7 টকা কেজিত মাগুৰ শিঙি মাছ | Fish Farming Assam | Fish Farming Business | Fish Farming Bio Floc
ฝัง
- เผยแพร่เมื่อ 10 ก.พ. 2025
- 7 টকা কেজিত মাগুৰ শিঙি মাছ | Fish Farming Assam | Fish Farming Business | Fish Farming Bio Floc
আপুনিও যদি এনেধৰণৰ ভিদিয় বনাব বিচাৰে যোগাযোগ নম্বৰ For Promotion :- 7635934014
Watsapp Groupত Join হওঁক :- chat.whatsapp....
Business Email:- assambusiness453@gmail.com
ফেচবুক পেজটো Follow কৰিব:- www.facebook.c...
assam fish farming,fish farming in assam,fish farming,assam farming,assam biofloc fish farming,fish farming project in assam,fish farming business in assam,fish farming tips,biofloc fish farming,fish farming assam,#assam,#farming,catfish farming in assam,assam fish farming video,biofloc fish farming assam,best fish for farming in assam,pig farm in assam,fish farming business,goat farm in assam,fish farming process in assamese,assam
#sunnybusinessideas #assamfishfarming #fishfarminginassam #fishfarming #assamfarming #assambioflocfishfarming #fishfarmingprojectinassam #fishfarmingbusinessinassam #fishfarmingtips #bioflocfishfarming #fishfarmingassam #assam #farming #catfishfarminginassam #assamfishfarmingvideo #bioflocfishfarmingassam #bestfishforfarminginassam #pigfarminassam #fishfarmingbusiness #goatfarminassam #fishfarmingprocessinassamese #assam
Channel Disclaimer:- এই চেনেলটো কেৱল তথ্যৰ বাবে কোনো ধৰণৰ লাভ,লোকচান বা...যিকোনো ক্ষতিপূৰণ। যদি আপুনি ডিল বা ক্ৰয় কৰে তেন্তে যিকোনো বস্তু হ'ব নিজৰ ৰিস্ক। অনুগ্ৰহ কৰি আগতে জৰীপ গৱেষণা কৰক যিকোনো ব্যৱসায় কৰা। এই ভিডিঅ'বোৰ কেৱল মাৰ্কেটৰ বাবে
ভাল লাগিল দাদা
Anwar Bhai keep it up
Moi alam bohut bhal lagisay
Good👍
Mukhot kowa hahoj but practically bhut kothin..
Bohut khaddo lage ehote khai bohut but growth Kom hoi
আপুনি কৰক , লাখ লাখ টকা আপুনিয়েই লওক , আমাক নালাগে 🙏🙏
Rs, besi hoise❤❤❤🎉
একাইটা জহৰা
মিছা কথা
মোক ঘুৰালে মাছ দিব বুলি
Ak kegi t kiman Pani goise dekhise .komeo 200/300 gm Pani goise
Love you
নাইচ
Thanks
1 কথা মাটিত 10000 পুনা মেলিব কোৱা জনক মোৰ ফালৰ পৰা প্ৰণাম, তেওঁ কিমান অভিজ্ঞ গম পাইছোঁ
Magur mas tu base jaga nalage
ই মহা দালাল কোনো যেগাত ই যাব নোৱাৰে
7toka. Kg. Hole. Mk. De. 100kg. Dibi nki
Commercial rice mill video Lage
kun jagat muk lagisil . kynykoi pm
Nice
Dekhibole Parise nohoi oo dekhibo paise buli kobo
Dada moko magur pona lagisil etu kon jagat hoi jonabony
নমৰিব এইটো মহা দালাল
Crab 🦀 video dekem
Kiman dam
