New Vs Old BJP | Assam BJP clash | Ashok Sarma | Bhavesh Kalita | Jayanta Malla | Mrinal Saikia |

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.ย. 2024
  • New Vs Old BJP | Assam BJP clash | Ashok Sarma | Bhavesh Kalita | Jayanta Malla | Mrinal Saikia | Watch the full clip to know more about this story.
    #pragnews #assambjp #bjpclash #clash #electionfight #politicalfights #bjp
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 171

  • @jibongogoi6940
    @jibongogoi6940 3 หลายเดือนก่อน +53

    মজা, আমি সকলোৱে ভাল পাইছো l
    বি জে পি ৰ ভেটিত তিতা লাও গজক্

    • @Danirojasfc6
      @Danirojasfc6 3 หลายเดือนก่อน +2

      😂😂😂👌

    • @bijusaikia5372
      @bijusaikia5372 3 หลายเดือนก่อน

      লাওবোৰো তিতিকি তিতিকি লাগিবনে ?

  • @pgoswami5378
    @pgoswami5378 3 หลายเดือนก่อน +10

    ২০২৬ চনৰ নিৰ্বাচনৰ আগেয়ে এই
    নতুনকৈ বিজেপিলৈ যোৱা নেতা সকলে টিকট কেন্দ্ৰীক হুলস্হূল নলগালেহে ৰক্ষা। তেতিয়াৰ সম্ভাৱ্য
    পৰিস্হিতি সম্ভালিৱ পাৰিলেই হ'ল। আনহাতে দলত পুৰণি জ্যেষ্ঠ
    নেতা সকলো আছে। তেখেত সকলকো মান্যতা দি পাৰ্য্যমানে সন্তুষ্ট ৰাখিব পাৰিলে ভাল।বিজেপি দলত বেলেগ দলৰ পৰা যোৱা নেতাৰ ভীৰ বেছি হোৱালৈ চাই এনেবোৰ বাক্ বিতণ্ডা হোৱাটো তেনেই স্বাভাৱিক।এই সমস্ত নেতাক কমেও এবাৰ নাগপুৰলৈ পঠিয়াই
    কেইমাহ মানৰ প্ৰশিক্ষণ দিয়াই লব লাগিছিল।তেতিয়া শুধৰণি হৈ নতুন দলীয় নীতি নিয়মত খাপ খালেহেঁতেন। নহলে পূৰ্বৰ দলত গঢ়ি উঠা ভাৱভংগী, স্বভাৱ আৰু আদব কায়দাবোৰ একেই থাকিব যিয়ে
    ভবিষ্যতেও খাপ নাখাই দলীয় সংহতিত আহুকাল হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি।
    এই বিষয়বস্তুৰ ওপৰত এতিয়া
    ৰাইজৰ মাজতো আলোচনা হবলৈ
    ধৰিছে।

  • @ramdhenu578
    @ramdhenu578 3 หลายเดือนก่อน +12

    Jayanta Mallai যিমানেই অহংকাৰ হৈছে সিমানেই মানুহক অপমান কৰিছে আৰু সিমানেই তেওঁৰ মুখ খন বেকা হৈ গৈছে😅

    • @bijusaikia5372
      @bijusaikia5372 3 หลายเดือนก่อน +3

      বেকী নদীৰ দৰে নেকি খুৰা ?

    • @ramdhenu578
      @ramdhenu578 3 หลายเดือนก่อน

      @@bijusaikia5372 হয় হয় পেহী

    • @ramdhenu578
      @ramdhenu578 3 หลายเดือนก่อน

      @@bijusaikia5372 হয় হয় পেহী

    • @ramdhenu578
      @ramdhenu578 3 หลายเดือนก่อน

      @@bijusaikia5372 তোমাক চিনি নাপালো পেহী????

