কলি যুগত ঈশ্বৰ ভক্তি কেনেকৈ কৰিব ? শৰণদাতা গুৰু ঈশ্বৰে পঠায় নে মানুহে পাতি ল'ব পাৰে ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 80

  • @ruhiniboro4691
    @ruhiniboro4691 3 ปีที่แล้ว +1

    জয় কৃষ্ণ গুৰু আই এনেকৈয়ে আপুনি আমাক প্ৰভু ঈশ্বৰৰ ভক্তি তত্ত্বৰ কথাবোৰ শুনাই থাকিলে মই অধমে শান্তি পাওঁ। জয় কৃষ্ণ গুৰু আই 🙏🙏🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      ঈশ্বৰৰ কৃপা হ'লে নিশ্চই হ'ব প্ৰভূ/আই। আপোনাৰসৱেও আশীর্বাদ কৰিব। জয় কৃষ্ণগুৰু🙏🙏🙏

  • @phanidharpathak9801
    @phanidharpathak9801 3 ปีที่แล้ว +2

    কৃষ্ণ গুৰু মহাপ্ৰভূলৈ আন্তৰিক প্ৰণাম জনালো ।ই আগলৈও গুৰুৰ তত্ত্ব সাৰ বাণীসমূহ শুনি বৰ বাবে আশা কৰিলো ।জয় কৃষ্ণ গুৰু।

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏 নিশ্চয়কৈ প্ৰভূ, ঈশ্বৰৰ কৃপা হ'লে শুনি থাকিবলৈ পাব। সেৱা গ্ৰহণ কৰিব জয় কৃষ্ণগুৰু🙏🙏🙏

  • @mihir7535
    @mihir7535 4 ปีที่แล้ว +4

    সত্য যুগত পূৰ্ব্বত এক নাম হে আছিল কেনেদৰে এই হৰি নাম দেৱতাসকলে গুপ্ত কৰিলে পুনৰ শংকৰে সত্য শুদ্ধ ধৰ্ম প্ৰচাৰ কৰিলে তাৰ বিষয়ে জানিব পালে সুখী হ'ম কৃপা কৰি যদি উচিত হয় ক'বচোন জয় কৃষ্ণ গুৰু

  • @RTrt-p5x
    @RTrt-p5x หลายเดือนก่อน

    Jay Krishnaguru Probhu 🙏🙏🙏 Jay Krishnaguru Probhu 🙏🙏🙏 Jay Krishnaguru Probhu 🙏🙏🙏

  • @harikrishnadas3336
    @harikrishnadas3336 4 ปีที่แล้ว +4

    এনে ভাল কথা শুনি থাকিবৰ মন লাগে। আই গৰাকী সেৱা জনালোঁ। কিন্তু কি হবো সদগুৰুওঁ নাই সদ শিষ্যওঁ নাই। দুই এজন শৰণ দাতা গুৰুৰ কাৰ্য্য দেখি হতবাক হওঁ!!"

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏 আমাৰ সেৱা গ্ৰহণ কৰিব প্ৰভু

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      সৎগুৰু আছে প্ৰভু বৰ্তমানো🙏🙏🙏

  • @dipjyotimusical3038
    @dipjyotimusical3038 4 ปีที่แล้ว +3

    Jay krishnaguru 🙏....apuni bht Val kam korise....provu Ishwar a kripa korok....

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว +1

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @barbiesaikia7081
    @barbiesaikia7081 4 ปีที่แล้ว +2

    কৃষ্ণ আই গৰাকী বৰ সুন্দৰ কথা কৈছে ।কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @lyen6660
      @lyen6660 3 ปีที่แล้ว

      জয় কৃষ্ণ গুৰু

  • @krishnakakaty2624
    @krishnakakaty2624 ปีที่แล้ว +1

    Shree. Bixnuyei. Nomo.