🦀 crab kot pam
Per kilo kiman
এইজন ধুৰন্ধৰ, ফ্ৰড, ঠগ, প্ৰৱঞ্চক, মিছলীয়া। এক কেজিত যদি তিনি হাজাৰ পোনাও ওঠে এই দালালৰ ঘৰত মই কাম কৰা মানুহ হিচাবে থাকিম।
এই বাতৰিত ১% সত্যতা নাই । এনে ভুৱা প্ৰচাৰৰ বাবে এই দালালৰ ওচৰত মই ফচি গ'লো। কাৰন মই ভুক্তভোগী সেয়ে এই ভুৱা প্ৰচাৰত অসমৰ ৰাইজ ভোল নাযাব। কিয়নো ই কেৱল ঠগ প্ৰৱঞ্চকেই নহয় ই এটা অসভ্যও। যোৱা কালি ইয়াৰ ঘৰলৈ মাতি নি ৩৪৫০০ টকা দাবী ধমকি দি মোৰ পৰা লৈ দাগী পোনা চাৰি কেজি দি তাৰ ঘৰৰ পৰা উলিয়াই দিয়ে। ইয়াক বহুত কাকুটি মিনতি কৰিছিলো যে এতিয়া লখিমপুৰৰ গাড়ী নাই গতিকে ৰাতি লৈ যাম। তাৰ পিছতো মাছ দিয়াৰ পিচত মোৰ ইয়াত আৰু ৰৈ থকাৰ নিয়ম নাই বুলি জোৰ জবৰদস্তি এখন চুইফট গাড়ী ফোন কৰি মাতে আৰু উক্ত গাড়ীৰ মালিক তথা চালকক এহেজাৰ টকা ভাড়া দিবলৈ দিয়ে আৰু তৎকালীন ভাৱে আমাক নগাঁও বাই পাচত থৈ যাবলৈ দিয়ে।মই আগতেই কৈছো যিতু সময়ত পোনপটীয়া গাড়ী লখিমপুৰলৈ নাছিল যাৰ বাবে ঘন্টা ঘন্টা ধৰি ৰদ'ত থাকিব লগা হৈছিল আৰু ঘৰ আহি পোৱা পিছত ৫% মাছো জীৱিত অৱস্থাত নাই । ইয়াৰোপৰি এই বিষয়ে ফটো ভিডিঅ প্ৰেৰন কৰি পূৰ্বে কোৱা অনুযায়ী মৰা পোনা পুনৰ দিয়া হ'ব বুলি কোৱা কথাষাৰ সাৰুগত কৰি ফোন কৰো যদিও পুনৰ মোক ১০০০০ হাজাৰ পোনা ক্ৰয় কৰিলেহে দুই চাৰিটা পোনা লগাই দিম বুলি প্ৰকাশ কৰে। গতিকে অসমৰ ৰাইজে এতিয়া এই দালালৰ পৰা পোনা লয় নলয় আপোনালোকৰ কথা। লগতে মোৰ পৰা টকা লোৱা প্ৰমান কোনো ব্যক্তিক লাগিলে মই দিম । মানুহক এনেধৰনেই ঠগি শুনামতে তিনিজনি বিয়া কৰিছে আৰু মাহত ইয়াৰ পত্নী তিনি বাৰ গুচি যায় বুলি প্ৰতক্ষদৰ্শিয়ে জানিবলৈ দিয়াৰ লগতে চৰ্ত টেম্পাৰ বুলিও প্ৰকাশ কৰে ।
Koribole dekhibole aibur kii
Kiman dam par kg
৯০০০ হাজাৰ, এইটো মহা দালাল
muk 1000 kg lage kintu kg 7 tokakoi he dim.dibo paribo ne?
Address plz
Bohut besi rate.
kot pam
Kun jega
কিমান দিনৰ ভিতৰতhurvesting কবিবোৰ পাৰি
পোনা ঘৰ পালেগৈহৈ harvesting কৰিব । যদি কোনো ব্যক্তিয়ে পোনা নাই মৰা বুলি ক'ব পাৰে তেন্তে প্ৰতিক্ৰীয়া দিব পাৰে ।
Misa kothat bhul naajabo
1 lakh Lost khaisu😢
৬০০০০ হাজাৰ পানীত পৰিল এই দালালক বিস্বাস কৰি
Dada moi call kori asu apunak
Pagla bonabo khujisa nki.. 7 tokat diba buli..
Hisaptu olp vul ase....
muk three k g lagy
Minimun kimn order koribo pari
মই মৰিলো আপুনি নমৰিব
Misha kotha kiyo koy 7 toka kg mash ase neki prithibit. Mithabadi youtuber
কোন ভাষায় কথা বলো কিছুই তো বুঝি না
Buka.. Gali nedao aro.... 10000.. Mast 10 lkh kela.. Khuna
10000 pice magur ouhute tika fati jay gom pwa ne nai
7 taka kg ne Ata masot 7 toka ..bhusurike
Nai pokhuri khandi mui postai asu
Kio?
Bordumsa
Falto video nokrib
Falto video nokrib
১০০% right