BANDHU Title Song | Nayan Nilim | Vivek Bora | Jyotishman | Superhit Assamese Film Song

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 2.2K

  • @kri188
    @kri188 2 ปีที่แล้ว +59

    শৈশৱৰ স্মৃতিৰ বৰষুণ যাক যেন আকৌ এবাৰ মোৰ হৃদয় খন জিপাল কৰি গল। ইমান সুমধুৰ কণ্ঠ, ভাষা প্ৰশংসা কৰিব শব্দবিহিন হৈ গৈছে। বহুত বাৰ হুনিলোঁ আৰু বহু বাৰ শুনিবৰ মন😍😌

    • @kripalborah2900
      @kripalborah2900 2 ปีที่แล้ว +1

      Same here

    • @tingkuray4249
      @tingkuray4249 ปีที่แล้ว +2

      O vi bohu bar hunilu hepah nopolay

    • @chitra7338
      @chitra7338 ปีที่แล้ว +2

      hi krishna

    • @kri188
      @kri188 ปีที่แล้ว +1

      @@chitra7338 hello

  • @krishnakantalahon6167
    @krishnakantalahon6167 4 ปีที่แล้ว +115

    সুন্দৰ হৈছে...নয়ন দাৰ গীতটো শুনি ভাল লাগিল, ছবি খনে সফলতা লাভ কৰক ,..এল পি স্কুলত পঢ়ি অহা দিনবোৰ মনত পৰি গ'ল... সময়ৰ সোঁতত বন্ধুবোৰ হেৰাই গ'ল...বহুত মনত পৰে বন্ধু তোমালোকলৈ...

  • @munna3118
    @munna3118 4 ปีที่แล้ว +289

    সৰ্বশ্ৰেষ্ঠ গান মোৰ জীৱনত, কুত্তা কেইজনলৈ মনত পৰিছে😘😘😘।
    ভালে থাক বে তহঁত....

  • @moromiboro2842
    @moromiboro2842 3 ปีที่แล้ว +1135

    আমাৰ মৰমৰ নয়ন দা যাৰ গান ১০০ বাৰ শুনিলিও হেপাঁহ নোপলাই...অভিনেতাৰ লগতে ইমান সুন্দৰ সংগীত উপহাৰ দিছে !! কোনে কোনে চাই আছা মৰমৰ এটা লাইক দিয়া আকৌ ...

  • @saklinmustakahmed8447
    @saklinmustakahmed8447 4 ปีที่แล้ว +27

    বহু দিনৰ মূৰত আজি পুৰনি মোৰ favorite Assamese actor এজনক new style ত দেখা পালোঁ ভাল লাগিল 😊👌👍

  • @deepjyotiibailungg8456
    @deepjyotiibailungg8456 4 ปีที่แล้ว +193

    নয়ন দা। আপুনাৰ সুৰ মজা।।।
    নয়ন দাৰ কাৰনে এটা।।। টিপ like... 👌👌👌

  • @dhrubajyotinath6589
    @dhrubajyotinath6589 4 ปีที่แล้ว +143

    বন্ধু gonna to be superhit😍
    Hit like for বন্ধু😍

  • @TrainLikeMonk
    @TrainLikeMonk 4 ปีที่แล้ว +39

    বাস্তব জীবনৰ লগত মিল থকা গান 🙂 নয়নদা লৈ শুভেচ্ছা থাকিল। সুন্দৰ গান 🥰

  • @alimuliassam6405
    @alimuliassam6405 4 ปีที่แล้ว +49

    বা বহুত ভাল লাগিল ও বন্ধুৰ ওপৰত.......
    অসমীয়া গীত এটি শুনিবলৈ পালোঁ...... বহুত বাৰ শুনিলোঁ.......মৰমৰ বন্ধু সকলৰ বাবে এটা মৰমৰ লাইক❤❤❤
    সুস্থ থাকক, ধন্যবাদ........

