ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত ভাল লাগিল
বহুত ভাল লাগিল👌👌
Val lagil baideu video to sai
আপোনাৰ মন্তব্য সুখী মইধন্যবাদ
Bhal lagil sai 🥰🥰🥰
Val lagil video tu diya babe
ধন্যবাদ জনালোঁ
Thanks you mem bohut duniya lagise❤❤❤pari aru dibo
নিশ্চয়
মেচিনৰ কথাখিনি শিকোৱাৰ কাৰনে ভাল লাগিল
ধন্যবাদ
Val lagil video to Ane vdeobur di thakib baidew
ভাল লগা কমেণ্ট৷ আপোনালোকৰ সহায় হোৱাকৈ ভিদিঅ দিবলৈ চেষ্টা কৰিম Support কৰিব
ভাল লাগিল
ধন্যবাদ জনাইছোঁ
Thank you so much🙏 eman dhuniakoi hikuar babe❤
ইমান সুন্দৰ মন্তব্য৷ধন্যবাদ জনালোঁ
Thank you eman dhuniakoi bujai dia babe
বহুত বহুত ধন্যবাদ৷
Dekhua khini spasta vabe dhakha pale val lagil hai
সাধাৰণ এটা মোবাইলৰে ভিদিঅটো বনাইছোঁ৷ইউটিউব চেনেলটো আৰম্ভণি কৰা এবছৰ হব হে৷ বহু লোকে ভাল পাইছে৷আশা কৰো আগলৈ আপোনালোকৰ সুবিধাৰ বাবে বনোৱা ভিদিঅবোৰ চাই ভাল পাব৷🙏🙏ধন্যবাদ
হাতে ঘূৰাই দিয়া ৰিংটোৰ মাজত গুলকৈ লো এচটা আছে যে সেই চটা মোৰ বাৰে বাৰে ধিলা হৈ মেচিনটো নচলা হৈ যায় ।কিয় জনাবচোন ।
সুন্দৰ ❤❤❤❤
ধন্যবাদ জনাইছো
ভাল কাম কৰিছা
ধন্যবাদ জনাইছোঁ৷
Bhal lagil
ধন্যবাদ জনাইছোঁ Support 🙏
বাইদেউ আপোনাৰ মেছিনতো দাবোল মেছিন হয় ন ? দবোল মেচিনৰ ব্যবহাৰ ম ই নাজানো অলপ শিকাই দিব নেকি?
চিলাইকৰোতে যদি টাকুৰীবিলাক ঢিলাহয় তেতিয়া কি কৰিব লাগে?
বহুত ভাল কৈ কৈছা । আৰু ববিন কেচৰ ওচৰত সূতা সূমাই ধৰিলে কি কৰিব লাগে বাৰু।
Ambra dari. Keneke. Kara.
Val lagil dai video tu sai 😘 mur hikar bor mn ase 😊
ধন্যবাদ জনাইছোঁ ৷
Moja
Thank you.mur machintut kapur silale mechintu thikei sole kintu kapurtu siloni tu agoloi najai.tenstiontu dhila korileu najai problem tu ki kobosun
মেচিনৰ য'ত ববিন কেচটো লগায় তাৰ ওচৰত চিলনী বোৰ আগলৈ যাবলৈ ঘাট ঘাট দৰে আছে (নাম কি পাহৰিছো) সেইখন খুলি মেলি চাফা কৰি চাব তাৰ পিছতো যদি নহয় কিনিব পাই আনি লব৷
instagram.com/pallabi__gogoi_09?igsh=N2xpdDd3NTNvM2hu MGS দিব ফটো দি বুজাই দিম
Mechine 2 slabloi vrikhn kenekoi dib lage jnabson baaideu 🙏🙏🙏🙏
❤
Thank you.
