ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বিহু সম্ৰাগী ২০২২ লৈ বহুত বহুত শুভ কামনা থাকিল । উপযুক্ত নাচনীক উপযুক্ত সন্মান দিয়ে প্ৰতি বছৰে ।বৰ ভাল লাগে যিকোনো অনুষ্ঠাৰ সন্মান জড়িত অনুষ্ঠানবোৰ দেখিলে ; কিন্তু এগৰাকী বিহু সম্ৰাগীক যেতিয়া উচ্চ সনমান যচা হয় তেতিয়া লগত বাদ্য যন্ত্ৰ সংগত কৰা সংগী সকলক সম্পূৰ্ণ একাশৰীয়া কৰি ৰখা হয় । বাদ্য সংগী সকলক নহ'লে নাচনী গৰাকী নাচৰ সৌন্দৰ্য ই ফুটি নুঠিব । এনে ক্ষেত্ৰত নাচনী ৰ সংগী সকলকো একোটা সন্মান যাচিলে তেওঁ লোকো উৎসাহিত হ'ব নিশ্চয়।
Xasa ktha .. Amar ako nasani aru singar tok he besi guruta di a
yes
Right
Xosa katha
F:f:ff
এইবাৰৰ সম্ৰাজ্ঞী বাচনি খুব সুন্দৰ হৈছে ৷ ইমান সুন্দৰ আৰু পৰিপক্ক পৰিৱেশন শ্ৰীমতী কলিতাৰ ৷ নামৰ বাচনি, বিহুনাচৰ ভংগীমা, গহীন গম্ভীৰ পৰিৱেশন, দলটোৰ নাচনী গৰাকীৰ লগত সহযোগ, চাৰিওফালৰ পৰা শতাব্দী কলিতাৰ দলটো জাকত জিলিকা হৈ পৰিছে ৷ এই দলটোৰ প্ৰত্যেক গৰাকী সদস্যৰ তেজত বিহু সোমাই পৰা যেন বোধ হয় ৷ শ্ৰীমতী কলিতা আৰু তেখেতৰ দলৰ প্ৰত্যেক গৰাকী সদস্যলৈ আন্তৰিক শুভেচ্ছা থাকিল ৷ 🎉🎊 ৷ আশাকৰো এই দলটিয়ে ভৱিষ্যতেও শতাব্দী কলিতাৰ দৰে অতি উচ্চখাপৰ বিহুৱতী অসমবাসী ৰাইজৰ মাজলৈ উলিয়াই আনিবলৈ সক্ষম হ'ব ৷ 🙏🙏 l
ধন্যবাদ🙏😊
Dhemaji manuhor slkt hoy kot beya nasoni hbo
বিচাৰকৰ বৰ সুন্দৰ বাছনি হৈছে। বিশেষকৈ অতি সুন্দৰ আৰু প্ৰয়োজনীয় উপযুক্ত প্ৰশ্ন সোধা হৈছে।বিজয়ী নাছনীগৰাকীলৈ বহুত শুভকামনা জনালো।
ইমান বছৰৰ অন্তত এক সফল পৰিসমাপ্তি। অভিনন্দন জনালোঁ বা
Friend hoba...
