আঞ্জাত হালধি,নিমখ বা মছলা বেছি হ'লে কি কৰিব ? EP: 2 Santa Sharma

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • শান্তা শৰ্মাৰ হাতৰ বৃন্দাবনী ভোগৰ সোৱাদে আবেগিক কৰিছিল বিচাৰকক...
    বাঁহৰ চুঙাৰ মাংস, পঁইতা ভাতৰ সোৱাদ চিনি পালে বিশ্বই...
    শান্তা শৰ্মাৰ TH-cam Channel ৰ link
    / @santasarmah6104
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #baartalaap #chakrapaniparashar #assam #masterchef #nayanjyotisaikia #trending #santasarmah

ความคิดเห็น • 307

  • @jinaborgohain1909
    @jinaborgohain1909 ปีที่แล้ว +43

    সচাঁকৈয়ে আজিৰ অনুষ্ঠানটো চাই ভাল লাগিল । শান্তা শৰ্মা অসম অসমীয়াৰ এগৰাকী লক্ষিমী বোৱাৰী । বাৰ্তালাপ সদায়ে প্ৰিয় ।

  • @expolresomethingelse8865
    @expolresomethingelse8865 ปีที่แล้ว +42

    What a personality ❤️
    শান্তা শৰ্মা বাইদেউ। ইমান ধুনীয়াকৈ নিজক presentation কৰিব পাৰে... কথা কোৱাৰ শৈলী ৱাহ 🙏🏻❤️❤️

  • @niruborah1823
    @niruborah1823 ปีที่แล้ว +62

    হাঁহিমুখীয়া শান্তা শৰ্মা ৰন্ধাত যেনেদৰে পাকৈত কথাকোৱাতো এটা সুন্দৰ শৈলি আছে শুনিলে শুনি থাকিবৰ মন যায়।

  • @monditabora7534
    @monditabora7534 ปีที่แล้ว +176

    Nayanjyoti Saikia u lage adin.......bki bartalap hodai priyo ❤️

  • @dikshitasaikia6119
    @dikshitasaikia6119 ปีที่แล้ว +27

    We want Nayanjyoti Saikia as well. Please bring him on Bartalap 🥰🥰

  • @minotichetia9972
    @minotichetia9972 ปีที่แล้ว +18

    খুউব ভাল লাগিল ।ইমান সুন্দৰ কথন শৈলী। ইমান সময় চাই থাকিও আমনি নেলাগিল।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 ปีที่แล้ว +116

    ৰন্ধন শৈলীৰ কথা বাদেই তেখেতৰ বক্তব্য শৈলী অতি মোহনীয়।

    • @barashaborah6929
      @barashaborah6929 ปีที่แล้ว

      hosai de ba goraki kotha bur huni eman vl lge kotha bur huni thakileu amoni nlge

    • @rinidas9124
      @rinidas9124 ปีที่แล้ว

      @@barashaborah6929 you

  • @arunbani
    @arunbani ปีที่แล้ว +9

    এই সাক্ষাৎকাৰটিৰ 2 nd part ৰ বাবে অপেক্ষাত আছিলোঁ। শান্তা শৰ্মা ! 💚 আপুনি যেন অতি সোনকালেই বাকী ৰোৱা সপোনবোৰ সাকাৰ কৰিব পাৰে - আপোনাৰ অনুৰাগীৰ এয়াই আন্তৰিক কামনা। MasterChef India ২০২৩ ৰ প্ৰতিটো খণ্ডতে আপুনি 'অসম' ক লগত লৈ আগবাঢ়িছিল।কিমান যে আহ্লাদিত হৈছিলোঁ national tv ত অসমক জিলিকি উঠা দেখি! অসমত বুকুত কঢ়িয়াই লৈ ফুৰা মানুহগৰাকী,আপোনাৰ সাফল্য নিশ্চিত। আগবাঢ়ক সপোন পূৰণৰ দিশে।💌 (নয়নজ্যোতি শইকীয়াৰ সাক্ষাৎকাৰৰ বাবেও অপেক্ষা কৰিম।)

  • @ParulMoranchetia-uo6mh
    @ParulMoranchetia-uo6mh ปีที่แล้ว +4

    মানুহৰ ব্যক্তিত্বই আচল পৰিচয়।ইমান ধুনীয়াকৈ সহজ সৰলকৈ বুদ্ধিৰে হাহি মুখুৰে কথাবোৰ কয়।শুনি থাকিবলৈ মন য়ায়।আগুৱাই যাওঅক তাৰে কামনাৰে

