এটা এনেকুৱা মন্ত্ৰ | যি বিচাৰিব জীৱনত সেইটোকে পাব | Assamese Motivation | law of attraction
ฝัง
- เผยแพร่เมื่อ 8 ต.ค. 2024
- এটা এনেকুৱা মন্ত্ৰ | যি বিচাৰিব জীৱনত সেইটোকে পাব | Assamese Motivation | law of attraction
যদি আপুনি যিকোনো এটা বস্তু সম্পূৰ্ণ মনৰ পৰা বিচাৰে, তেন্তে সেই বস্তুটো আপুনি লাভ কৰিবলৈ সক্ষম হ'ব । আজিৰ ভিডিঅ’টোত এনে এটা মন্ত্ৰ আছে যিটো মন্ত্ৰ শিকি ল’লে আপুনি জীৱনৰ সকলো কামতে সফল হ’ব পাৰিব। জীৱনত যি কৰিব বিচাৰে সেয়া কৰিব পাৰিব। এবাৰ চাই লওক। সফল ব্যক্তিসকলে এই মন্ত্ৰকে জীৱনত প্ৰয়োগ কৰে।
আমাৰ আন Videoসমূহৰ লিংক তলত দিয়া আছে এবাৰ চাই লওক-
জীৱনৰ সকলো ক্ষেত্ৰতে সফলতাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'
• বুদ্ধিমান মানুহৰ ১০টা ...
• Video
• Video
মনৰ মন্ত্ৰ
জীৱনত সফল হোৱাৰ মূল মন্ত্ৰ
মনে বিচৰাটো পাবলৈ কি কৰিব লাগে
মনৰ এটা শক্তিশালী মন্ত্ৰ
law of attraction in assamese
how to use law of attraction in life
#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#motivation
#assamese
#motivationalvideo
#inspiration
#motivationalstory
#assamesestatus
#assam
আপোনাৰ প্ৰতিটো ভিডিওৰ পৰা বহু শক্তিশালী কথা শিকিব পৰিছো,
আন্তৰিকতাৰে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আশা কৰো ভৱিষ্যত দিনলেও এনেকৈ মনত সাহস আৰু পেৰণা দিয়ে যেন ।
বৰ ভাল লাগিল।আনন্দমনেৰ সকলো কাম কৰি যাব লাগে।দুখক প্ৰাধান্য দি সময় নষ্ট কৰিব নেলাগে।সময় এবাৰ গ'লে ঘূৰি নাহে। মই প্ৰায়েই আপোনাৰ অমৃত বাণী চাওঁ। ধন্যবাদ জনালোঁ।
কাহিনীটো শুনি ভাল পালোঁ। মোৰ ক্ষেত্ৰটো তেনেকুই হৈছিল, আপোনাক বহুত ধন্যবাদ।
Bhal lagil
হয় দাদা সঁচাকৈ সঁচা কাহিনী, মানুহৰ মন সদায় স্থিৰতা প্ৰয়োজন,তেতিয়াহে যিকোনো কামত সফলতা অৰ্জন কৰিব পাৰে। আপোনাৰ এই কাহিনীয়ে হয়তো বহুতকে উপকাৰ কৰিব।এই কাহিনীটো আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏❤️🙏❤️🙏
❤😂😂😂Ü Ü😂😂😂uuuuuuuu7www 2222222w2❤7772111q❤😢😮😮😮😮😮😮😮🎉😂😂😂
সুন্দৰ
বহুত বহুত ভাল লাগিল 🙏সঁচাকৈ নিজৰ মনত যি চিন্তা আহে সেইটোৱেই হয়।
বহুত সুন্দৰ লাগিল
Interested 💯... Manuhor jibon tut jimanei dukh nhouk kio heiburok gurutra nidi hodai nijor loikhyasthanot uponita hua tu usit buli bhabu...
এইটো কথাই মোক আগুৱাই যোৱাৰ পথ মুকলি কৰি দিলে❤
ভাল লাগিল কথা খিনি শুনি 🙏🙏🙏
Apuna video bilak sai bhut val lage aru hodai saw hoklu apuna videot nojna kotha bilak janu hoklu hikhya apuna pora oknman holew lobr bisaru sir bhut dhornybad
বহুত ভাল লাগিল কথা বোৰ
Buhut val lagisi..hindit sai asulu anikuwa vdo..aji Assameseot dekha palu..
আন্তৰিক ধন্যবাদ
এনেকৈ উৎসাহ দি যাব বুলি আশা ৰাখিলোঁ
অলপো skip নকৰাকৈ video টু ছালো বহুত ভাল লাগিলে কাহিনী টু শুনি💞💞💞💞💞💞💞💞🥰🥰🤣🥰🥰🥰
Thank you
বহুত ভাল লাগিল । একেবাৰে সত্য কথা ।
ভাল লাগিল
Kotha keitai mon tu val lgai tulile 😊❤️
মোৰ লগতো এনেকুৱা হৈ আছে অলপ ভাল লাগিল
Hosai borval lagil video to sai tq
এই কথাখিনি শুনি মোৰ বহুত ভাল লাগিল
Khochai psychology affect...bohut bhal upodesh 🙏🙏🙏
Seriously apunar ai motivational video bur mur bor val lage o. Thnq
Bahut val lagil story to ❤
Bohut val lagiiil
ধন্যবাদ থাকিল আপোনাক বহু ত ।।।🙏🙏🙏
Bohut bohot val lagesil aponar kotha to sir.,,, aponak dhunnubad sir....
