ৰাজ্যত একেদিনাই গঁড় আৰু হাতীৰ আক্ৰমণত নিহত ৩গৰাকী লোক
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- 📌ৰাজ্যত একেদিনাই গঁড় আৰু হাতীৰ আক্ৰমণত নিহত ৩গৰাকী লোক। এমাহৰ ভিতৰতে কাজিৰঙাত পুনৰ গঁড়ে প্ৰাণ ল'লে এজন লোকৰ। গোৰেশ্বৰত বনৰীয়া হাতীয়ে প্ৰাণ ল'লে মাতৃ-কন্যাৰ। পুৱাতে ৰাষ্ট্ৰীয় ঘাইপথত গঁড়ৰ আক্ৰমণত প্ৰাণ গ'ল বিক্ৰম লোহাৰ নামৰ এজন লোকৰ। নিহতৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী আটছাৰ। ইফালে গোৰেশ্বৰত শুই থকা অৱস্থাতে হাতীৰ গচকত প্ৰাণ গ'ল মাতৃ-কন্যাৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/