ধন্যবাদ🙏
প্রিয় বিহু দলটিলৈ বহুত বহুত মৰম❤️ নয়ন দা শ্ৰেষ্ঠ ঢুলীয়া,এইটো মোৰো আশা আছিল । অভিনন্দন জনালো শতাব্দী আৰু নয়ন দা । জয় বিৰিণা বিহু দল।
শতাব্দী কলিতা, এই সন্মান টো তুমি পোৱাটো মনে প্রাণে বিচাৰিছিলো। অবশেষত তুমিয়ে পালা। তোমাৰ নাচ গান খুবেই ভাল লাগে।কষ্টৰ ফল যে মিঠা তাক তুমি প্রমান কৰি দিলা।তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল।
সদায়ে প্ৰিয় নাচনী আছিলা । বহুত বহুত মৰম আৰু শুভকামনা তোমালৈ ।
বহুত বেছি ভাল লাগিল । এগৰাকী সফল বিহুৱতী আঁৰত কিন্তু এটা বিহুৱা দলৰ বহুত অবদান থাকে। বিহুৱা সকললৈ বহুত বহুত শুভকামনা থাকিল।
সঁচাকৈ বা বহুত ভাল লাগিল🥰
শতাব্দী বাইদেউ লৈ মোৰ ফালৰ পৰা আন্তৰিক শুভাশীষ জনালোঁ।আপুনি দেখাত যিমান ধুনীয়া, আপোনাৰ, নাচ, কথা বতৰা ও সিমানে ধুনীয়া।বৰ ভাল লাগিল।❤️👍
যোগ্য জনলৈ যোগ্য সন্মান.....শুভেচ্ছা তোমালৈ💐💐💐💐
অভিনন্দন বাইদেউ। মোৰ প্ৰিয় এগৰাকী নাচনী। মৰম যাচিলোঁ। ❤ ❤
ধুনীয়া হৈছে ভাল লাগিল ৷ ভাল পৰিয়ালৰ ছোৱালী নিশ্চয় ৷
অভিনন্দন শতাব্দী বা ❤ বহুত শুভেচ্ছা থাকিল বা
অতি সুন্দৰ হৈছে !👌👍
শতাব্দী "বা" ৰ হাঁহি টো বৰ মৰম লগা😙💞
Wow bor dhuniya Nasise de,,,Lara kijon nu bohut vl lagise,,,,
বহুত বহুত মৰম অাৰু শুভেচছা তোমালৈ অাৰু অাগোৱাই যোৱা ❣️
যোগ্য নাচনী, শুভকামনা থাকিল।
Bahhh bhal lgil ❤️❤️❤️প্রিয় নাচনী জনী শেষত জিলিকিলে 🥰🥰
গহীন গম্ভীৰ নৃত্যশৈলী, কণ্ঠ সুললিত, বিহুৱাসকলৰ সহযোগ শলাগ ল'বলগীয়া মুঠতে বিহু পকিছে । যোগ্যজনক সঠিক সন্মান ।
অভিনন্দন শতাব্দী, সদায়েই প্ৰিয় বিহুৰাণী তুমি।❤❤
তাইৰ লাক খন বৰ ভাল প্ৰশ্ন কেইটা খুব ধুনীয়াকৈ উত্তৰ দিলে দ্বিতীয় প্ৰশ্ন টো আৰু ভাল হল ।ভাল লাগিল শুভেচ্ছা থাকিল
Bohut hukhi aji amiu.. Bohut val lagil sai
সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।।
Sivasagar jindabad ...... congratulation satabdi sister
অতি সুন্দৰ বিহু নৃত্য প্ৰদৰ্শন লগতে বাদ্য যন্ত্ৰ সংগতকাৰী সকলো । সকলোলৈকে শুভেচ্ছা জনালো ।
মনোমোহা বিহু নাচ ।বহুত বহুত শুভকামনা থাকিল তোমালৈ শতাব্দী
Aibar hey jen lotahil t aku problem nohol.. Ati hundor😍😍😍😍
ইমান ধুনীয়া নাচ সচাই ভাল
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।
Congress baa ❤️
Congratulations ❤️ ....bohut bhal lagil...nasi nasi bhagori nopora agoraki nasoni... bohut dhuniya tumar kontho...hekhor loike bihu nam akei thake tumar mukhot...bohut bohut hubhessa..
Hosakin2 blg dhuniya lagise hajparjur
সুন্দৰ ধুনিয়া হৈছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ,,,লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
ধন্যবাদ
অতি সুন্দৰ নৃত্য প্রদৰ্শন😍Tremendous Team Work🙌
ভাল লাগিল ।ধুনীয়া নাচে। গোটেই দলটোৱে ভাল লাগিল।
No 1 nasoni ,bohut bohut val nasise
Congratulations Satabdi💐You also deserved it👍
বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আগোৱাই যোৱা তাৰেই কামনা কৰিছো
আপোনালোকৰ চেনেতোলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছো দেই আৰু লগতে আপোনালোক দুয়োজনলৈ পলকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো বিতুপন দাদা
বহুত বহুত শুভেচ্ছা থাকিল বা ❤️ তুমি সদায় আগবাঢ়ি যোৱা । মোৰ আটাইতকৈ ভাল লগা নাচনী গৰাকী
যোগ্য জনক যোগ্য সন্মান। বহুত শুভেচ্ছা থাকিল।জিলিকি থাকা সদায়।
বহুত বহুত অভিনন্দন শতাদ্বী বা 💐🌸🥰💜💜
Friend hoba
O N G C colony't Bihu nasor a aa hikua nasoni agoraki aji Bihu somragi hol, Bohut Bohut Dhonyabad
Hundor ❤️❤️ video to loi bat sai Roi asilo Thank you Bitupan da
Bht vl lgil ba agoloi aguai jaok
অভিনন্দন প্ৰিয় নাচনী গৰাকীলৈ❤️
Congratulations Satapdi and wishing you a bright future......
