৫১০ কোটি টকাৰে আত্মনিৰ্ভৰ অসমৰ সোণসেৰীয়া যাত্ৰা আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.ย. 2024
  • 📌৫১০ কোটি টকাৰে আত্মনিৰ্ভৰ অসমৰ সোণসেৰীয়া যাত্ৰা আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। আজি ২৫ হাজাৰ যুৱক-যুৱতীক প্ৰথম কিস্তিৰ সাহায্য প্ৰদান। মুঠ ২ লাখ যুৱ উদ্যোগীক সামৰি ল'ব এই অভিযানে। ২ লাখ টকাকৈ দিয়া হ'ব প্ৰতিগৰাকী যুৱ উদ্যোগীক। তাৰে ১ লাখ টকা হ'ব ৰাজসাহায্য। চাকৰি লোৱাতকৈ চাকৰি দিয়াৰ আন্দোলন কৰিবলৈ যুৱ প্ৰজন্মলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 158

  • @bimanborah3705
    @bimanborah3705 11 ชั่วโมงที่ผ่านมา +27

    এপলাই কৰি interview দিয়াৰ পাছতো আমাক কিয় এই সুবিধাৰ পৰা আতৰাই দিয়া হল মামা। আমাৰ আশা সপোনৰ কোনো মুল্য নাই নেকি।

    • @debojit1599
      @debojit1599 4 ชั่วโมงที่ผ่านมา

      Rti marok gm pai jabo

  • @pikubora9865
    @pikubora9865 10 ชั่วโมงที่ผ่านมา +12

    উপযুক্ত সকল থাকি গল মামা বৰ আশা কৰিছিলো ভগা দোকাখন বনাই ঘৰখনলৈ কিবা এটা কৰিমবুলি ভাবিছিলো

  • @nurajbhai5245
    @nurajbhai5245 10 ชั่วโมงที่ผ่านมา +9

    মই দুবাৰ মান interview দিওঁ নাপালোঁ,কাৰন মোৰ কোনো poltics power নাই।😅😅😅

  • @Jakir-s4t
    @Jakir-s4t 11 ชั่วโมงที่ผ่านมา +23

    আমি আবেদন কৰিও নাপালোঁ।কি চৰ্তত তেওঁলোকে প্ৰাধান্য পালে গম‌ নাপাওঁ

    • @arupkumardas9608
      @arupkumardas9608 10 ชั่วโมงที่ผ่านมา

      Moi o naplu

    • @jivanpradhan6254
      @jivanpradhan6254 10 ชั่วโมงที่ผ่านมา

      Najane kenekoi pale

    • @ChumkiBora
      @ChumkiBora 10 ชั่วโมงที่ผ่านมา

      Moi u nplu

    • @SultanSafikulAlam
      @SultanSafikulAlam 9 ชั่วโมงที่ผ่านมา

      Channel o channel

    • @KulajitTalukdar-ez2er
      @KulajitTalukdar-ez2er 8 ชั่วโมงที่ผ่านมา

      Moi o napalu..Amar iyat masor nam najane kintu fishary loan pale.karon leader r pahir putek dujon vayek.

  • @LohitChangmai-i7q
    @LohitChangmai-i7q 10 ชั่วโมงที่ผ่านมา +7

    কংগেছৰ তুমিয়েই গুৰি বঠা আছিলা?