  • @birajgogoi4753
    @birajgogoi4753 ปีที่แล้ว +2

    Bhut Dhuniya hoise....ahok hokolu a Mili sau goi BANDHU.....

  • @sunu8891
    @sunu8891 4 ปีที่แล้ว +399

    Nijor nijor bondhu xokolor babe like Kori Diya ata👍👍

  • @akashtultul
    @akashtultul 4 ปีที่แล้ว +9

    নয়নক বহুত সৰু ল'ৰাৰ দৰে লাগিল.. বহুত ধুনীয়া গান... এইবছৰৰ সকলোতকৈ ভাল লগা গান...

  • @bitusonowal6417
    @bitusonowal6417 4 ปีที่แล้ว +284

    হিট 😍😍Bandhu ধুনীয়া হৈছে 👌👌
    নয়ন দা আৰু বিবে্ক দাৰ Frend Hit লাইক😘😘
    👇👇

    • @kamallyrical2975
      @kamallyrical2975 4 ปีที่แล้ว +1

      Nice #sapunvlogsandtacnical

    • @bitusonowal6417
      @bitusonowal6417 4 ปีที่แล้ว +1

      @@kamallyrical2975 thnx

    • @omzemxaikiaxaikia7446
      @omzemxaikiaxaikia7446 4 ปีที่แล้ว +2

      Mojahh

    • @bitusonowal6417
      @bitusonowal6417 4 ปีที่แล้ว +2

      @@omzemxaikiaxaikia7446 thnq

    • @surajgogoi4769
      @surajgogoi4769 ปีที่แล้ว +1

      ভগৱানৰ উপহাৰ ,,,,,,জুবিন দা আপোনি যুগ যুগ জিয়াই থাকক

  • @rajibpayeng4718
    @rajibpayeng4718 2 ปีที่แล้ว +6

    ১০০ বাৰ মান শুনিলো ছাগৈ৷ তথাপিও হেপাঁহ নপলায়৷ কি সুন্দৰ গান, কি সুন্দৰ অভিনয়! কি সুন্দৰ কণ্ঠ!
    ল’ৰালিৰ দিনবোৰলৈ মনত পেলাই দিলে৷ আকৌ এই দিনবোৰ পোৱা হ’লে!

  • @pritym9641
    @pritym9641 2 ปีที่แล้ว +5

    অতি সুন্দৰ... প্ৰিয় অভিনেতাৰ অভিনয় চাই হেপাঁহ নপলায় , ❤️❤️❤️
    অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ 'বন্ধু'ৰ বাবে 🙏
    আহক সকলোৱে 'বন্ধু' চাবলৈ সকলোৰে জীৱনৰ মধুৰ মুহূৰ্তৰ স্মৃতি সজীৱ কৰি তুলিব বুলি মোৰ বিশ্বাস 🥰🥰

  • @rakeshdasmorigaon
    @rakeshdasmorigaon 4 ปีที่แล้ว +42

    ডেম্ফুল সদায় favourite...
    #NiyanNilim 🔥

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 4 ปีที่แล้ว +461

    খুব সুন্দৰ এখন ছবি চাবলৈ পাম ।যাৰ নামেই হল "বন্ধু" ।। নয়ন দাৰ বাবে এটা লাইক কৰক সকলোৱে

  • @pokalagavlogs2552
    @pokalagavlogs2552 4 ปีที่แล้ว +80

    নয়ন নীলিম দাই।।বহুত দিনৰ মূৰত ভিদেও ত আহিল।।ভিদেও ভাল পালা যদি এটা like কৰি দিয়া

  • @vipulborah3071
    @vipulborah3071 ปีที่แล้ว +1

    Jibonor logot mili juwa ata songe thanks Noyon da

  • @queensultana8021
    @queensultana8021 ปีที่แล้ว +2

    My favourite song 👌..jimn bar khunu tothapi mon novore💓..