Mam 16 no bagi logala kio laga baru
Thanks
Nice 👍👍❤
Thanks you bai
Val. lagl
Baa Kapur silale kapur khn aguwai najai tani nibo lge ki problem aru kenekoi thik hbo 😢
instagram.com/pallabi__gogoi_09?igsh=N2xpdDd3NTNvM2huMgs এটা দিব বুজাই দিম
বাইদেউ ববিনৰ তলৰ সূতাডাল বেজিয়ে ওপৰলৈউঠাই নানিলে কি কৰিব লাগে সোনকালে দেখুৱাই দিবচোন
ইয়াৰ বিষয়ে কাইলৈ এটা ভিদিঅ দিম চাব৷ধুনীয়াকৈ দেখাই দিয়া হৈছে৷
Bai dewr machin 2 r dam Kiman
ঠাইভেদে দামবোৰ বেলেগ বেলেগ হয়
👌👌
বেজিত সুতা ভৰোৱা সহজ পদ্ধতি আছে নেকি ?
মেচিনটো কিনোতে সূটা ভৰাবলৈ তাৰ দৰে এডাল দিয়ে৷সেইডালেই সহজ
Kapur silale Beji bhangi Jai ta upai ki janaba
বেজিটো খুলি মেলি ভালকৈ লগাব৷টান হৈ আছে চাগেতেল দিব সকলোবোৰতে৷
Bhal lagile video tu 👍👍, new friend holu back koriba buli axa thakil 😊
Bhal lagise aji bahut janiso khota basi single ki Karim
Nice
Val lagil
Silaye jam hole ki koribo lage
কেতিয়াবা ববিন কেচটো ধিলা হৈ থাকিলে হয়,চাই লব এবাৰ
Val lagil. Moiyu ata lom buli vabi asu. Subscribe korilu. Video di thakibo
হয়৷ ধন্যবাদ জনাইছোঁ৷আগলৈয়ো ভিদিঅবোৰ চাই থাকিব৷
Baidau silaibur valkoi nobohila ki koribo vala jonabosn🙏🙏🙏
ইয়াৰ পিছত এটা ভিদিঅ দিয়া আছে চাব
মোৰ মেচিনত চিলাইবোৰ ওপৰৰ সূতা ডাল ধিলাহৈ ওলাই গৈছে। কি হৈছে kobosun
instagram.com/pallabi__gogoi_09?igsh=N2xpdDd3NTNvM2huএটা Mgs দিব ফটো দি বুজাই দিম
Electric machine val ne enkua machine val baru ??Jonabosun moi mne lom vabi asu
ব্যৱহাৰ কৰিব জানিলে দুইটাই ভাল৷ কাপোৰ চিলাই ব্যৱসায় কৰিম ভাবিলে মই ব্যৱহাৰ কৰা মেচিনটো আনিলে ভাল৷ কাৰেণ্টৰ মেচিনটোৱে বিল উঠাব ন So.....
মোৰ মেচিনতোৰ. বেজি খুউব ভাঙী থাকে কি কৰিম কবনে?
বেজিটো খুলি মেলি আকৌ লগাব৷যুখতকৈ বেচি টান হৈছে চাগৈ
ভনতি মেচিনৰ বেজিটো তললৈ ডাউন নহয়।কি কৰিব লাগিব।
বেজিটো খুলি মেলি আকৌ এবাৰ লগাই চাব৷বেজিটো খাপে খাপে লাগি নাথাকিলেও কেতিয়াবা এনে হয়
Thanks for you🌹🥀❤🌹🥀❤🌹🥀❤🌹🥀❤
Thank you too
মই চলাই কাম নাজানো শিকিব বিছাৰে এটা নতুন কৈ শিকিব পৰাকৈ ভিডিঅ' এটা বনাই দিবচোন
নিশ্চয় প্ৰথমৰ পৰা বুজি পোৱাকৈ এটা ভিদিঅ দিম এইকেইদিনতে চাব৷
Machinor tolor khini agote tolor ne upor side ghurai dekh
ময়েই নাজানো । কিন্তু ববিনৰ গুলিতো বিষয়ে জনাব চোন।
ইয়াৰ পিছত আৰু এটা ভিদিঅ দিয়া আছে ববিন গুলিটো বিষয়ে ও কোৱা আছে চাব বুজি পাব
ভাল লাগিছে, কাৰন, জ না, না চি লোএই
Video.aru.diok
Silaai2 dhilaa hoi goise..moi no2n hoi machine ot ..knkee thik korim kobasun
মেচিনটো ভালকৈ তেল দিব৷জুখতকৈ বেচি টান আৰু বেচি ধিলা নকৰিব৷ইয়াৰ ওপৰত বেলেগ এটা ভিদিঅ দিয়া আছে চাব
Tolor bobbinor fora hutatu kio ulainahe baidew?