  • @nishitakashyap3243
    @nishitakashyap3243 ปีที่แล้ว +2

    Joy krishnaguru🙏

  • @munindas4051
    @munindas4051 3 ปีที่แล้ว +1

    জয় কৃষ্ণ গুৰু

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @jushmitadas5377
    @jushmitadas5377 3 ปีที่แล้ว +2

    Joy Krishna guru

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏

  • @onimamego6345
    @onimamego6345 2 ปีที่แล้ว

    Jai Krishna Guru

  • @tenjingboro7241
    @tenjingboro7241 2 ปีที่แล้ว

    Joi krishna Guru

  • @chandandas6407
    @chandandas6407 3 ปีที่แล้ว +2

    Jay Krishna Guru

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @joontamuli.1992
    @joontamuli.1992 3 ปีที่แล้ว

    Joy Krishna guru 🙏🏻🙏🏻🙏🏻

  • @মৃদুলাৰপাকঘৰ
    @মৃদুলাৰপাকঘৰ 4 ปีที่แล้ว +5

    বহুত ভাল কথা কৈছে।মই এনে বোৰ কথাই জানিব বিচাৰো আৰু আজি পায় গৈছো।জয় কৃষ্ণ গুৰু।

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

    • @nirupomachetia327
      @nirupomachetia327 4 ปีที่แล้ว

      @@aadhyaatmiktatva পৰকাশকৰাৰ বাবে
      ধন্যবাদ

  • @nirmolnirmol7306
    @nirmolnirmol7306 3 ปีที่แล้ว +1

    Joy krishnaguru🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      জয় কৃষ্ণগুৰু 🙏🙏🙏

  • @manjulabora8219
    @manjulabora8219 3 ปีที่แล้ว

    Joy krishna Guru ❤️❤️

  • @rashmirajkumari4728
    @rashmirajkumari4728 3 ปีที่แล้ว +1

    Joy krishna guru🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 3 ปีที่แล้ว +1

    Jay krishna guru 🌹🌹🌹👋🏼

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @arindamsaikia4431
    @arindamsaikia4431 3 ปีที่แล้ว +2

    শ্ৰীকৃষ্ণায় নমঃ

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @bijumonisaikia8929
    @bijumonisaikia8929 2 ปีที่แล้ว

    Joy,Krishna,guru,

    • @bijumonisaikia8929
      @bijumonisaikia8929 2 ปีที่แล้ว

      Krishna,guru,maha,probhurloi,pronam,jonalu,agoloiu,guru or,tattoshar,bani bhur,sunabor,karina,asha,korilu,joy,Krishna,guru,

  • @purnanandamedhi4547
    @purnanandamedhi4547 4 ปีที่แล้ว +1

    Aji xundor topic aanile...
    Aai, sewa jonalu...
    Joy Krishnaguru*

  • @jushmitadas5377
    @jushmitadas5377 3 ปีที่แล้ว +1

    Joy Krishnaguru

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @manujkalitamanujkalita6525
    @manujkalitamanujkalita6525 4 ปีที่แล้ว +1

    🙏🙏🙏 জয় শ্ৰী কৃষ্ণ 🙏🙏🙏

  • @ameshormajhisawtal1468
    @ameshormajhisawtal1468 2 ปีที่แล้ว

    Jay Krishnaguru🙏🙏🙏

  • @ramennath4229
    @ramennath4229 2 ปีที่แล้ว

    Joy sri krishna 🙏🙏🙏

  • @gobindasaikia9028
    @gobindasaikia9028 4 ปีที่แล้ว +1

    Nice one

  • @bharatgogoigogoi9193
    @bharatgogoigogoi9193 3 ปีที่แล้ว +1

    Yes it. Is best phelosophy of human life

  • @rimamalakar8310
    @rimamalakar8310 4 ปีที่แล้ว +1

    jai krishnaguru

  • @trailokyachetia1327
    @trailokyachetia1327 4 ปีที่แล้ว +2

    ইমান সুন্দৰ কথা আৰু কণ্ঠ

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      ধন্যবাদ,জয় কৃষ্ণগুৰু🙏🙏🙏

  • @kuhilikadeka7080
    @kuhilikadeka7080 4 ปีที่แล้ว +2

    Joy Krishnogoru🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @rinkubora43
    @rinkubora43 2 ปีที่แล้ว

    🙏🙏🙏

  • @PANKAJKUMAR-gl1ny
    @PANKAJKUMAR-gl1ny 4 ปีที่แล้ว +2

    जय कृष्णगुरु जय कृष्णगुरु जय कृष्णगुरु

  • @bidyut644
    @bidyut644 4 ปีที่แล้ว +1

    জয় কৃষ্ণগুৰু

  • @pravakarmachary754
    @pravakarmachary754 4 ปีที่แล้ว +2

    JOY KRISHNAGURU

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @hemantakalita2028
    @hemantakalita2028 4 ปีที่แล้ว +2

