ধন্যবাদ দাদা ।আমাৰ ঘৰটো পশ্চিম মূখী। toilet tu south south west ot আছে । saftic tank tu যদি north west ot লৈ গলে toilet pipe কি দৰে নিব পাৰিম । মূখ্য দুৱাৰ ৰ front ote হব। মাটীৰ তলেৰে পাইপ টো south west হৈ মেনহল বনাই ঘৰৰ front হৈ নিব পাৰি নি ভালদৰে বুজাই দিলে ভাল পাম ।
Valuable information. God bless you. I am really success after lessening your video .
Val lagil dada share Kori disu
ধন্যবাদ দাদা ।আমাৰ ঘৰটো পশ্চিম মূখী। toilet tu south south west ot আছে । saftic tank tu যদি north west ot লৈ গলে toilet pipe কি দৰে নিব পাৰিম । মূখ্য দুৱাৰ ৰ front ote হব। মাটীৰ তলেৰে পাইপ টো south west হৈ মেনহল বনাই ঘৰৰ front হৈ নিব পাৰি নি ভালদৰে বুজাই দিলে ভাল পাম ।
Xundor
নমস্কাৰ দাদা, ground floorত গোসাঁই ঘৰ পাতিলে ওপৰত থাকা roomকৰিব পাৰিনে। অনুগ্ৰহ কৰি জনাবচোন।
Reading room
@@VASTUTIPSASSAM ধন্যবাদ ।
Excellent
পচীমমুখী ঘৰত পুবফালটো পিচফাল পৰে তেতিয়াতো চেফটি টেংক ,লেটিন পুবফালে হব ,যাৰ মাটিও কম অলৰেদি বনায় দিলে তেতিয়া মানুহ ঘৰে কি কৰিব আপোনি এনেকুৱা এটা ভিডিঅ বনাব বুলি আশা ৰাখিলো
North West t kitchen ba toilet thakibo parene jonabo.
Paribo
Val,lag il,dada
Dada ata hohai koribosun amar utapr pub ru pub dhikhe thai nothokat dokhin dikhe pani motor bohab logita hol kiba potikar ase jodi plz jonab
motor no problem water boring beya
@@VASTUTIPSASSAM thank you
পশ্চিমত পাকঘৰ কেনেকুৱা হয়?
Very good west kitchen
উত্তৰ ,পূব দিশত মেৰুন ৰং ৰ sofa থাকিলে কিবা অসুবিধা হব পাৰেনে জনাব
Cover it by blue or green cloth
Thankyou
উত্তৰ/পশ্চিম দিশত পাকঘৰ আছে আৰু গেছটো উত্তৰ ফালে আছে ।কি কৰিব লাগিব
Ronga taptu wallor tilsr uport manewallor tolor fale logale hbo ne please orpon da bujai dibo buliakha krilu.aru Mur falor pora apunaloi bhutdoinyobad thakil
নমস্কাৰ আমাৰ ঘৰৰ পূৰ্ব দক্ষিণত বাতৰুম আছে আৰু পূৰ্ব দক্ষিণ দক্ষিণ পচিমতহে জেগা আছে আপোনি জনাবছোন দাদা ।
Vastu mote beya change korok