  • @HIRANMOYBORUAH
    @HIRANMOYBORUAH ปีที่แล้ว +34

    মইও ভাবিছিলো যে ১ ঘণ্টা মানে এক ঘন্টাই নে, নে কেমেৰাৰ পাছত বেছি দিয়ে! এই খণ্ডটোও ভাল লাগিল দেই।
    দাদা, আপোনাৰ পদক্ষেপটো শলাগিছো।

  • @Adi_1701
    @Adi_1701 ปีที่แล้ว +10

    খুব ভাল লাগিল❤❤
    আচলতে সৰলতাই মানুহক আকৰ্ষণ কৰে যাৰ বাবে প্ৰতিটো কথা ইমান স্বতস্ফূট আৰু আত্মবিশ্বাসী।।
    আগুৱাই যাওক শুভেচ্ছা অলেখ🎉❤

  • @arunavburagohain1687
    @arunavburagohain1687 ปีที่แล้ว +3

    নাৰীয়ে অধিকাৰ পোৱা নাই, নাৰী কেৱল পাকঘৰতেই সোমাই থাকিব লাগে কিন্তু এটা কথা মন কৰিব কোনো কামত নাৰী-পুৰুষ বুলি নাথাকে শুদ্ধ মনে শুদ্ধ চিত্তে যদি কোনো কামত আগ বাঢ়ে তেওঁ সফল হ'বই, আপুনি যে আজি বহুতৰ বাবে আদৰ্শ হৈ ৰৈছে,পাকঘৰত সোমাই থাকি থাকি একো কৰিব নোৱাৰো বুলি কোৱা সকলক কৈছোঁ চাওক আপোনালোকৰ হাতত ৰন্ধনৰ এক যাদু আছে যদি ইচ্ছা কৰে সেই ৰন্ধন যাদুৰে কিন্তু পৃথিৱী জয় কৰিব পাৰে বাইদেউৰ দৰে

  • @kuntalamalakar1005
    @kuntalamalakar1005 ปีที่แล้ว +2

    অনুষ্ঠানটো বহুত ভাল লাগিল । সুন্দৰ আকৰ্ষণীয় ব্যক্তিত্বৰ শান্তা শৰ্মালৈ বহুতো শুভ কামনা থাকিল

  • @manjirachowdhury667
    @manjirachowdhury667 ปีที่แล้ว +2

    শান্তা শৰ্মা এগৰাকী খাঁটি অসমীয়া সহজ সৰল ছোৱালী। ভগৱানে তোমাৰ মঙ্গল কৰক। আকৌ মাতিবা দেই মৰমৰ @Chakrapani Parasar! সাক্ষাৎকাৰটো চাই মন ভৰি গ'ল। ❤👌🤞👏👏👏

  • @TanayaK
    @TanayaK ปีที่แล้ว +2

    She is soo well spoken love her personality and her simplicity.. she seem beautiful inside out ❤️❤️❤️❤️❤️proud of her

  • @minaakshipoojariphukoon8817
    @minaakshipoojariphukoon8817 ปีที่แล้ว +7

    SANTA SHARMA..has become a star..so simple..so clear..and host also so nice

  • @dharjensaikia9367
    @dharjensaikia9367 ปีที่แล้ว

    অসমৰ এগৰাকী হুগৃহিনী আৰু বৰ সহজ সৰল লখিমী বোৱাৰী। তেখেতৰ বাৰ্তালাপ বৰ ধুনীয়া। আমাৰ বৰ্তমানৰ বেছি সংখ্যক মহিলাই এনেদৰে সুন্দৰকৈ বক্তব্য ৰাখিব নাজানে। সমস্ত কথাবোৰ জানি খুব আনন্দিত হৈছো। ভগৱানে সকলোকে ভালে কুশলে ৰাখক, এয়ে প্ৰাৰ্থনা।

  • @tulumonigogoi59
    @tulumonigogoi59 ปีที่แล้ว +1

    বহুত ভাল লাগিল । শান্তা শৰ্মা ইমান অমায়িক মাত কথা ইমান ভাল শুনিলে শুনি থাকিব মন যায় ভগৱানে তোমাৰ মঙ্গল কৰক সদাই এনেদৰেই থাকিবা ।

