ডাঙৰ খবৰ।অনুপম চক্ৰৱতী অনুষ্ঠাাত গৰজি উঠিল ভিক্টৰ দাস।।/virel news

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ธ.ค. 2024

ความคิดเห็น • 223

  • @manjugohain6786
    @manjugohain6786 4 หลายเดือนก่อน +73

    ধন্যবাদ ভিক্টৰ দাস । সত্য সদায় জয় । শিক্ষা জগতত দুখীয়া লৰা ছোৱালীক সহায় কৰি সমাজত মানুহ গঢ়া কাৰখানা সৃষ্টি কৰি আগুৱাই নিয়াত ভিক্টৰ দাসৰ অৰিহনা প্ৰশংসা যোগ্য । আগুৱাই যাওক । ভগৱানে সকলো দিশতে সহায় কৰিব ।

  • @SatishSarma-p7c
    @SatishSarma-p7c 4 หลายเดือนก่อน +24

    ভিক্তৰ দাস নিৰপেক্ষ।মহানুভবী ভিক্তৰৰ প্ৰতি সকলোৰে সহানুভুতি থাকিব লাগে।তেওঁৰ ভবিষ্যত মঙ্গল কামনা কৰিলোঁ। অভ্যাসৰ পৰিবৰ্তনে জীৱনৰ পথ পৰিবৰ্তন দিশ নিৰ্ণয় কৰিব পাৰে।

  • @BimalaGogoi-q8j
    @BimalaGogoi-q8j 4 หลายเดือนก่อน +12

    সুন্দৰ ভিক্টৰ, সদায় সত্য কৰাৰে আৰু সত্য পথেৰে আগুৱাই যোৱা। হাতি যেতিয়া ৰাষ্টাৰে যায় তেতিয়া বহুত কুকুৰে ভুকে কিন্তু হাতিয়ে কেতিয়াও একো কেৰেপ নকৰে ঠিক তুমিও হাতিৰ দৰে হোৱা ভিক্টৰ, তোমাৰ সাহসক চেলুট জনালোঁ।

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp 4 หลายเดือนก่อน +53

    ভি দাসৰ যুক্তি সমুহক আমি গুৰুত্ব সহকাৰে আদৰি লৈছো ।

  • @Jyotishman-v8y
    @Jyotishman-v8y 4 หลายเดือนก่อน +40

    ভিক্টৰ দাস নিভাজ অসমীয়া

    • @binapanitalukdarbinapanita2559
      @binapanitalukdarbinapanita2559 4 หลายเดือนก่อน

      ভিক্টৰ দাস please আপুনি আৰু মদ নাখাবো ।

    • @rajugogoibaruah3882
      @rajugogoibaruah3882 3 หลายเดือนก่อน

      Toi ata mosto oxoibhya puali nonsense sala

  • @saratray4785
    @saratray4785 4 หลายเดือนก่อน +10

    যি সকল ভিক্টৰৰ পৰা বিনা মূলিয়া শিক্ষা গ্ৰহণ কৰিছিল সেই সকলোৱে তেনেকুৱ সেৱা আগবঢ়াই তাৰে কামনা কৰিলো ।

  • @bijoyagogoi6248
    @bijoyagogoi6248 4 หลายเดือนก่อน +19

    ভিক্টৰ দাস জিন্দাবাদ ।তুমি সাহসেৰে আগুৱাই যোৱা ।

  • @JOHNMANIDAS-y1u
    @JOHNMANIDAS-y1u 6 วันที่ผ่านมา

    ভিক্তৰ দা নিৰপেক্ষ মানুহ মহানুভবি দাদৰ প্ৰতি সকলোৰে সহানুভূতি থাকিব লাগে,ভিক্টৰ দাৰ মঙ্গল কামনা কৰিলোঁ

  • @PradeepS-s3i
    @PradeepS-s3i 4 หลายเดือนก่อน +6

    Victor das as a very good teacher.he is not only teacher but also he is an honest man. Victor sir jaisa admi Assam ka ek ujjal vhabishya ..

  • @Pranita-p3p
    @Pranita-p3p 3 หลายเดือนก่อน +2

    ভাল লাগিল তুমাৰ‌ কথা বৰো আপুনি সাহসেৰে আগুৱাই জৱা❤❤❤❤

  • @putulnath1715
    @putulnath1715 4 หลายเดือนก่อน +12

    ভগৱানে সদায় কৰক,

  • @subratadey9156
    @subratadey9156 4 หลายเดือนก่อน +21

    ভিক্টৰ দাস বৰ সাহসী ,সহজ,সৰল,মানুহ। তেখেতে মদ খোৱা অভ্যাস টো বাদ দিব লাগিব। তেতিয়া তেওঁ দেবতুল্প শাৰিত পৰিব।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 หลายเดือนก่อน +1

    ❤❤❤ সত্যৰ সদায় জয়। ভিক্টৰ দাসে সঁচা কথাই কৈছে। তেওঁৰ মনোবেদনা খিনি বুজিবলৈ চেষ্টা কৰক। এদিন নিশ্চয় নন্ট