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6h 3 หลายเดือนก่อน +11

    ভালে ভালক পাই ,জাবৰে খালক পাই। এই জাবৰ বোৰ গেলি গোন্ধ ওলাব ধৰিছে😅😅😅

  • @pinkuutpal6032
    @pinkuutpal6032 3 หลายเดือนก่อน +16

    যুদ্ধ হব তয়াময়া 😂😂😂😂

  • @user-li6ne5gq6i
    @user-li6ne5gq6i 3 หลายเดือนก่อน +12

    মৃণাল শইকীয়া ভাল মানুহ। বহুত ভাল কাম কৰিছে।

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 3 หลายเดือนก่อน

      যদু কুল ধ্বংস হোৱাদি হবলৈ গজ আছে ।

  • @handbim51
    @handbim51 3 หลายเดือนก่อน +6

    উজনিত জয়ন্তমল্লক অলপো ভাল নেপায় প্ৰমাণ যোৰহাটত হোৱা নিৰ্বাচনী প্ৰচাৰ কাৰ্য্য। শেনটোহৈ গৈ ফেচাঁটো হৈ দুদিনতে দিশপুৰলৈ প্ৰত্যাৱৰ্তন। উফাইদাং মৰা কথা মানুহে ভাল নেপায়।

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te 3 หลายเดือนก่อน +5

    এইয়া আৰম্ভনিহে।ভাওনা খন পিছলৈ আছে ।ইমান অহংকাৰী নেতাৰ পয়োভৰ ভগৱানে কেতিয়াও সহি নাথাকে ।

  • @bhabendas2719
    @bhabendas2719 3 หลายเดือนก่อน +6

    আজি উচ্চ পৰ্যায়ৰ কূটনৈতিক ৰাজনীতি আৰু নাই,সাধাৰণ ৰাইজক কেঁকোৰা চেপা দি নিজৰ সম্পত্তি বঢ়োৱা !ৰাইজ তথা সংবাদ মাধ্যমত কোনে কিমান উপলুঙা কৰি কথা কব পাৰে তাৰেই প্ৰতিযোগিতা !মূল্য বৃদ্ধিৰ পৰা ৰক্ষা পাবলৈ ৰাইজক পেটত গামোচা বান্ধিবলৈ দি দালিম গুতিয়া হাঁহি দিয়া সকলৰ পতনৰ আগজাননী নহয় টো?!

  • @simantakumardas9449
    @simantakumardas9449 3 หลายเดือนก่อน +26

    গাদী কেইখন হেৰুৱাৰ উপক্ৰম হৈছে

  • @bijusaikia5372
    @bijusaikia5372 3 หลายเดือนก่อน +2

    এইবাৰো কংগ্ৰেছৰ দুৱাৰ সদায় খোলা ৰাখক । ২৬ ত আকৌ জমনী হব ।

  • @madhurjyagogoi2211
    @madhurjyagogoi2211 3 หลายเดือนก่อน +23

    মুঠতে BJP Failed.

  • @suvankarbhowal3115
    @suvankarbhowal3115 3 หลายเดือนก่อน +18

    জয়ন্ত মল্ল বৰুৱা আগতে ৰাজেন গোঁহাইক অপমান কৰিছে

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru 3 หลายเดือนก่อน +7

    Patanar lakshan very good

  • @asomorloramoimridul2712
    @asomorloramoimridul2712 3 หลายเดือนก่อน +4

    জেলত যোৱাৰ ভয়ত পলাই বিজেপিত গৈছিল

  • @ImSaddamHussain45
    @ImSaddamHussain45 3 หลายเดือนก่อน +25

    মৃণাল শইকীয়া বহুত ভাল মানুহ। 🎉

  • @utpalgoswami1990
    @utpalgoswami1990 3 หลายเดือนก่อน +10

    জয়ন্ত তুমি পাগলামি নকৰি বাজপেয়ী ভবন দুভাগত ভাগ কৰা, সৰু হৈ থাকিলে ভাল হ'ব। মই শব্দটো বৰকৈ নকবা , আজি কিছু বছৰৰ আগতে আমি এদিন "মিছলিয়া মুদিৰ" লগত দিনটো কটায়ছিলো , সেই মুদি ডাঙৰীয়া আজিৰ মিছলিয়া , দগবাজ মুদি নহয় । জ্ঞান হ'লে নমৰ হয়, তুমি অহংকাৰী হৈছা আহিছে দিন পাবা ।

  • @bijusaikia5372
    @bijusaikia5372 3 หลายเดือนก่อน +3

    election ৰ আগত নেতাবিলাকৰ audio বোৰ শুনা আৰু election ৰ পাছত video বোৰ চোৱাৰ মজাই কুছ অউৰ হেই ।

  • @binoddutta4714
    @binoddutta4714 3 หลายเดือนก่อน +2

    মজা লগিছে লাগি থাকা থমকি নৰবা ৰাইজে চাই বৰ ভাল পাব ভেকু ভাওনা বোৰ কিন্তু অন্ধ ভক্ত সকলে কেনেকোৱা পাব সেইটোহে কব‌ নোৱাৰিম।

