মোৰ বৰ্তমান লৈ হোৱা অভিজ্ঞতা এনেধৰণৰ..... লাইন VOLTAGE যদি 200 ৰ তলত থাকে তেন্তে SOLAR INVERTER টোৱে কাম নকৰে। PREPAID smart meter নহলে এই আঁচনি খনে ঢুকি নাপাই। Current নাথাকিলে solare কাম নকৰে।
Existing rooftop solar plant holders are changed and hence paying on the power produced of the plant . For them is the present scheme given any benefit need to be considered.
@@bpool664 kuntu website ot iman sasta...bhai..ayta 250 battery dum hay 20 k 4 lolay kiman 80k ayta panel 225 watt 10k so 4 40k total 120 l 😀 😄 👍 amozon niki
Mama আমি solar লগাইছোঁ 4 মাহ হল কিন্তু স্মাৰ্ট মিটাৰ প্ৰেপাইদ নোহোৱাৰ কাৰণে solar ইউনিট adjusted নহয় subdivision ত গৈছো তেওঁলোকে জনালে prepaid automatic হয় আমি একো কৰিব নোৱাৰিম । এতিয়া আমি কি কৰিম current bill আহি আছে।
মামাই ঠিকেই কৈছে ৫০হাজাৰ টকা কিন্তু,vendore বিচাৰিছে ৮০হাজাৰ টকা।আৰু আমি vendor ক call কৰিলে 1khw inverter নাই বুলিহে কয়। প্ৰথমতে সম্পূৰ্ণ টকা দিব লাগিব তেতিয়াহে লগাই দিয়ে হেনো। দুখীয়া ৰাইজে কেনেকৈ ঘৰত solar panel panel লগাব? অকল ধনী মানুহৰ বাবেহে এইবোৰ আঁচনি।
প্ৰথামে সম্পূৰ্ণ পইচা নিজেই লগাব লাগিব তাৰ পাছত subsidy ৰ বাবে অনুৰোধ কৰিব লাগিব। অনুৰোধ গ্ৰহণ কৰাৰ 30ৰ পৰা 45 দিনৰ ভিতৰত নিজৰ বেংক একাউন্টত সোমাব।।এইবোৰ কথা কিন্তু কোনেও বুজাই নিদিয়ে
EMI option ase
Correct 💯
Nidibo o pare. Juabasar sakori babe porikha disil poisa ghurai dim koi nidilei
Kiman investment hbo first ot?
Aitu pichot pam ne
মামা আমাৰ চৰকাৰী ঘৰ পাইছলো কিন্তু অনুপ দাস নামৰ এজন মানুহে আমাৰ পৰা ৫০০০ হাজাৰ লৈছে আৰু ২০০০ হাজাৰ ডিমান কৰি আছে। জিলা- গোৱালপাৰা ডাকঘৰ -ডাকুৰভিটা মামা কিবা ব্যবস্থা কৰক আমি দুখীয়া মানুহ
কত পাম
News live call korok
Toka ghus di ghor loise nitchoy. Atiya toka diwte bindhise,
Very nice 👍
Good. Nice.
মোৰ বৰ্তমান লৈ হোৱা অভিজ্ঞতা এনেধৰণৰ..... লাইন VOLTAGE যদি 200 ৰ তলত থাকে তেন্তে SOLAR INVERTER টোৱে কাম নকৰে। PREPAID smart meter নহলে এই আঁচনি খনে ঢুকি নাপাই। Current নাথাকিলে solare কাম নকৰে।
Tetya offgrid lgab lagib
টকা থাকিলে hybrid system লগাওক ।
Good news.
আমাক আঁচনি নালাগে আৰু স্মাৰ্ট মিটাৰ ও নালাগে । বহুত দলে আপুনি আমাক।হব আৰু 🙏🙏🙏
ভাল আচনি ৷৷
ছেত দালৰ আঁচনি
Thank you sir very good
হয় আৰু কি আছে মামা আপুনি লুতিলৈ ধ্বংস কৰিলেই দুখিয়া মানুহে কষ্ট কৰি উপাৰ্জন কৰি ঘটি আনা পইচা কেইটা আপোনাৰ নামতে যায়
Right Right😅😂😂😂
Good News India
ধন্যবাদ মামা
Good 👍
Interested 🎉
Good information ❤❤❤
good sir..