  • @PinkuBora-k6y
    @PinkuBora-k6y 10 ชั่วโมงที่ผ่านมา +8

    মামা আপোনাৰ হিচাৱ ভুল হল অহা ২৪ চত উতৰ পাৱ

  • @LohitChangmai-i7q
    @LohitChangmai-i7q 10 ชั่วโมงที่ผ่านมา +7

    আত্মনিভৰ অসম নহয় !আতম নিভৰ বিজেপি

  • @rupnathrabha6353
    @rupnathrabha6353 11 ชั่วโมงที่ผ่านมา +7

    Ai subidha pabo hole partir manuh hobo lagibo

  • @minakshidas833
    @minakshidas833 10 ชั่วโมงที่ผ่านมา +13

    এই যে মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে ইমান গৰমত ইমান কষ্ট কৰি ভাত বনোৱাৰ পৰা সৰু ল'ৰা-ছোৱালীৰ শৌচ ধুৱালৈকে কৰে তাৰ বিনিময়ত তেওঁলোকক মাত্ৰ ১০০০ টকা দিয়ে আৰু কেতিয়াবা হেনো মাহত ৫০০টকাও দিয়ে।তেওঁলোকৰ কষ্ট দেখিলে মোৰ বৰ দুখ লাগে।এনেকৈ অযথা পইছা খৰচ কৰাতকৈ মই মুখ্য মন্ত্ৰী ডাঙৰিয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে তেওঁলোকক তেওঁলোকৰ কষ্টৰ মূল্য দিয়ে।।

    • @NobinKonwar-ir4lb
      @NobinKonwar-ir4lb 10 ชั่วโมงที่ผ่านมา +1

      এই কথা তোৰ উপৰত চৰকাৰে গুৰুত্ব দিয়া তো উচিত।

    • @jintisarma8927
      @jintisarma8927 8 ชั่วโมงที่ผ่านมา +2

      ঠিকে কৈছে কষ্ট কৰি থকা বিলাকক দিব টান পায়

    • @mitalinath6601
      @mitalinath6601 7 ชั่วโมงที่ผ่านมา +1

      হয় দিয়ক মোৰো বহুত দুখ লাগে ৰান্ধনী সকললৈ,ইমান গৰমত ইমান কষ্ট হয়, মই 9.30ৰ পৰা 12.00বজালৈ সৰু সৰু লৰা ছোৱালীৰ 3 টা class চম্ভালি অলপো rest নকৰাকৈ ভাত দিয়া সময়খিনি ৰান্ধনী বাইদেউ দুজনীক help কৰি দিও, ইমান আমনি কৰে লৰা ছোৱালী বিলাকে, তেওঁলোকে কষ্টৰ মূল্য পালে ভাল পাও

    • @minakshidas833
      @minakshidas833 6 ชั่วโมงที่ผ่านมา +2

      যিবোৰোত গুৰুত্ত দিব লাগে সেইবোৰ বিষয়ত চকু ফুৰায়ে নাচায়।নলগা জেঙত লাগি বেছি ভাল পায়।মাছৰ তেলেৰে মাছ ভাজি আছে।কিন্তু কষ্টৰ মূল্য দিব নাজানে।

  • @barasharajbongshi9276
    @barasharajbongshi9276 10 ชั่วโมงที่ผ่านมา +7

    Online BJP r lagat lagi thaka keijanak he dise

  • @rantukalita7099
    @rantukalita7099 7 ชั่วโมงที่ผ่านมา +2

    মই দুবাৰ interview দিও নাপালো আৰু পালো হৈ মই যদি........ হলে হৈ

  • @MammaToy
    @MammaToy 11 ชั่วโมงที่ผ่านมา +22

    বেছিভাগ চাকৰি ধনী বিলাকে পাইছে। দুখীয়া ১০০ভিতৰত ১০ টা মানে হে পাইছে। আহক মই দেখাই দিম।

    • @TutumoniSwargiary
      @TutumoniSwargiary 10 ชั่วโมงที่ผ่านมา +2

      😢 hihote already lakhpoti hoi. Hai tokar proyujon amak asil 🙏🙏

    • @budheswarhiloidhari3449
      @budheswarhiloidhari3449 10 ชั่วโมงที่ผ่านมา +2

      Ward member জীয়েকে পাইছে

    • @mr_pitajii
      @mr_pitajii 9 ชั่วโมงที่ผ่านมา

      Twitter t Twitt korok Tetiya He Kamot Ahibo

  • @SURENBorah-z8j
    @SURENBorah-z8j 10 ชั่วโมงที่ผ่านมา +3

    এই বোৰ ৰাজ নীতি কৰি আছে আৰু অলপ মূল্য বৃদ্ধিৰ দাম বহাবলৈ জন গনক শেষ কৰিছে 20 বছৰ ধৰি বাহিৰত হাজিয়া কৰিব লগা হৈছে এই বোৰ কি হৈ ৰাইজে বুলিও নুবুজা হ'লে নহ'ব বুজি পাব লাগিব আমাক শান্তি অসম লাগে য'ত আমি জীয়াই থাকিব পাৰোঁ

