যিকোনো মানুহক আকৰ্ষিত কৰক | টেঙৰামী খটুৱাই কথা কওক | মানুহৰ প্ৰিয় হ'ব পাৰিব | how to impress anyone
ฝัง
- เผยแพร่เมื่อ 4 ก.พ. 2025
- যিকোনো মানুহক আকৰ্ষিত কৰক | টেঙৰামী খটুৱাই কথা কওক | মানুহৰ প্ৰিয় হ'ব পাৰিব | how to impress anyone
য'তেই যেতিয়াই যাকেই লগ পায়। ইন্টাৰভিউ, মিটিং যি পৰিস্থিতিয়েই নহওক। এই ভিডিঅ'টো চোৱাৰ পিছত সকলো ঠাইতে আপুনি গুৰুত্ব পাব, সন্মান পাব, আপোনাৰ প্ৰতি মানুহ আকৰ্ষিত হ'ব।
আমাৰ আন Videoসমূহৰ লিংক তলত দিয়া আছে এবাৰ চাই লওক-
জীৱনৰ সকলো ক্ষেত্ৰতে সফলতাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'
• বুদ্ধিমান মানুহৰ ১০টা ...
• Video
• Video
যিকোনো মানুহক আকৰ্ষিত কৰক
টেঙৰামী খটুৱাই কথা কওক
যিকোনো মানুহৰ প্ৰিয় কেনেকৈ হব পাৰি
how to impress anyone
personality development
in first time meet
self confidence
communication skill
good communication skills
#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#skills
#motivation
#motivationalvideo
#assam
#assamese
#communicationskills
#personalitydevelopment
আপোনা ভিডিঅ মই প্রথম চাইছো দাদা বহুত, বহুত ভাল লাগিল।
সছাকৈ আপোনাৰ কথাই মগজডা° লাগি জাই আৰু সলনি হই জাই ধন্যবাদ আপোনাক ভগৱানে সদাই ভালে ৰাসক ❤❤❤
আপোনাৰ ভিদিঅ শুনি বহুত ভাল লাগিল। ধন্যবাদ।
ভাল লাগিল
Hosai bohut basi val lagil nice shearing this video Thank you so much ❤️❤️👍👍👌
9 নম্বৰটো বহুত বেছি ভাল লাগিল।
দাদা মই বৰ বেয়া কৈ দুৰ্বল হৈ পৰিছিলো। কিন্তু আপোনাৰ কথাবোৰ যেন মোক জীয়াই থকাৰ শক্তি দিলে। তাৰ বাবে বহুত বহুত ধন্যবাদ।
বৰ সুন্দৰ কথা কৈছে। একেবাৰে সৈত্য , কথাতে গতা খায়,কথাতে বঁটা পায় ।🙏🙏🙏
অতি সুন্দৰ কথাৰে আপ্লুত কৰি মন সলনি কৰিবলৈ সক্ষম হৈছে মহাশয় দীৰ্ঘজীৱি হওক ,,,ধন্যবাদ থাকিল।🎉❤
Vl lgil sai
Dada apunar video bur Sai hosai kiba ata bhal lagai aru bohut nojona kotha hiku bhal lagai video bur Sai positive feel hoi 😊
আপোনাৰ কথা খিনি শুনি সচাঁকৈ বৰ ভাল লাগিছে।
Best video.
Apunar video bur sai bohut val lge💖
ভা ল লাগিল।
Dada bohut bohut❤
Aponar katha t mon t shanti palo..thq so much ❤️
সচায় বহুত ভাল লাগিল।
আপোনাৰ কথাখিনি বহুত সাহস দিলে। ধন্যবাদ জনাইছোঁ❤❤
আপোনাৰ ভিদিও টি চালো । সচাকৈ আপোনাৰ বহুমূলীয়া উপদেশ বোৰ অনুসৰণ কৰিলে উপকৃত হম বুলি পূৰ্ণ বিশ্বাস। আগলৈকেও যেন আধ্যাত্মিক কথাবোৰৰ দৰ্শন দিয়ে ধন্য হম । ভগৱানক অশেষ ধন্যবাদ জনাইছো যে আকৰ্ষণীয় অতি সুন্দৰ কণ্ঠ প্ৰদান কৰিছে আপোনাক। আন্তৰিকতাৰে ধন্যবাদ জনাইছো
Hundor hoise
আপোনাৰ কথাবোৰে যেন মোৰ মনৰ ভাব বোৰ প্রকাশ কৰিছে এনেকুৱা লাগিছে | আপোনাক ধন্যৱাদ 🙏
বহুত ভাল লাগে আপোনাৰ কথা কিনি শুনি,মনটো শান্তি পাও দাদা
Bhal lagiche
বহুত দৰকাৰী কথা কৈছে । ভাল লাগিল।
Bohut val kagise
Bahut val lagil sir uponer motivation tu thank you so must
Thank you bohut val lagil apuni hosake koise hosakoi ami nijok gurutto dibo lage.apuna kotha bilak hunile hosakoi mon tu val lagi jai .logote bohut anupranito hou.