Thank you
@@chitraranjannath welcome you sir
মই যি সমস্যাত পৰি আছোঁ,সচাকৈ আপোনাক খুলি ক'ব মন গৈছে! মোৰো এনেকুৱা কিছুমান ভাবিব নলগীয়া কথাৰে বেয়া বেয়া চিন্তাই মনটোক বান্ধি ৰাখিছে ওলাব খুজিলেও ওলাব নোৱাৰোঁ!
ভাল লাগিল ❤মই সুখি 🙏🏻
মোৰ জীৱনতো বৰ্তমান তেনেকুৱা ই চলি আছে।
অতি সুন্দৰ বাৰ্তা বাহক কাহিনী।
Hosai bahut Val lagil video tu Sai Tq.
ধন্যবাদ থাকিল
Kahini khini xuni bohut vll lagil sir aru anekuwa video dii jaba sir 🙏 . from goalpara Assam.
Bohut bohut bohut val lagile......
আপোনাৰ প্ৰতিটো ভিডিঅ ৰ মাজত কিবা নহয় কিবা এটা দুৰ্লভ বস্তু বিছাৰি পোৱা দৰে হয় ।
অতি সুন্দৰ কাহিনী , বহুতেই উৎসাহিত হলো । ভবিষ্যতলেও এনে ভিডিঅ' সমূহ পাম বুলি আশা ৰাখিলোঁ। আন্তৰিক ধন্যবাদ জনাইছোঁ 🙏
Bohot val lagla
Bore vale lagile. Bonti moran.
Hoi hoi bohut val lagil
Bohut bohut val lagese Aapunar video bur sai dada 💐💐🙏🙏🙏
ধন্যবাদ বহুতো ব্যক্তিগত কাহিনী উপদেশ পালো্্্মোৰোকাহিনী্্বিপদ্্জনক্্্সকুলৰছাএইঈ্্অবাধে্যোজোৱা্্্্দেখা্। গৈছে ্্উপায়্্্দিবনে
Bhut vl lgese ktha khene
Bohut val lagil kotha kheni hoi ami hukhi holu
Right
Bht bht ❤ sosai moi ai2 km a kru....
সুন্দৰ কাহিনী ❤❤❤
Hosakoi kahine tu huni bohut bhal lagil .
Bohut val lagile
Bhut vl lagil video to sai
Val lagil kahini2 huni mur lgtu tenekua hoisile
Bohut val lagil dhoinnobad
Xundar upasthapan❤❤❤
Bohut vl lagile sai video tu kotha khini biji plu
Thankyou.bohut val Lagil..
বহুত ভাল লাগিল কাহিনীটো শুনি
thanks but very deep,so lwant to try always again and again ,God must be help me.
❤❤❤❤❤❤❤❤❤
I love you sir apuni ajon hosake mahan biyokti
বহুত ভাল লাগিল।
বহুত ভাল লাগিছে
Thank you
ধন্যবাদ দাদা😊💕
Bohut val lagise xuni aru enekua kotha xunibo pam buli axa thakil
সুন্দৰ কাহিনী
Bohut val lagile kahinitu❤🙏🏻
সুন্দৰ অতি সুন্দৰ
Bohut val lagil kahini tu
শুনিলো ভাল লাগিল ছাৰ
সুনদৰ,
ভাল লাগিল দাদা🙏🙏🙏
Very nice story thank you so much 👍👍👍🙏🙏🙏
Right kotha dada
Kaheni to huni bhut val lagil dada 🙂
Right kotha bur🙏🙏🙏🙏
Xosakui,
Bohut xantona lav korilu
Aponar ai video dhara.
Bohut bohut val lagil
সুন্দৰ কথা কেইটা
Apunar khotha khini xuni bohut val lagil
❤ভালে
Khub vhal lagil
Yesss 😊
Hundr
Bohut bhal lagil.
সছ কথা। ভাল লাগিল
Bhut val lagil. Dada. Akebare xsa ktha
সুন্দৰ ।🙏🙏
Excellent
আপুনি বিশ্বাস কৰে নে মোৰ জীৱনতো বৰ্তমান তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈ আছে বুলি।
Very very inparten.
Ammezing this story ❤
Bahut Val lagil
ভাল লাগিল।
Really bor bhaal laagise aponar kothaa bor xuni
Very nice advice
কথাখিনি ভাল লাগিলে সচাই শুখ বিছাৰিলে দুখ হে পাই মানুহে অলপ পালেই সুখ বুলি ভাবিব লাগে
মনক্্ব্্ববোজোৱা্্কঠিন্্্্্উপায়্্্
বহুত বহুত ভাল লাগিল
100% right.
Bhaal Lagil
Thank you 🙏
🙏🙏🙏🙏 aneke oday video bonav dada
বৰ ভাল লাগিল
Buht. Val.lagil