গুজৰাটৰ কোম্পানী চাকৰি এৰি নিজৰ ঘৰ মাটিত ব্ৰয়লাৰ ফাৰ্ম কৰি স্বাৱলম্বী এজন যুৱক। Broiler Farming

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024
  • বৰ্তমান অসমত যি হাৰে নিবনুৱাৰ হাৰ বৃদ্ধি পাই আছে এই সমস্যাৰ সমাধানত আমি চৰকাৰ বা চৰকাৰী চাকৰিৰ আশাত নাথাকি কৃষি কৰ্ম বা ফাৰ্মৰ লগত জঢ়িত হৈ স্ব-নিৰ্ভৰশীল ভাবে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিম। আমাৰ এই গোটৰ প্ৰধান উদ্দেশ্য হল আমি কি ভাবে আধুনিক প্ৰক্ৰিয়াৰে ফাৰ্ম কৰি আগুৱাই যাব পাৰোঁ তাৰে বিষয়ে আলোচনা,লগতে সৰু সৰু Tips দিব চেষ্টা কৰি আহিছোঁ। যাতে আমাৰ ফাৰ্মাৰ সকলে পালন কৰা কুকুৰাৰ উচিত মূল্যৰ পোৱা যায় আৰু আধুনিক ভাবে ফাৰ্ম কৰি স্বাৱলম্বী হব পাৰিব বুলি মই ভাবো ।
    সেয়েহে আমি সকলোৱে মিলি আমাৰ ফাৰ্মাৰ সুবিধা বাবে Techno Farming নামৰ TH-cam channel টোত যোগদান কৰি গোটৰ সদস্য হোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আপোনাৰ লগতে আন ১০ জনো এই Video চাই স্ব-নিৰ্ভৰশীল ভাবে নিবনুৱা সমস্যা সমাধান কৰিব পৰাকৈ মোৰ Video সমূহ Share কৰি দিব বুলি আশা কৰিলো। ধন্যবাদ।
    পিঞ্জৰা পদ্ধতিৰ ফাৰ্মৰ লাভালাভ সমূহ :
    ১।Cage farming বা পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফলীয়া পতান বা ভূছিৰ ব্যবহাৰ নহয়। যাৰ ফলত ভূছিৰ অতিৰিক্ত খৰচ সমূহ নোহোৱা হৈ পৰে।
    ২। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত অধিক হাৰত মূৰ্গীৰ placement কৰিব পৰা যায় (০.৯ বৰ্গফুট প্ৰতি মূৰ্গী)। যাৰ দ্বাৰা কম ঠাইতে অধিক মূৰ্গী পালন কৰি অধিক লাভ আদায় কৰিব পৰা যায়।
    ৩। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফাৰ্মাৰ বা কৃষক জনৰ কষ্ট কম হয়। ভূছি ৰেকিং কৰিব লগীয়া নহয় আৰু ফাৰ্মত অ'ত' দ্ৰিংকাৰ (auto drinker) সংস্থাপনৰ ফলত পানীৰ নাটনি নহয়।
    ৪। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ ক্ষেত্ৰত heat stroke অৰ্থাৎ গৰমৰ পৰা হোৱা মৰ্টেলিটী ৰোধ কৰিব পৰা যায়।
    ৫। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ তুলনামূলক ভাৱে পৰিস্কাৰ হৈ থাকে আৰু তাৰ ফলত বিভিন্ন মাৰাত্মক বেমাৰ যেনে CRD, IBD, RD আদিৰ পৰা তুলনামূলক ভাৱে হাত সাৰি থাকিব পাৰি।
    ৬। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ এমনিয়াৰ গেছৰ মাত্ৰা বহুপৰিমানে কমি যায় যাৰ ফলত ফাৰ্মৰ মূৰ্গী সমূহৰ স্বাস্থ্য ভালে থাকে আৰু ওজন সোনকালে বৃদ্ধি পায়।
    ৭। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ ত ভেকুৰ জাতীয় বেমাৰ যেনে - aspergillosis , aflatoxicosis আদিৰ পৰা হাত সাৰি থাকিব পৰা যায়।
    ৮। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফাৰ্মাৰ জনৰ কামৰ পৰিমান হ্ৰাস পায় , কাম কৰা মানুহৰ প্ৰয়োজন হ্ৰাস পায় আৰু বেছিকৈ চাপৰি কাম কৰিব লগীয়া নোহোৱাৰ ফলত ফাৰ্মাৰজনৰো স্বাস্থ্য ভালে থাকে।
    ৯। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ চৰাইবোৰ মাটিৰ পৰা ওপৰত থাকে বাবে ফাৰ্মৰ বতাহ চলাচলত সুবিধা হয়।
    ১০। বানপিড়ীত অঞ্চল সমূহৰ বাবে পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ অত্যন্ত সুবিধাজনক। এনেধৰনৰ ফাৰ্ম সমূহক বানপানীয়ে ক্ষতি কৰিব নোৱাৰে
    ১১। এনেধৰণৰ ফাৰ্ম সমূহত পানী আৰু পানীৰ পাত্ৰ সমূহ সদায় পৰিস্কাৰ হৈ থাকে যিহেতু ভূছি আদি নাথাকে।
    ১২। জোতা চেন্দেল বা এনেধৰণৰ অন্য সামগ্ৰীৰ পৰা হ'ব পৰা সংক্ৰমন কম হয়।
    ১৩। Shead ready ত ৰৈ যোৱা অনাকাংক্ষিত আসুৱাহ সমূহৰ প্ৰভাব প্ৰতক্ষভাবে মূৰ্গীৰ ওপৰত নপৰে।
    Cage farming বা পিঞ্জৰা পদ্ধতিৰ বিষয়ে সবিশেষ জানিবলৈ PREMIUM CHICK FEEDS P LTD ৰ চুপাৰভাইজাৰ অথবা ব্ৰাঞ্ছ মেনেজাৰৰ লগত যোগাযোগ কৰক।
    BICHITRA NARAYAN
    8486262297
    #technofarming
    #cagefarming
    #poultryfarming
    Low cost model with high benefit
    Premium Chick Feeds Pvt Ltd
    Bichitra Narayan 8486262297

