Part -3 || ভাগৱত পাঠ আৰু বাখ্যা || জগত বনিয়া বাপ || একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ ভাগৱত পাঠ ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • #ববীতাফুকন #ভাগৱতপাঠ #jagatbonia

ความคิดเห็น • 108

  • @anupomgogoi5374
    @anupomgogoi5374 3 หลายเดือนก่อน +1

    Krishna krishna..prabhu

  • @user-fv6bk6tv6o
    @user-fv6bk6tv6o 10 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤

  • @dndeb3576
    @dndeb3576 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏

  • @dipanjaliburaguhain9573
    @dipanjaliburaguhain9573 8 หลายเดือนก่อน +2

    Krishna prabhu.... Kripa kora... Prabhu

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-lo2yu6or9c
    @user-lo2yu6or9c 5 หลายเดือนก่อน +1

    Krishna probhu , 🙏bhakti bhora hewa agborhalu

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 2 หลายเดือนก่อน

    বণিয়া বাপ শতকোটি নমস্কাৰ ল'ব। আপোনাৰ ভাগৱত চৰ্চা চেতনা পূৰ্ণতাৰ প্ৰতি শ্ৰদ্ধা জনালোঁ। ব্ৰহ্ম সত্য জগৎ মিথ্যা। ইয়াৰে বাখ্যা আৰম্ভ কৰোঁ। ব্ৰহ্ম সত্য অচল অজনমা অমৰন অভগন অসীম অদূশ্য অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰঞ্জন নিৰাকাৰ নিবিকাৰ অদাহ্য সনাতন চৈতন্য নিগূন নিষ্কাম চিৰন্তন অদ্ৰৱনীয় অ'কতা অকম্মা কল্পনাতীত কালৰ অতীত সবাৰোউদ্ধত সববূহৎ ইত্যাদি ব্ৰহ্ম বা আত্মাৰ স্বৰূপ। ব্ৰহ্ম সূষ্টি স্থিতি প্ৰলয়ৰ অৱতাৰণাৰ পৰা আতৰি থাকিবলৈ ব্ৰহ্মৰ পৰাই পৰা আৰু অপৰা নামৰ দুবিধ প্ৰকৃতিৰ উৎপত্তি হৈছে। পৰা হ'ল উওম প্ৰকৃতি যাৰ চেতনা আছে।।অপৰা নৰম প্ৰকৃতি যাক চকুৰে দেখে কানেৰে শুনে হাতেৰে স্পৰ্শ কৰে আৰু মনেৰে কল্পনা কৰিব পাৰে। ব্ৰহ্মৰ স্বৰূপ বৰ্ণনা কৰা হৈছে ঠিক একে ই চাৰি মুঠি নিজৰ নিজৰ গুন কৰ্ম অনুযায়ী দেহত থকা চেতনা বা ব্ৰহ্ম বা আত্মাৰ প্ৰতিবিম্ব উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি দেহত চাৰি মুঠি চেতনা বা প্ৰতিবিম্ব হিচাপে থাকে। পৱিত্ৰ অহ্ঙকাৰ শূন্য চেতনা কেই আত্মা বুলি কোৱা হয়। ব্ৰহ্ম এক সত্য বাকী সকলো মিথ্যা। ব্ৰহ্ম সত্য আৰু এক বাবে ই চাৰি মুঠি দেহত আত্মাৰ প্ৰতিবিম্ব হিচাপে থাকে। দেহ বোৰ পঞ্চ মহাভূতৰ ২৪তত্ত্বৰ প্ৰকৃতিৰ উৎপত্তি। ব্ৰহ্মৰ স্বৰূপ বৰ্ণনা কৰা হৈছে। আত্মা অজনমা অমৰন অভগন গতিকে দেহ মৰণশীল। ব্ৰহ্ম ই সত্য আৰু এক। বাকী প্ৰকৃতি মায়াৰ ভ্ৰম। চাৰি মুঠি জীৱক চেতনা বা জীৱ বুলি কোৱা হয় যদিও আচলতে ব্ৰহ্মৰেই প্ৰতিবিম্ব হে। গতিকে চাৰি মুঠি প্ৰতিবিম্ব আৰু আত্মা বা ব্ৰহ্মৰ কোনো বৈষম্য নাই। মানে দেহ বা প্ৰকৃতিৰ বিলুপ্তি আছে। সূষ্টি স্থিতি প্ৰলয়ৰ অৱতাৰণা প্ৰকৃতিৰ নিয়ম কিছু আত্মা বা ব্ৰহ্মৰ প্ৰতিবিম্ব স্বৰূপৰ পাৰ্থক্য নাই। জীৱ শ্ৰেষ্ঠ মানৱৰ সৎ আৰু সদাচাৰী গুন কৰ্ম অনুযায়ী মানুহৰ মহাপুৰুষ অতি মানৱ মহিষী আদি হ'ব পাৰে।ৰজ তম গুন কৰ্ম অনুযায়ী দুষ্ট দৈত্য দানৱ আসুৰিক স্বভাৱৰ মানুহ বোলা হয়। হ্নদয়ত থকা কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰাজসিক তামসিক গুণ আৰু অহ্ঙকাৰ পাপীস্থ নিকৃষ্ট শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাতাঁৰ কূটনৈতিক হিঙসা খিয়াল দুৰ্নীতি সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তি আদি অমানুষিক কাৰ্যকলাপ ৰোধ কৰিব লাগিব তেতিয়া চেতনা পৱিত্ৰ হ'লে অজ্ঞানতা কলুষিতা দূৰ হ'লে আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ সকলো জীৱ বা চেতনা আৰু ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ প্ৰকাশ হ'ব ্। তেতিয়া কৃষ্ণই পৰম আত্মা শ্ৰীকৃষ্ণৰ কূপাত আত্মা দৰ্শন আৰু ব্ৰহ্ম জ্ঞান লাভ হ'লে পৰম আত্মাক জানিলেই ব্ৰহ্মক চিনি পালে জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰি। ধন্যবাদ। প্ৰদীপ গগৈ। গুৱাহাটী।