  • @chanakyaray7808
    @chanakyaray7808 4 ปีที่แล้ว +56

    এখন সম্পূর্ণৰূপে বেলেগ ধৰণৰ অসমীয়া চিনেমা হব। নয়ন দা বিবেক দা একেলগে, মজা!
    Super excited

  • @GirijaNandaDas
    @GirijaNandaDas 4 ปีที่แล้ว +141

    মোৰ লাইফ বৰ্বাদ ৷ গানটো Comment দিয়ালৈকে 50 বাৰ চালোঁ ৷ কি মজা বনাইছা ভাইহঁত ৷ চব মনত পৰি গ’ল ৷ এইটো গান পৃথিৱীৰ কোনেও বেয়া পাব নোৱাৰে ৷

    • @PranJuri
      @PranJuri 4 ปีที่แล้ว

      Watch thiis
      th-cam.com/video/afq0fzWvB2Q/w-d-xo.html

  • @wolverine0
    @wolverine0 4 ปีที่แล้ว +189

    মোৰ সৰুৰে পৰা প্রিয় অভিনেতা নয়ন নীলিম দা,আপোনাক "বন্ধু"ৰ বহুত বহুত শুভেচ্ছা থাকিল।❤️

  • @dreamzone2789
    @dreamzone2789 2 ปีที่แล้ว

    বহুদিনৰ পাছত এখন সুন্দৰ অসমীয়া চিনেমা চাবলৈ পাম । বহুত ধন্যবাদ নয়ন দাক ।

  • @mrxx430
    @mrxx430 2 ปีที่แล้ว +19

    Killer singing ❤️❤️❤️❤️ ,far far better than many mainstream singers

  • @rohanchoudhuryofficial1458
    @rohanchoudhuryofficial1458 4 ปีที่แล้ว +61

    Dhuniya song nayan nilim da😍😍👍 kone kone nayan nilim dak bhal poa like kra☺👍

  • @bedabroatrajkhowa
    @bedabroatrajkhowa 4 ปีที่แล้ว +495

    ৩১.০১.২০২০ মানে | বন্ধু | ❤️
    সৰুৰে পৰা নয়ন নীলিম মোৰ খুবেই প্রিয়, যাক ডেমফুল বুলি চিনি পাওঁ। 😍 এগালমান শুভেচ্ছা যাছিলোঁ দাদালৈ। ❤️
    বন্ধু 🙌🏼 😍 💕

    • @asomiyadeka8418
      @asomiyadeka8418 4 ปีที่แล้ว +5

      ডেমফুল

    • @bedabroatrajkhowa
      @bedabroatrajkhowa 4 ปีที่แล้ว +2

      @@asomiyadeka8418 💕

    • @KSJONXAIKIA
      @KSJONXAIKIA 4 ปีที่แล้ว +4

      বহুত দুখ নয়ন নীলিম দা নয়ন নীলিম জিম কৰিবলৈ এৰি দিলে নেকি বহুত খিনালে

    • @bedabroatrajkhowa
      @bedabroatrajkhowa 4 ปีที่แล้ว +3

      @@KSJONXAIKIA বন্ধু চিনেমা খনৰ বাবে নিজকে সলনি কৰিছে মোৰ বোধেৰে।

    • @banajitblogs9270
      @banajitblogs9270 4 ปีที่แล้ว +1

      Bedabroat Rajkhowa moro

  • @rockypramanik5593
    @rockypramanik5593 4 ปีที่แล้ว +7

    Khub Bhalo laglo gaan ta ❤️ Love from Odisha

  • @atique5
    @atique5 ปีที่แล้ว +7

    মই HS1st yearor student আজি লৈকে কোনো বন্ধু লগত হাঁহি ধেমালি কৰি নাপালোঁ। Option হিচাপে সকলোকে বিপদৰ সময়ত হাত দিলোঁ। গানটো শুনি সঁচাকৈ হৃদয় চুই গল, গানটিত এটা সুন্দৰ আৱেগৰ লগত জড়িত। সকলোৰে জীৱনত এজন হ'লেও বন্ধু থাকিব লাগে, প্রাথনা কৰোঁ মোৰ দৰে অকলশৰীয়া বেলেগৰ লগত নহয় যেন।🥲❤️