  • @karabiborpatragohain7522
    @karabiborpatragohain7522 9 ชั่วโมงที่ผ่านมา +8

    আপুনি সঁচাকে নিকা কৰিছেনে? কাৰণ আমাৰ সপোনবোৰৰ ভাঙি চুৰমাৰ কৰিলে। মই এই কাৰণে কৈছোঁ যে বৰ্তমান কুকুৰা আৰু ছাগলী পালন কৰি আছোঁ কিন্তু টকাৰ অভাৱৰ বাবে আগুৱাব পৰা নাই। ভাবিছিলো '(আত্মনিৰ্ভৰ) আঁচনিৰ দ্বাৰা উপকৃত হৈ আগুৱাই যাম।তাৰ বাবে আবেদন কৰিলো আৰু দুবাৰ ইন্টাভিউ দিলো কিন্তু কিহৰ বাবে উপযুক্ত নহলো তাকহে গম নাপালো।

    • @borahsonofassam8627
      @borahsonofassam8627 9 ชั่วโมงที่ผ่านมา +1

      Thik koise dada interview diu napalu....kihor karone ahji loi Buji napalu

    • @kamalkalita753
      @kamalkalita753 7 ชั่วโมงที่ผ่านมา

      BJP member hole he pabo

  • @sumosd64
    @sumosd64 11 ชั่วโมงที่ผ่านมา +3

    Karbi Anglong ot Sai jauk ... Soku kopalot nuthile jonabo mama ..

  • @SultanSafikulAlam
    @SultanSafikulAlam 9 ชั่วโมงที่ผ่านมา +2

    Dubar interview disu 😂😂😂 tothapi nidile only bjp r kormo korta xokole ple sge.

  • @budheswarhiloidhari3449
    @budheswarhiloidhari3449 10 ชั่วโมงที่ผ่านมา +1

    গমেই নাপালো মই দুবাৰ interview মাৰিলোঁ name nahil dekhun

  • @debasishdas3527
    @debasishdas3527 7 ชั่วโมงที่ผ่านมา +1

    সাধাৰণ নিবনুৱা ❎
    বিজেপি নিবনুৱা✅
    Interview ৰ নামত কিয় সাধাৰন লৰাছোৱালীবোৰক হাৰাশাস্তি কৰিলে।। সকলোবোৰ যদি একোটা সমষ্টিৰ top level ৰ বিজেপিৰ leader বোৰেই select কৰে।।

  • @MAINAKALITA-kl2dp
    @MAINAKALITA-kl2dp 6 ชั่วโมงที่ผ่านมา +1

    ময়ো ইন্টাৰভিউ দিছিলোঁ কিন্ত কিয় চিলেক্ট নহলো মোলৈ কিয় মেচেজ নাহিল ধৰিব ই নোৱাৰিলো বহুত অপেক্ষাত আছিলো চাৰ প্লিজ আমাৰ ভবিষ্যত অন্ধকাৰ নকৰিব

  • @ALky-l5w
    @ALky-l5w 11 ชั่วโมงที่ผ่านมา +2

    Dittiyo bar apply koriboloi koise kintu ami nokoru, amar logot bhengusali kori lav nai , abar kori thoisu diboloi hole diyok nidiye jodi natok kori nathakibo

  • @SankarjytiNarah
    @SankarjytiNarah 10 ชั่วโมงที่ผ่านมา +1

    BJP লিদাৰ সকলে পাইছে, সকলো ২ নম্বর।

  • @tiraprasadpegu8994
    @tiraprasadpegu8994 8 ชั่วโมงที่ผ่านมา +1

    বয়স সিমা বঢ়াব লাগে। কাৰণ যি সকল চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে তেনে লোককহে দিব লাগে

  • @digennath497
    @digennath497 9 ชั่วโมงที่ผ่านมา +2

    ধনি মানুহ বিলাকে পাইছে ।

  • @RonjumonidasI2
    @RonjumonidasI2 10 ชั่วโมงที่ผ่านมา +2

    Uparat jar link ase he pai amar nisena manuhe napai sar

  • @ranjitkalita1956
    @ranjitkalita1956 7 ชั่วโมงที่ผ่านมา +1

    Kam nhoa kisuman Kam Kari ace..
    2000 kouti Dhar look aibar.
    Ami asu nhoi Dib karnae