  • @arifahmed1634
    @arifahmed1634 3 หลายเดือนก่อน +9

    100% guarantee Mrinal saikia লোকসভাৰ এলেকচনৰ results পিছত তেওঁ প্ৰথমত Congress join কৰিব লিখি ৰাখক

  • @chandandutta3186
    @chandandutta3186 3 หลายเดือนก่อน +5

    Barhiya, I like it. Kajia laagi thak

  • @ayatullahsheikh3118
    @ayatullahsheikh3118 3 หลายเดือนก่อน +2

    BJP দলটো আগতে বহুত ভাল আছিল, এই গেলা পচা বোৰ আহি পুৰণা বিজেপি দলৰ অতি ভাল নেতা বোৰক শেষ কৰি পেলালে, এই গেলা পচা বোৰ আঁতৰ কৰি পেলাই দিয়ক আকৌ দলটো ভাল হব।

  • @RajibRabha-us3lu
    @RajibRabha-us3lu 3 หลายเดือนก่อน +1

    জয়ন্ত মল্ল , তোৰ দৰে নেতা ক কনো মানু হে ভাল নাপায় ।

  • @pranjalgogoi7894
    @pranjalgogoi7894 3 หลายเดือนก่อน +1

    Moja hoise

  • @PrasantaDas-dh8rz
    @PrasantaDas-dh8rz 3 หลายเดือนก่อน +1

    মৃণাল শ ইকীয়া এজন দক্ষ ব্যক্তি ।

  • @hemantamahanta5578
    @hemantamahanta5578 3 หลายเดือนก่อน +2

    যুঁজ এখন হব ৰাইজ যুঁজ এখন হব । নিজৰ নিজৰ কৰ্মফল নিজে নিজে পাব ।

  • @nipengohain86
    @nipengohain86 3 หลายเดือนก่อน +1

    Mojja mojja

  • @pareshdoley4079
    @pareshdoley4079 3 หลายเดือนก่อน +1

    ১০০% সচাঁ উজনি অসমত কম হোৱাৰ কাৰন

  • @P1997Dutta
    @P1997Dutta 3 หลายเดือนก่อน +4

    Purona BJP r manuh buroloi dukh lage. Jua kali Ashok Sharma k showcause notice Pallab Lochan e koribo dise. Krishno! pallab lochan e sage makor kulat tetya r pora ashok sharma BJP kori ase. Laaj pabo laage BJP e

  • @redcherrysproduction5426
    @redcherrysproduction5426 3 หลายเดือนก่อน +1

    ই হাৰামিটোৱে যে মন্ত্ৰীত্ব নাপালে, অৱশ্যে ই আৰু বিধায়কেই হব নোৱাৰে আৰু ,মন্ত্ৰীত্বটো বহুত দুৰ কি বাত হেই, সেই বাবে যতে ততে বিজেপিৰ বিৰুদ্ধে হোৱা দি ফুৰিছে শিয়ালটোৱে কিলা ।লেবা ,ৰ কৰচটো ফিদা

  • @niquelous7282
    @niquelous7282 3 หลายเดือนก่อน +6

    Bjp will be finished by new BJP

  • @budheswarnath6516
    @budheswarnath6516 3 หลายเดือนก่อน +1

    পুৰণি বি জে পি নেতা সকলে ইমান দিনে কিয় মনে-মনে আছিল... ইলেকচনৰ আগতে...!!!

  • @KalpanaBorthakur-iq5dg
    @KalpanaBorthakur-iq5dg 3 หลายเดือนก่อน

    মৃণাল শইকীয়াক আমি শ্ৰদ্ধা কৰো🙏🙏🙏🙏🙏

  • @jogomayadev7145
    @jogomayadev7145 3 หลายเดือนก่อน

    আসছে বার আসামে কংগ্রেস সরকার।আমি নিজে 1985 এর বিজেপি সদস্য বলছি।কেন্দ্রে বিজেপি রাজ্যে কংগ্রেস।cm কে বলে দেবেন যোগী হতে আর্বার আসতে হবে পৃথিবীতে।

  • @LakhswarDeka
    @LakhswarDeka 3 หลายเดือนก่อน +1

    Valei hoise

  • @BihuBinondiya
    @BihuBinondiya 3 หลายเดือนก่อน +3

    This is karma. Himanta Biswa Sarma e Tarun Gogoi r logot kora bixombad etia nijei akou ghurai paise.