    Krishnog bandey jagat gurum. Krishnai jagatar guru. Gateke xakalowo vakat ba an vakate krishna guru naam lowa usit. Joy Krishna guru. Pravu kripa kara

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @manujkalitamanujkalita6525
    @manujkalitamanujkalita6525 4 ปีที่แล้ว +1

    🙏💝 কৃষ্ণ প্ৰভু আপুনিও মোৰ ভক্তিৰ গোৰু ভাবোঁ 💝🙏

  • @AparasCraft
    @AparasCraft 4 ปีที่แล้ว +3

    Jai Krishnaguru

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @mainuborgohain7675
    @mainuborgohain7675 3 ปีที่แล้ว +1

    Joi Sri krishna

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @babluroy5284
    @babluroy5284 2 ปีที่แล้ว

    অজন্মা আত্মা বা সৰ্বব্যাপী পৰমাত্মা আৰু অৱতাৰ পুৰুষ বা ব্ৰহ্মপুৰুষ একে নহয়। সৰ্বব্যাপী পৰমাত্মা কেতিয়াও কতো অৱতীৰ্ণ নহয় বা সেই সত্বাৰ কোনো প্ৰতিনিধিও নাথাকে। সেই সত্বা সবতে সমৰূপত বিৰাজমান হৈ আছে। সেই সত্বা শূন্যটো আছে আৰু তত্বটো আছে। সেই সত্বা সবৰে পৰম আধাৰ হৈ অমৰ থিৰ অৱস্থাত আছে। একমাত্ৰ পৰমাত্মাহে অখণ্ডৰূপে সবতে সমৰূপত ৰোমাঞ্চিত হৈ আছে। আনফালে ব্ৰহ্ম বা ব্ৰহ্মপুৰুষ সৰ্বব্যাপী নহয়। তথাকথিত ভগৱান বা ব্ৰহ্মপুৰুষ সকলোকে আদি কৰি সমস্ত জীৱ জগত পৰমশূন্যৰ পৰা জন্মলাভ কৰে আৰু অনন্তকাল লাখ লাখ যোনীৰ মাধ্যমেদি পুনৰ পৰমশূন্যত বিলীন হয় আৰু যিমান কাল ধৰি জীৱই শূন্যত যাত্ৰা কৰে সিমান সময় ধৰি শূন্যত বিশ্ৰাম লোৱাৰ পিচত পুনৰায় জীৱনচক্ৰ আৰম্ভ হয়। জীৱৰ এইটোৱে আচল আৱাহগমন। আচলতে কব গলে অৱতাৰ পুৰুষসকল উচ্চলোক ব্যৱস্থাৰ পৰা অহা একপ্ৰকাৰ জীৱহে। কাৰণ যাৰ শৰীৰ আৰু মন থাকে তাকেই জীৱ বুলি আখ্যা দিয়া হয় আৰু জীৱৰ পৰিবৰ্তন আৰু গতি আছে। সৰ্বব্যাপী বিদেহী পৰমাত্মাৰ কেতিয়াও কোনো পৰিবৰ্তন নহয় বা গতি নকৰে। সৰ্বব্যাপী আৰু সৰ্বমৰ মাজত পাৰ্থক্য আছে। পৰমশূন্যৰ পৰা জন্মলাভ কৰা সমস্ত তত্বকে সৰ্বম বুলি কোৱা হয়। কিন্তু পৰমাত্মা শূন্য আৰু তত্ব দুয়োটে সমৰূপত ৰোমাঞ্চিত হৈ আছে। তথাকথিত ভগৱান বা অৱতাৰ পুৰুষৰ এই গুণ নাথাকে। তেওঁলোকক একব্যাপী বুলি কব পৰা যায়। তথাপি তেওঁলোকো কালৰে দাস অৰ্থাৎ মৃত্যু বা পৰিবৰ্তন আছে। অৱশ্যে তেওঁলোকৰ আয়ুস বহুত দীঘল। গতিকে তেওঁলোকো সূক্ষ্মদেহী জীৱ আৰু জীৱই জীৱক কেতিয়াও মুক্তি দিব নোৱাৰে। অৱশ্যে তেওঁলোকে তেওঁলোকৰ নিজা লোক বা আলোকলৈ যেনে বৈকুণ্ঠ, সত্যলোক ইত্যাদিলৈ লৈ যোৱাৰ ক্ষমতা থাকে। তালৈ যোৱা মানে লোহাৰ শিকলিৰ বন্ধনৰ পৰা মুকলি হৈ সোণৰ শিকলিৰ বান্ধোনত আবদ্ধ হোৱাৰ দৰে হয়। সেয়ে আমি কোনো ইষ্ট, গ্ৰন্থ, গুৰু, সন্ত, মহন্তৰ ব্ৰহ্মজালৰ পৰা ওলাই আহি সৰ্বব্যাপি পৰমাত্মাৰ সন্মুখীন হলে একৰস আনন্দৰ অধিকাৰী হব পাৰো। ধন্যবাদ। 🙏

