ভাঙি গলে হিয়াখনি 💔 - নীলাক্ষী নেওগৰ কণ্ঠত এটি ভাললগা গীত ❤️

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ต.ค. 2024

ความคิดเห็น • 1.4K

  • @dreamboyassam6331
    @dreamboyassam6331 ปีที่แล้ว +63

    প্ৰেমত সফল নোহোৱা 💔💔 ব্যক্তি সকলে মাজ নিশা অকলে গানটো শুনিলে দেঞ্জাৰ্চ আছে কিন্তু দেই,very heart touching ,lv u,baa💞💞💞💞💞💞💞💞💞

    • @H.J.K.CREATION
      @H.J.K.CREATION 3 หลายเดือนก่อน +4

      Mori jabo mon Jai bro ganto xunile💔😭

  • @uttamkumarroy2583
    @uttamkumarroy2583 ปีที่แล้ว +24

    হৃদয়স্পৰ্শী গীত।যাদুকৰী কন্ঠ।নহলেনো শ্ৰোতাক ইমান আবেগবিহ্বল কৰি দিব পাৰেনে!🙏

  • @devojitborah5723
    @devojitborah5723 4 ปีที่แล้ว +178

    গানটো আৰু অলপ দীঘল নবনালে কিয়.......!!! শুনিয়েই থাকিম যেন লাগে...!!!
    নিলাক্ষী বাৰ মাতটো 👌👌👌👌

  • @junalideka1692
    @junalideka1692 6 ปีที่แล้ว +81

    Gaantu khunile siori siori kandibo mn Jai ....bohut Val lagise gaan tu....... thanks nilakhi baa

  • @BrothersPigaryCultivation
    @BrothersPigaryCultivation 5 ปีที่แล้ว +85

    তুমি মোৰ একমাত্ৰ ভাল লগা অসমীয়া গায়িকা নীলাক্ষী 😘😘😘

  • @jungleboy6588
    @jungleboy6588 ปีที่แล้ว +31

    ভাগ্য আৰু ভগবানে যদি মিলাই নিদিয়ে তেতিয়া হলে আমি যিমান যোৰ কৰিলেও ভাল পোৱা এক হব নোৱাৰে । সেই কাৰনে হয়তো তোক মোৰ পৰা একে বাৰে বেলেগৰ কাষলৈ লৈ গল । একো নাই তই মোক খিকাই থৈ গলি যিবনত কেনেকৈ আগুৱাই যাব পাৰি । আজি মই বহুত শুখি । আৰু তাতকৈয়ো বেছি শুখি যে তোৰ হাজবেন আজি মোৰ আনদাৰত কাম কৰে । এৰি গৈছিলি নহয় দুখিয়া বুলি মই ঘৰৰ মানুহে নিদিয়ে বুলি । ।

    • @user-cy1hx1us7l
      @user-cy1hx1us7l ปีที่แล้ว

      😂😂😂😂 hohuai dila

    • @LALITBARUAH-np1ji
      @LALITBARUAH-np1ji 3 หลายเดือนก่อน

      Bhal lagil kiba ata.ai tukai koi successful life

  • @anitagogoi4303
    @anitagogoi4303 6 ปีที่แล้ว +96

    নিলাকচি বা তোমাৰ মাতটি সচাই বৰ ধুনীয়া আৰু মৰম লগা.........

    • @Avinash-bq7nc
      @Avinash-bq7nc 4 ปีที่แล้ว +1

      Ggsdmmh,😍😍🙂🙂😍

  • @minkashyap9502
    @minkashyap9502 4 ปีที่แล้ว +78

    Wow so Swt voice.হৃদয়ৰ কোনত বেথাই চুই যোৱা আৰু দূৰৰ পৰাই ভাহি অহা যেন এটি সুৰৰ ধ্বনি..👌

  • @bhaskardeu4057
    @bhaskardeu4057 6 ปีที่แล้ว +28

    বা তোমাৰ গান শুনি বহুত ভাল লাগে, বহুত প্রিয় তুমি মোৰ, যাদু আছে তোমাৰ কণ্ঠত... Lv U

  • @ramenkachari2303
    @ramenkachari2303 8 หลายเดือนก่อน +4

    মই পগলা হৈ যাম চাগে।ইমান অন্ত ৰ চুই যোবা গীত ।ভুক নাইকিয়া হৈ যায় গানটো শুনিলে,, আই লভ ইউ বা । মোৰ জীবনৰ লগত মিলি গৈছে অ।