  • @rajbaba2432
    @rajbaba2432 3 หลายเดือนก่อน

    Mrinal Saikia real BJP...very helpful politician

  • @binabarua9304
    @binabarua9304 3 หลายเดือนก่อน +1

    কংগ্ৰেছক গেলাইছিল কোনে ? আপোনালোকে নিজেই চিকুটি চাব ৷

  • @intajurrahman2681
    @intajurrahman2681 3 หลายเดือนก่อน +2

    8pm মানে,খাই কেনে post কৰে নেকি ?

  • @kuldipduworahduworah3607
    @kuldipduworahduworah3607 3 หลายเดือนก่อน +1

    এই জহা মালটো দেখিলেই খং ওঠে।

  • @SRSAXOM
    @SRSAXOM 3 หลายเดือนก่อน +1

    জাবৰ বোৰক খালত পেলাবৰ হল।

  • @amitmukharjee6907
    @amitmukharjee6907 3 หลายเดือนก่อน +4

    Malua ako cong join kàribo😅

  • @AnujNath-tx6ln
    @AnujNath-tx6ln 3 หลายเดือนก่อน

    Sai Val lagise

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m 3 หลายเดือนก่อน

    Mrinal Saikia is truepoliticianand honest and gentle

  • @zudasnaz9974
    @zudasnaz9974 3 หลายเดือนก่อน +2

    Tarun gogoi r sarkaror somoyotu , last dui bosor aku kaam Kora nasil hihot, anekoiaaa Congress or bhitorot juji asil hihot

  • @morommajulibhargob2636
    @morommajulibhargob2636 3 หลายเดือนก่อน

    Mrinal Saikia ই ঠিকেই কৈছে

  • @sunildas4361
    @sunildas4361 3 หลายเดือนก่อน

    যিকেইটা পুৰনি বিজেপি এতিয়া অলপ অলপ পাৱাৰ পাই আছে তেওলোকে ভাবি আছে আমি অশোক শৰ্মা হতৰ কথাটো সমৰ্থন দিলে তেওলোকোক হিমন্তই পাৱাৰ নিদিব পাৰে সেইবাবে তেওলোকে সকলো জানে দলত কি হৈছে কিন্তু নজনাৰ ভাও জুৰি আছে । এটা কথা পাহৰি যোৱা উচিত নহয় যে মামাৰ বালিলৈ যিপাত শৰ শুগ্ৰিবলৈও সিপাতে মাৰিব । তেতিয়াহে টোপনি ভাগিব কেইজন মানৰ...

  • @bhubandoley812
    @bhubandoley812 3 หลายเดือนก่อน

    BJP ধ্বংসৰ শুভ আৰম্ভনি 😅

  • @user-kx7gv4yh4p
    @user-kx7gv4yh4p 3 หลายเดือนก่อน

    Mja

  • @ramnathborah7356
    @ramnathborah7356 3 หลายเดือนก่อน

    এয়া বিজেপিৰ আছ্ছা দিন

  • @digantadas5663
    @digantadas5663 3 หลายเดือนก่อน

    Old BJP vs New BJP😂😂😂

  • @rameshpayang7871
    @rameshpayang7871 3 หลายเดือนก่อน

    Bjp zindabad

  • @mridultalukdar7913
    @mridultalukdar7913 3 หลายเดือนก่อน

    পুৰণি bjp আগ স্হান দিব লাগে

  • @sirajali6604
    @sirajali6604 3 หลายเดือนก่อน

    ন bjpৰ কাৰণে এইবাৰ upৰ দৰে নহলে হল আৰু 😂😂

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i 3 หลายเดือนก่อน +2

    Sakia ru BJP t besidin nai.

  • @smtezpurgaming2006
    @smtezpurgaming2006 3 หลายเดือนก่อน +1

    Bjpr shob sur hoi mamatu 1no sur

  • @user-tu2do7it2s
    @user-tu2do7it2s 3 หลายเดือนก่อน

    জয়ন্ত মল্ল এজন ফটোয়া ।

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 2 หลายเดือนก่อน

    ডেৰমুখীয়াৰ কথা শুনিবলৈ কোনোবা আছে বুলি ভাবেনে?

