চতুৰালীৰে কথা কেনেকৈ কব | কথা কোৱাৰ ৭টা কলা | সকলো পাগল হব, লগ পাব বিচাৰিব | Communications Skills
ฝัง
- เผยแพร่เมื่อ 19 พ.ค. 2023
- চতুৰালীৰে কথা কেনেকৈ কব | কথা কোৱাৰ ৭টা কলা | সকলো পাগল হব, লগ পাব বিচাৰিব | Communications Skills
ভিডিঅ’টোত আপুনি এই কথাখিনি জানিব পাৰিব
1. যিকোনো এজন মানুহৰ পৰা সন্মান পাবলৈ কিদৰে কথা ক’ব লাগে?
2. কাৰোবাৰ সৈতে কথা পাতোতে ইয়াৰ পিছত আৰু কি ক’ম বুলি যাতে ভাবিবলগীয়া নহয়, তাৰবাবে কি কৰিব?
3. যেতিয়া আপোনাক কোনোবাই সোধে যে তুমি কি কৰা? তেতিয়া আপুনি কি ক’ব লাগিব?
4. যিকোনো মুহূৰ্তত যিকোনো বিষয়ত, যিকোনো মানুহৰ সৈতে কথা পাতিবলৈ আপোনাৰ ওচৰত যাতে সদায় INTERESTING কথা মজুত থাকে তাৰবাবে কি কৰিব লাগিব?
5. কথা পতাৰ মুড নাথাকিলে সন্মুখৰজনে মুখ কেনেকৈ বন্ধ ৰাখিব?
6. কাৰোবাক THANK YOU বা ধন্যবাদ কিদৰে দিলে তেওঁ আকৰ্ষিত হ’ব?
7. কথা কোৱাৰ সেই ইউনিক ফৰ্মূলাটো কি যিটো ফৰ্মূলাত কথা ক’লে মানুহে আপোনাৰ কথা খুব সুন্দৰকৈ বুজি পাব আৰু মানুহে আপোনাক নিজৰ পৰিয়ালৰ এজনৰ দৰে ভাবিবলৈ ল’ব?
Other videos
জীৱনত চমৎকাৰ আনিব পৰা আমাৰ আন Video সমূহৰ Links তলত দিছো 👇👇
প্ৰাৰ্থনা কৰাৰ পিছতো কিয় ভগৱানে সহায় নকৰে চাই লওক- • ভগৱানে ভক্তক কেতিয়া দৰ...
যিকোনো বিষয় এবাৰ পঢ়িলেই মনত ৰোৱাতো বিচাৰে যদি এই ভিডিঅ’টো চাওক- • এবাৰ পঢ়িলেই মনত ৰ'ব |...
এই মন্ত্ৰটো জানিলে জীৱনত যি বিচাৰিব তাকেই পাব- • এটা এনেকুৱা মন্ত্ৰ | য...
কাৰোবাক বহুত বেছি ভাল পাই যদি এবাৰ চাই লওক- • Video
ধনী হোৱাৰ প্ৰকৃত পদ্ধতি জানি লওক- • ধনী হোৱাৰ ৭টা নিয়ম জান...