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 4 ปีที่แล้ว +4

    Jugor jihetu poriborton hoise..gotike manuhrupi gurur monburu aji poribortita dhyan dharonere poripurna hoi ase nohoi janu? jihetuke..bohu manuh rupi gurur kriya kolap dekhi ahisu..Sankardeva Madhadevor dore guru aji thokatu hondehor abortat jen lage..gotike monote hei Sankar Madhabokei guru kalpana kori akatmiya dristire terar charanate mur duyai porom hari Krishnar gun jokh kritan shraban kori bhagabatar madhymere jibon tu jumi suar proyakh kori goisu..apunahobor dore pothprodhokor bhumikai nichitta vabe amak sahai kori goise.KRISHNA🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏
      সেৱা জনাইছোঁ প্ৰভু

  • @bimalbasumatari8922
    @bimalbasumatari8922 4 ปีที่แล้ว +1

    Muk gyanor puhor dibo...
    Mur gharor usorot bhani ajoni bina treatment mrituk akuali lole okalote...janibo bisarilu...Gurujonay kiya rakhya nakarile? Prati basare sakat porimane arihona prodan kori ahiu kunu mangol hua nai...kothaburor uttor lage Prabhu Iswaror pora...Jay Krishna Guru

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      জয় কৃষ্ণগুৰু সেৱা গ্ৰহণ কৰিব প্ৰভু। প্ৰভুৰ প্ৰথম বাণীতে আছে যে " অন্ন বস্ত্ৰই ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয়, ভক্তিহে একমাত্ৰ পথ।" আপুনি যিমানবোৰ কথা কৈছে তাৰ উত্তৰ লিখি দিয়াটো সম্ভৱ নহয় প্ৰভু। আপুনি আমাক Facebook ত যোগাযোগ কৰিব প্ৰভু।জয় কৃষ্ণগুৰু

  • @uttamlahan569
    @uttamlahan569 3 ปีที่แล้ว +1

    ioi krishnaguru

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @babapagag971
    @babapagag971 4 ปีที่แล้ว +1

    Jai guru ram krishna

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @bimalbasumatari8922
    @bimalbasumatari8922 4 ปีที่แล้ว

    Prabhue bhaktok help Kore ne
    Bhaktay bhagabanok help Kore
    Moi buji nepaou ...krishna

  • @anjaliboro5855
    @anjaliboro5855 3 ปีที่แล้ว

    He mohan aatma aai pronam jonalu . Doya Kori aapunar contact nambartu dibane. Moi avagone aatur matrie.. 🙏 Krishna Krishna Krishna.

  • @bimalbasumatari8922
    @bimalbasumatari8922 4 ปีที่แล้ว

    Moi adire pora jak hridyat akuali loisu teouey mur babe Prabhu Iswar....tar babe mur aparadh haba neki ??? Gyan dibo....

  • @manashsaikia2881
    @manashsaikia2881 4 ปีที่แล้ว +2

    Jai krishnaguru

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @dhonboruah2141
    @dhonboruah2141 4 ปีที่แล้ว +4

    Joy Krishnaguru 🙏🙏🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  4 ปีที่แล้ว

      জয় কৃষ্ণগুৰু🙏🙏🙏