  • @ilabora7943
    @ilabora7943 ปีที่แล้ว +1

    মনে বিছৰা অনুস্থান এটা ছাবলৈ পাই ভাল লাগিল । এই খেত্ৰত মই নিজেও বৰ আগ্ৰহী । বিভিন্ন ধৰনেৰে ৰান্ধি লোকক খুৱাই ভাল পাওঁ।সান্তা শৰ্মা ৰ সৰলতা খিনি ভাল লাগিল। বহুত ধন্যবাদ জনালো ।

  • @dimpibora6436
    @dimpibora6436 ปีที่แล้ว +1

    বাৰ্তালাপ সদায় প্ৰিয়।বহুত ভাল লাগিল শান্তা বাইদেউক কথা খিনি শুনি। নয়ন জ্যোতি ক মাতিবচোন

  • @suvadrasutradhar2787
    @suvadrasutradhar2787 ปีที่แล้ว +5

    সঁচাকৈ বহুত ভাল লাগিলে বাৰ কথা খিনি শুনি আৰু যেন শুনি এই থাকিম লাগি থাকিলে আমনি নালগিলে চাই ❤️💞💞

  • @nangarundhatihandique6961
    @nangarundhatihandique6961 ปีที่แล้ว +3

    Eman dhunia k kotha khini koi gol, ru olop hunibole mon asil❤❤❤ Dhanyabad Baartalaap.

  • @drpunamsharma4228
    @drpunamsharma4228 ปีที่แล้ว

    প্ৰতিযোগিতা ত জয়ী হোৱাটো অত্যন্ত সুখৰ খবৰ। কিন্তু তাৰ লগতে শান্তা শৰ্মা এগৰাকী নিজৰ শিপাৰ লগত জড়িত সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী গৃহিনী।

  • @bondanadas7407
    @bondanadas7407 ปีที่แล้ว +2

    বাইদেউ কথা বাৰ্তা খিনি খুব নম্ৰ আৰু ভাল মনৰ অধিকাৰী যেন অনুভৱ হৈছে।। তেখেতৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।।❤❤🙏🙏

  • @punyamjbora7234
    @punyamjbora7234 ปีที่แล้ว

    ভাল ৰান্ধনী হিচাপে টো তেওঁ স্বীকৃতি পাইছেই মোৰ মতে তেওঁ খুউব ভালদৰে কথা কব জানে । ভাল লাগিল সহজ সৰল কিন্তু শক্তিশালী নাৰী

  • @babitadas2630
    @babitadas2630 ปีที่แล้ว +19

    ৰাতিপুৱাই পুৱাই আপোনালোকৰ অনুষ্ঠান চালোঁ , বহুত বেছি ভাল লাগিল । 🙏🙏

  • @navajyotisaikia6698
    @navajyotisaikia6698 ปีที่แล้ว +1

    অনুষ্ঠানটো চাই খুবেই ভাল লাগিল।ইমান ধুনীয়াকৈ কথা খিনি উপস্থাপন কৰিছে খুবেই ভাল লাগিল।।।

  • @TanayaK
    @TanayaK ปีที่แล้ว +1

    Video tur babe thank you bohut bhal lagile Santa baidow ahile buli❤️❤️❤️❤️❤️😍😍😍😍

  • @tanayachutia8671
    @tanayachutia8671 ปีที่แล้ว +4

    নয়নয্যোতি শইকীয়া আৰু শান্তা শৰ্মা একে লগতে পোৱা হ'লে বেছি ভাল লাগিল হয়

  • @bobitabaruah9830
    @bobitabaruah9830 ปีที่แล้ว

    বৰ ভাল লাগিল সুন্দৰ কথাখিনি জানি শুনি আপ্লুত হলো। শান্তা শৰ্মা লৈ আন্তৰিক অভিনন্দন জনালোঁ ❤🎉

  • @renuborah8910
    @renuborah8910 ปีที่แล้ว +4

    Santa mam apunar voice tu so sweet kothabur hunile huni thakibo mon jai

  • @prakitishgogoi4103
    @prakitishgogoi4103 ปีที่แล้ว

    খুওব সুন্দৰ। বহুত ভাল লাগিল।বাইদেউ ৰ ব্যক্তিত্ব অতুলনীয় 🙏

  • @lijabhuyan2131
    @lijabhuyan2131 ปีที่แล้ว

    Hridoy sui gol💝🤗xosai kunu flr pora kunu gune kom💝💝anekwa lgise jen kst bohai ure jibon ktha xuni jm😍😍😊

