'মুছলমান সকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয়'।

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ต.ค. 2024

ความคิดเห็น • 2

  • @yeaminurrahman3764
    @yeaminurrahman3764 3 ชั่วโมงที่ผ่านมา

    হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন আৰু সাম্প্ৰদায়িক বিভাজনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগে। মিছন বসুন্ধৰাত সম্পূৰ্ণৰূপে মুছলমান সম্প্ৰদায়ৰ লোকক বঞ্চিত কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমৰ ইতিহাসৰ আটাইতকৈ বেছি লান্চিত বঞ্চিত আৰু অসুৰক্ষিত মুছলমান সম্প্ৰদায়ৰ লোক।

  • @Fullsupport32
    @Fullsupport32 ชั่วโมงที่ผ่านมา

    চৰকাৰৰ মাটিত থাকিবি আৰু মাটিৰ কাগজ পত্ৰ লাগে 😂😂 কʼৰ বাপেৰৰ মূৰ পৰা দিব । তহঁতক উচ্ছেদ কৰিব লাগে । থাকিবি চৰকাৰৰ মাটিত আৰু দাদাগিৰিও দেখাবি । যাৰ নিজৰ মাটি আছে সিহঁতৰ কাগজ পত্ৰও আছে 😂😂