  • @SushilDas-z9m
    @SushilDas-z9m 9 ชั่วโมงที่ผ่านมา +1

    Khub akha asil min palan karibale. Akhat kio sesapani dhalile ? Mama. Bahut beya lagil

  • @atulsarma1476
    @atulsarma1476 10 ชั่วโมงที่ผ่านมา +1

    Mama jowabar 2011 jibilak ghar disil hei list t mor maaro nam asil kintu baki sob manuh pale amar gaon t akol mor maar namor gharto ami napalu.dhanyabad mama

  • @BimalMahanta-u4i
    @BimalMahanta-u4i 9 ชั่วโมงที่ผ่านมา +1

    Mama aibar bjp vot nedaw 2bar interview diyar pasot o napalu bjp k vot di asilu emn basore

  • @biswajitkalita-z7v
    @biswajitkalita-z7v 11 ชั่วโมงที่ผ่านมา +5

    75 thousand ram thagon dela only bjp candidate paisa aibilk

  • @bastob0624
    @bastob0624 10 ชั่วโมงที่ผ่านมา +1

    20/30 ta manok die nam komabo aho mukhot mutoni dhalim sett😊😂🎉❤

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zg 8 ชั่วโมงที่ผ่านมา

    মাইক্ৰ্যফাইনেন্সৰ ধাৰ খোৱা আই মাতৃ সকলক অহা বিধানসভাৰ নিৰ্বাচনত উৎসাহ উদ্দীপনাৰ মাজেদি বিজেপি দলক ভোট দিবলৈ এতিয়াৰে পৰা অনুৰুধ জনালোঁ।

  • @rajbaruah3473
    @rajbaruah3473 6 ชั่วโมงที่ผ่านมา +1

    Notun ke borokhir tup dise ...

  • @pranabborah209
    @pranabborah209 9 ชั่วโมงที่ผ่านมา

    লৰা ছোৱালী জন্ম দিলে সিহঁতে চলিব নোৱাৰাকৈ ঋণ লৈ সিহঁতক জন্মতে কোঙা কৰা নাইনে বাৰু।

  • @हारनेहिमानो
    @हारनेहिमानो 8 ชั่วโมงที่ผ่านมา

    Himantra misoliya
    2026 BJP nahay
    Kintu
    Jalukbaritu Nuyare

  • @life.zindabad
    @life.zindabad 6 ชั่วโมงที่ผ่านมา

    কি যোগ্যতাত দিয়া হৈছে জানিব বিছাৰো..... নেছেলিকে নাপাব নেকি...???

  • @LohitChangmai-i7q
    @LohitChangmai-i7q 10 ชั่วโมงที่ผ่านมา

    তোমাৰ ফুপলোংঙা আচণি বোৰৰ কি বুলি নাম দিম! পথমে মাইক্য ফাইনেচ তাৰ পিছত লাক্ষপ্ৰতি বাইদেউ এতিয়া আত্মনিভৰ। চবতে ভেলকি বাজি ২৫হাজাৰক ৭৫ কৈ দি আৰু ৭৫হাজাৰক বিজেপিত বন্দীৰ ফন্দী

  • @ranjankakoti6319
    @ranjankakoti6319 6 ชั่วโมงที่ผ่านมา

    Mama moi ajon Erickcha salok hoi.moi 2Bar intarvo dilo.mor.ege36.Sarkari chakori.time nai.amr nichna dokhiya.kotno.aconi love pam.Menpalwnar karnea .kotno Atmonrivor hobo parim.

  • @palashpratim2809
    @palashpratim2809 10 ชั่วโมงที่ผ่านมา

    ক'ৰবাত কিবা এটা ভুল থাকি গৈছে যেন লাগে কাৰণ মানুহৰ মনস্তাত্বিক পৰিবৰ্তন আৰু অৱনতিৰ ফালেহে ধাৱমান হৈছে দিনক দিনে , যিটো বহুত বেচি গুৰুত্বপূৰ্ণ বিষয় ।উন্নতি সকলোকে লাগে হয় কিন্তু তাৰো কিছু লেকাম থকাৰ দৰকাৰ । 🙏

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zg 9 ชั่วโมงที่ผ่านมา

    মাননীয় মামা,এটা কথা মন কৰিব আমাৰ অঞ্চলৰ পৰা প্ৰায় দুই শ মান লৰা ছোৱালী য়ে আবেদন জনাইছিল। কিন্তু তাৰে ভিতৰত তিনি চাৰিজনেহে সুবিধা পালে। সেয়ে বাকী নোপোৱা কেই জনৰ ভোট খিনি বিজেপি দলে পাব বুলি এবাৰ ভাবি চাইছেনে?