  • @nagengogoi4770
    @nagengogoi4770 3 หลายเดือนก่อน

    অসমী‌য়াত এষাৰ কথা আছে - গোবৰ খুচৰিলে গোন্ধাবয় ।

  • @Bikashboruah-hg9rn
    @Bikashboruah-hg9rn 3 หลายเดือนก่อน

    Moi mrinal daa k val pau bhut sidha❤❤❤

  • @LegendIshan
    @LegendIshan 3 หลายเดือนก่อน

    চিন্ডিকেট বাহিনীৰ নেতা সকলক বৰ্জন কৰিব লাগে ৰাজনৈতিক ভাবে

  • @user-hr1uu1ni9c
    @user-hr1uu1ni9c 3 หลายเดือนก่อน

    Minal jindabad

  • @MoktarHussain-re3pl
    @MoktarHussain-re3pl 3 หลายเดือนก่อน

    Good m saikia

  • @user-vc1uo5tq8r
    @user-vc1uo5tq8r 3 หลายเดือนก่อน

    Very good Bhupen

  • @munnakalita174
    @munnakalita174 3 หลายเดือนก่อน

    Jayanta malla baruah is very very good mrinal saikia is very very bed . Select is a star campenar from jayanta baruah in assam.

  • @jayantatalukdar2668
    @jayantatalukdar2668 2 หลายเดือนก่อน

    জয়ন্ত মল্ল বৰুৱা এটা মষ্ট ফাল্টু

  • @ndtech8170
    @ndtech8170 3 หลายเดือนก่อน

    Hosake kotha Jayanta vl nelage Mama.

  • @purnajyotiborah1544
    @purnajyotiborah1544 หลายเดือนก่อน

    Jayanta, Diganta aru Piyoush hol pabo goja. Nijor bulibo eko nai Himantar upart nirbhar.

  • @rameshpayang7871
    @rameshpayang7871 3 หลายเดือนก่อน

    Sarkar bjp e hobo

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 3 หลายเดือนก่อน

    Congrsor presidentor uttor xundor

  • @KalpanaBorthakur-iq5dg
    @KalpanaBorthakur-iq5dg 3 หลายเดือนก่อน

    জয়ন্ত বোলাটোক সহ্য নহয়।

  • @inglishvlogs1015
    @inglishvlogs1015 3 หลายเดือนก่อน

    অভিশপ্ত বামুণ

  • @kormadaaa7966
    @kormadaaa7966 3 หลายเดือนก่อน

    আমাৰ MLA ভাল সকলোকে লৈ চলে

  • @rofiqulislam1080
    @rofiqulislam1080 3 หลายเดือนก่อน

    দিগন্ত কলিতা ডাঙৰীয়াই যিদৰে জয়ন্ত -পিযুষৰ পক্ষলৈ কথা কোৱা আৰম্ভ কৰিছে, তাৰ বাবে হিমুমামাই দিগন্তদাক মন্ত্ৰীত্ব দিব যেন লাগে !!!!!

  • @arupdas8897
    @arupdas8897 3 หลายเดือนก่อน

    Na BJPr damage politics of sidelining old BJP's and good Congress people crisis preparation done preparation during The last year's of Tarun Gogoi's rule because of language of politics hurting people's sentiments all the time against the opposition with out any checks and balances

  • @gunendralahon7412
    @gunendralahon7412 3 หลายเดือนก่อน

    Gowrob is the great

  • @rinkushivam8759
    @rinkushivam8759 3 หลายเดือนก่อน

    একো সংঘাত নাই সকলো
    ঠিকে আছে
    মিছা বাতৰি

  • @josephmalik470
    @josephmalik470 3 หลายเดือนก่อน

    2026 BJP ofice to AGP hobo

  • @amarjoytidas8141
    @amarjoytidas8141 3 หลายเดือนก่อน

    Congress Zindbaid

  • @banjitsarma8198
    @banjitsarma8198 3 หลายเดือนก่อน

    Mrinal xaykia ajan val manuh

  • @Ranjanbora-vd5lv
    @Ranjanbora-vd5lv 3 หลายเดือนก่อน

    Sakalu B. J. P netak R. S. Sr training dilei sob sidha hoi jabo.

