কংগ্ৰেছৰ ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, মনোমোহন সিং এই তিনিও জনেই আম্বেদকাৰৰ সংবিধানৰ বহু ধাৰা মনে মনে সলনি কৰিছে,আৰু সংবিধানৰ পৰা নোহোৱা কৰিছে। কংগ্ৰেছ দল এটা হাৰামী দল।
Dr. B. R. Ambedkar University Delhi, formerly Bharat Ratna Dr. B. R. Ambedkar University Delhi and Ambedkar University Delhi, and simply AUD, is a state university established by the Government of the NCT of Delhi through an Act of the Delhi Legislature.[4] The university began functioning in August 2008. It is a Unitary non-affiliating University whose main focus is on undergraduate and postgraduate studies and on research in the Humanities and the Social Sciences. It is completely funded by the State Government of the NCT of Delhi.[5] The university is now declared eligible to receive Central Government Assistance.[6] The university has been graded 'A' by National Assessment and Accreditation Council.[7] It is named after the polymath B. R. Ambedkar, the architect of the Indian Constitution and one of the founding fathers of India.
সঁচা কথা কৈছে❤
কংগ্ৰেছৰ ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, মনোমোহন সিং এই তিনিও জনেই আম্বেদকাৰৰ সংবিধানৰ বহু ধাৰা মনে মনে সলনি কৰিছে,আৰু সংবিধানৰ পৰা নোহোৱা কৰিছে। কংগ্ৰেছ দল এটা হাৰামী দল।
ঠিকেই আম্বেদকাৰৰ নামত ভাৰতত একো উল্লেখযোগ্য অনুষ্ঠান নাই ,কেৱল নেহেৰু , ইন্দিৰা, ৰাজীৱৰ নামত হে আছে , আৰু এতিয়া আম্বেদকাৰৰ ফটো দেখাইছে😂😂😂
আপুনিয়েই অতল বিহাৰী বাজপেয়ী ককাৰ কাষতে মহামানৱ আম্বেদকাৰ ছাৰৰ এটা সন্মানীয় প্ৰতিমুৰ্তি বনাই দিয়ক , তেওঁৰ যথোচিত সন্মানাৰ্থে । ধন্যবাদ 🙏 ।
100% Sahi bola sir
😂😂😂 নিজৰ ex ৰ কথা সকলোৱে এনেকৈ এ কৈ থাকে সকলোৰে আগত 🤣🤣🤣🤣
Right 👍
কাকনো বুলিবা ককা , সকলোৰে দাড়ি - চুলি পকা । 😢🙏🙁
Good mama 👍👍👍👍
এওঁ নিজে ঝাৰখণ্ডত গৈ কি গাইছিল গৈ তেন্তে কিয় তাৰ ভোটাৰে লাট মাৰি ভগাই দিলে আজিৰ যুগত হিন্দু মুছলিম কৰি উঠি অহা নৱ প্ৰজন্মক উছটাই মৰিবলৈ হে পঠাই আছে এইখন চৰকাৰে
কংগ্ৰেছ মানে corona ✔️
@@AK--ci9jd হিমন্ত মানে ৰঘুমালা |
Bohut val koise mama ❤ bjp jindabad
@@MinatiDevi-p7f ওপৰলৈ থুৱালে নিজৰ মুখতেই পৰে | নিলাজৰ ও এটা সীমা থাকিব লাগে |
Very Right sir. Jai shree ram 🙏🙏🙏
মই কোনো দলৰ সদস্য নহয়,
কংগ্ৰেছে যদি আম্বেদকাৰৰ নামত ৰাজনীতি কৰিছে, তেন্তে প্ৰভু শ্ৰীৰামৰ নামত বৰ্ত্তমানৰ
বি জে পি চৰকাৰে ৰাৱণৰ ভুমিকা পালন কৰিছে।
Right
উদাহৰণ হিমন্ত বিশ্ব শর্মা | নহয়নে মামা |
right
আপুনি কঙগেজত জন্ম নহয় জানো
তোমাৰ জন্ম যিখন ঘৰত সেইখন ঘৰ ভাঙি তেন্তে তুমি আন এখন ঘৰত থাকিব ই লাগিব।।।ৰাজনীতিৰ লগত আপোনাৰ উদাহৰণ নিমিলে।।।ৰাজনীতি সম্পূৰ্ণ এটা বেলেগ বিষয়।
Dr. B. R. Ambedkar University Delhi, formerly Bharat Ratna Dr. B. R. Ambedkar University Delhi and Ambedkar University Delhi, and simply AUD, is a state university established by the Government of the NCT of Delhi through an Act of the Delhi Legislature.[4] The university began functioning in August 2008. It is a Unitary non-affiliating University whose main focus is on undergraduate and postgraduate studies and on research in the Humanities and the Social Sciences. It is completely funded by the State Government of the NCT of Delhi.[5] The university is now declared eligible to receive Central Government Assistance.[6] The university has been graded 'A' by National Assessment and Accreditation Council.[7] It is named after the polymath B. R. Ambedkar, the architect of the Indian Constitution and one of the founding fathers of India.
Nija ba kot asil agota😂
আগৰ কথা বেলেগ।।।হিমন্ত বিশ্ব ই কংগ্ৰেছৰ এনে নীতি নোহোৱা অৱস্থাৰ বাবে নীতি আদৰ্শ থকা দললৈ ঢাপলি মেলিছে।।কংগ্ৰেছ হল কোনো নীতি আদৰ্শ নোহোৱা দল।।।।গতিকে 2026 তো অসমত কংগ্ৰেছ নাহে।লিখি ৰাখক এইষাৰ মই কোৱা বুলি।
Mama r ex congress 😂ji kahi t vaat khai hei kahi te hagibo jane mamai😂
Congress dol tok toi e bodnam korisa !
আজিৰ দিনত অখিলৰ কথাবোৰ মোৰ ভাল লগা হৈছে,কালি তেওঁ কৈছে তেওঁৰ দলে চৰকাৰ কৰিলে কি কি কৰিব।অন্ততঃ তেওঁৰ এটা পৰিকল্পনা আছে ।
কংগ্ৰেছে অলপ শিকিব লাগে অখিলৰ পৰা বুলি মই অনুভৱ কৰোঁ।
মিছা কেৱল মিছা কথা কৈ ৰাজনীতি নহয়।
Ki kolew
তুমি দলবাগৰা। নিলাজ।
জীৱনৰ বেছিভাগ সময় আপুনি কংগ্ৰেছতে আছিল। 😂এতিয়া লাজ আছেনে আপোনাৰ ?
আপোনাৰ শৰীৰত থকা 90% তেজেই কংগ্ৰেছৰ নহয়নে |
নকবা লাজ পায় অন্ধ ভক্তই 😅😅😅
Right