বিহু সমন্ধীয় প্ৰশ্ন উত্তৰ/ঢোলৰ বৰতি কেইডাল
ฝัง
- เผยแพร่เมื่อ 7 ก.พ. 2025
- বন্ধু বান্ধৱী সকল,বিহুৰ প্ৰতিযোগীতাত যদি অংশগ্ৰহণ কৰিব তেন্তে সম্পূৰ্ণকৈ চাওঁক এই ভিডিঅ' ।বিহু সমন্ধীয় বিভিন্ন প্ৰশ্ন আৰু উত্তৰ এই ভিডিঅ' টোৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ । আশা ৰাখিলোঁ সকলোৱেই video টো সম্পূৰ্ণকৈ চাব। videoটো আপোনাৰ যদি ভাল লাগে তেন্তে চেনেলটো subscribe কৰি ল'ব। ধন্যবাদ।
#bihuassam #bihustatusvideo #assamesecurrentaffairs #gkassam
About: "Assamese GK Trick" is a Assamese TH-cam Channel, where you will get interested content like GK, Quiz, Riddle, Puzzle etc.
Credits all Information are taken from various sources on Internet.
Note: Some images/videos shown in the video Belongs to the respected owners and not me. Thanks for No Copyright and Cc License images/videos.
Subscribe #assamesegktrick
Share #assamesegktrick
Like #assamesegktrick
ৰামধম গগনা
তিনি প্ৰকাৰৰ
দুই প্ৰকাৰৰ
এডাল
বৰহমথুৰি
ৰামধন
হাত চাপৰি।
শিয়াল নেজীয়া কপৈ ফুল
Tq 🤲🏻
দেৱ বাদ্য
Win
Sclent
চীন দেশত
Adal❤
Bohag bihu
৭বিহু আপোনাৰ ভুল হৈছে ।
মাহিতা
মাঁহিতা
1.. question 6
1dal
এক ডাল বৰতি
Dhulor boroti 2dal
Bohut val lagil
Good information news
ধন্যবাদ
Mahita
Dutaman Nojona prosnor uttor hikibo palu Val lagil 🙏🙏🙏
ধন্যবাদ
টকা
Dada 10numder Question tut 6ta answer he dise ata bihur nam diya nai
Oo
Hatsapori
bahut dhanyabad apunalai
Nice👌👏👏👏👏👏
হাত চাপৰি
1 দাল
Thanks
Ramdhon
মাৰাথি
৮ নম্বৰ উ: মাহিতা
চেনেহী বিহুটো অন্তৰ্ভুক্ত কৰা হোৱা নাই।
Very nice
ভাল লাগিল
4 no question tu vul hoise question tu hobo lagisil bihuwa xokole bojuwa gogona bidhir nam ki karon sob dhuliyai gogona bojano hoitu najanubou pare ru bixex ke dhuiya xokole dhul he bojai gogona nohoi
ধন্যবাদ ভিডিঅটো আমাৰ মাজলৈ অগবঢ়াই দিয়া বাবে
🙏🙏🙏🙏🙏
সাত বিহু নহলে ছয় বিহুহে হ'ল
Prothom prosnotir uttor bohag bihu nohoi goru bihu ha hoi.... Sot mahor khonkranti mne sot aru bohag mahor dumahi r dina palon kora hoi
সাত বিহুৰ ভিতৰত 6 নম্বৰ দিনাক চেনেহী/কুটুম বিহু বুলি কয় নেকি বাৰু?জনাবচোন।
জানিব খুজিলো কপৌফুলৰ বিভিন্ন প্ৰকাৰৰ আছে নেকি যদি আছে নামবোৰ জনাবনে ?
পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' মাধ্যমেৰে আপোনালোকৰ মাজলৈ আগবঢ়াম🙏🙏
Good content... Quiz competition t kam ahibo
Thank you
এডাল
বৰহমথুৰি
হাত চাপৰি
দুই প্ৰকাৰৰ
মাহিতা
Mahita
Mahita
Mahita