  • @nbgamer5883
    @nbgamer5883 3 หลายเดือนก่อน

    ঢাল তৰোৱাল সাজু

  • @user-br7wf5gw9x
    @user-br7wf5gw9x 3 หลายเดือนก่อน

    Joints family BJP

  • @dkkumardhiraj6920
    @dkkumardhiraj6920 3 หลายเดือนก่อน

    দিগন্ত তোৰ আৰু কাম নাই

  • @dhirenboruah4665
    @dhirenboruah4665 3 หลายเดือนก่อน +1

    মল্লৰ কথা শুনাটো বাদেই দিব লগে

  • @mridultalukdar2250
    @mridultalukdar2250 3 หลายเดือนก่อน +1

    Party para marketing company hoise are votes jai agent buli vabisa jayanta baladha😅😅

  • @mohendradohutia
    @mohendradohutia 3 หลายเดือนก่อน

    সত্য কথা কবলৈ সাহস লাগে।ভয়াতুৰ মানুহে পেপুৱা লাগে।মিচা কথাটো সঁচা বুলি ভয়ত কৈ দিয়ে।বিজেপি চৈৰাচাৰি একছত্ৰী শাসন দলত থাকিলেও সকলোৱে ভাল নাপায় সয্য কৰিব নোৱাৰে।এই সকল অন্তৰ খোলা মানুহ।

  • @GayatriDas-ew3gb
    @GayatriDas-ew3gb 3 หลายเดือนก่อน

    Purbote Himanta Biswar netrittote congress t bisambad arombho hoisil aru congress dhongxou hoisil kisu porimane, aibar akou Himantar babei BJP ses hobo, parthokyo matro atai himanta BJP loi ahisil nijok jailot juar pora bosabole, kintu ahi atia BJP ses korar porikrom soli ase.

  • @munnakalita174
    @munnakalita174 3 หลายเดือนก่อน

    Mrinal saikaia vote kiman aniba pare tat manajug diok. Belagar katha tat mat matiba nalaga. Ji bjp

  • @RafiqulIslam-zo7uh
    @RafiqulIslam-zo7uh 3 หลายเดือนก่อน

    এদের মন্ত্রী হওয়ার যোগ্যতা আছে কি?

  • @ruhitdihingia8210
    @ruhitdihingia8210 3 หลายเดือนก่อน

    অসমত Power abuse এতিয়ালৈকে issue হোৱা নাই। ড° হিৰেণ গোহাঁইক যিবোৰ কৰিলে, সেইবোৰ একাংশই গ্ৰহণ কৰিছে। পৰ ৰাষ্ট্ৰত জেষ্ঠতাক সন্মান কৰে। অসমত কৰবাট অসন্মান কৰা দেখা যায়। সেয়া আনুগত্য বিবেচিত নহয়, কিন্তু আনুগত্য দলৰ ভিতৰতহে জীয়াই ৰাখিবলৈ বল দি নিয়মানু বৰ্তিতাৰ প্ৰৱক্তা হ'বলৈ থেলা - হেঁচা কৰে। ৰাজনীতি সমাজৰ, ৰাজ্যৰ ,দেশৰ বিকাশ হব লাগে, ব্যক্তিগত বিকাশ কৰি উদাহৰণ প্ৰতিস্হা কোনোৱেই কৰা নাই নে??? প্ৰয়াত তৰুণ গগৈ ৰ সম্পত্তিৰ কথা নোলায় কিয় ???

  • @user-wn1mc3qy3p
    @user-wn1mc3qy3p 3 หลายเดือนก่อน

    Eo Axomiya kobo nojona Hemantar bhayek

  • @nurmohommedali5116
    @nurmohommedali5116 3 หลายเดือนก่อน +1

    মৃনাল শইকীয়া Right.

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 3 หลายเดือนก่อน

    Mrinal Saikia ajon xofal bidhayok

  • @TBoro-ez7tz
    @TBoro-ez7tz 3 หลายเดือนก่อน

    Mama r notun Bjp team purana bjp team k togaise

  • @lakshminarayansarmah4071
    @lakshminarayansarmah4071 3 หลายเดือนก่อน

    এইডালে কথা কলে হাঁহি উঠে ।

  • @PurneswarDas139
    @PurneswarDas139 3 หลายเดือนก่อน

    Molla bhai tur bor ohongkar

  • @user-is5vx1ur6n
    @user-is5vx1ur6n 3 หลายเดือนก่อน

    Bjp ne cong r b team

  • @AjitChawrya
    @AjitChawrya 3 หลายเดือนก่อน

    Purani BJP r manuk ghorat bohebo de new BJP fielder purane in dayak retired

  • @hamashrisarma
    @hamashrisarma 3 หลายเดือนก่อน

    Congress BJP B tim