সুন্দৰ হৈছে অভিনন্দন জনালো ❤️
Bht vl lagil sai ataikeijonore dhuniya hoise
Huves jasilu bor xhundor hoise.
বহুত ভাল লাগিল।
Xub xundor lagise answer bilak . Congratulations 👏🎉👏
Khub Val lagil..bahut dhuniya nasise.love from Sivasagar 💞
Congratulation....👍👍👍
Janisilu tai a hbo buli. Tair Bihu Sai bht val lge khosai
_congratulations_satabdee_ba❣️
Wawww emn Dhuniyaaa
বহুত ধুনীয়া
ভাল লাগে মোৰ ভাল লগা নাচনী গৰাকীয়ে আজি যে এই সন্মান পাইছে ।।
সুন্দৰ 😍😍
সুন্দৰ বিহু নাচ যোজনা জাত কলী নাম গীত যাউতীযুগীয়া । পৰিবেশন মনোৰম। ঐতিহ্য প্ৰদৰ্শন। দৃষ্টি নন্দন বিতোপন । প্ৰকৃতাৰ্থত ঐতিহাসিক বিহু ২০২২বৰ্ষ। শুভেচ্ছা অভিনন্দন।
🙏
Mojja lgil hosake ⚡❤
মৰম লগা বা জনী
অতি সুন্দৰ হৈছে❤❤❤
ভাল লাগিল অভিনন্দন জনালো।
Dhuliiya 🔥
Awesome... No words.. deserve it.... ❤️❤️❤️❤️❤️❤️❤️
বহুত ধুনিয়া
ভাল লাগিল বা❤❤
Ovinondon jonalu
Dhurba baa mojjjjjjaaaaa 2mi juuiii
Congratulations ba✨❤️
Congartulation Satabdee ..ruu agbarhi juwa
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ
বহুত ধুনীয়া
Dhuniya bihu dekhala....tumaloi moor duti ...rqst. tumer dujan vaallaga bihuwar naam.....tumer dujani vaallaga barbihuwatir naam....arusage bihumancat dekha napam
ভাল লাগিল দেই
অভিনন্দন শতাব্দী বা💐
Well deserved team❤❤
শুভেচ্ছা জ্ঞাপন কৰিছো শতাব্দী💐💐💐
@@satabdeekalitaofficial9619 ধন্যবাদ 🙏🙏🙏
Perfacto.. logor badyo hongi hokol u credit puwar jugyo 👍🤟🏻
Dhunia hoise
Congratulations Dr💕💕💕💕💕
সুন্দৰ পৰিবেশন 👍 অভিনন্দন।
Khub vl lagil baae pale buli janiboloi pai ❤️
Bahut bhal lagil..
বৰ সুন্দৰ পৰিবেশন অভিনন্দন জনালো।
Mojja da
Bohut hukhi katia ba.pbo lagisil ai khitap ti. Obohakhot pala mnto bohut vl lagisa
শুভকামনা যাচিলো
আমাৰ শিৱসাগৰৰ গৌৰৱ শতাব্দী তুমি 💖💖
Jorhatar gourav nahoi neki....?
Bht hukhii.... Bht agr prai tumr nas Val pao... tumi mur val loga nasoni. Tumr hofolotat Bht hukhii. Aru agbahi jua.....
মন ভৰি গ'ল।
বহুত বহুত অভিনন্দন জনালো শতাব্দী বা💐💐💐
Congratulations to her...nimikha r ji tu speed dekhisu, next tai a hobo sge samragi
Xosai dey nimikha Bai kintu non-stop bohut baar winner hoise , dy bihu Rani hoise bihu kuwari hoise, axom bihuwati o hoise sage, eibaar bor bihuwati aru Bihu samragi hoboloi Baki ase
Nimikha kun 🤔
@@bigbro7835 মই জনাত তেওঁ লতাশিল বিহু কুঁৱৰী, লতাশিল বিহু ৰাণী, DY Bihurani, দ্বিতীয় শ্ৰেষ্ঠ অসম বৰবিহুৱতী ,,,,,,,,,!