  • @dekavideos6404
    @dekavideos6404 4 ปีที่แล้ว +118

    বুকুত থকা তোমাৰ মৰম বোৰে বৰকৈ আমনি কৰিছে 😩😩😩
    দুচকু সেমেকি উঠে 😭😭😭😭

  • @mouchumitaw197
    @mouchumitaw197 4 ปีที่แล้ว +23

    Ba apunar mattu eman dhuniya ...💓💓💓 Apunar mattu hunar loge loge bkukhon kb nuwara ata val lagi jay..💖💖💖 lv u so much ba🥰😍💕💕💕💕💕💕💥💥

  • @simadas3629
    @simadas3629 2 ปีที่แล้ว +16

    অন্তৰ চুই গৈছে 😥 গানটো বহুত ভাল লাগিল ❤️💞

  • @Nii2lrabha
    @Nii2lrabha 5 ปีที่แล้ว +53

    আন্তৰ চুই যোৱা গান। কথা সুৰ কণ্ঠ সকলোই দুচকু সেমেকাই গল 👌👌♥️.... 😥😞😥

  • @mousumiphukan639
    @mousumiphukan639 ปีที่แล้ว +31

    আজিও বহুত মনত পৰে অ' পাগলৰ দৰে ভাল পাইছিলো পাও আৰু অন্তিম দিনটোলেকে ভাল পায় যাম ধুন 🥺❤️তুমি আনৰ হ'লা কি হল কিন্তু আমাৰ মন দুটা সদায় একেই হৈ থাকিল।। আমাক বিধিয়ে দিলেও বিধাতাই কেতিয়াও এক হব নিদিলে অ🥺।।। শেষ বাৰৰ বাবে এটা কথাই কওঁ বহুত ভাল পাওঁ তোমাক❤️🥺

    • @AmchiAmlan-hub-
      @AmchiAmlan-hub- 2 หลายเดือนก่อน +1

      Tumare comments tu reels bonam ❤

  • @rupjyotisingha2193
    @rupjyotisingha2193 6 ปีที่แล้ว +41

    Nilakshi ba u have soul voice.....ur my fvrt of all time

  • @sonomminakshi9124
    @sonomminakshi9124 2 ปีที่แล้ว +40

    সকলো সময়তে প্ৰিয় এই গীতটো।😘 এই গীতটো শুনিলে তোমাৰ কথা বহুত মনত পৰে।😢😢 গীতটো শুনিলেই চকুপানী ওলাই আহে।😌😢😢

  • @sumubailung7049
    @sumubailung7049 2 ปีที่แล้ว +39

    সোণ ,তই মোক এৰি আনৰ হ'লি।এতিয়াও তোৰ কথা ভাবি উজাগৰি ৰাতি কটাও।যাৰ সৈতে আছ তাইৰ সৈতে সুখী হ'।পাৰিলে সময় পালে মোৰ কথাও ভাবি চাবি।কি ভূল কৰিছিলো।জীৱনৰ অন্তিম সময়কণলৈকে তই মোৰ হৃদয়ত অ' সোণ।

    • @বৰপথাৰৰলৰা
      @বৰপথাৰৰলৰা ปีที่แล้ว +1

      জীৱন এনেকুৱাই।

    • @trishnadas5911
      @trishnadas5911 ปีที่แล้ว +3

      😰😰😰🥺🥺🥺😔😔😔 jibn bur anekuwa a kio je hoi jibnt anekuwa bohut kosta puwa jai jetiya nijr jon duraloi jai aji moi durvogiya karn moi bisra jon o mur usrt ni tathapio vagaban r usrt ataye parthana jate tewk xadai vale rakhe aru tew xadai aguwai jawk tew aji belegr lgt happy kintu moi aji oklxariya karn moi vabisilu tak val paisilu tar lgt biya hom aitu janu mur vul asil neki baru