  • @AnimaBoruah-wv3gl
    @AnimaBoruah-wv3gl 11 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @paruldutta5898
    @paruldutta5898 ปีที่แล้ว +4

    Krishna krishna krishna

  • @moniboruah4992
    @moniboruah4992 6 หลายเดือนก่อน +1

    🙏🙏

  • @barnalidas7784
    @barnalidas7784 ปีที่แล้ว +3

    Ram Ram Krishna Krishna 🙏🙏 Krishna Krishna 🙏🙏

  • @robishil7605
    @robishil7605 ปีที่แล้ว +1

    কৃষ্ণ ৰাম,🙏

  • @user-gl6qi1dm6z
    @user-gl6qi1dm6z 11 หลายเดือนก่อน +2

    Hari krishna.ram

  • @daisyrabha2343
    @daisyrabha2343 ปีที่แล้ว +1

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏krishna🙏🙏🙏🙏

  • @baneswerrabha1918
    @baneswerrabha1918 ปีที่แล้ว +4

    Krishna.Krishna.bap.pronam

  • @padmadutta3158
    @padmadutta3158 ปีที่แล้ว +1

    কৃষ্ণ , ভক্তিভৰা সেৱা আগবঢ়ালো

  • @akhilgogoi1869
    @akhilgogoi1869 ปีที่แล้ว

    Krishna Krishna Krishna.

  • @nayanbordoloi481
    @nayanbordoloi481 ปีที่แล้ว

    Krishna Krishna bap

  • @kalyandekaentertainment975
    @kalyandekaentertainment975 ปีที่แล้ว +2

    কৃষ্ণ বাপ

  • @RimpiSaikia-jy6un
    @RimpiSaikia-jy6un ปีที่แล้ว +1

    Hori ram narion 🙏🙏🙏🙏

  • @DigantaHazarika-ws5mo
    @DigantaHazarika-ws5mo ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ ৷ জয় গুৰু শঙ্কৰ

  • @binadeka9674
    @binadeka9674 ปีที่แล้ว +1

    Krishna Krishna Bap. 🙏🙏🙏🙏💛 .