ইয়াৰ পিছত আৰু এটা ভিদিঅ দিয়া আছে তাত তলৰ সূটা কেনেকৈ উলিয়াব লাগে দেখাইছোঁ চাই লব
Apunar gr kt hoi
ডিব্ৰুগড় টিংখাং
Khikai dibo shun ...mi najanu🙏🙏🙏❤️
কি শিকাব লাগিব জনাব
মই ভিডিঅ'টো চাই ভাল পালোঁ কিন্তু মই মেচিন চলাব নাজানো
Moi,nutnki,xiki,aso,masintbhai,ni,
Unable to understand anything
Muk jonaba niki uporor silaitu beya hoi ki korim
instagram.com/pallabi__gogoi_09?igsh=N2xpdDd3NTNvM2hu মোৰ instagram mgs কৰিব বুজাই দিম
BlouseKatatoDibasun
গ্লিচাৰিন দিব পাৰিনে?
মেচিনত দিয়া তেল কিনিব পাই বেছি দাম নহয়৷ সেইটো হলে বেচি ভাল৷ ভিদিঅৰ মাজতে তেল টো দেখিব নহলে আৰু এটা ভিদিঅ আছে চাব
Beji r sutadal jopiyai jai ..kio...
এই বিষয়ে ইয়াৰ পিছত আৰু ভিদিঅ দিয়া আছে চাব
BlouseKatatoDekhabason
Akou dib son
কি দিব লাগিব জনাব৷
Huta, Jyoti Mara, KY lbs, day
ইয়াৰ পিচত আৰু এটা ভিদিঅ দিয়া আছে চাব৷ সেই ভিদিঅত ধুনীয়াকৈ বুজাই দিয়া হৈছে
বহুত ভাল লাগিল
বহুত ভাল লাগিল👌👌
Val lagil baideu video to sai
আপোনাৰ মন্তব্য সুখী মই
ধন্যবাদ
Bhal lagil sai 🥰🥰🥰
Val lagil video tu diya babe
ধন্যবাদ জনালোঁ
Thanks you mem bohut duniya lagise❤❤❤pari aru dibo
নিশ্চয়
মেচিনৰ কথাখিনি শিকোৱাৰ কাৰনে ভাল লাগিল
ধন্যবাদ
Val lagil video to Ane vdeobur di thakib baidew
ভাল লগা কমেণ্ট৷ আপোনালোকৰ সহায় হোৱাকৈ ভিদিঅ দিবলৈ চেষ্টা কৰিম Support কৰিব
ভাল লাগিল
ধন্যবাদ জনাইছোঁ
Thank you so much🙏 eman dhuniakoi hikuar babe❤
ইমান সুন্দৰ মন্তব্য৷
ধন্যবাদ জনালোঁ
Thank you eman dhuniakoi bujai dia babe
বহুত বহুত ধন্যবাদ৷
Dekhua khini spasta vabe dhakha pale val lagil hai
সাধাৰণ এটা মোবাইলৰে ভিদিঅটো বনাইছোঁ৷
ইউটিউব চেনেলটো আৰম্ভণি কৰা এবছৰ হব হে৷
বহু লোকে ভাল পাইছে৷
আশা কৰো আগলৈ আপোনালোকৰ সুবিধাৰ বাবে বনোৱা ভিদিঅবোৰ চাই ভাল পাব৷🙏🙏
ধন্যবাদ
হাতে ঘূৰাই দিয়া ৰিংটোৰ মাজত গুলকৈ লো এচটা আছে যে সেই চটা মোৰ বাৰে বাৰে ধিলা হৈ মেচিনটো নচলা হৈ যায় ।কিয় জনাবচোন ।
সুন্দৰ ❤❤❤❤
ধন্যবাদ
ধন্যবাদ জনাইছো
ভাল কাম কৰিছা
ধন্যবাদ জনাইছোঁ৷
Bhal lagil
ধন্যবাদ জনাইছোঁ Support 🙏
বাইদেউ আপোনাৰ মেছিনতো দাবোল মেছিন হয় ন ? দবোল মেচিনৰ ব্যবহাৰ ম ই নাজানো অলপ শিকাই দিব নেকি?