    • @gunindas5477
      @gunindas5477 ปีที่แล้ว

      ​@@trishnadas5911 😢

  • @ajvlogs5310
    @ajvlogs5310 6 ปีที่แล้ว +39

    Bah nilakshi ba ai2 gaan bor vl lagise

  • @moonmisonowal4967
    @moonmisonowal4967 4 ปีที่แล้ว +99

    নীলাক্ষীবাৰ গান বহুত ভাল লাগে 💓💓💓

    • @lakhibortaid6550
      @lakhibortaid6550 3 ปีที่แล้ว +2

      Nilaki ba apunar gantu dahu duk lag

    • @deepnatha4037
      @deepnatha4037 3 ปีที่แล้ว +1

      Tur mur tu

    • @sagarikadas903
      @sagarikadas903 3 ปีที่แล้ว +1

      Ummm

    • @anowarhussain1943
      @anowarhussain1943 3 ปีที่แล้ว +2

      সচাই বহুত ভাল লাগিছে গীতটি ।অন্তৰ চুই যোৱা গীত এইটো

    • @mandipsaikia1187
      @mandipsaikia1187 3 ปีที่แล้ว +1

      @@lakhibortaid6550 qqq

  • @mamugogoi6948
    @mamugogoi6948 6 ปีที่แล้ว +16

    Tumr voice tu .....oh god nokou run love u nilakshe mojjaaaaaaa hoisa

  • @mintusaikia946
    @mintusaikia946 ปีที่แล้ว +9

    আজি তোমালৈ বৰকৈ মনত পৰিছে জান তুমি শান্তিতে থাকা জান

  • @minakshisarmah2209
    @minakshisarmah2209 4 ปีที่แล้ว +15

    Lovely nd good lyrics love u nilakshi ba&dimpal dada❤️❤️❤️❤️

  • @bhaskardeka5989
    @bhaskardeka5989 ปีที่แล้ว +12

    সপোন বোৰ দেখুৱাই সপোন বোৰ ভাগি দিলে সপোণ ভগা জনে হে জানে তাৰ বেদনা কিমান 💔💔💔

  • @gobinsaikasaikia3081
    @gobinsaikasaikia3081 6 ปีที่แล้ว +115

    Nilakhi baa 2mar mat asorit kiba ata ase jitu belegot nai...so sweet voice....gan2 bohut val lagile...

  • @birajborah6284
    @birajborah6284 3 ปีที่แล้ว +17

    আজি মনটো বৰ উৰুঙা লাগিছে 😭।
    আকৌ শুনিছোঁ.........

  • @monalihsagohain8073
    @monalihsagohain8073 ปีที่แล้ว +13

    কাকনো কম মনৰ কথাবোৰ এই গানবোৰ এ আমাৰ লগৰী 😢

  • @krishnakurmi4527
    @krishnakurmi4527 ปีที่แล้ว +2

    মন চুই গৈছে শব্দ আৰু মাতে,, লগতে সুৰে,,❤️

  • @prianchigogoi9168
    @prianchigogoi9168 3 ปีที่แล้ว +12

    সচাকৈয়ে বহু ত দুখৰ গীতটি ❤❤❤❤❤❤❤

    • @prianchigogoi9168
      @prianchigogoi9168 3 ปีที่แล้ว +1

      সচাকৈয়ে গানটো শুনি থাকিলে শুনি থাকিব মন যায বহুত দুখৰ

  • @myschool7398
    @myschool7398 5 ปีที่แล้ว +6

    সুন্দৰ গান | সঁচাকৈয়ে হৃদয় চুই গৈছে | শুনি থাকিবলৈ মন যোৱা এটি অপূৰ্ব গান | ইমান ধুনীয়া গান এটি শুনিবলৈ উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ |

  • @jungogoi3689
    @jungogoi3689 6 ปีที่แล้ว +15

    baa tmr gaan huni bhut vl lage.. so sweet voice tmr

  • @NamitaRajbongshi-v2w
    @NamitaRajbongshi-v2w 2 หลายเดือนก่อน +1

    বাইদেউ বেছি দীঘল হ'ব লাগিছিল গান টু ভাল লাগে আজি বহুত মন পৰিছিল অ পাগলৰ দৰে ভাল পাইছিলো আজি মোৰ লগত নাই

  • @tushanvlogs3813
    @tushanvlogs3813 4 ปีที่แล้ว +7

    Ufff mn sui jai bohut vl lge gntu 😥😥

  • @beautitokbipi5351
    @beautitokbipi5351 8 หลายเดือนก่อน +2

    ভালপোৱাজন সদাই ভালপোৱাই,...
    মনত পৰে আজিও বহুত।

  • @bikashneog1144
    @bikashneog1144 4 ปีที่แล้ว +5

    Apunar gaan huni
    Mur ex loi mnt poril.ow.
    Thnq u nilakshi baa.