  • @ranjanadutta1317
    @ranjanadutta1317 ปีที่แล้ว

    Krishna Krishna Babjana🙏🙏🙏🙏🙏

  • @rupalidas1570
    @rupalidas1570 ปีที่แล้ว +3

    Ramkrishna🙏🙏🙏🙏🙏🙏🙏♥️

  • @Ridipaxom
    @Ridipaxom ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ সেৱা জনালো

  • @fhulmonigogoi1146
    @fhulmonigogoi1146 ปีที่แล้ว

    Krishna bap jona

  • @bishmitamahanta9846
    @bishmitamahanta9846 ปีที่แล้ว +4

    Krishna Krishna 🙏

  • @bobymuktiar4753
    @bobymuktiar4753 ปีที่แล้ว

    Krishna krishna vll lagil

  • @Srvpainofficial
    @Srvpainofficial ปีที่แล้ว

    Krishna Krishna

  • @rahulbaruah5524
    @rahulbaruah5524 ปีที่แล้ว +2

    🙏Krishna Krishna krishna🙏

  • @user-rp8my7go2j
    @user-rp8my7go2j ปีที่แล้ว

    🎉
    🙏

  • @debojitneog502
    @debojitneog502 ปีที่แล้ว

    Krishna 🙏🙏🙏🙏🙏

  • @DonKelar123
    @DonKelar123 3 หลายเดือนก่อน

    Krishna Krishna ,, probhu

  • @ramcharandeka9143
    @ramcharandeka9143 ปีที่แล้ว +2

    Om namah bhagawate vasudevaya.

  • @sabitriboruah4411
    @sabitriboruah4411 ปีที่แล้ว

    🙏

  • @user-ph7ku1qd2p
    @user-ph7ku1qd2p 3 หลายเดือนก่อน

    Krishna🙏

  • @gayatribora6569
    @gayatribora6569 ปีที่แล้ว +2

    🙏🏿🙏🏿

  • @dipshikhaborah3082
    @dipshikhaborah3082 ปีที่แล้ว +1

    জয় কৃষ্ণ

  • @dimpolgogoi6719
    @dimpolgogoi6719 ปีที่แล้ว +1

    Krishna parbhu ❤❤

  • @keshabbora7742
    @keshabbora7742 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rishita779
    @rishita779 ปีที่แล้ว

    Krishna krishna

  • @minatimech4993
    @minatimech4993 ปีที่แล้ว +1

    Krishna baap.

  • @kamalpayeng4938
    @kamalpayeng4938 ปีที่แล้ว +3

    Hare krishan Hare Ram koti koti pranam

  • @Narendrasaikia556
    @Narendrasaikia556 5 หลายเดือนก่อน

    Ramkrisna❤❤❤❤❤

  • @akhomiyasanskritrivaunanat6510
    @akhomiyasanskritrivaunanat6510 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ

  • @RajuChutia-bu3zc
    @RajuChutia-bu3zc ปีที่แล้ว +4

    Krishna baap

  • @BabitaSutradharray-td5uz
    @BabitaSutradharray-td5uz ปีที่แล้ว

    Krishna 🙏🙏🙏 Krishna 🙏🙏🙏 Joy shree Radhe krishna

  • @rupalikonwarhazarika8009
    @rupalikonwarhazarika8009 ปีที่แล้ว +1

    Krishna

  • @nirjurajgogoi319
    @nirjurajgogoi319 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ ৷ কৃপাৰ সাগৰ দৈৱকী নন্দন , পূৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগোচক মুখে তুৱা গূণ নাম ৷ এনেদৰেই দূৰৈৰ পৰাই ভকতৰ সংগ লাভ কৰিছো তেৰাৰ কৃপাত ৷

  • @ankur3360
    @ankur3360 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু

  • @anitamedhi1108
    @anitamedhi1108 11 หลายเดือนก่อน

    Ram.ram.hare.hare.🙏🙏🙏🌹🌹🌹🙏🙏🙏

  • @redcherrysproduction5426
    @redcherrysproduction5426 ปีที่แล้ว

    মনৰ সকলো বাঞ্চা বুলি ক'লে সকামী মনোবাঞ্ছা খিনিৰ কথা আহি পৰিব কিন্তু । যিহেতু এই ধৰণৰ পাঠক তথা ব্যাখ্যাকাৰ সকলে নিৰগুণ কৃষ্ণৰ ভকতি ৰসৰ কথাহে কৈ থাকে বা বুজাই থাকে । হিচাপ ত এই পৰিবেশত সকামী মনোবাঞ্ছাৰ প্ৰসঙ্গ টোৱেই অপ্ৰাসঙগীক । যিহেতু ভাগৱততেই হ ওক বা আন যিকোনো নিগম শাস্ত্ৰতেই হ ওক সততেই পোৱা যায় , পত্নী পুত্ৰ ধন বা যিকোনো বৈষয়ীক আশা কৰি যি মোক অৰ্থাৎ ঈশ্চৰক ভজে তেওঁ ঈশ্বৰক সততে অৰ্থাৎ সহজে নাপায় ।আগম শাস্ত্ৰ চৰ্চা যিজনে নকৰে অৰ্থাৎ যিজনে কেৱল নিগম শাস্ত্ৰ চৰ্চা কৰে সেই জনে কিন্তু নিজক উলঙগ কৰিব পাৰিব লাগিব ।এই উলঙগতা দেহৰ নহয় ,মনৰ অৰ্থাৎ আশাৰ।হৰি গুৰু পদ সেৱা খান্ডা ডাঠি ধৰা ,মন বৈৰী কাটি সুখে ভৱ নদী তৰা ।বা মাধৱ পুৰুষৰ প্ৰাৰ্থনা ত পাওঁ যে কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰ্হ তেৱেসে প্ৰভূ এৰাও ।বা আমি অচেতন নিওক নাথ জগাই ।বা হে ৰাম পাৰ কৰা ৰঘুনাথ , বুজিছেনে বাৰু ? নিগম শাস্ত্ৰ ৰ সঙ্গাই হৈছে কেৱল সত্ব গুণ গ্ৰ্হন ৰজ,তম সম্পূৰ্ণ তিয়াগ আৰু ছয় ৰিপু দমন , অৰ্থাৎ নিৰ্বান । আমি কথা এষাৰ প্ৰায়েই শুনো ,অই সেই ফালে নাযাবি নিগমে মৰিবি , হাৱা বা ঢৌত ধৰ্ম সলনি কৰাও অনুচিত বা নতুন ধৰ্মীয় সঙগঠনত অন্তৰ্ভুক্ত হোৱা ও অনুচিত ।নিগম শাস্ত্ৰ চৰ্চা কৰি নিগমৰ নিগুঢ় তত্ব অনুধাৱন কৰি নিৰগুণ কৃষ্ণৰ প্ৰতি নিস্কাম ভক্তি কৰি সমস্ত বৈষয়ীক বা ভৌতিক আশা অভিলাস আকাঙ্খা তিয়াগ কৰিব পাৰিলেহে শঙ্কৰদেৱৰ আৰু মাধৱ পুৰুষৰ ধৰ্ম ভাগিৰ সাৰ্থকতা হব । অন্যথা আগম যুক্ত নিগম অৰ্থ হীন।আগম মানে সোমাই অহা , অৰ্থাৎ সাধাৰণ মানুহে ভাল পোৱা বস্তু বোৰ , ধন টকা মাটি ঘৰ বা বিল্ডীং গাড়ী বাহিৰা প ইছা থকা চৰকাৰী চাকৰিয়াল জোৱাই , চাকৰি থকা বোৱাৰী ,মানে লৰাৰ বাবে , ক্ষমতা খিতাপ নিৰুগী স্বাস্থ্য , দীৰ্ঘ জীৱন , এই বিলাক আগমে ইংগিত কৰে বা নিৰ্দেশ কৰে । কিন্তু নিগমে এই সোপা বিসৰ্জন দি বা তিয়াগ কৰি নিৰবানৰ প্ৰতি ধাৱিত হ'বলৈ ইংগিত কৰে বা নিৰ্দেশ কৰে ।যি শাস্ত্ৰ ই চৰ্চা কৰক ,তাৰ গুহাথ্ৰ তত্ব বা মৰ্মাৰ্থ তত্ব বা অৰ্থ তত্ত্ব বিচাৰি উলিয়ায়,হে ধৰ্ম পালিব লাগে । শেষত ক ও মনোবাঞ্ছা পূৰনৰ যোগ থাকিলেহে মনোবাঞ্ছা পূৰন হব । কৃষ্ণৰ প্ৰতি সেৱা ভক্তি যিসকলে কৰে , তেওঁ লোকৰ মাজতেই কিমান প্ৰভেদ আছে লক্ষ্য কৰকচোন ।ওখ চাপৰ বগা ক'লা সৎ অসৎ শকত ক্ষীণ ধনী দৰিদ্ৰ সপত্নীক বিপত্নীক সুখী অসুখী এইবোৰ কিয় হয় বাৰু ? ইয়াৰ বাবে কৃষ্ণক দায়ী কৰিলে ভূল হব । এই বিলাক জন্ম কুন্দলীয়ে নিৰ্দেশ কৰে ।ৰাম শ্ৰীকৃষ্ণ । ধণ্যবাদ । ৰাজূ দত্ত ।গুৱাল গাওঁ , দেৰগাঁও ।