queries-
চতুৰালীৰে কথা কেনেকৈ ক’ব লাগে
কথা কোৱাৰ ৭টা কলা
communications skills
মানুহক কেনেকৈ আকৰ্ষিত কৰিব পাৰি
যিকোনো মানুহক কেনেকৈ আকৰ্ষণ
communications skill in assamese
personality development
কথা কেনেকৈ পাতিব লাগে
how to impress someone
how to attract anyone
assamese motivational video
#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#motivationalvideo
#inspirational
#assam
#assamese
#communicationskills
#communication
#talkingway - บันเทิง
আপুনি এই কথাখিনি ইমান সুন্দৰকৈ কলে শুনি বৰ ভাল লাগিল তাৰবাবে আপোনাক অশেষ ধন্যবাদ।
Thank you sir amak iman valdore bujai dia r babe
আপোনাৰ এই প্ৰেৰণা দায়ক কথা খিনিয়ে আমাক বহু পৰিমাণে উৎসাহ দিয়ে আৰু আপোনাৰ মাতষাৰ ইমান শুৱলা, প্ৰতি টো কাহিনী খুব গুৰুত্ব দি শুনোঁ আপোনালৈ অশেষ ধন্যবাদ থাকিল
সচাঁ কৈ আপোনাৰ সুন্দৰ বক্তব্য আৰু পৰামৰ্শ বোৰে সাহস প্ৰেৰণা দিয়ে 🥰 🙏🙏🙏
আপোনাৰ কথাবোৰ বহুত ভাল লাগে শুনি থাকিলে শুনি থাকিবৰ মন যায় । বিষয়কৈ আপোনাৰ Voice টো বহুত ভাল লাগে।❤
সুন্দৰকৈ কথা পতাৰ কৌশল শিকাই দিয়া বাবে আপোনাক বহুত ধন্যবাদ জনাইছোঁ কাৰণ কেতিয়াবা আমি এজনে আনজনৰ লগত কথা পাতোতে আৰু কিনো পাতিম এই বুলি ভাৱি ৰৈ যাওঁ। ❤👌
ইমান সুন্দৰকৈ বুজায় দিছে কথাখিনি,সচাই বুজাত বৰ সুবিধা হৈছে সকলোৰে!
আপোনাৰ এই পৰামৰ্শ মূলক কথা খিনি শুনি বহুত ভাল লাগিল। এই খিনি কথাই মই ভাবো বহুতকেই প্ৰভাবান্বিত কৰিব।
অতি সুন্দৰকৈ তথা শৃংখলাবদ্ধভাৱে আপুনি সু-ব্যক্তিৰ আচৰণ আৰু কথা কোৱাৰ কৌশল বোৰ ৰাইজৰ আগত অৱগত কৰাব বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ |
Thank you
Apunar ai spasta mattu aru video bahut Val lage
বহুত বহুত ধুনীয়া কথা জানিব পাৰিলো কথা কোৱাৰ সাহস পাইছো ।আৰু কবছোন দাদা
Thank u
আপুনি কোৱাৰ দৰে আপোনাৰ কথা বোৰ শুনি আপোনাৰ লগত কথা পাতিব মন গৈছে
সচাকৈ আপোনাৰ ভিডিঅ'চাই বহুত উপকৃত হ'ব পাৰিছো লগতে আপোনাৰ মাতত কাহিনী শুনি বহুত ভাল লাগে, আপোনাক লগ পাব ইচ্ছা আছে ভাইজান ধন্যবাদ 🙏🙏
নমৰি জীয়াই থাকিলে ময়ো এদিন লগ পাম বুলি আশা ৰাখিছোঁ।
আন্তৰিক ধন্যবাদ
নিশ্চয় লগ পাব
আন্তৰিক ধন্যবাদ
নিশ্চয় লগ পাব
Khatabur bar bhal lagil
Apunar kothat Bohut power ase sir ❤❤❤❤❤❤love you sir
আপোনাৰ কথা কোৱা সুৰ আৰুকলা বৰ ভাল লাগিল৷
Amak hundor comunication skills hikuwar babe apunaloi ahekh dhoinnobad thakil.