Val lageli
Video to say aru huni val lagil
ভাল লাগিল শুনি দাদা
চিত্ৰ দা, আপোনাক প্ৰথমে আন্তৰিক অভিনন্দন জনাইছো। মই আপোনাৰ দিয়া প্ৰতিটো ভিডিঅ ঢাও আৰু শুনো । মোৰ বাবে প্ৰতিটো কথাই মানৱ জীৱনৰ অতিকে প্ৰয়োজনীয় বিষয়। এনেবোৰ কথা প্ৰতিজন ব্যক্তিকে দৰকাৰ। সেয়েহে সদায় ভালকৈ থাকক আৰু ভাল ভাল শিক্ষাবোৰ দি যাব বুলি অনুৰোধ থাকিল।
Wow very interesting video ❤😊
তোমাৰ কথা খিনি শুনি ভাল লাগিলে কিছু মান কাম কৰিবলৈ আমিও চেস্তুা কৰিম ভিদিয়তো শুনি ভাল লাগিল
Dada apuni kthabur eman dhuniyakoi bujai koise bohut besi val lagil aru bohut2 kotha hikibo parilu 😊😊🙏🙏🙏
Val lagise kthabilak huni
Val lagil.
Xundor
Apunar video xuni bahut bhal lage🙏🙏🙏🙏
আপোনাৰ কথাবোৰ বহুত ভাল লাগে।আৰু আপোনাৰ ভিডিও প্ৰায়েই চাও
Hundor motivation ❤
অতি প্ৰয়োজনীয়❤
বহুতেই ভাল লাগিল
আপোনাৰ কথাবোৰ শুনি আৰু আপোনাৰ কথা মতে চলি , মই মোৰ জীৱনটু ঘূৰাই পালোঁ , অৰ্থাৎ যাক মই বহুত ভাল পাওঁ । thanks bro .
Bohut bhal lagil kothabur , gen ajon good personality thoka manuh ajonor logot kotha pati bohut bhal kotha xiki asu. Onuvob tu tengorami buli bhabile bhul hobo. Anekoi xosa kothare anok change koibo pora byokti ajikali nai so, need your valuable speech for all. Thank you 👍
Dada apuna video sale mon2 akdom vl hoi ja 🧡😍
আজি প্ৰথম চালোঁ দাদা, বৰ ভাল লাগিল,সঁচাকৈ আপোনাৰ মাতটো বৰ ধুনীয়া
অতি সুন্দৰ
Hosakoi apuni kua protitu kothai bohut gurutto purno...val lagil aapunar mulyoban,gurutto purno dikh keita amar hoite sahre kora babe apunak oxekh dhyobad..lgote asomia noboborkhor aru baputi khahun rongalir bihutir hiya bhora ulog jonalu.....🌸🌸🌸🌼🌼🌼🍁🍁🍁
Bohut besi Val lagil videotu
আপুনি বৰ ভাল কথা কৈছে ।ভাল লাগিল ।
Bor val lagil
Video to xosai Val lagise
সুন্দৰ লাগিলে আপোনাৰ কথাখিনি। ধন্যবাদ।🙏
kotha poter niyamto khubei vl lagil
Bhut val lagile video to sai
কিচুমান মানুহ মানে জাৰ জেনে মনৰ ভাপ তাৰ তেনেই কথা পিচে কথাবিলাক শুনী ভাল লাগীল দাদা
Eman xondor koi bojai diyar babe dhanya bad. 🙏🙏
Bohut hundor kotha
@@anannyaborah9212l
Aapuni bohut val ktha koise. Aji aaponar video prathom bar saiso khub val lagil.