  • @laxmikantakalita2203
    @laxmikantakalita2203 ปีที่แล้ว +2

    Kisna kisna

  • @chintumonideka2152
    @chintumonideka2152 11 หลายเดือนก่อน +1

    Om namah bhagvatey basudev ai namah...

  • @dhrubadas7923
    @dhrubadas7923 ปีที่แล้ว

    কৃষ্ণ

  • @anjalibaruah7669
    @anjalibaruah7669 ปีที่แล้ว +6

    কৃষ্ণ🙏🙏🙏🙏🙏❤

  • @bhumitabora2496
    @bhumitabora2496 ปีที่แล้ว +2

    🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ বাপ শেৱা ধৰিছো

  • @hemopravatalukdar408
    @hemopravatalukdar408 ปีที่แล้ว +5

    জয় গুৰু শঙ্কৰ ভক্তিভৰা সেৱাভাগি গ্ৰহন কৰিব বাপজনা কৃষ্ণ কৃষ্ণ 🙏 🙏

  • @bishalnath8538
    @bishalnath8538 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ 🙏 বাপ

  • @Rupa-cv2eu
    @Rupa-cv2eu ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপজন সেৱা গ্ৰহন কৰে যেন

  • @BiplobKataki-123
    @BiplobKataki-123 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল ভাগৱত শুনি।আপোনালৈও ধন্যবাদ থাকিল ।সদায় শুনি থাকিব পাও যাতে।সেয়ে কামনা থাকিল আপোনাসবলৈ।

  • @khewaliborah544
    @khewaliborah544 ปีที่แล้ว +1

    আপুনি সুন্দৰ কে বুজায় দিয়ে প্ৰভু জন কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏

  • @subhamjyotiborah5179
    @subhamjyotiborah5179 ปีที่แล้ว +4

    🙏 জয় গুৰু শঙ্কৰ 🙏 কৃষ্ণ

  • @AniRay-iz9hn
    @AniRay-iz9hn 6 หลายเดือนก่อน

    Krishana krishana Prabhu Anima kumari ray

  • @shikhanath3060
    @shikhanath3060 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ😊,🙏🙏

