বিধায়ক ৰূপেশ গোৱালাৰ বাসগৃহ ঘেৰাও শতাধিক পুৰুষ-মহিলাৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • ▶️ বিধায়ক ৰূপেশ গোৱালাৰ বাসগৃহ ঘেৰাও শতাধিক পুৰুষ-মহিলাৰ
    ▶️ স্মাৰ্ট মিটাৰ বন্ধৰ লগতে মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ দাবীৰে প্ৰতিবাদ ছাত্ৰ মুক্তি, কৃষক মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ

ความคิดเห็น • 9

  • @dipakgogoi5084
    @dipakgogoi5084 2 ชั่วโมงที่ผ่านมา +3

    স্মাৰ্ট মিটাৰ, বস্তুৰ অত্যাধিক মূল্যই জনসাধাৰণক জ্বলা কলা খুৱাইছে। কিন্তু গুদ্দী মেডিয়াই ব্যস্ত কৰি ৰাখে জনসাধাৰণক হিন্দু মুছলিম কৰি।

  • @TulikaboraKkp
    @TulikaboraKkp 2 ชั่วโมงที่ผ่านมา +2

    ৰূপ নহয় মামৰে খোৱা লোহা বিজেপি বিধায়ক ৷

  • @shristiyasultana2079
    @shristiyasultana2079 27 นาทีที่ผ่านมา +1

    এনেকৈ আমি সকলো সাধাৰণ ৰাইজে ওলাই আহিবৰ সময় হল নহলে ঘৰ ভেটি নোহোৱা হব।

  • @cgohain7304
    @cgohain7304 2 ชั่วโมงที่ผ่านมา

    লাগে ৰহও😮

  • @lakhikrchintey5693
    @lakhikrchintey5693 29 นาทีที่ผ่านมา

    এইজন বিজেপিৰ বিধায়ক নহয় জানো

  • @abubakkarofficial9401
    @abubakkarofficial9401 42 นาทีที่ผ่านมา

    😂😂😂😂

  • @phanidhardoley8786
    @phanidhardoley8786 2 ชั่วโมงที่ผ่านมา

    😂😂😂