    • @deelipgohain7172
      @deelipgohain7172 3 ปีที่แล้ว

      So sweet nothing to say , heart broken

  • @rockyraaj2330
    @rockyraaj2330 ปีที่แล้ว +1

    সদায় শুনি আমনি নলগা গীত

  • @shibanidevi8658
    @shibanidevi8658 6 ปีที่แล้ว +6

    Gantu xuni bht val lagise... so sweet voice Nilakshi ba👌👌

    • @sanukalita8695
      @sanukalita8695 5 ปีที่แล้ว

      ভাল লগা ন গান টো

  • @rubulmoran6503
    @rubulmoran6503 ปีที่แล้ว +1

    এইবোৰ গান শুনিলে মনতুকে কিবা এটা বুজাই ৰখা যেন লাগে 😒😒

  • @trishnagogoi5015
    @trishnagogoi5015 6 ปีที่แล้ว +54

    nilakshi baa gaan 2 bohut bohut val lagile.

    • @manashreesaikia7364
      @manashreesaikia7364 5 ปีที่แล้ว +3

      Bhut vl o ba gantu

    • @bablirajbonshi9732
      @bablirajbonshi9732 4 ปีที่แล้ว

      Nilakshi ba gaan 2bohut bohut val lagile ❤️❤️

    • @panidharneog8173
      @panidharneog8173 3 ปีที่แล้ว +1

      bahut bahut bahut val lagise.Aponi mor bai hisape moi monat laisu.thanks Nilakshi ba.

  • @iftikarahmed9317
    @iftikarahmed9317 หลายเดือนก่อน +1

    সঁচা প্ৰেম কৰা জনে সদায়ে বাৰু কিয় কষ্ট পায় 😢

  • @avengerratul8027
    @avengerratul8027 ปีที่แล้ว +25

    মৃত্যুৰ আগলৈ তোমাক ভাল পায় থাকিম,, যদিও তোমাৰ ঘৰৰ মানুহে মোৰ পৰা এৰুৱাই লৈ গল,, তুমি হয়তো পাহৰি গলা,, ভবিষ্যতে যদি মোৰ এই মেচেজ টো চাই এবাৰ মোলৈ মনত পৰে,,,
    ৰাতুল +পূৰবী

    • @gunindas5477
      @gunindas5477 ปีที่แล้ว +1

      Same bro

    • @benisonxaikia4301
      @benisonxaikia4301 ปีที่แล้ว +1

      June ari jai hei2 ketiyau valpuwa buli nokoi June 2mar logot ontim homoiloike thake hei2 valpuwa.. valpuwai okol val pabo Jane hokolu pahori ......

    • @benisonxaikia4301
      @benisonxaikia4301 ปีที่แล้ว

      anekuwa valpuwa bohut dekhilu 😂😃😃😃😃😃

    • @avengerratul8027
      @avengerratul8027 ปีที่แล้ว

      @@benisonxaikia4301 um সময়ে সকলো শিকাই গল

  • @lachitdas545
    @lachitdas545 2 หลายเดือนก่อน

    কথা , শব্দ, সুৰ uffffff বুকুৰ গভীৰলে বিন্ধি যায় অ বা 😢😢😢

  • @julendraborah2952
    @julendraborah2952 4 ปีที่แล้ว +11

    এনেকুৱা দুখ লগা গান শুনিলে মোৰ এৰি যোৱা প্ৰেমিকালৈ বৰ মনত পৰে

  • @ChutiaGogoi-zd1qt
    @ChutiaGogoi-zd1qt หลายเดือนก่อน +1

    Gaantu khunile siori siori kandibo mnjai ,,,,bohut val lagise gaan tu....thanks nilakhi baa

  • @assamesfannyroastvideo6225
    @assamesfannyroastvideo6225 4 ปีที่แล้ว +9

    Ohhhh so nice aro ki kom
    Hosai eman morom loga
    Gan. Jodi mor likhone Val lagi like koribo