Interested Ma ma ❤❤❤
মোদী মহাশয় জিন্দাবাদ।
মুখ্যমন্ত্ৰী মহাশয় জিন্দাবাদ ্
Xundar aasani❤
Good initiative
Good initiative... বাহিৰত মানুহ বৃহৎ পৰিমাণে সফল হৈছে। বহুত ভাল পদক্ষেপ। মানুহৰ বিজুলী বিল শূণ্য হৈ আহিছে। আৰু subsidi ৰ পইছা ও সময়ত ঘূৰাই পাইছে। কম খৰছত ভাল কাম হব। ২৫ বছৰলৈকে বিনামূলীয়া বিজুলী। ৩ kw কৈ লগোৱাৰ প্ৰয়োজন। অৰ্থাৎ নিজৰ পকেটৰ পৰা ২৫০০০ টকা যাব। যিটোৰ খৰছ এবছৰত উঠি যাব। আৰু বাকী বছৰ কেইটাত ফ্ৰি বিজুলী। মজা আঁচনি। ধন্যবাদ ।
Sosai ne?
@@BenudharBorah-ie2dn hosa... BIJULI bill zero ahibo ba bohut Kom koi ahibo
দেউতাৰ consumer নাম ৰ উপাধি আৰু বেংক ৰ উপাধি বেলেগ আছে ।
নাম ভুল হলে পইচা নুসুমাব কৈছে । পিছত গোলমাল হব নেকি ? মই apply কৰিয়ে পেলালো ।
@@OkokayokOk পাৰিলে consumer ৰ নাম টো এডিট কৰক আৰু এবাৰ ডিভিজনত গৈ সুধি আহক।
ভাল আচনি 🙏
Mama ur great ,I'm agree 💯
মামাই কোয়া মতে 2কিলো বাড একলাখ টাকা দিবলাগে অফিসত দিব লাগে 125000
Mojja
AJI VAL LAGIL ❤❤❤
Thank you so much sir
Barhia sir❤❤❤
মহান পদক্ষেপ❤
Thanks Mama.
Very good news ❤❤❤❤❤
Very good
Waiting for it in Assam, UP had benefited hugely from it
কেতিয়াকে দিব
Thanks
ধন্যবাদ আপনাকে সার
Very good sir
Thank you sir
Himanto sir lukor kheti kora manuh moi ata gor puwa nai😢😢 apunar uporot davi ase mur mama please ATA gor dihok😢😢😢😢😢
ভাল খবৰ
Super hit mama...mama long live
Good news 🥳🥳🥳
Thank.. you..mama❤
Thank,,you,,mama😊😊❤❤
মই যোগাযোগ কৰিছিলোঁ। ২ কিলো ৰ সৰ্বমুঠ খৰচ ১ লাখ ৫৬ হাজাৰ কৈছে আৰু ৯৬ হজাৰ বিনামূলীয়া। আৰু ৬০ হাজাৰ emi কৰি দিব লাগে বুলি কৈছে
Nice..
Good sir mama jindabad 🙏🙏🙏🙏
Nice
মই আবেদন কৰিছো তিনি কিলোওৱাটৰ বাবে। মামাই কলে পাৰ কিলোওৱাটৰ দাম ৫০০০০ হাজাৰ কিন্তু বৰপেটাৰ ভেন্ডৰ জনে কৈ আছে কিলোওৱাটত ৬০০০০ হাজাৰ।
Good Luck for you mama
Good❤ step mama
Thank you mamm
Very v good information and works by the Govt. 👍
Mama 🙏🙏🙏
মজা
Existing rooftop solar plant holders are changed and hence paying on the power produced of the plant . For them is the present scheme given any benefit need to be considered.
Good❤ mama
প্ৰথমে বান্দৰ নিয়ন্ত্ৰণ আইন আনক,নহলে এইবোৰ লগাই কোনো লাভ নাই।😢
❤❤❤❤❤ yes
Very Good mama..
Vaal khabar🙏BJP zindabaad, jai bharat mata🙏🙏🙏
Very very good step
Moja mama🎉
Good job mama...
