Sound akdom beya, ajikali emn beya sound gane haok, nam a haok nuxune baideu, DJ t nam xune so sound quality val koribo alop kharas korilei val sound pabo pari
Ba aapunar kapur gur bhut duniya lagisay mor gawt aapuni nam gab aahtay aygur Kapur pindihi aahib plz ba mor MAA aapunak sabr karnay bht maar loghr bor Roy tahkib ba
Female voice or nagara naam bohut saisu but perfect napao kunubai distune gaai karobar voice val nalage but apunar gotei khini a val lagise xidina bezerat salu. Apunar ujjwal vabishwat lagate xuswastha kamona karilu baido.
বহুত বহুত শুভেচ্ছা থাকিল। প্ৰথম মহিলা নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা।আজিও। ভৱিষ্যতেও অৱদান উল্লেখনীয়। ধন্যবাদ।।
সুন্দৰ নাম প্ৰদৰ্শন। ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🏼❤️🙏🏼
বৰ সুন্দৰ 🙏🏼 নাম প্ৰদৰ্শন।আশিৱাদ কৰিছোঁ ভগৱান সাহস আৰু শক্তি দিয়ক আপোনাক 🙏🏼
দলটিৰ ভৱিষ্যি উজ্জ্বল হ ওখ।❤❤❤
Lk1?9❤❤❤ lo
এসময়ত ছোৱালীৰ নাগাৰা নাম বুলি কওতে ...বাইদেও আৰু বৈজয়ন্তী তালুকদাৰ বাইদেও ৰ নাম এ আছিল.....পুৰা হিট হৈছিল.....
Very good very nice congratulations 👏👏👏👏👏👏👏👏👏👏👏👏
শুনি বহুত ভাল লাগিল বাইদেউ আপোনাৰ নাম টোত কোনো বাহিৰা কথা নাই
Bahut dhuniya baideu outstanding pranam
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
সুন্দৰ বাইদেউ
অতি সুন্দৰ ।বহুত পুৰনি নাম ।শুনি ভাল লাগিল ।
Dhuniya baidew
বহু বহু ভাল লাগিল পুৰনি নামৰ মজাই বেলেগ হয়।
Baide o bahut bahut val lagil xuni🙏🙏
Dhuniya Lgisa xuni Baidew 👌👌 God Bless u ❤️❤️
সুন্দৰ হৈছে বাইদেউ
Otiy sundor hosay ba
অতি সুন্দৰ নামতী,সুন্দৰ পালি,সুন্দৰ বাদক মন্ডলী কি বুলি ধন্যবাদ জনাম,নামতীৰ কন্ঠ,গায়কী ভঙ্গিমাই সচাকৈ আপ্লুত কৰিছে,সন্মানীয় ৰামচৰন ভড়ালীৰ যেন উত্তৰ সুৰী,গাম্ভীৰ্যতা ৰ
ক্ষা কৰি মন পৰশা নামতী দল,আনুস্ঠানিক প্ৰগ্ৰেম নকৰে নেকি? সুন্দৰ ভৱিষ্যত কামনা কৰিলো, লগতে এটি অনুৰোধো কৰিলো যাতে ক্ষন্তেকীয়া মনোৰন্জৰ বাবে ছাগলীৰ নামক যাতে অনুসৰণ নকৰে মানে পে পে হতচিৰী যোৱা
আপোনাৰ লিখনিক ধন্যবাদ জনাইছো আনুষ্ঠানিক প্ৰগ্ৰেম বোৰ আমি কৰি আছো আমি নাগাৰা নামৰ সম্পূৰ্ণ নিয়ম বজাই ৰাখি নাম গায় আছো আৰু গায় যাম কেতিয়াবা লাগিলে কণটেক কৰিব চোন
Dhunia lgise
বৰ ভাল হৈছে
Sunila suni taibo Mon jai, 🌹🌹🌹
Dhuniya hoise
Queen of nagara naam
Dhuniya lagise baideu.
বহুত ভাল লাগিল,,
Sanamdhanya Ramcharan Bharali debor cassett t ai namtu xunisilu 20/25 bosor agote, aji punor xuni bohut bhal lagil
Bohot val lagisi🥰🥰🥰
Krishna 🙏🙏🙏
Nice video god bless you 🙏🙏🙏🌹🌹🌹🌹
সুন্দৰ কণ্ঠ❤😊 নামতি গৰাকী 😮
বহুত ভাল লাগিছে।
Bar dhunia hoisey aru agaloi pum boli akha thakil
Thanks
Thanks ba
Dhuniya hoise baidew
পুৰণি কালৰ নামবোৰ মজা ❤❤
Bidaw moja apunalokor naam bahut vl laga aru marjita gi urmila Runumi bajayanti aru apunar naam moja ...