চিলাইকৰোতে যদি টাকুৰীবিলাক ঢিলাহয় তেতিয়া কি কৰিব লাগে?
বহুত ভাল কৈ কৈছা । আৰু ববিন কেচৰ ওচৰত সূতা সূমাই ধৰিলে কি কৰিব লাগে বাৰু।
Ambra dari. Keneke. Kara.
Val lagil dai video tu sai 😘 mur hikar bor mn ase 😊
ধন্যবাদ জনাইছোঁ ৷
Moja
Thank you.mur machintut kapur silale mechintu thikei sole kintu kapurtu siloni tu agoloi najai.tenstiontu dhila korileu najai problem tu ki kobosun
মেচিনৰ য'ত ববিন কেচটো লগায় তাৰ ওচৰত চিলনী বোৰ আগলৈ যাবলৈ ঘাট ঘাট দৰে আছে (নাম কি পাহৰিছো) সেইখন খুলি মেলি চাফা কৰি চাব তাৰ পিছতো যদি নহয় কিনিব পাই আনি লব৷
instagram.com/pallabi__gogoi_09?igsh=N2xpdDd3NTNvM2hu MGS দিব ফটো দি বুজাই দিম
Mechine 2 slabloi vrikhn kenekoi dib lage jnabson baaideu 🙏🙏🙏🙏
❤
Thank you.
Mam 16 no bagi logala kio laga baru
Thanks
Nice 👍👍❤
Thanks you bai
ধন্যবাদ জনালোঁ
Val. lagl
ধন্যবাদ জনাইছোঁ
Baa Kapur silale kapur khn aguwai najai tani nibo lge ki problem aru kenekoi thik hbo 😢
instagram.com/pallabi__gogoi_09?igsh=N2xpdDd3NTNvM2hu
Mgs এটা দিব বুজাই দিম
বাইদেউ ববিনৰ তলৰ সূতাডাল বেজিয়ে ওপৰলৈউঠাই নানিলে কি কৰিব লাগে সোনকালে দেখুৱাই দিবচোন
ইয়াৰ বিষয়ে কাইলৈ এটা ভিদিঅ দিম চাব৷
ধুনীয়াকৈ দেখাই দিয়া হৈছে৷
Bai dewr machin 2 r dam Kiman
ঠাইভেদে দামবোৰ বেলেগ বেলেগ হয়
👌👌
ধন্যবাদ জনালোঁ
বেজিত সুতা ভৰোৱা সহজ পদ্ধতি আছে নেকি ?
মেচিনটো কিনোতে সূটা ভৰাবলৈ তাৰ দৰে এডাল দিয়ে৷সেইডালেই সহজ
Kapur silale Beji bhangi Jai ta upai ki janaba
বেজিটো খুলি মেলি ভালকৈ লগাব৷
টান হৈ আছে চাগে
তেল দিব সকলোবোৰতে৷
Bhal lagile video tu 👍👍, new friend holu back koriba buli axa thakil 😊
Bhal lagise aji bahut janiso khota basi single ki Karim
Nice
Thanks
Val lagil
Silaye jam hole ki koribo lage
কেতিয়াবা ববিন কেচটো ধিলা হৈ থাকিলে হয়,
চাই লব এবাৰ
Val lagil. Moiyu ata lom buli vabi asu. Subscribe korilu. Video di thakibo
হয়৷ ধন্যবাদ জনাইছোঁ৷
আগলৈয়ো ভিদিঅবোৰ চাই থাকিব৷
Baidau silaibur valkoi nobohila ki koribo vala jonabosn🙏🙏🙏
ইয়াৰ পিছত এটা ভিদিঅ দিয়া আছে চাব
মোৰ মেচিনত চিলাইবোৰ ওপৰৰ সূতা ডাল ধিলাহৈ ওলাই গৈছে। কি হৈছে kobosun
instagram.com/pallabi__gogoi_09?igsh=N2xpdDd3NTNvM2hu
এটা Mgs দিব ফটো দি বুজাই দিম
Electric machine val ne enkua machine val baru ??