  • @manibankalitanath3648
    @manibankalitanath3648 ปีที่แล้ว +1

    অতিপাত ভাল লাগিল দেই 👌
    কথা আৰু হাহিঁটি,,, খুবেই মৰমলগা ব্যক্তিত্ব তেখেতৰ 🙏

  • @purveekalita8092
    @purveekalita8092 ปีที่แล้ว +1

    Eman dhunia personality..kotha bur xunile xunile thakibo mon jai

  • @rupanjalibordoloi4986
    @rupanjalibordoloi4986 ปีที่แล้ว +6

    ৰন্ধাই নহয় শান্তা এগৰাকী সাদৰী বোৱাৰীও।কথা বতৰাও বৰ নম্য।তেখেতৰ প্ৰতিটো সাক্ষৎকাৰে চাও ।

  • @hiraktezpur3420
    @hiraktezpur3420 ปีที่แล้ว

    Manuh goraki emn simple ....bht val lagil ....moiu bonai val ppua manuh so baidow r logt joritto vedio hokolu sam ...aru bartalap mur otikoi priyo ...

  • @Sankarjitcreation
    @Sankarjitcreation ปีที่แล้ว

    গৃহিনীসকলে একো নাজানে বুলি আপোনাৰ দৰে ঠৈক মনৰ মানুহে কয় । এজন চাকৰিয়ালতকৈ 100 গুণ কষ্ট কৰে গৃহিনীসকলে।

  • @kobitakalita8308
    @kobitakalita8308 ปีที่แล้ว +1

    Bohut vl lagil video to sai baideur kotha bor huni emn vl palu bhakhare bujabo nowarim Chacrapani da k bohut bohut dhanyawad baideuk amontron kora babe 🙏🏻🙏🏻❤️❤️❤️

  • @paparidekaofficial
    @paparidekaofficial ปีที่แล้ว

    তেখেত কেৱল এগৰাকী ভাল chef নহয় .. সহজ সৰল, খুব মৰমীয়াল, খুব confident এগৰাকী মহিলা। আৰু এইয়া তেখেতৰ কথনশৈলীত খুব ধুনীয়াকৈ প্ৰকাশ পাইছে। বহুত বেছি ভাল লাগিল এই খণ্ডটি চাই। চাৰিবাৰ চালো এতিয়ালৈকে😀। তেখেতক চাই এনেকুৱা লাগিছে,ক'ৰবাত লগ পাব পাৰিলে🥰🥰!!!! ৰন্ধাৰ প্ৰতি দূৰ্বলতাটো আছে কাৰণেই নেকি কিবা বেছিয়েই আপোন আপোন লাগিল🥰🥰।
    আৰু চক্ৰপাণি দাক বহুত বহুত ধন্যবাদ দেই😊 আপোনাৰ কথাবোৰ খুব ভাল লাগে।
    love from Nalbari🥰🥰🥰.......

  • @babitahazarika4970
    @babitahazarika4970 ปีที่แล้ว +1

    Santa sarma kotha hunile huniye thakibo mon Jai bohut innocent hoi aaru besi val lage

  • @hiramedhi8731
    @hiramedhi8731 ปีที่แล้ว

    Bahut val lagil Baidew....Aponar kathabor xuni thakibor mon jai....

  • @sharmarumi
    @sharmarumi ปีที่แล้ว

    Pratitu task ot jiman possible ximan santa i assam r dish k prastut korise. Eman Assamese cuisine bonaise aru all over india r aagot sinaki koraise aamar Assamese cuisine k. So, bohut bohut dhanyawad santa loi.

  • @sunishakalita3615
    @sunishakalita3615 ปีที่แล้ว

    Khub bhal lagil tekhetr personality. Specially tips keita.

  • @simantadeka1191
    @simantadeka1191 ปีที่แล้ว +3

    সুন্দৰ অনুস্থান..বহুত ভাল লাগিল

  • @juliranisarmajuli5031
    @juliranisarmajuli5031 ปีที่แล้ว

    বৰ ভাল লাগিল দেই অনুষ্ঠানটি চাই, ইমান ধুনীয়া আৰু মৰম লগা কৈ কথা খিনি কৈছে তেওঁ, অভিনন্দন জনালোঁ তেঁওক।

  • @nayanmoniborchetia5634
    @nayanmoniborchetia5634 ปีที่แล้ว +2

    খুব ভাল লাগিল অনুষ্ঠানটো চাই ।

  • @jimidas7050
    @jimidas7050 ปีที่แล้ว +1

    মাত আৰু কথা বৰ ধুনীয়া ❤️

  • @dipanjalikakoty7328
    @dipanjalikakoty7328 ปีที่แล้ว +4

    শান্তা শমালৈ অভিনন্দন জনালো।তেখেতৰ কথা কোৱাৰ শৈলী বহুত ভাল লাগিল।তেও আৰু আগুৱাই যাওক,শুভকামনা যাচিলো