  • @musicloversindia474
    @musicloversindia474 10 ชั่วโมงที่ผ่านมา +2

    BJP go back

  • @pabitrasaikia5831
    @pabitrasaikia5831 9 ชั่วโมงที่ผ่านมา +1

    দুবাৰকৈ ইন্টাৰভিও দিও নেপালো আমাৰ কিবা বেৱস্থা লবনে

    • @Rmedforce
      @Rmedforce 8 ชั่วโมงที่ผ่านมา

      মই 17 বাৰ দিছো কি কম আৰু

  • @UtpalLahkar-l2f
    @UtpalLahkar-l2f 6 ชั่วโมงที่ผ่านมา

    Mama misaliya.2nd interview dilo kintu select nakarile.bjp r dalal ketai he paise buli moi vabu.

  • @MunindraBora-k6s
    @MunindraBora-k6s 4 ชั่วโมงที่ผ่านมา

    Amak akhabur kiyo vangilay. Apunalukay ibntervew pasot ghortu visit korib. Sagoli diploma loi sagoli puhar hopun loi hajira kora poisaray dujoniman sagoli, gahori, hah kukura puhi asilu vabisilu 2nd ibntervew pasot apuni hohai korib kintu re apply kori hay kolay. Hajira poisaray Online korilu 20km durot ibntervew dilu. Atiya sorom nirakhat porilu. Pothom vut diyar pora bjp jindabaad kori asilu atiaa nkow. By by bjp.

  • @DibyajyotiNath-g7r
    @DibyajyotiNath-g7r 11 ชั่วโมงที่ผ่านมา +2

    Mama❤❤❤

  • @nabajitmahanta2701
    @nabajitmahanta2701 10 ชั่วโมงที่ผ่านมา

    Aru anekwa acanit jiwanat apply nakaru dubar interview diyale sellection nakarile akow apply koriba koise

  • @bhaskarbora4120
    @bhaskarbora4120 6 ชั่วโมงที่ผ่านมา

    2ta interview diu napalu, karon moi Bjp leader ejonor logot beya holu olop dinor agot

  • @RinkusaikiaRinku
    @RinkusaikiaRinku 8 นาทีที่ผ่านมา

    Aibur diyat koi jdi bostuburr dam kmali hoi dukhiya kitai ontot akhaj valke khabo paril hoi setr asoni iman dam de bstu khaisu.

  • @PadumiDas-y1i
    @PadumiDas-y1i 5 ชั่วโมงที่ผ่านมา

    Moi mor wife medical admit Kori thoi ahi 2 nd interview disilo, kintu apuni jar taka ase , gari ase khei borake taka dile,

  • @BubulDas-dq9os
    @BubulDas-dq9os 11 ชั่วโมงที่ผ่านมา +1

    Val Krise sarkare

  • @bhabanidas166
    @bhabanidas166 9 ชั่วโมงที่ผ่านมา

    CM sir moi apply korilo project dibo noarilu kenekoi 2 lakh pam please help me CM sir

  • @johnray417
    @johnray417 8 ชั่วโมงที่ผ่านมา

    Mi ajon axomiya hisabe aji Gaurav karo ajon mukhymantri hisabe axom baxikh val poa ajon mahun hisabe Himanta Vishva Sharma k pranam karo Ane kya ajon Manoh poa to Amar Babe bahut bahut hu byagyar kotha❤

  • @KabitaBoro-i9y
    @KabitaBoro-i9y 10 ชั่วโมงที่ผ่านมา

    Jonkhati khokol powai nai Jen laagise. Mukh Keita sob beleg beleg he laagise.