  • @dr.chandanakashyap7245
    @dr.chandanakashyap7245 4 ปีที่แล้ว +7

    প্ৰিয় বন্ধুক হেৰুৱাই পেলাইছোঁ‌ । গানটোৱে বাৰে বাৰে কন্দুৱায় ।

  • @manjitaxom5596
    @manjitaxom5596 4 ปีที่แล้ว +17

    বহুত ধুনীয়া হৈছে গান2 নয়ন দা😍😍😍🎤🎤 lv u all Bandhu🎸🎸

  • @champakdaas
    @champakdaas 4 ปีที่แล้ว +43

    MULTI TALENTED MAN NAYAN DA 🔥🔥

  • @tingkuray4249
    @tingkuray4249 ปีที่แล้ว +24

    অসমীয়া চলচ্চিত্ৰৰ জগতৰ এক নতুন ৰূপ নয়ন দা আপুনি 🔥

  • @Chinmoy_kohli_18
    @Chinmoy_kohli_18 ปีที่แล้ว +1

    Kone kone cinema khon realise howar pist gan2 xunibo ahise....... Mor dore....
    Love you Nayan da❣️

  • @sphukan4234
    @sphukan4234 2 ปีที่แล้ว

    ❤️❤️❤️❤️❤️❤️❤️❤️. Bohut dhuniya lagise .... Demphul CD player tai dekha.. Atiya akou dekhi bohut vall lagise...❤️

  • @excitingmovieclips4430
    @excitingmovieclips4430 4 ปีที่แล้ว +36

    What a song...never knew Nayan Nilim sings so good..... Fabulous

  • @opositive1482
    @opositive1482 4 ปีที่แล้ว +17

    Fantastic Choreography... Love it.

  • @amlanjyotiborah7721
    @amlanjyotiborah7721 4 ปีที่แล้ว +139

    *লৰালীৰ স্মৃতিবোৰ সদায় হাৰামি বন্ধু কেইটাৰ লগতে থাকে হয়নে বাৰু?* 😋😝😝

  • @Mousumi606
    @Mousumi606 ปีที่แล้ว

    Bht dhuniya film❤️ love you Nayan nilim daa😘❤️

  • @tuntundehingia569
    @tuntundehingia569 ปีที่แล้ว

    অতি সুন্দৰ ।
    এতিয়ালৈকে মই প্ৰায় ৫০/৬০ বাৰ শুনিলো।
    যেতিয়াই শুনো,তেতিয়া কমেও দুই-তিনিবাৰ একেৰাহে শুনিলেহে মন পূৰ হয়।

  • @anantasaharia5216
    @anantasaharia5216 4 ปีที่แล้ว +23

    Expressions are brilliant. Liked your version more than the other one. You have nailed it.

  • @bangmyeats9086
    @bangmyeats9086 4 ปีที่แล้ว +17

    One of best song I have ever heard. Great rhythm great choreograph do like Korean Pop. Really love the aesthetic rhythm...

  • @assamjobhelper1114
    @assamjobhelper1114 4 ปีที่แล้ว +24

    সচাই গানটো শুনি বহুত ভাল লাগিল। যি সকলে গান টো চাই Comment লিখি আছে এটা Like কৰিব ।

  • @pjfoodchannel2348
    @pjfoodchannel2348 ปีที่แล้ว +1

    Nayan dar action flim ekhon pam
    Buli akhaa rakhiluu,😍😍

  • @sheikhfaruqueabdullah3722
    @sheikhfaruqueabdullah3722 ปีที่แล้ว +1

    বহু movie চালোঁ but Nayan da জীৱনৰ আটাইতকৈ এটি ভাল movie উপভোগ কৰাৰ সুযোগ দিলে। সকলোৱে চাব যাওঁক,,, নহলে friends circle সদায় missed কৰিব,,,,
    আৰু এটা request Nayan দা লৈ যে,,, এনেকুৱা movie বাৰে বাৰে diok plz,,,,love ❤️ U n miss you all my friends