  • @Rimadutta.
    @Rimadutta. ปีที่แล้ว

    Khub dhunia kotha kole.Interview tu bhal lagil

  • @purobeegogoi1343
    @purobeegogoi1343 ปีที่แล้ว

    Bohut bhal lagile, thank you so much barttalaap

  • @axomiyaloradipankarbania6751
    @axomiyaloradipankarbania6751 ปีที่แล้ว

    Kotha botara eman khundor, voice to eman dhuniya, hahito eman dhuniya xsai bht vll lagile .. proud of Baa ❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 11 หลายเดือนก่อน

    ❤🎉❤ grand salute to him. We're proud of you. Go ahead way to your journey. God bless you. Always be positive and happiness. ❤🎉❤

  • @binitadeka8799
    @binitadeka8799 ปีที่แล้ว +1

    কথাবোৰ কেনেকুৱা ধুনীয়া অ 😘

  • @rinjugogoi5969
    @rinjugogoi5969 ปีที่แล้ว

    Congratulations baideu. Khub val lagil. Vobishyat porikolponar babe hubhesy thakil.

  • @biswajitgogoi7686
    @biswajitgogoi7686 ปีที่แล้ว +10

    চক্ৰপাণি দা নয়নজ্যোতিকো পাৰিলে আপোনাৰ অনুষ্ঠানলৈ মাতিবচোন🙏

  • @KaSiYali
    @KaSiYali ปีที่แล้ว +4

    Her personality is really great ❤

  • @banashriborah1984
    @banashriborah1984 ปีที่แล้ว

    Val lagil santibar kothabur.

  • @pritamdutta2038
    @pritamdutta2038 ปีที่แล้ว

    Eman besi val lagil kotha khuni huni.....❤❤Santa baideo, u will always remain in our heart❤

  • @rumidas4087
    @rumidas4087 ปีที่แล้ว

    এই অনুস্হানটো চাই বহুত ভাল লাগিল৷

  • @padmabaro683
    @padmabaro683 ปีที่แล้ว

    Bhot njona kotha hikilo de bha 👏👏👏😘😘😘

  • @anjugoswami1003
    @anjugoswami1003 ปีที่แล้ว +1

    সচাকৈয়ে লক্ষ্মী বোৱাৰী শানতা শৰ্মা।❤️❤️

  • @artandculturemonalishapbcr9878
    @artandculturemonalishapbcr9878 ปีที่แล้ว

    খুবেই ভাল লাগিল 👌

  • @dipalidevi1323
    @dipalidevi1323 ปีที่แล้ว +3

    Really you are brilliant lady

  • @biki122
    @biki122 ปีที่แล้ว +1

    Very good bartalap. Most encouraging and mind blowing

  • @rsaikia7525
    @rsaikia7525 ปีที่แล้ว

    Oti sundor....tekhet agaraki lakhi buwari....tekhet aguwai jauk,..