  • @sumilasumilabhumij
    @sumilasumilabhumij 11 หลายเดือนก่อน

    কৃষ্ণহৰি

  • @kalpadas5723
    @kalpadas5723 ปีที่แล้ว +1

    Jai shree Ram 🚩💜

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 2 หลายเดือนก่อน

    জন্ম মৃত্যু বন্ধন মুক্তি পূনৰ জন্ম এই বিলাক প্ৰকূতিৰ বা জগতৰ সৰ্বকালৰ নিয়ম। ইয়াকে লৈ চিন্তা কৰাৰ কাৰণ কি? জীৱ জীৱাত্মা আত্মা চেতনা বা পৰম আত্মা ব্ৰহ্ম আদি যিয়েই নহক ই সত্য অচল অজনমা অমৰন অভগন অভেদ্য অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰঞ্জন নিৰাকাৰ নিবিকাৰ অদাহ্য অদ্ৰৱনীয় অসীম অনাদি অনন্ত নিগূন নিষ্কাম চৈতন্য সনাতন কল্পনাতীত কালৰ অতীত সবাও উদ্ধত অকতা অকম্মা অদূশ্য সববিহৎ চিৰন্তন ব্ৰহ্মৰ ওপৰত কোনো নাই ব্ৰহ্ম সচিদানন্দ ব্ৰহ্ম বিশুদ্ধ চেতনা সত্যম‌ জ্ঞানম অনন্তম ব্ৰহ্ম । গতিকে ব্ৰহ্ম বা আত্মাক ক্ষুণ্ণ কৰিব নোৱাৰে। প্ৰকৃতিৰ ২৪তত্ত্বৰ পঞ্চ মহাভূতৰ মাটি পানী বায়ু আকাশ জুই ভৌতিক পদাৰ্থৰে গঠিত মায়াময় দেহটোৰ বিজুতি ঘটিব পাৰে যাৰ বাবে দেহৰ মূতু হ'ব পাৰে। আত্মাৰ মনৰ নাই দেহৰ মনৰ হ'লে অন্য দেহত স্থিতি লয়। ভাল কথা নতুন এটা দেহ লাভ কৰে। পুৰণি দেহ ত্যাগ কৰে। কিন্তু জগতত জন্ম মৃত্যু বন্ধনৰ চক্ৰত জীৱ বা চেতনা বা আত্মা পচি থকা টো অজ্ঞানতাৰ কাম। যাৰ আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণাৰ অভাৱ তাৰ কাম। জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হ'বলৈ হ'লে জীৱ বা জীৱাত্মা বা চেতনা বা আত্মা বা ব্ৰহ্ম বা সত্য কি বস্তু ভালদৰে মনোনিবেশ কৰিব লাগিব। পৱিত্ৰ অহ্ঙকাৰ শূন্য শুদ্ধ চেতনাই অহম ভাৱত থকা প্ৰকৃতি বা দেহক এৰি নিজকে আত্মা বা ব্ৰহ্ম বুলি বুজি পাব পৱিত্ৰ অহ্ঙকাৰ শূন্য চেতনাই আত্মা হ'ব। আত্মাক জানিলেই সকলো জনা হয়। সচিদানন্দ স্বৰূপে পূৰ্ণ আনন্দ ময় ব্ৰহ্ম হৈ জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ ব্ৰহ্মৰেই লগত মিলি জন্ম ৰহিত হ'ব। গতিকে ব্ৰহ্ম বা আত্মা বা জীৱাত্মা বা চেতনা বা জীৱ যি বুলি য়েই নকক আদি শঙ্কৰাচায্য মতে ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম ই জীৱ বা চেতনা বা আত্মা একেই। গতিকে ব্ৰহ্মৰ লয় নাই হানি বিঘিনি নাই। দেহৰ আকৃতি আছে ক্ষয়-ক্ষতি আছে মৰণ আছে। বেদান্ত দৰ্শনৰ মতে। প্ৰদীপ গগৈ গুৱাহাটী

  • @PranabDeka-kt5gi
    @PranabDeka-kt5gi 10 หลายเดือนก่อน

    Krishna bap apunar mukhar pora hodai bhagawt huniba pau tare prathona

  • @user-tj9nh3nx3w
    @user-tj9nh3nx3w 4 หลายเดือนก่อน

    😅

  • @renubaishya6653
    @renubaishya6653 หลายเดือนก่อน

    নমস্কাৰ বাপ একাদেশী ব্ৰত কৰিব পাৰিলে কি হয় আপুনি ক'ব আৰু আপোনাৰ ভাগৱত সকলো বোৰ শুনো