আপোনাৰ কথাখিনিয়ে বহুত মনৰ খোৰাক যোগালে , আপোনালৈ অশেষ ধন্যবাদ জনালোঁ 🙏🏼❤️
সচা কথা🙏
Apunar ai spasta mattu aru video bur bahut Val lage
Namasker , apunar protitu khobdoi murhridoi Sui goise.val lagil dei apunar ai Mohan bani . Thank you.❤ 🙏🏻 🙏🏻
আপোনাৰ কথাখিনি শুনি বৰ ভাল লাগিল আপোনালৈ অষেশ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
আপোনাৰ কৌশলগত কথাকেইটাত ভাল লাগিল।আমি সময়ত প্ৰয়োগ কৰিবলৈ পাহৰি যোৱাই হয়।ধন্যবাদ ভি.ডি.অও।
আপোনাৰ তথা বিহিত পৰামৰ্শ ৰ বাবে অশেষ ধন্যবাদ জনালো ।
বহুত ভাল লাগিল আপোনাৰ কথাখিনি শুনি ।
Apunar kotha bur eman val lage hunile huniai thakibole man jay, moi dubar tinibar ke saw
Thank you
ময়ো
@@faizurrahman8473 tqq
VL lagil
@@jbvlogs369 Thank you
Thanku Big Bro.apuner kotha khini bor mon Kori bologiya,👍 next time folo kori cholim
Video tu sai bhut val lagil
Thank you for such valuable Advice.
বহুত ভাল লাগিল।
Gurutopurno kotha kura babe aapunak thank you jonalu birat bhal lagil
Bht val lgil kothabur jani. Dhoinobad.
ভাল লাগিল ।
Apunar video bur sai jiwonr batot aguai juyat bohut khine hahokh pau sir,,, thank you so much,,
Hoi moiu kotha koboloi hiki asu. Aeikhini a muk hikiboloi hubidha dibo. Dhonyobad ❤
আপোনাৰ শব্দৰ যি যাদু কি সুললিত কণ্ঠ যাৰ বাবে হৃদয়ে চকুমুদি আপোনাৰ বাণী অন্তৰত অতি হসজেই সোমাই যায়❤️❤️🙏🙏
বৰ। সুন্দৰ। লাগিছে
অনেক অনেক ধন্যবাদ
Aji apunar pora bohut bhal ata adhyaye palu, kotha kuwar 7ta kolak loi video bonuar babe apunaloi akhekh dhanyabad thakil🙏🙏🙏
বহুত কথা শিকিব পাৰিছো আপোনাক ধন্যবাদ জনাইছো ৷
Admirable speech
বহু অভিজ্ঞতা হ'ল ধন্যবাদ
আপোনাৰ এই সুন্দৰ কথাখিনিয়ে মানুহৰ আচৰণৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব,সুন্দৰ উপস্হাপনৰ বাবে আপোনাক ধন্যবাদ জনালোঁ।
Zzzzzzzz,, x x z. Z. Z 😂
বৰ সুন্দৰ দাদা ধন্যবাদ ❤❤❤
Good morning sir.. First time aapunar ai kotha kua koukhalr video to Sai aapunaloi very very Tq jonalu....
Apunar kotha khini bohut valuable bohut val lagile thank you
Thank u
Apunar kthabure bhut utkhah diye..imn dhuniake bujai diye j xuni thakibo mn jai jimn dighal holeu..🙏🏻
Thank you so much
Tq sir.. Bahut vl lagil...
Bahut Val lage xuni kotha bor ....
Bahut vl video sabo palu....thank u for sharing us .
এই ভিডিঅ টোৰ পৰা উপকৃত হম
Apunar kotha khini xuni....bhut interesting lagil....anekowa..koi kotha bur koi je...xumpurano.nuxunakoi...ari a dibo nuwari...aru ari diboloi mn o najai...tnank you for your..... talking example!💚
বহুত ভাল পালো আপোনাৰ কথাবোৰ শুণি❤
Val lagil
কথাকেইটা ভাল লাগিল । মনকৰিবলগীয়া ।
Bohut val lagil Dada, apunar kotha burr pora bohut khikisu, udahoron di valkoi bujib porakoi video bur diye, dhanyawad Dada,
Thank you
দাদা আপোনাক ধন্যবাদ দিবলৈ ও ভাষা নাই। আপোনাৰ দীৰ্ঘ আয়ো কামণা কৰিলোঁ।
আন্তৰিক ধন্যবাদ
বহুত ধুনীয়া লাগিল আপোনাৰ কথাখিনি
Thanks for very good advice 🙏
Dada bahut bhal lagil 14:41
Emn vl kotha kanaka kobo para dada 👍
Very nice
Bohut val lagil kotha kuar kouxol khini Jani. I am inspired
Thank you
Great great really
আপোনাৰ কথা বোৰ ভাল লাগিল
So cute voice ❤❤❤❤
Apunar kotha Bur Bor sundar
Video tu sai bohut val lagil. Bohut bohut dhanyawad thakil apunaloi 😊🙏🏻
Bor bhal lagil apunar kotha khini 👌👌 thank you for your valuable tips 👌👌👌
Apuner.vidio.tu.xuni.bahut.val.lagil.Apuner.pratibha.bikhakhar.babe.dhaynyabad.thakil.punar.log.puar.akhare...