  • @nayanmonigogoi4034
    @nayanmonigogoi4034 ปีที่แล้ว

    বহুত ভাল লাগিল চাই

  • @jitumonibharali7946
    @jitumonibharali7946 5 หลายเดือนก่อน

    সছাকৈ য়ে আজি বৰ ধুনীয়া লাগিল

  • @____raj__karmakar__8926
    @____raj__karmakar__8926 ปีที่แล้ว +3

    Dhuniya ...lage....Baartalap...sai....love. From dibrugarh.... 🥰🥰

  • @kabitagoswami3471
    @kabitagoswami3471 ปีที่แล้ว

    বহুত ভাল লাগিল

  • @reetalahkar8132
    @reetalahkar8132 ปีที่แล้ว

    She is so nice, simple and clear. Really l enjoyed the program

  • @Nalinideka-pl6eo
    @Nalinideka-pl6eo ปีที่แล้ว

    বহুত ভাল লাগিলে বাইদেউ আপুনাৰ কথা চিন্তা ধাৰা বোৰ শুনি

  • @PabitraGogoi-ch4ye
    @PabitraGogoi-ch4ye ปีที่แล้ว

    Bhut bahut bhal lagil sai

  • @manjitchamuah4212
    @manjitchamuah4212 ปีที่แล้ว

    Wow... What a personality.... Bohut Val lagil

  • @diptibhattacharyya1276
    @diptibhattacharyya1276 ปีที่แล้ว

    Enjoyed this bartalap....thanku sir

  • @sahnajmehndiart
    @sahnajmehndiart ปีที่แล้ว +1

    What a personality mam❤🥺.. Khubei vl lgil ajir episode tu sai😍

  • @shehnazparbin4003
    @shehnazparbin4003 ปีที่แล้ว

    Khub val lagil sai baideo khosai bhut positive mind r

  • @dipasribaishya3657
    @dipasribaishya3657 ปีที่แล้ว

    Xodai sau kunodine cmnt diya nasilu aji kintu sai nediya koi thakibo nuarilu mon sui gol tor kotha khini e...... ❤xekhot bohut bohut obhinandan teuloi❤

  • @rupadevi223
    @rupadevi223 ปีที่แล้ว

    বহুত সুন্দৰ বাৰ্তালাপ। এগৰাকী লখিমী বোৱাৰী।

  • @kalyaniborah9217
    @kalyaniborah9217 ปีที่แล้ว

    Baidewk vogoban ye vale rakhok ru jen tew hopun bur pur hoi❤❤❤❤❤

  • @smritisaikia7099
    @smritisaikia7099 ปีที่แล้ว

    কেইবাবাৰো চালো আমনি নালাগিল খুবেই ভাল লাগিল।অভিনন্দন বাইদেউ

  • @anuradhagogoi8381
    @anuradhagogoi8381 ปีที่แล้ว

    বৰ ভাল লাগিল সাক্ষাৎকাৰটো । বৰ সুন্দৰকৈ তেওঁৰ অভিজ্ঞতাখিনি ক'লে

  • @bitumoniborah4401
    @bitumoniborah4401 ปีที่แล้ว

    Kotha kita imn dhunia hahi tu bor mormloga baa joni agbarhi jwa❤️❤️❤️

  • @manjuranibrahma2293
    @manjuranibrahma2293 ปีที่แล้ว +2

    বহুত শিকিব পাৰিলো ধন্যবাদ

  • @monikagogoi6388
    @monikagogoi6388 ปีที่แล้ว

    Hosakoi Bohut val lagil.. Kotha khini jen huni a thakim..

  • @shayaangamingvlog8162
    @shayaangamingvlog8162 ปีที่แล้ว

    ভাল লাগিল দেই❤️❤️❤️❤️

  • @pallabsarmah5458
    @pallabsarmah5458 ปีที่แล้ว

    Lovely woman and talking style is Fantastic

  • @archanakalita830
    @archanakalita830 ปีที่แล้ว

    Santa Baido r Kotha bor emn val Lage....once again congratulations

  • @leezapathak
    @leezapathak ปีที่แล้ว

    Bhut vl lgile 😍❤️

  • @amanishapathak1992
    @amanishapathak1992 ปีที่แล้ว

    Iman simple manuhgoraki...khub bhal lagil...Aru aguwai jauk teu❤

  • @chumibora6485
    @chumibora6485 6 หลายเดือนก่อน

    Xosake bhut vl lgil

  • @mayamahanta5908
    @mayamahanta5908 ปีที่แล้ว

    কথাবোৰ শুনি বহুত ভাল লাগিল।

  • @menakarabha2863
    @menakarabha2863 ปีที่แล้ว

    Bahut val lagil

  • @gitashri_das-
    @gitashri_das- ปีที่แล้ว

    Hosakoi bohut val lgil

  • @queensarmah
    @queensarmah ปีที่แล้ว +13

    Plz nayanjyotiko adin invite kribo dei dada

  • @rashmichetia2680
    @rashmichetia2680 ปีที่แล้ว

    Bohut bsiai val lgl onusthn2...olpu skip nkrake salu

  • @gardeningwithlipika3537
    @gardeningwithlipika3537 ปีที่แล้ว

    ভাল লাগিল ❤

  • @r.jrabha8615
    @r.jrabha8615 ปีที่แล้ว

    Santa baidew r kotha bur huni bor vl lagila

  • @minakshmahanta2116
    @minakshmahanta2116 ปีที่แล้ว

    বৰ ভাল লাগিল সুন্দৰ বাৰ্তালাপ

  • @swapnaskitchenlifevlog7798
    @swapnaskitchenlifevlog7798 ปีที่แล้ว

    Bhot dhuniyakoi kotha koi bhot besi val lagil❤