Jonabosun moi mne lom vabi asu
ব্যৱহাৰ কৰিব জানিলে দুইটাই ভাল৷ কাপোৰ চিলাই ব্যৱসায় কৰিম ভাবিলে মই ব্যৱহাৰ কৰা মেচিনটো আনিলে ভাল৷ কাৰেণ্টৰ মেচিনটোৱে বিল উঠাব ন
So.....
মোৰ মেচিনতোৰ. বেজি খুউব ভাঙী থাকে কি কৰিম কবনে?
বেজিটো খুলি মেলি আকৌ লগাব৷
যুখতকৈ বেচি টান হৈছে চাগৈ
ভনতি মেচিনৰ বেজিটো তললৈ ডাউন নহয়।কি কৰিব লাগিব।
বেজিটো খুলি মেলি আকৌ এবাৰ লগাই চাব৷
বেজিটো খাপে খাপে লাগি নাথাকিলেও কেতিয়াবা এনে হয়
Thanks for you🌹🥀❤🌹🥀❤🌹🥀❤🌹🥀❤
Thank you too
মই চলাই কাম নাজানো শিকিব বিছাৰে এটা নতুন কৈ শিকিব পৰাকৈ ভিডিঅ' এটা বনাই দিবচোন
নিশ্চয় প্ৰথমৰ পৰা বুজি পোৱাকৈ এটা ভিদিঅ দিম এইকেইদিনতে চাব৷
Machinor tolor khini agote tolor ne upor side ghurai dekh
ময়েই নাজানো । কিন্তু ববিনৰ গুলিতো বিষয়ে জনাব চোন।
ইয়াৰ পিছত আৰু এটা ভিদিঅ দিয়া আছে ববিন গুলিটো বিষয়ে ও কোৱা আছে চাব বুজি পাব
ভাল লাগিছে, কাৰন, জ না, না চি লো
এই
Video.aru.diok
Silaai2 dhilaa hoi goise..moi no2n hoi machine ot ..knkee thik korim kobasun
মেচিনটো ভালকৈ তেল দিব৷
জুখতকৈ বেচি টান আৰু বেচি ধিলা নকৰিব৷
ইয়াৰ ওপৰত বেলেগ এটা ভিদিঅ দিয়া আছে চাব
Tolor bobbinor fora hutatu kio ulainahe baidew?
ইয়াৰ পিছত আৰু এটা ভিদিঅ দিয়া আছে তাত তলৰ সূটা কেনেকৈ উলিয়াব লাগে দেখাইছোঁ চাই লব
Apunar gr kt hoi
ডিব্ৰুগড় টিংখাং
Khikai dibo shun ...mi najanu🙏🙏🙏❤️
কি শিকাব লাগিব জনাব
মই ভিডিঅ'টো চাই ভাল পালোঁ কিন্তু মই মেচিন চলাব নাজানো
ধন্যবাদ জনালোঁ
Moi,nutnki,xiki,aso,masintbhai,ni,
Unable to understand anything
Muk jonaba niki uporor silaitu beya hoi ki korim
instagram.com/pallabi__gogoi_09?igsh=N2xpdDd3NTNvM2hu মোৰ instagram mgs কৰিব বুজাই দিম
Blouse
Katato
Dibasun
গ্লিচাৰিন দিব পাৰিনে?
মেচিনত দিয়া তেল কিনিব পাই বেছি দাম নহয়৷ সেইটো হলে বেচি ভাল৷ ভিদিঅৰ মাজতে তেল টো দেখিব নহলে আৰু এটা ভিদিঅ আছে চাব
Beji r sutadal jopiyai jai ..kio...
এই বিষয়ে ইয়াৰ পিছত আৰু ভিদিঅ দিয়া আছে চাব
Blouse
Katato
Dekhabason