    • @korlobigogoi8356
      @korlobigogoi8356 3 ปีที่แล้ว

      😭😭😭😭😭😭💔💔💔💔💔

  • @prasantabori887
    @prasantabori887 2 หลายเดือนก่อน +1

    চিৰ জীৱন ভাল পাই থাকিম❤❤😢😢😢

  • @kuldip_fuji_assam
    @kuldip_fuji_assam ปีที่แล้ว +17

    মোৰ ভাল পোৱা জনি মোৰ ওচৰত নাই তাই বহোত দুৰলৈ গল ভগৱানৰ ওচৰত মুনু তোক এদিনো পাহৰিব নোৱাৰিম তুমি মোৰ হ্দয়ত সদায় মোৰ মুনু জনী হৈ এ থাকিবি মোৰ মুন। মোৰ ও এই খন পৃথিৱীত থাকিব মন নাই কিন্তু কি কৰিম ঘৰৰ দায়িত্ব আছে যে💔🥺🥺🥺

  • @AnupomSutradhar-yb6br
    @AnupomSutradhar-yb6br ปีที่แล้ว +1

    Muru mont bohut pore eito song xunile ❤❤so nice song

  • @tiktok-wi5hh
    @tiktok-wi5hh 5 ปีที่แล้ว +5

    Buht val lge nilakshi baa aponar gaan bor huni😍😍😍nice voice

  • @chatradharborah8479
    @chatradharborah8479 2 ปีที่แล้ว +1

    Bahut bhal lagil, Thank you

  • @babyboraik5136
    @babyboraik5136 4 ปีที่แล้ว +7

    শুনি থাকিলে ভাগৰ নালাগে বহুত ধুনীয়া লাগিছে গান তু

  • @anusreedevi4679
    @anusreedevi4679 5 ปีที่แล้ว +1

    Bht vl lge

  • @amibhaibhai8037
    @amibhaibhai8037 11 หลายเดือนก่อน +15

    গান তু শুনিলে তুমালৈ মনত পৰি বুকুখন শোকত বিন্ধা মাৰি ধৰে ও আৰু চকুলো😭 বৈ আহে বহুত বেয়া কৈ দুখ দি আঁতৰি গৈ আনৰ হলা কি ভুল আছিল দেহা মোৰ কেতিয়াও পাহৰিব নোৱাৰো ও তোমাক পাগল হৈ গৈ আছোঁ লাহে লাহে 😭😭 তুমি নতুন জনৰ লগত photo upload কৰিলে নিজনাত অকলে কান্দি কান্দি পাগল হৈ যাও নোৱাৰোঁ ও সহিব 💔😭😭😭😭😭

  • @chandraphukon5151
    @chandraphukon5151 5 ปีที่แล้ว +1

    gan2 hune bht val laga ba

  • @amarjyotigogoi7324
    @amarjyotigogoi7324 6 ปีที่แล้ว +13

    bahut bahut vl lagil nilakshi baa....

  • @priyankadutta94
    @priyankadutta94 4 ปีที่แล้ว +1

    bahut dhunia gaan tate apunar voice tua aru dhunia korise

  • @sandhyarag4892
    @sandhyarag4892 6 ปีที่แล้ว +5

    ba...apunar protitu gan e hunu...bhut bhut vl lge...apuni protitu gan e hiya khuli gai....hei bbe apunar gan bur mur bhut priyo...apunar gan hunile hsa koi e sakupni ulai jaii....love u so much ba.......

  • @apurbomoran9742
    @apurbomoran9742 6 ปีที่แล้ว +1

    Bhut mjahhhh

  • @abcvlog5645
    @abcvlog5645 6 ปีที่แล้ว +5

    Gan tuye mur ontor sui gol hosakoi...Bohut val lagile Nilakshi ba👍👍👍...

  • @probalsaikia7803
    @probalsaikia7803 5 ปีที่แล้ว +1

    bhut dhuniya lage gaan tu huni

  • @bhishmarabha6622
    @bhishmarabha6622 6 ปีที่แล้ว +8

    O sweet lagise dey Mr valpawajok monot pori jay o

  • @gitanjalirabha9111
    @gitanjalirabha9111 4 ปีที่แล้ว +1

    Ba apunar gan eman val lage honi ....