বহুত বহুত অভিনন্দন বা 🎉❤️❤️ আপুনি হোৱাটো বিচাৰি আছিলো আৰু আপুনিয়ে হ'ল। বহুত বেছি ভাল লাগিছে 🥰🥰❤️❤️
নাচৰ ভঙ্গিমাই চাম নে নামষাৰে।অতি সুন্দৰ।।
,,Bohut dhunia
অতি সুন্দৰ ধন্যবাদ
অভিনন্দন বা❤️
Best wishes to Satabdi ,really she deserves the title, I m a regular viewer of Satabdi's bihu dance .
বিহু সম্ৰাগী ২০২২ লৈ বহুত বহুত শুভ কামনা থাকিল । উপযুক্ত নাচনীক উপযুক্ত সন্মান দিয়ে প্ৰতি বছৰে ।বৰ ভাল লাগে যিকোনো অনুষ্ঠাৰ সন্মান জড়িত অনুষ্ঠানবোৰ দেখিলে ; কিন্তু এগৰাকী বিহু সম্ৰাগীক যেতিয়া উচ্চ সনমান যচা হয় তেতিয়া লগত বাদ্য যন্ত্ৰ সংগত কৰা সংগী সকলক সম্পূৰ্ণ একাশৰীয়া কৰি ৰখা হয় । বাদ্য সংগী সকলক নহ'লে নাচনী গৰাকী নাচৰ সৌন্দৰ্য ই ফুটি নুঠিব । এনে ক্ষেত্ৰত নাচনী ৰ সংগী সকলকো একোটা সন্মান যাচিলে তেওঁ লোকো উৎসাহিত হ'ব নিশ্চয়।
Xasa ktha .. Amar ako nasani aru singar tok he besi guruta di a
yes
Right
Xosa katha
F:f:ff
এইবাৰৰ সম্ৰাজ্ঞী বাচনি খুব সুন্দৰ হৈছে ৷ ইমান সুন্দৰ আৰু পৰিপক্ক পৰিৱেশন শ্ৰীমতী কলিতাৰ ৷ নামৰ বাচনি, বিহুনাচৰ ভংগীমা, গহীন গম্ভীৰ পৰিৱেশন, দলটোৰ নাচনী গৰাকীৰ লগত সহযোগ, চাৰিওফালৰ পৰা শতাব্দী কলিতাৰ দলটো জাকত জিলিকা হৈ পৰিছে ৷ এই দলটোৰ প্ৰত্যেক গৰাকী সদস্যৰ তেজত বিহু সোমাই পৰা যেন বোধ হয় ৷ শ্ৰীমতী কলিতা আৰু তেখেতৰ দলৰ প্ৰত্যেক গৰাকী সদস্যলৈ আন্তৰিক শুভেচ্ছা থাকিল ৷ 🎉🎊 ৷ আশাকৰো এই দলটিয়ে ভৱিষ্যতেও শতাব্দী কলিতাৰ দৰে অতি উচ্চখাপৰ বিহুৱতী অসমবাসী ৰাইজৰ মাজলৈ উলিয়াই আনিবলৈ সক্ষম হ'ব ৷ 🙏🙏 l
ধন্যবাদ🙏😊
Dhemaji manuhor slkt hoy kot beya nasoni hbo
বিচাৰকৰ বৰ সুন্দৰ বাছনি হৈছে। বিশেষকৈ অতি সুন্দৰ আৰু প্ৰয়োজনীয় উপযুক্ত প্ৰশ্ন সোধা হৈছে।বিজয়ী নাছনীগৰাকীলৈ বহুত শুভকামনা জনালো।
ইমান বছৰৰ অন্তত এক সফল পৰিসমাপ্তি। অভিনন্দন জনালোঁ বা
Friend hoba...