নামটো শুনি খুউব ভাল লাগিল
এইহে আচল নাগাৰা নাম কৃষ্ণ 🙏🙏❤️
🙏🏻🙏🏻
Dhuniya... Sundar
Bar Sundar 👏👏👏
Bhut val hoise
Outstanding performance 🔥🔥🔥
Bohuto sundar lagise maato👍
Baideu bhut val hoise deotai saise khurai saise val lagise sai aguwai jaok aru...🙏🙏🙏
Bhale lagise
অতি সুন্দৰ লাগিল🙏
Queen Of Nagara Naam 💕
বঢ়িয়া ।নামটো শুনি ভাল লাগিল ।আৰু নতুন নাম শুনিবলৈ পাম বুলি আশা থাকিল ।তথাপি কও পালিবোৰে কৰা ঐ ,হৈ আদি চিঞৰ বোৰ নাথাকিলে নামটো সোণত সুৱাগা চৰা দিলে হেতেন ।
সৰু কালতেই এই নামটো চাইছিলো । You Tube search কৰি বিছাৰিছিলো । আজিহে পালো । ভাল লাগিল । ছোৱালীজনীক হনুমানে ভাত খোৱাৰ কথাটো ক'লে ইমান ভাল পাই ।
তেখেতৰ প্ৰদৰ্শন আৰু ভাল লাগিছিল
অতি সুন্দৰ শুনি মন প্ৰাণ আনন্দ ভৰি পৰিল
Bhal lagil
Ramkrishna
Verry beautiful voice
Baideu naam to sai val lagel 💙💙😍
Ba good apunar nam suni mor maa kosay bhut Vall hosay aru aapunako bhut Vall lagisay ba I love you ba
নামটো শুনি ভাল লাগিছে
Very goodkankan barman bakuajari
দিৰ্ঘায়ো কামনা কৰিলো
All the best
I hear the nagara nam 20 years ago from Ramchaaran Pathak.Best of luck.
❤❤❤❤❤
Nam to suni bahut val laga
Hey bhagban
বৰ ভাল লাগিলে ধন্যবাদ এনেকৈ গাব লাগে নাম
👏🙏👏🙏❤❤❤
নামটোৰ কাহিনী ভাগ খুবেই সুন্দৰ! আপোনাৰ কণ্ঠ আৰু সুৰ ভাগৰুৱা যেন লাগিল! পালি সকলে ঐ, হৈ আদি অনৰ্থক হুলস্থুল নকৰিলে আৰু অধিক শুৱলা হ'লহেতেন! আগলৈ পালিসকলক এই অত্যাধিক্যৰ পৰা আঁতৰাই পৰিৱেশন কৰাবলৈ চেষ্টা কৰিবচোন!
ৰামচৰণ ভৰালী দেৱৰ কণ্ঠত অডিঅ' কেছেটত নামটো আগতে শুনিছিলো! খুৱেই মনোৰম হাস্যমধুৰ কাহিনী তথা উপস্থাপন অতি সুন্দৰ আছিল!
Val lagisey
👌👌👌👌
😊.
কৌটি কৌটি প্ৰণাম আপুনিয়েই প্ৰকৃত পাঠক ৷প্ৰকৃত হৰিনাম গাইছে ৷
Godblessyou
Very nice 🙏🙏🙏
Dhunia lagil
Sound akdom beya, ajikali emn beya sound gane haok, nam a haok nuxune baideu, DJ t nam xune so sound quality val koribo alop kharas korilei val sound pabo pari
Ba aapunar kapur gur bhut duniya lagisay mor gawt aapuni nam gab aahtay aygur Kapur pindihi aahib plz ba mor MAA aapunak sabr karnay bht maar loghr bor Roy tahkib ba
Baideu aapunar naam bahut val lage ❤❤
Apunar ghar Dalang ghatt hoi ne
Aww aww hoi...Moi bortoman Guwahatit thaku
Baidew apunar nam huni bor Val paw😊😊😊😊😊😊😊😊😊😊😊😊
নামতো ৰচক বিজয় মেধি শুৰ সঞ্ছাৰ বেলেগ ৰুপত গাইছে।
হনুমানৰ কাঙাল ভোজন Video Song To বনাব Sun Plzzz
❤❤❤❤❤❤❤😮😮😮😅😅😅
নাগাৰা নামৰ শ্ৰেষ্ঠ পাঠক পুৰুষৰ ভিতৰত কৈলাশ তালুকদাৰ আৰু ৰামচৰণ ভৰালী
মহিলা ভিতৰত বৈজয়ন্তী নাথ তালুকদাৰ আৰু আপুনি , কৰিস্মা নাথ হতে প্ৰকৃত নাগাৰা নাম কি বুজি নাপাই 🙏🙏
RUNUMI,Agar sai moson kam dekha jen palo.
Dhopatari
Female voice or nagara naam bohut saisu but perfect napao kunubai distune gaai karobar voice val nalage but apunar gotei khini a val lagise xidina bezerat salu. Apunar ujjwal vabishwat lagate xuswastha kamona karilu baido.
Aponar naam Soni Val pio
Baki taki Ase Kintu Kotha Biporita Anaya Kayi Asarita Hoba Lage
নামটো কৈলাশ তালুকদাৰতকৈ অলপ slow হৈছে। অলপ speed হ'ব লাগিছিল।
মই ভড়ালীদেৱৰহে শিষ্য তেখেতকহে মই অনুকৰণ কৰো
dunia house baidu
Mur namu 😂 runu😅
Kam ni aamsr nam besi val lage
Nn please
Queen of nagara naam
Dhuniya hoise
Queen of nagara naam