  • @junmoniborgohain475
    @junmoniborgohain475 4 ปีที่แล้ว +9

    হ্নদয় চুই গৈছে লগতে মোৰ মনতো 😭😭😭😭😭😭

  • @chittahira7730
    @chittahira7730 3 ปีที่แล้ว +2

    lvly baa

  • @manashboruah6149
    @manashboruah6149 3 ปีที่แล้ว +9

    হৃদয় চুই যোৱা গান💔🥰

  • @dekarishaMy
    @dekarishaMy 4 ปีที่แล้ว +1

    Bhut bhut dhunia gan

  • @trishnathengal3522
    @trishnathengal3522 6 ปีที่แล้ว +14

    bohut val lagil

  • @jayantapathak6709
    @jayantapathak6709 ปีที่แล้ว +1

    আজিও মনত পৰে তোমাক সেই ভালপোৱা দিনবোৰ । মাইনা সচাঁই ভাল পাও আজিওঁ তোমাক

  • @gojensaikia762
    @gojensaikia762 6 ปีที่แล้ว +5

    Nilakshi....you have a sweet voice....you always sing...from heart.....we all love you...

  • @tomduarah8081
    @tomduarah8081 4 ปีที่แล้ว +1

    Bht borhiya nilakshi mem ...

  • @dimpidas9285
    @dimpidas9285 6 ปีที่แล้ว +43

    Gan tu xub val hoise ..agoloi u vl vl gan xunibo pam bli akha korilu..

  • @anupomdas3543
    @anupomdas3543 6 ปีที่แล้ว +7

    Nilakhi ba apunar konthot hosakoiya hosoroti Biraj korisa..apunar gane mur xokur Pani ulai Jai..moja lga apunar gan huni..rati pua hui apunar gan ata hunilha mntu Val lga..

    • @manashreesaikia7364
      @manashreesaikia7364 5 ปีที่แล้ว +1

      😅😅😅😅😅😅😅😅😢😢😢😭😭😭😭😭😭💔💔😓😓😓😓😓😓😓😓😭😭😭😭😭😭

  • @HEMONTA365
    @HEMONTA365 4 ปีที่แล้ว +1

    Nikakshi ba apunar gan bur huni bohut val lage. Apuni mur all time favourite singer. ভবিষ্যতে আৰু ভাল ভাল গান উপহাৰ দি যাব । আপোনাৰ ভবিষ্যত উজ্জল কামনা কৰিলো ।

  • @niharikathakuria17
    @niharikathakuria17 5 ปีที่แล้ว +46

    Apunar gaan konduwai dibo... Pare baa vry awsm voice keep going

    • @dhonkonwar6602
      @dhonkonwar6602 4 ปีที่แล้ว +1

      Hasai kondua dib apunar gane ba

  • @babulhussain6832
    @babulhussain6832 8 หลายเดือนก่อน +1

    কাৰোবাৰ পৰিবৰ্তনক লৈ মই দুখী নহয়। মাথোঁ কোনোবা এজনী আছিল যাক মই নিজতকৈ বেছি ভাল পাইছিলো। Babul+Hena❤

  • @susmitamoran4196
    @susmitamoran4196 4 ปีที่แล้ว +26

    Mur life 2 lgt song 2 milose 😭😭😭😭😭😭😭😭😭

  • @brahmaandpriyapatar4333
    @brahmaandpriyapatar4333 4 ปีที่แล้ว +1

    Bohut bohut gan to val lagise hidy sui niye

  • @nirmalkalita4671
    @nirmalkalita4671 6 ปีที่แล้ว +11

    100 baror o besi hunilu.. amoni a nalage sun❤️

  • @purnimagowala8164
    @purnimagowala8164 5 ปีที่แล้ว +1

    Gan tu bhut bhut bhut vl lge

  • @nirobpahi1254
    @nirobpahi1254 6 ปีที่แล้ว +35

    অনবৰতে হোনি থাকিব মন যায় অ! মোৰ লগত হম পুৰ্ণ মিলিছে.....