ความคิดเห็น • 47

  • @BabulGogoi-ej2ee
    @BabulGogoi-ej2ee 11 หลายเดือนก่อน

    Good job

  • @mintutalukdar9619
    @mintutalukdar9619 ปีที่แล้ว

    Val. Lagil. Dada.

  • @rashensarkar2936
    @rashensarkar2936 ปีที่แล้ว

    Dada video ta valo laglo

  • @hemantagogoi2427
    @hemantagogoi2427 ปีที่แล้ว

    Bohut val lagil dada video2 sai

  • @pankajgogoi5395
    @pankajgogoi5395 ปีที่แล้ว

    Very good very very nice thank you so much beautiful 💕💕💕

  • @madhudas3316
    @madhudas3316 ปีที่แล้ว

    Val lagise

  • @BhaigyashriHazarika
    @BhaigyashriHazarika ปีที่แล้ว

    Drinkar stand dal kihot bohaise dada

  • @ilovemomdad4342
    @ilovemomdad4342 ปีที่แล้ว

    Moi rangiyar pora koi aso

  • @sanjibdas7080
    @sanjibdas7080 ปีที่แล้ว +1

    দাদা চাং ফাৰ্মত কিমান দিনৰ পিছত ভুচি আতৰ কৰি চাংত পোৱালি এৰি দিব পাৰি জনাবচোন। ধন্যবাদ।।

  • @abhikashyapofficial4181
    @abhikashyapofficial4181 ปีที่แล้ว

    Val lagile dada

  • @ilovemomdad4342
    @ilovemomdad4342 ปีที่แล้ว

    Dada moro akhan faram ase moi vabiso moio sang bonam buli

  • @bharathazarika8722
    @bharathazarika8722 ปีที่แล้ว

    Farmor dighol nd Bohol kiman

  • @falafalivlogs
    @falafalivlogs ปีที่แล้ว

    Dada nalbari t production kre ne apunaloke

  • @TheMSvlog2021
    @TheMSvlog2021 ปีที่แล้ว

    Toko pat kot pam aru kenekoi jonabo sun. Toko pat r bikhoi loi eta video bonaok.
    Premium chicks feed company logot kenekoi jugajug hobo parim?
    Mur sonitpur district

  • @surajpiggerycompositefarm-4932
    @surajpiggerycompositefarm-4932 ปีที่แล้ว

    Dhemaji t apunalukar branch ase neki

  • @dushmantabora2627
    @dushmantabora2627 ปีที่แล้ว

    ভাল লাগিল 💞💞💞💞

  • @ajaanchoudhury944
    @ajaanchoudhury944 ปีที่แล้ว

    Kamrup Rural ত আছে নেকি Premium Chicks ?