  • @Skyblue12319
    @Skyblue12319 9 ชั่วโมงที่ผ่านมา

    Amak buli ka bkara nobonabi ki jukti t bad dise grohonjonk nhy aru reply nu mute hoboe nuaru amak second phase lo

  • @chinamoniduwarirajkonwari9323
    @chinamoniduwarirajkonwari9323 9 ชั่วโมงที่ผ่านมา

    BJP r leader bure he paise ami vote dileu npao ..amaru jugyata asil kintu nidile.

  • @piyusvloger3547
    @piyusvloger3547 7 ชั่วโมงที่ผ่านมา

    Ami dui tini bar interview diyar pasotu je nam nahil heitu ki hbo.

  • @debakantaboruah8765
    @debakantaboruah8765 8 ชั่วโมงที่ผ่านมา

    Jar already farm asa hihate paise. Ai asoni amar dore farm nuhuwa manuhar babe nahai. Ji already atmonibhar hoi asa hihate paise amar ai alekat.

  • @anilkrhaloi8019
    @anilkrhaloi8019 10 ชั่วโมงที่ผ่านมา +1

    HBS Zindabad

  • @ranjitkalita1956
    @ranjitkalita1956 7 ชั่วโมงที่ผ่านมา

    Aami bjp r manuh kintu ajiloike Ata subidha poa nai..

  • @dipakbarua4903
    @dipakbarua4903 7 ชั่วโมงที่ผ่านมา

    1 Bosor agote congress mane Himanta NE Ki Kua?

  • @RinjuKoch
    @RinjuKoch 5 ชั่วโมงที่ผ่านมา

    Moi bahut bisah Kari chilo kintu kiy nepalo 😢😢

  • @biswajitchetia9681
    @biswajitchetia9681 10 ชั่วโมงที่ผ่านมา

    Nijor hangu pangu pala buth cometi gonaraka pala

  • @jivanpradhan6254
    @jivanpradhan6254 10 ชั่วโมงที่ผ่านมา +1

    Kam nai

  • @LachitDas-gx1el
    @LachitDas-gx1el 11 ชั่วโมงที่ผ่านมา +1

    Great leader ❤

  • @puspakumarkalita9165
    @puspakumarkalita9165 6 ชั่วโมงที่ผ่านมา

    সুন্দৰ পদক্ষেপ । মামা জিন্দাবাদ

  • @darshanasaikia3309
    @darshanasaikia3309 8 ชั่วโมงที่ผ่านมา

    Jai Hind ❤❤❤ vl kam kri se mamai atiya.... change hua dekhi vl lagil mama ❤ jai hind ❤

  • @user-dharitri169
    @user-dharitri169 6 ชั่วโมงที่ผ่านมา

    Eblk toka pai etia kunbai biya patibo kunbai party koribo😂

  • @binudkachari7685
    @binudkachari7685 9 ชั่วโมงที่ผ่านมา

    Aami voy nokoru....etia byobohay korim...

  • @KamalDas-ip2jj
    @KamalDas-ip2jj 5 ชั่วโมงที่ผ่านมา

    Bjp Kai ta Paisa.. Amar pora vot ha loy...