খুব সুন্দৰ...বৰ ভাল লাগিল....
Bhut vl lagies sr👍😊
Moja,you are a darling person
আপোনাক অশেষ ধন্যবাদ
Love from dhemaji ❤🌹🥰
Thank You
bor sundar lagil ajir top - Art or skill of communication. 64 kalar bhitorot Kathan o eta art .
Bohut val lagil kotha khini jani
Apuni koa kotha khini Moi hindi channal atat 6 month agote saisilu aji apuni Kole aru xei technic mont pori gl thank you so much dada. ❤❤❤❤
Please hindi channel tur link tu dibosun...mur kiba koboloi thaki gol neki chau
@@chitraranjannath Nowarim dada mor tat ni xaitu video r link.
Apunar kothat ajon Jona Huna manuhoro hikiboloi bohutu kotha ase
Apuni amak hikuar babe thank you
Bohut val lagi apna utha bur
Dhanybad.
বৰ ভাল লাগিল আপোনাৰ কথাখিনি ❤
আপোনাৰ কথাবোৰ ত গম্ভিৰ্য্য পোৱা যায়🙏
Fruitful video
ধন্যবাদ দাদা ,Etu Video Or Pora bohut njona kotha janibo parilu ☺️
খুব সুন্দৰ ❤ ময়ো আপুনি কোৱাখিনিকে চেষ্টা কৰি চলি আছো।
বহুত বহুত ধন্যবাদ
Val lagile bhut apunar video 2 Sai thank you for your valuable tips
ভিডিও বহুত ৰে চাও। কিন্তু এই ভিডিও সচাকৈ কিবা ব্যতিক্রম, ভাল লাগিল আপোনাৰ ভিডিও টো চাই। ইমান সুন্দৰ কথা আমালৈ আগবঢ়োৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ,
আশা কৰো আগলৈও এনে মূল্যবান সৰু সৰু কথা বোৰ আমাক উপহাৰ দি যাব।।
Bohut dhuniya , apunar kotha kekhar xuni vabi bohut Xuxi jen onuvop hold val lagil
Apunar kotha huniu bhal lage 😍
এই খিনি শিকাই দিয়াৰ বাবে ধন্যবাদ ❤
Katha bor guruteapurna bhal lagil
Dada apunar video sai bahut val alga
Dada moi aku kotha koboi nejanu aru aji loike Jana nai. xekarone family manuheu mur kothat eman Interest napai. Xekarone hoitu muk gurutto u kom die. Aji ai kotha khini Jani olop xahox paisu. Thanku for your nice advice.
God bless you
Bohut val lagil aponar kothakhini dada🙏🙏🙏
Bhal lagil
Apunar khatha bore khuni bahut vall lagil .
Bhal lagil aponar kothakhini
Thank you for learning how to speech. I'm trying to speech these methods.
Dada bohut bohut dhoinobad thakil 🙏 apuni eman val video bur diyar babe. Bohut nojona kotha hikisu, bohut hahoh pau apunar video bur sai. Poti dinei apunar video eta holeu sau.
Thank you so much
গুৰুত্বপূৰ্ণ বিষয় দাদা, আপুনিও এজন কথাত যোৰ থকা ব্যক্তি কিন্তু।