমধুৰ কণ্ঠই মন্ত্ৰ মুগ্ধ কৰিলে ৷বাৰে বাৰে শুনিলেও হেঁপাহ নপলায় ,আমনি নালাগে ৷

  • @helendas2587
    @helendas2587 4 ปีที่แล้ว

    ভোৰতাল নৃত্য টো চাই বহুত ভাল লাগিল

  • @suagmonimahanta4970
    @suagmonimahanta4970 4 ปีที่แล้ว

    বৰ সন্তোষ পালোঁ গুনীন দা।🙏🙏🙏✌️✌️✌️

  • @dharmendradasvreegu39
    @dharmendradasvreegu39 4 ปีที่แล้ว

    বহুত ভাল হৈছে বাপ,,,, আগলৈ এনেধৰণৰ ভিডিও পাম বুলি আশা থাকিল,,,, বৰপেটাৰ সকললো ধৰণৰ অনুষ্ঠানৰ ভিডিও দিবচোন ,,,

  • @_star_gaming_1555
    @_star_gaming_1555 4 ปีที่แล้ว

    সুন্দৰ হৈছে

  • @rodalibhaskarshandilya4856
    @rodalibhaskarshandilya4856 4 ปีที่แล้ว

    বৰ ভাল পালো🙏🙏🙏🙏🙏🙏