  • @pintoroy6961
    @pintoroy6961 10 ชั่วโมงที่ผ่านมา

    Aibalk koi lav ni dekhisu eman goskor

  • @pintoroy6961
    @pintoroy6961 10 ชั่วโมงที่ผ่านมา

    Aibalk koi lav ni dekhisu eman goskor

  • @borahsonofassam8627
    @borahsonofassam8627 9 ชั่วโมงที่ผ่านมา

    Kela 2bar interview diu napalu...kihor karone mata nai

  • @popular321
    @popular321 8 ชั่วโมงที่ผ่านมา

    মাছ পুহিবৰ বাবে আগবাঢ়ি আহক

  • @JadavMedhi-kp8gk
    @JadavMedhi-kp8gk 10 ชั่วโมงที่ผ่านมา

    Amio to Apply korisilu S.C hoi moi tothapiu moi napalu so moi vl pua ni

  • @SwarnaliGogoi-z1t
    @SwarnaliGogoi-z1t 8 ชั่วโมงที่ผ่านมา

    অ মা আমাক কেতিয়া দিব মা আমাক চকু মেলি কেতিয়া চাব

  • @rabinarabha1623
    @rabinarabha1623 8 ชั่วโมงที่ผ่านมา

    Moi napalw a dekhw eman ksto kri

  • @atulsarma1476
    @atulsarma1476 10 ชั่วโมงที่ผ่านมา

    Moi napaleo kom mama apuni bhal kam korise

  • @chinmoydeka5642
    @chinmoydeka5642 10 ชั่วโมงที่ผ่านมา +1

    Ami napolu

  • @assamesesuwalipriya1060
    @assamesesuwalipriya1060 4 ชั่วโมงที่ผ่านมา

    Aibar kori sam nple bjp bye bye dim ajiloi aku nplu 😢😢😢

  • @amarshyam1147
    @amarshyam1147 4 ชั่วโมงที่ผ่านมา

    2bar koi interview dia hokol r ki hobo atia... Teu lukor mak bapekor 17/18ta company nai mama.

  • @worldbgc3602
    @worldbgc3602 55 นาทีที่ผ่านมา

    Moi atiyahe gom paisu mama eman 2 nomborine

  • @worldbgc3602
    @worldbgc3602 53 นาทีที่ผ่านมา

    Aibar sakori sob bjpye pabo

  • @ChumkiBora
    @ChumkiBora 10 ชั่วโมงที่ผ่านมา

    Ako kihr apply kribo lge agt kri thua burok nedea ni

  • @anuwarhussain5150
    @anuwarhussain5150 9 ชั่วโมงที่ผ่านมา

    Ak Toka ghurai nidiye kuneu

  • @dipakbarua4903
    @dipakbarua4903 7 ชั่วโมงที่ผ่านมา

    Atia congress k Gali parile Ki hob Apouni e asil congress r a. To z

  • @youtubeworld5085
    @youtubeworld5085 9 ชั่วโมงที่ผ่านมา

    Himantai khub dhuniyake misa koy

  • @dharmakantanarah1209
    @dharmakantanarah1209 10 ชั่วโมงที่ผ่านมา

    Heibur sob natok soyamr nisina obo 50000 dim koi 30000 hajar di kam kotom obo.

  • @NabinPatir-v5j
    @NabinPatir-v5j 11 ชั่วโมงที่ผ่านมา

    BJP r manuhoke dile

  • @DhirajBorah-j4r
    @DhirajBorah-j4r 10 ชั่วโมงที่ผ่านมา

    Kalir pora mitha tel 200 par hobo raij😂

  • @PompiBorah-l9z
    @PompiBorah-l9z 10 ชั่วโมงที่ผ่านมา

    Biskorm asni Katia dib

  • @gitanjoligogoi6279
    @gitanjoligogoi6279 9 ชั่วโมงที่ผ่านมา

    ভিতৰি ভিতৰি চলি আছে

  • @Jeet_musical08
    @Jeet_musical08 9 ชั่วโมงที่ผ่านมา

    Sob valtu hoise

  • @RatulBaruah-q2l
    @RatulBaruah-q2l 6 ชั่วโมงที่ผ่านมา

    Raj niti korila

  • @rajusaikia2462
    @rajusaikia2462 7 ชั่วโมงที่ผ่านมา

    আমি পোৱা নাই দে

  • @youtubeworld5085
    @youtubeworld5085 9 ชั่วโมงที่ผ่านมา

    Bostur dam bahil

  • @youtubeworld5085
    @youtubeworld5085 9 ชั่วโมงที่ผ่านมา

    Congresst himu mamai asil nhyne

  • @himangsugayan7092
    @himangsugayan7092 9 ชั่วโมงที่ผ่านมา

    Ami nai pua 😢😢😢

  • @iammrinal9925
    @iammrinal9925 7 ชั่วโมงที่ผ่านมา

    mujk sun interview krone u nematile answer di asu

  • @jituborah5788
    @jituborah5788 10 ชั่วโมงที่ผ่านมา

    সুন্দৰ

  • @UjjalPegu-du1yx
    @UjjalPegu-du1yx 7 ชั่วโมงที่ผ่านมา

    Apply korisu napalu

  • @oipulidoley
    @oipulidoley 8 ชั่วโมงที่ผ่านมา

    ❤❤❤ nice mama