ধন্যবাদ🙏
প্রিয় বিহু দলটিলৈ বহুত বহুত মৰম❤️ নয়ন দা শ্ৰেষ্ঠ ঢুলীয়া,এইটো মোৰো আশা আছিল । অভিনন্দন জনালো শতাব্দী আৰু নয়ন দা । জয় বিৰিণা বিহু দল।
ধন্যবাদ🙏
শতাব্দী কলিতা, এই সন্মান টো তুমি পোৱাটো মনে প্রাণে বিচাৰিছিলো। অবশেষত তুমিয়ে পালা। তোমাৰ নাচ গান খুবেই ভাল লাগে।কষ্টৰ ফল যে মিঠা তাক তুমি প্রমান কৰি দিলা।তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল।
সদায়ে প্ৰিয় নাচনী আছিলা । বহুত বহুত মৰম আৰু শুভকামনা তোমালৈ ।
বহুত বেছি ভাল লাগিল । এগৰাকী সফল বিহুৱতী আঁৰত কিন্তু এটা বিহুৱা দলৰ বহুত অবদান থাকে। বিহুৱা সকললৈ বহুত বহুত শুভকামনা থাকিল।
ধন্যবাদ🙏
সঁচাকৈ বা বহুত ভাল লাগিল🥰
শতাব্দী বাইদেউ লৈ মোৰ ফালৰ পৰা আন্তৰিক শুভাশীষ জনালোঁ।
আপুনি দেখাত যিমান ধুনীয়া, আপোনাৰ, নাচ, কথা বতৰা ও সিমানে ধুনীয়া।
বৰ ভাল লাগিল।❤️👍
যোগ্য জনলৈ যোগ্য সন্মান.....শুভেচ্ছা তোমালৈ💐💐💐💐
ধন্যবাদ🙏
অভিনন্দন বাইদেউ। মোৰ প্ৰিয় এগৰাকী নাচনী। মৰম যাচিলোঁ। ❤ ❤
ধন্যবাদ🙏
ধুনীয়া হৈছে ভাল লাগিল ৷ ভাল পৰিয়ালৰ ছোৱালী নিশ্চয় ৷
অভিনন্দন শতাব্দী বা ❤ বহুত শুভেচ্ছা থাকিল বা
অতি সুন্দৰ হৈছে !👌👍
শতাব্দী "বা" ৰ হাঁহি টো বৰ মৰম লগা😙💞
Wow bor dhuniya Nasise de,,,Lara kijon nu bohut vl lagise,,,,
বহুত বহুত মৰম অাৰু শুভেচছা তোমালৈ অাৰু অাগোৱাই যোৱা ❣️
যোগ্য নাচনী, শুভকামনা থাকিল।
ধন্যবাদ🙏
Bahhh bhal lgil ❤️❤️❤️
প্রিয় নাচনী জনী শেষত জিলিকিলে 🥰🥰
ধন্যবাদ🙏
গহীন গম্ভীৰ নৃত্যশৈলী, কণ্ঠ সুললিত, বিহুৱাসকলৰ সহযোগ শলাগ ল'বলগীয়া মুঠতে বিহু পকিছে । যোগ্যজনক সঠিক সন্মান ।
অভিনন্দন শতাব্দী, সদায়েই প্ৰিয় বিহুৰাণী তুমি।❤❤
ধন্যবাদ🙏
তাইৰ লাক খন বৰ ভাল প্ৰশ্ন কেইটা খুব ধুনীয়াকৈ উত্তৰ দিলে দ্বিতীয় প্ৰশ্ন টো আৰু ভাল হল ।ভাল লাগিল শুভেচ্ছা থাকিল
Bohut hukhi aji amiu.. Bohut val lagil sai
সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।।
ধন্যবাদ🙏
Sivasagar jindabad ...... congratulation satabdi sister
অতি সুন্দৰ বিহু নৃত্য প্ৰদৰ্শন লগতে বাদ্য যন্ত্ৰ সংগতকাৰী সকলো । সকলোলৈকে শুভেচ্ছা জনালো ।
মনোমোহা বিহু নাচ ।বহুত বহুত শুভকামনা থাকিল তোমালৈ শতাব্দী
Aibar hey jen lotahil t aku problem nohol.. Ati hundor😍😍😍😍
ইমান ধুনীয়া নাচ সচাই ভাল
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।
Congress baa ❤️
Congratulations ❤️ ....bohut bhal lagil...nasi nasi bhagori nopora agoraki nasoni... bohut dhuniya tumar kontho...hekhor loike bihu nam akei thake tumar mukhot...bohut bohut hubhessa..
Hosakin2 blg dhuniya lagise hajparjur
সুন্দৰ ধুনিয়া হৈছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ,,,লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
ধন্যবাদ
অতি সুন্দৰ নৃত্য প্রদৰ্শন😍Tremendous Team Work🙌
ভাল লাগিল ।
ধুনীয়া নাচে। গোটেই দলটোৱে ভাল লাগিল।
No 1 nasoni ,bohut bohut val nasise
Congratulations Satabdi💐
You also deserved it👍