  • @dhritishgogoi9706
    @dhritishgogoi9706 4 ปีที่แล้ว +81

    First day first show kune kune saba like kra moi Sam mur sbse Val lage Nayan da aru vivek dak

  • @sujatasikdar2159
    @sujatasikdar2159 4 ปีที่แล้ว +8

    Nice video....I don't know that language...bt it's voice note just awesome
    ......😍😍

  • @adityagarg5159
    @adityagarg5159 4 ปีที่แล้ว +49

    This song signifies the utter beauty of friendship perfect song for friendship day i got pretty emotional and happy at the same time while listening to this song

  • @trishakamalvlog4870
    @trishakamalvlog4870 ปีที่แล้ว +1

    Khosa khub dhuniya hyse film khon

  • @gogoiaircel1386
    @gogoiaircel1386 ปีที่แล้ว +1

    Bohut dhuniya song hoise

  • @monimatalukdar787
    @monimatalukdar787 3 ปีที่แล้ว +3

    কিছু পুৰণি স্মৃতি মনত পৰে গল 😊এই গান টো শুনি ❤️ আৰু সেই স্মৃতি মনত পৰিলে চকু পানীৰে দুগাল সেমেকি যায় 🥺💖🥰

  • @Khakhlarychannel
    @Khakhlarychannel 4 ปีที่แล้ว +108

    I think 2019 Best Assamese video song ..
    👇
    👇
    Bandhu.

  • @meowtv6072
    @meowtv6072 4 ปีที่แล้ว +7

    Superb choreography and song. WAITING for BONDHU movie.

  • @nipudas6018
    @nipudas6018 ปีที่แล้ว

    Realy bandhu flim khn Sai bht vl lagil ari thoi aha dinborr ktha mnt pori goise Sai thakote ....thanku Nayan da

  • @limakshisarmah2066
    @limakshisarmah2066 2 ปีที่แล้ว +1

    Nayan da apunak log pai hosai bhut val lagil ❤️

  • @ollacrazy1112
    @ollacrazy1112 3 ปีที่แล้ว +12

    Nice 😍

  • @vaishnav709
    @vaishnav709 4 ปีที่แล้ว +19

    Reminds me of 90s pop... Great job done guys keep it up...👍

  • @DiamondAasamese
    @DiamondAasamese 4 ปีที่แล้ว +51

    দেম্পল👉 মোৰ শৈশৱ এটা বিখ্যাত সংলাপ
    আশা ৰাখিছোঁ অতি সুন্দৰ নিদৰ্শন হৈ ৰব এই ছবিখন ।চাবলৈ বাট চাম

  • @chintuchamua9742
    @chintuchamua9742 ปีที่แล้ว

    বন্ধু বন্ধুয়ে আৰু ধুনীয়া গান ধুনীয়া অভিনয়, শৈশৱ যেন আকৌ ওভতিয়ালা বন্ধুই

  • @swapnakonwar9102
    @swapnakonwar9102 ปีที่แล้ว

    প্ৰিয় অভিনেতা, শুভেচ্ছা থাকিল তোমাৰ এই ছবি খন যেন হিট হওঁক

  • @edufee9045
    @edufee9045 4 ปีที่แล้ว +13

    New concept of assamese flim.... majja

  • @ronitsaha712
    @ronitsaha712 ปีที่แล้ว +4

    One of the best Assamese song I have ever heard ❣️😊

  • @ankitasarma4844
    @ankitasarma4844 3 ปีที่แล้ว +6

    I am crush on him , তেওঁ মোৰ প্ৰিয় অভিনেতাজন , আপুনি আৰু আগুৱাই যায় যেন ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা ♥️🙏🙏

  • @deepdas8697
    @deepdas8697 2 ปีที่แล้ว +1

    Ani time aito gani khoni aso.bohut dhoniya...............Nayan nilem da 💕

  • @himangshubarman16
    @himangshubarman16 2 ปีที่แล้ว

    really nice song…sweet voice nayan da…..filmkhn aponar babei sam

  • @HekmatKausar
    @HekmatKausar 4 ปีที่แล้ว +8

    বৰ ধুনীয়া গান ।
    Hit Like for Nayan Nilim.

