ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

মাংৰী ওৰাওঁ স্পৰ্টছ ক্লাৱ/ মাংৰী ওৰাওঁ কাপ/ মহিলা ফুটবল

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ต.ค. 2023
  • ০৭/১০/২০২৩
    মাংৰী ওৰাওঁ স্পৰ্টছ ক্লাৱৰ উদ্যোগত আমন্ত্ৰমূলক প্ৰাইজমাণি মহিলা ফুটবল প্ৰতিযোগিতা #মাংৰী_ওৰাওঁ_কাপ লাইনা চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত কৰা হয়।
    মাংৰী মেম অসহযোগ আন্দোলনৰ জড়িত হৈ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনত ব্ৰিটিছ বিৰোধী বীৰাংগণা শ্বহীদ মহান মহিলা মাংৰী ওৰাওঁ অসমৰ প্ৰথম মহিলা ছহিদৰূপে পৰিগনিত হয়। মাংৰী মেমৰ ত্যাগ আৰু বলিদানক শ্ৰদ্ধা মান-সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিযোগিতাখনি আয়োজন কৰা হৈছে।
    উক্ত শুভাৰম্ভ অনুষ্ঠানত সদৌ অসম আদিবাসী মহিলা শক্তি (আওপা) তিনিচুকীয়া জিলা সমিতি হৈ তথা ওৰাওঁ সমাজৰ এগৰাকী যুৱতী ৰূপে উপস্থিত থাকোঁ। এই চেগতে নিমন্ত্ৰণ জনোৱা উদ্যোক্তাসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
    #rishmaurang
    #football

ความคิดเห็น • 3