  • @goubinchetry9924
    @goubinchetry9924 ปีที่แล้ว

    Dada ata poriyal solibo holee minimam kiman capacity farm koribo lgibo

  • @sunilsunilkhanikar7922
    @sunilsunilkhanikar7922 ปีที่แล้ว

    Sivsagor t aseniki branch..

  • @prasantabora5743
    @prasantabora5743 ปีที่แล้ว

    love from torani

  • @monjitadutta101
    @monjitadutta101 ปีที่แล้ว

    Good job 👍

  • @kamaldeka6251
    @kamaldeka6251 ปีที่แล้ว

    Jorhat district
    Mariani kiy najay ei company 2
    Company contact person number dib son

  • @binaynath2457
    @binaynath2457 ปีที่แล้ว

    Love from mirza

  • @cricketdiary4769
    @cricketdiary4769 ปีที่แล้ว

    Tinsukiat branch khulak sir...
    Apunar video khub saw khub vhal lage video sai...apuni tsk Kam start korile vhal hoisil.......ami primium chicks feed tsk khub hunlake ahibo buli khub akhabadi

  • @bdsupportassam
    @bdsupportassam ปีที่แล้ว

    দাদা 1000 ব্ৰইলাৰ পুহিব বাবে ঘৰটোৰ কেনেকৈ নিৰ্মাণ কৰিব লাগিব অলপ জানাব নেকি? ঘৰটোৰ দিঘল আৰু বহল কিমান size ৰ হ'ব লাগিব।

  • @bishwadutta2428
    @bishwadutta2428 ปีที่แล้ว

    Dada apunaluka kot kot fram Dea jonabo sun

  • @Himakshriboraa
    @Himakshriboraa ปีที่แล้ว

    Sir cage farmr record book khon show koribo sun

  • @djdev4778
    @djdev4778 ปีที่แล้ว

    Sir amr bari malda te . Ami apnader company er ekta farmar .
    Amaro Cage farm a6e .. ektu kotha boltam apnar sathe.. sir jodi number ta diten ektu apnar 🙏🙏

  • @ilovemomdad4342
    @ilovemomdad4342 ปีที่แล้ว

    Apuni mok call koribo neki kisoman kotha janiba parim apunar pora

  • @kishorbaruahkishorbaruah6222
    @kishorbaruahkishorbaruah6222 ปีที่แล้ว

    আপোনাৰ nambar tu pam neki muru farm ase

  • @pkd5574
    @pkd5574 ปีที่แล้ว

    Dada nombr to deok

  • @tuntunhazarika113
    @tuntunhazarika113 ปีที่แล้ว

    Dada apna contact no tow dik sun

  • @dailygaon8447
    @dailygaon8447 ปีที่แล้ว

    Farm khon ki mnn lombaa

  • @mithusarma2097
    @mithusarma2097 ปีที่แล้ว

    Dada Jorhat teokt t pam na aitu company

  • @deepakdas6821
    @deepakdas6821 ปีที่แล้ว

    Dada moi korim buli bhavisu
    Apuni help koribo dada

  • @apnapoltryfarm3878
    @apnapoltryfarm3878 ปีที่แล้ว

    Hindi me video Bano

  • @prasantabora4735
    @prasantabora4735 ปีที่แล้ว

    ছাৰ মোৰ ঘৰ গোলাঘাট ।মই আপোনাৰ ভিদিঅ চাই অহা মাহত মাটিৰ পৰা ছাং বনাম ।আপোনাৰ ভিদিঅ মই সদায়ে চাও ।বহুত নজনা কথা জানিব পাৰিছো ।বতমান সময়ত প্ৰাইম কোম্পানী পোৱালী লৈ আছো ।আগলৈ আপোনাৰ দিহা পৰামৰ্শ আশা কৰিলো ।

  • @bimalbarman9017
    @bimalbarman9017 ปีที่แล้ว

    Dada apunar mobile number2 dibosun

    • @bijitborah5326
      @bijitborah5326 ปีที่แล้ว

      গোলাঘাট জিলাত আপুনি থাকিব লাগিছিল

  • @mustafizurrahman4925
    @mustafizurrahman4925 ปีที่แล้ว

    Good job