  • @pallabchandrabarman999
    @pallabchandrabarman999 3 ปีที่แล้ว +3

    যদিও বা ভাষাটা বুঝিনা তবুও গানটা মন ছুয়ে দিল. শুভ কমনা কলা কৌশলিদের জন্য.💕💕

  • @dhrubajeetmishra680
    @dhrubajeetmishra680 4 ปีที่แล้ว +7

    Ultimate
    Mur babe aikhn flim aru besi vl.lga bcz mio asu

  • @putumoni6039
    @putumoni6039 ปีที่แล้ว

    🥰🥰🥰🥰 ইমান ধুনীয়া লাগিছে।
    মই বহুত বাৰ চালো। মনটো কিবা
    ভাল লাগি যায়। ❤❤❤❤❤

  • @nayanmanidas6808
    @nayanmanidas6808 4 ปีที่แล้ว

    Nyn dada apunii aro agoii jawok..hit hk...my super hero...

  • @abdulmuttalib7199
    @abdulmuttalib7199 4 ปีที่แล้ว +672

    Gantu honar pisut kar kar
    Best Fried kotha monut
    porise
    My best friend

  • @nabadoley4677
    @nabadoley4677 2 ปีที่แล้ว +48

    Nayan nilim is so talented😍

  • @hunterphysique938
    @hunterphysique938 4 ปีที่แล้ว +7

    Excellent song..
    Nayan ..
    U r a really a great artist

  • @pakhidas6202
    @pakhidas6202 ปีที่แล้ว +1

    Moza hoisa filme khn

  • @mintusrealfactspeech221
    @mintusrealfactspeech221 ปีที่แล้ว

    1st day r 1st show salu...moza lagil....nayan da jindabaad

  • @bhaskarkalita676
    @bhaskarkalita676 2 ปีที่แล้ว +18

    Nayan nilim is multi-talented

  • @adityaborah781
    @adityaborah781 2 ปีที่แล้ว +5

    মন চুই যায় নয়ন দাৰ গানে।🔥🔥🔥👌

  • @girishdas5281
    @girishdas5281 ปีที่แล้ว +4

    মোৰ বন্ধু কেইজনমান মানে চাকৰি পাই এতিয়া মোক চিনাকি দিব লাজ পায়।কিয় এনেকুৱা হৈ যায় ভাবি নাপাওঁ সিহঁতৰ পৰা মোক একো টকা পইচা নালাগে।অলপ মনৰ কথাকে পাতিব বিচাৰোঁ।মই টকা পইচাৰ ধনী নহব পাৰো কিন্তু মনৰ ধনী।

  • @JakirHossain-wx2sg
    @JakirHossain-wx2sg 4 ปีที่แล้ว

    Mozza...Axomia gaan ene aaru bisaaru.

  • @mamonisaikia39
    @mamonisaikia39 ปีที่แล้ว

    ভগৱান ওচৰত প্ৰাথনা কৰিছোঁ নয়ন নিলিম আৰু আগ বাঢি জাৱক 🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾❤💐

  • @bastavkumarmusical1276
    @bastavkumarmusical1276 4 ปีที่แล้ว +4

    Beautiful song..what a video script/story.. মন চুই গ'ল..! Thnku for the whole team.. superb work..