Very good news.
BJP Govt r ai2 Kamot Support korisu
এ মামা কোনে পাব তাক বিচাৰ কৰোঁতে লাগিব ১বছৰ।
সকলোৱে পাব নে।
এই বিলাক খুলি নকয়।
পিছে এপ্লাই কৰিব গলেই চব বেমাৰ ওলাই পৰে।
মোডী ডাঙৰীয়াই ভাল আৰু উচ্চ মানবিশিষ্ট বস্তুএ দিব। আজিকালি নিম্ন মানবিশিষ্ট চোলাৰ পেনেল, বেটেৰী আদিও পোৱা যায়।
Hope so
😊@@userunavailable__
ঐ কিমান আৰু তেল মাৰ ?
মোদীয়ে তেওঁৰ পকেটৰ ধন দিব নেকি ? ৰাইজক আৰু কিমান বুৰ্বক বনাই থাকিব ?
আপুনি আৰু মোদীয়ে নিজৰ ঘৰৰ ধন ৰাইজক নিদিয়ে, দিব ৰাইজৰ ওপৰতব লগোৱা বিভিন্ন ধৰণৰ কৰ কাটলৰ পৰা পোৱা ধন এই কাৰ্যত ব্যৱহিত হব।
ৰাজনীতি ফটুৱা কথাৰ ব্যৱসায় নহয় নে ?
Mama kot pala eman toka ?
Battery free nidiya niki okol panel di ki koribo iman topi nalagay khali panel aru meters on grid kori ki laab ...
@@lifetech6586okol panel nhoi.. On grid connection + battery inverter o thakibo...
@@lifetech658625 k holoni 5k t pai asa
For 1 kw solar project total cost 50,000 = Panel + meter + battery
@@bpool664 kuntu website ot iman sasta...bhai..ayta 250 battery dum hay 20 k 4 lolay kiman 80k ayta panel 225 watt 10k so 4 40k total 120 l 😀 😄 👍 amozon niki
On grid,t battery nathake....matra eltcy bill zero hbo......
এই বাৰে আপোনালোকৰ শেষ কাৰ্যালয়। এইবাৰ অসমৰ মানুহে বুজি পাইছে। Electrol bond মানে চলাৰ কোম্পানী ৰ পৰাও টেক্স লৈছে সেইকাৰণে চৰকাৰে তেওঁলোকক গুৰুত্ব দিছে । এই চলাৰ কোম্পানী আদানী গুৰূপৰ হয়
আঁচনীৰ প্ৰতি আগ্ৰহী ।জনতাৰ উপকাৰ হব।
Very very nice
Subsidiy tu kiman dinor pisot pam.
good
Sir this is very good plan.
Good news
BJP 💯 jindabad jindabad superb sir 👌🏾
❤❤❤
ধন্যবাদ ছাৰ , এটা মহান পদক্ষেপ লৈছে জন সাধাৰনৰ বাবে
Bast off luck..sir
Ok thnx
Good news sir
মোক লাগে 2kw
Vandor k ta bodmaas hoi 2 kw karone 1Lac 20k huji ase ...
Good news 😊
মা মা আমার লাগে সলারপেলেন 3কীল লাগে মামা😢
😊😊😊😊❤❤❤
Mama আমি solar লগাইছোঁ 4 মাহ হল কিন্তু স্মাৰ্ট মিটাৰ প্ৰেপাইদ নোহোৱাৰ কাৰণে solar ইউনিট adjusted নহয় subdivision ত গৈছো তেওঁলোকে জনালে prepaid automatic হয় আমি একো কৰিব নোৱাৰিম । এতিয়া আমি কি কৰিম current bill আহি আছে।
Aamar Lobar khub ichha achil . Kintu ami p.m.a.y Ghar atiya o pua nai😢
Mama ki koribo aru😮😮
Thanku mama.
Tripura te paboni Sri ami loibo 10000
Kenekoi apply korbo lagibo
❤
য়াতে আমি এটা কথা বুজি নাপালু যে এই মুল্য খিনি আগতে পেমেন্ট কৰিব লাগিব নে?
Himonta sir long live.
💡💡
Good mama
Love you mama❤