Xarodi Phool - Anturaj Nath [Official Audio]

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ก.ย. 2024
  • Follow Anturaj Nath :
    / anturajnath
    Name - Xarodi Phool
    Lyrics, Vocal, Mix & Master, G-Design and Motion Visual ~ Anturaj Nath
    #anturajnath #Xarodi_Phool
    Lyrics ___ !
    তুমি যেন এপাহ শাৰদী ফুল
    পাহিত ছটিয়াই মৰমৰ বোল
    সুগন্ধিত মন মোৰ আমোলমোল
    তুমি যেন এপাহ শাৰদী ফুল
    তুমি ........
    যেন এপাহ শাৰদী ফুল......
    তুমি ........
    তোমাতেই শুৱনি মোৰ মনৰ পদূলি
    তোমাতেই উন্মনা হয় শৰতৰ গধূলি
    তোমাক লৈয়ে গাঁঠিছো মালা
    প্ৰেমৰ মুকুতা বুটলি
    তোমাক লৈয়ে গাঁঠিছো মালা
    প্ৰেমৰ মুকুতা বুটলি
    যৌৱনৰ বলুকাত তুমি আশাৰ পাহি
    শৰতৰ নিশা তুমি বকুল ফুলৰ হাঁহি
    সুৰ তোলে কলিজাই যেন প্ৰেমৰ বাঁহী
    যৌৱনৰ বলুকাত তুমি আশাৰ পাহি
    যৌৱনৰ বলুকাত তুমি আশাৰ পাহি
    তুমি আশাৰ পাহি
    © 2022 - Anturaj Nath. All Rights Reserved

ความคิดเห็น • 32