  • @bijulibaruah9471
    @bijulibaruah9471 4 ปีที่แล้ว +3

    ডেমফুৰৰ হাঁহি টোৱে পাগল কৰি দিয়ে❤️❤️❤️❤️

  • @Parthapratim865
    @Parthapratim865 4 ปีที่แล้ว +11

    চিনেমা খনলৈ অপেক্ষা মাথো..বহুত হিট হব

  • @kamalkumaribaruah9869
    @kamalkumaribaruah9869 ปีที่แล้ว +1

    সুন্দৰ সঙ্গীত, বহুত ভাল লাগিল

  • @bikerzone4505
    @bikerzone4505 ปีที่แล้ว +1

    Such a emotional song 🙂❤.... Sometimes made Mr cry 🙂my thoes days... 🌸

  • @sumonpriya4565
    @sumonpriya4565 ปีที่แล้ว +5

    বহুত সুন্দৰ গান♥️♥️ Excellent 👌

  • @rupamtamuli7880
    @rupamtamuli7880 4 ปีที่แล้ว +4

    Perfect Meaningfull song and perfect voice Nayanda

  • @uttampriyabora5828
    @uttampriyabora5828 4 ปีที่แล้ว +4

    Next Level Assamese Movie ❤
    1st Day 1st Show Fix ❤

  • @rahuldeka4111
    @rahuldeka4111 4 ปีที่แล้ว +2

    Waaaow such a nice and innovative song NAYAN NILIM..great wrk

  • @riturajkalita6569
    @riturajkalita6569 4 ปีที่แล้ว

    Puroni smiriti bur monot pori gol... Thank you so much ❤️ Nayan ❤️ da

  • @Lakhya_Prajil
    @Lakhya_Prajil 4 ปีที่แล้ว +11

    ভাল লাগিল video songটো চাই।
    Nice.👍👍

  • @pritomraj4676
    @pritomraj4676 4 ปีที่แล้ว +24

    নয়ন দাক আগেৰ পৰা ভাল পাওঁ ৷ ভবিষ্যতৰ কাৰণে আপোনাৰ লগত সদায় আছো ৷

  • @junmonidaimary8548
    @junmonidaimary8548 4 ปีที่แล้ว +6

    Nayan da apuni dine dine khoru hoi Jai ase besi maram loga hoi goise..😍😘

    • @jintusarma4334
      @jintusarma4334 4 ปีที่แล้ว

      Hoi neki.

    • @sunetagogoi5432
      @sunetagogoi5432 4 ปีที่แล้ว

      Junmoni Daimary নয়ন দা বহুত ধুনিয়া

  • @binandarajbongshi4193
    @binandarajbongshi4193 2 ปีที่แล้ว

    Gan tu suni xosakoi hriday khon keneba lagi jay, Nayan da👍👍👍

  • @pabitrahazarika4557
    @pabitrahazarika4557 ปีที่แล้ว

    বহুত দিনৰ বিৰতি পিছত নয়ন দাই হিলাই দিলে সঁচাকৈ বহুত ধুনীয়া গান এটা উপহাৰ দিলে অসম বাসিক।

  • @Ajm9101
    @Ajm9101 2 ปีที่แล้ว +9

    Nayan & vibek da beautiful hero. Nice video song 🌹💚

  • @renuka3536
    @renuka3536 4 ปีที่แล้ว +13

    Nayan nilim agaotao best atiao best hes the real hero of assam 🔥🔥

  • @zubeenontapanentertainment9192
    @zubeenontapanentertainment9192 4 ปีที่แล้ว +4

    Beautiful song Nayan Nilim da...love you

  • @lachitsaikia9044
    @lachitsaikia9044 ปีที่แล้ว

    নয়ন দা ইমান ধুনীয়া কৈ গাইছা কি কম ভাষা নাই পোৱা ♥️♥️♥️♥️♥️

  • @bhabeshdas956
    @bhabeshdas956 2 ปีที่แล้ว

    Thankx a lot to nayan 4 da song ....its a awesome song ....