আন্তৰিক স্বাগতম
আপোনাৰ এইবোৰ কথা বহুত ভাল লাগে
Val lagil kotha khini huni apunar
Thank you apuni amak bohut bhal motivation dise apunar video tu sai bohut upokrit hom buli axa korisu moio ajir pora koribloi try korim again thank you so much ❤😊❤from kukurmara 3 no amtola chhygaon
Hoi bhut val lage apunar kathabur thanks.
Apunar video sai moi bhut xikibo parisu.thank you.val lage iman dhuniya dhuniya kotha koi.👍👍
Dada apunar video khuni moi mnt bht khahokh paw
বৰ ভাল কথা কৈছে
সচাকৈ বহুত সুন্দৰ কথা কৈছে ভাইজান ধন্যবাদ 🙏🙏
আন্তৰিক ধন্যবাদ...এনেকৈ সদায় যদি কমেন্ট এটা কৰি যায় বহুত সাহস পাম..ভাল বেয়া আঙুলিয়াই দিব অলপো সংকোচ নকৰাকৈ
আপোনাৰ কথাভোৰ বহুত ভাল লাগে দাদা।
vl lgil deii realities ase ktha burot
Vdiotu Sai ..bhal lagil..agoloiku enakuwa ..kothabu ..kobor buli akha korilu
Bohut val lagil moiu babohar korim ai hini thankyou dada aru val video di thakibo
Fantastic.
Val lagech
আপো নাৰ ভিডিঅইমোৰ বৰ ভাল লাগিল দাদা 👍
আপোনাৰ কথাবোৰ সদায় চাও।আৰুবহুত জীৱনটোত সাহস পাইছো।
খুব সুন্দৰ উপদেশ দিলে দাদা।
এতিয়াৰ পৰা নিশ্চিতভাৱে মই এইকেইটা
কথা মানুহৰ সৈতে কথা পাতোতে মনত ৰাখিম। আপোনাক অশেষ ধন্যবাদ। সদায় ভালে থাকক,😊
আন্তৰিক ধন্যবাদ Chironjib
জোখতকৈ এনেকুৱা কৈ লিখিব। কিছুমান ভূল হৈ আছে। শব্দ কিন্তু উচ্চাৰণ বহুত ভাল। ভিডিঅ চাই বহুত ভাল লাগে। কোৱা বাবে বেয়া নাপাব 🙏🙏
বেয়া নাপাওঁ আঙুলিয়াই দিব সদায়। Typing Mistake-ৰ বাবে হোৱা ভুলৰ বাবে video ৰ শেষত উল্লেখ কৰিছিলোঁ। বাইদেউ আপোনাৰো ভুল বানানটো ভুল হৈ আছে
Apunar video bur mur xosai bohut bixashoi dada
দাদা সচাঁকৈয়ে আপোনাৰ কথাবোৰ
অমৰিত বাণী, আপুনি আৰু আগুৱাই যাওঁক তাকেই কামণা কৰোঁ।
Very important video Thank you so much
ভাল লাগিল ধন্যবাদ দাদা
আপোনালৈ আন্তৰিক মৰম যাছিলোঁ।
Khub xundor 🥰🥰
হৃদয়স্পৰ্শী
Great video
Raju bordoloi apunak bhut dhyan bat jonay su 100/apunak video say bhut vl lage 😊
Hosai bor bhal lagile.
ধন্যবাদ ।এইয়া জীৱনৰ বাবে প্ৰয়োজন আছে ।
Dada apunr kotha bur bohut vl lage apunr pora bohut kotha xikisu aru mur problem hole apunr video bur sai problem solve koru ....
বহুত ভাল লাগিল শুনি।
Apunar kathai mor life t growth Hoise Dada.
Great video sir
Vall lagell dada apunar video to xai
Apunar video tu bohut val lagile
Thanks for yours idia,voice and thinking.go ahead.
বহুত ভাল লাগিল। অৱশ্যে মোৰ এই মতামতটো কিজানি তেনেই সাধাৰণ হ'ল। চেষ্টা কৰিম, সময় কিছু লাগিব।
দাদা আপোনাৰ video bure kintu mur jibonot baru koi provab palise aru apunar kotha bur xuni val lage
Sir apunar kotha t jadu ase mon beya lagi thakileu hothat val lagi jai
Bahut bhal lage aponar v o bor sai
Very very very nice Video
Mind fresh sir🥰