  • @riyasonowal7685
    @riyasonowal7685 ปีที่แล้ว

    hajar bar hunileu hepah nopolai 😢😢😢 bohutt vll paw tumk ajiuu

  • @richagogoi7200
    @richagogoi7200 5 ปีที่แล้ว +6

    Nilakhi ba your voice is so sweet
    aru apunar hokolu gan mur Val lage

    • @sumidutta6027
      @sumidutta6027 5 ปีที่แล้ว +1

      baa gaan emn val moi okol huni thakib mn jai

  • @ponkhiphukonmusical1335
    @ponkhiphukonmusical1335 2 ปีที่แล้ว +2

    এই গীতটি সদায় শুনো গধুলি মই। নাজানো গানটো কিবা এটা ভাল লাগে মোৰ। আৰু এনেকোৱা গীত গাবা চোন। আগৰ ভাল পোৱা মনত পৰে মোৰ। সচাকৈ তোক বহুত ভাল পাইচিলো বুজি নাপালা। এই গীতটি মৰা দিনালৈকে শুনি থাকিম মই।

  • @sangeetamaina9905
    @sangeetamaina9905 ปีที่แล้ว +3

    😭😭 অন্তৰ চুই গৈছে।

  • @Pppppopopppppppopoppppppoppppp
    @Pppppopopppppppopoppppppoppppp ปีที่แล้ว +1

    Mojja 😊😢❤

  • @netrakamalhandiquei5307
    @netrakamalhandiquei5307 6 ปีที่แล้ว +13

    কলিজাত মাৰি গৈছে ও ……………ভাষা নাই ক'বলৈ

  • @moonjoysagar2122
    @moonjoysagar2122 5 ปีที่แล้ว +1

    apunar maat2.... one of my fvrt.... bht dukhr gaan gai apuni... vl lge bht apunr gaan huni..

  • @hiranyanath1307
    @hiranyanath1307 4 ปีที่แล้ว +25

    Lock down too Jumi asene kunuba😥

  • @RanjuSonowal-eo1pk
    @RanjuSonowal-eo1pk ปีที่แล้ว

    বা আপোনাৰ গীত বোৰ বহুত ইদয় চুই জাই

  • @nituboruah2031
    @nituboruah2031 5 ปีที่แล้ว +3

    Moja. Antor sui jua geet

    • @nikhadas1103
      @nikhadas1103 5 ปีที่แล้ว

      bahut val lage gan tu mur

  • @parthahazarika1994
    @parthahazarika1994 5 ปีที่แล้ว +1

    Nilakhi baa tomar mat so cute

  • @aratiphukan9657
    @aratiphukan9657 5 ปีที่แล้ว +3

    Oho...nice nice noce...nilakhiba 2mr voice2 mr bht bht vl lage..love u

  • @minakshiadhikary6043
    @minakshiadhikary6043 5 ปีที่แล้ว +1

    ইমান দুখ লগা গান

  • @vikashv.l949
    @vikashv.l949 3 ปีที่แล้ว +8

    মুৰ বহুত‌ ভাল লাগে এই গানটো 💓💓💓💓💓🤗🤗🤗🤗🤗

  • @dipantarsonowal487
    @dipantarsonowal487 5 ปีที่แล้ว +1

    Bahut val laga gan 2

  • @maramikumari6780
    @maramikumari6780 5 ปีที่แล้ว +5

    I love this song ......iam so happy..good job

  • @monjaikishorcreation5995
    @monjaikishorcreation5995 5 ปีที่แล้ว +2

    bht bht bht dhunia lgse baa heart touch kri gl...

  • @Usquare415
    @Usquare415 5 ปีที่แล้ว +17

    I don't understand this language but ,, nice song.. music 👌👌👌 🇳🇵from🇳🇵nepal🇳🇵

    • @nitulbharali4366
      @nitulbharali4366 4 ปีที่แล้ว +1

      This language is assamese language. assam mother language.from india

    • @rupamgogoi5936
      @rupamgogoi5936 4 ปีที่แล้ว

      O really bro.

    • @jogenhazda1473
      @jogenhazda1473 3 ปีที่แล้ว

      Ohhh thanks bro... For watch

  • @killergameplayaxom6840
    @killergameplayaxom6840 3 ปีที่แล้ว

    Aden sage apunk usoorr pira Gaan guwa huni pam...hapun rakhilo❤️❤️😘😘😘😘😍😍😍

  • @daisygogoi9193
    @daisygogoi9193 5 ปีที่แล้ว +5

    Nilakshi ba tmr voice2 bht val lge😘😘all time fav singer love u nilakshi ba❤😘