  • @user-uo7kh8hx1v
    @user-uo7kh8hx1v ปีที่แล้ว

    😂

  • @nipennath1713
    @nipennath1713 6 หลายเดือนก่อน +1

    জগত বনিয়া বাপৰ ফোন নং লাগিচিল

  • @asomiaasom6008
    @asomiaasom6008 ปีที่แล้ว

    বাপ আপোনাৰ বক্তব্যত কলে যে মাধৱ পুৰুষে লিখা নামঘোষা খন সকল শাস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠ শাস্ত্ৰ ।মই নামঘোষাখন পঢ়ি বুজিছো জানিছো নামঘোষা খন গীতা ভাগৱত পুৰাণৰ পদ উপদেশ বাণী সিদ্ধান্ত সমুহে গোটাই ঘোষাত লিখিছে সেই মতে নামঘোষাৰ পদ উপদেশ সিদ্ধান্ত সমুহ গীতা ভাগৱত পুৰাণ শাস্ত্ৰৰ হে পদ উপদেশ বাণী সিদ্ধান্ত কিন্তু সেইবোৰ মাধৱদেৱৰ নিজা পদ উপদেশ সিদ্ধান্ত নহয় ।নামঘোষাৰ লেখীয়া পুথি বিষ্ণুপুৰি সন্যাসীৰ সংস্কৃত ভাষাৰ ৰত্নাৱলী ,গোপাল মিশ্ৰৰ ঘোষা ৰত্নাৱলী ,গদ্য সাহিত্যৰ জনক কবিৰত্ন ভট্টদেৱৰ ভক্তিবিবেক ভক্তিসাৰ আদি গ্ৰন্থৰ পদ উপদেশ বাণী সিদ্ধান্ত সমুহ বেদ গীতা ভাগৱত পুৰাণ সংহিতা আদি শাস্ত্ৰৰ পৰা লোৱা আৰু সেইবোৰ গ্ৰন্থৰ পদ উপদেশ সাদ্ধান্ত বাণী সমুহ শাস্ত্ৰৰ আৰু ঈশ্বৰৰ ।

  • @adda4079
    @adda4079 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @puspadas5185
    @puspadas5185 ปีที่แล้ว

    Krishna Krishna Krishna

  • @binaborah8218
    @binaborah8218 ปีที่แล้ว

    Krishna Krishna

  • @dimpolboruah2197
    @dimpolboruah2197 ปีที่แล้ว

    🙏🙏🙏

  • @dibakarphukanofficial5037
    @dibakarphukanofficial5037 ปีที่แล้ว +2

    Krishna🙏

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 2 หลายเดือนก่อน

    Krishna

  • @lalmohanrava7389
    @lalmohanrava7389 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @suhaniborah2809
    @suhaniborah2809 ปีที่แล้ว +1

    Krishna krishna 🙏🙏

  • @rupaliphukon7111
    @rupaliphukon7111 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏।

  • @Parismitachetia-ko2vd
    @Parismitachetia-ko2vd 3 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @Parismitachetia-ko2vd
    @Parismitachetia-ko2vd 3 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @shewalid
    @shewalid ปีที่แล้ว

    Krishna Krishna 🙏🙏🙏

  • @DipaMoran-kk7gw
    @DipaMoran-kk7gw ปีที่แล้ว

    🙏🙏🙏

  • @rumitalukdar4121
    @rumitalukdar4121 ปีที่แล้ว

    Krishna 🙏🙏🙏🙏

  • @namitaborgohain398
    @namitaborgohain398 ปีที่แล้ว

    🙏🙏

  • @rupaligogoi7549
    @rupaligogoi7549 ปีที่แล้ว

    🙏🙏

  • @durlovgogoi1835
    @durlovgogoi1835 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ

  • @naniborah2089
    @naniborah2089 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @dimpigogoi6311
    @dimpigogoi6311 ปีที่แล้ว

    Krishna 🙏🙏🙏

  • @ilimalahon8502
    @ilimalahon8502 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @sunnavlogs3965
    @sunnavlogs3965 ปีที่แล้ว

    Krishna 🙏

  • @junudas8328
    @junudas8328 ปีที่แล้ว

    Krishna bap Jana 🙏🙏🙏🙏

  • @rumidas8646
    @rumidas8646 ปีที่แล้ว +2

    🙏🙏

  • @anilsaikia1554
    @anilsaikia1554 ปีที่แล้ว +15

    কৃষ্ণ কৃষ্ণ 🙏🙏