  • @BabiNath-d5c
    @BabiNath-d5c 3 หลายเดือนก่อน +2

    মই বহু দেৰিকে ইন্টাৰভিউটো চালো। সাংঘাতিক সাহসী মানুহ। এবাৰ ওচৰৰ পৰা লগ পাব বহুত মন আছে। নাজানো সেই সুবিধা পামনে নাপাম।বাকী তেও ভালে থাকক।

  • @subhashsarma237
    @subhashsarma237 4 หลายเดือนก่อน +16

    হাতীৰ দৰে আগুৱাই যাওক,তেতিয়াহে বহুত ভিক্টৰৰ জন্ম হব।

  • @amaragarwala7474
    @amaragarwala7474 3 หลายเดือนก่อน +3

    বহত ভাল লৰা সি মালিগাওত আছিল মাক দেউতাকক মই ভালকৈ জানো। তাৰ ভাল হ ওক ভগবানে ভালে রাখক

  • @nripenboruah32
    @nripenboruah32 4 หลายเดือนก่อน +8

    ভিক্তৰ, তুমি ভাল কাম কৰিছা, কিন্তু ভালখিনিৰ মাজত থাকিব লোৱা। তথাপিও তুমি মদ বা বেয়াকথাবোৰ পৰিত্যাগ কৰিও টো আগবাঢ়ি যাব পাৰি। দেউতাৰ প্ৰতি থকা ভক্তিত মই অশ্ৰুসিক্ত।

  • @smritirekhasaikia6119
    @smritirekhasaikia6119 4 หลายเดือนก่อน +7

    ভিক্তৰ দাসৰ কথখিনি ভাল লাগিল

  • @debajanisaikia7770
    @debajanisaikia7770 4 หลายเดือนก่อน +8

    Love you beta God bless you ❤

  • @rashni3066
    @rashni3066 4 หลายเดือนก่อน +7

    নিচা নকৰিলে ভিক্তৰ দাসৰ প্ৰতিটো কামেই গ্ৰহণ যুগ্য।

  • @ashadeoriranideori2864
    @ashadeoriranideori2864 3 หลายเดือนก่อน +1

    ধন্যবাদ ।সত্য কথা কৈছে ।

  • @papumonihazarika9715
    @papumonihazarika9715 4 หลายเดือนก่อน +1

    অনুপম চক্ৰৱতিৰ দৰে মই ও অনুৰুধ কৰো মদ নাথাবলৈ।কিন্তু ভিক্তৰ সাহসি সত্যবাদী।সঁচা কথা সাহসেৰে কয়।

  • @santanunayanmishra3335
    @santanunayanmishra3335 3 หลายเดือนก่อน +1

    ভগৱানে মঙ্গল কৰক।

  • @TiluDas-w6s
    @TiluDas-w6s 4 หลายเดือนก่อน +3

    Victor brother your thinking is right.l prowed of you. God be with you.live long.

  • @gobinbhuyan2158
    @gobinbhuyan2158 4 หลายเดือนก่อน +13

    Right speech by the victor Das👍

  • @atikulislam6579
    @atikulislam6579 4 หลายเดือนก่อน +1

    ভাল লাগিল সাক্ষাৎকাৰটি । কিছু কথাই অন্তৰ চুই গ'ল ।

  • @charudas947
    @charudas947 4 หลายเดือนก่อน +4

    Dhanyabad victor dhanyabad anupam chkraboty

  • @niranjantalukdar8578
    @niranjantalukdar8578 4 หลายเดือนก่อน +4

    Victor is a good teacher and brevy .

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 2 หลายเดือนก่อน

    ভাল লাগিছে ভিক্টৰ দাসৰ কথা বিলাক, অতি ভাল মানুহ।

  • @ankurkhanikar8206
    @ankurkhanikar8206 2 หลายเดือนก่อน +1

    Victor das king ,love you sir ❤

  • @hiturhymes3440
    @hiturhymes3440 4 หลายเดือนก่อน +2

    ভিক্টৰ দাস ল'ৰা টো বৰ ভাল চুকা ল'ৰা যি বোৰ কথা কইছে সত্য কথা

  • @MakhaniBuragohain
    @MakhaniBuragohain 4 หลายเดือนก่อน

    খমি সদায় সমাজৰ প্ৰতি জন যুৱক যৱতী দাসৰ দৰে সৎ আৰু সাহসী হোৱাৰ ওপৰিও সত্য ৱান হোৱাতো কামনা কৰো, তুমি আৰু আগুৱাই যোৱা।

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 4 หลายเดือนก่อน +9

    Good.. Zindabad...

  • @AbdulKadir-mt7ht
    @AbdulKadir-mt7ht 4 หลายเดือนก่อน +2

    🙏আচল মানুহ 🙏ভিক্টৰ দাস🙏

  • @warzone8012
    @warzone8012 2 หลายเดือนก่อน

    শিক্ষাৰ্থী সমাজৰ পৰম পুজনীয়, অতিকৈ সন্মানীয় ভিক্টৰ দাস ,

  • @PriYamHA
    @PriYamHA 4 หลายเดือนก่อน +8

    অকলে ভিক্ট'ৰ দাসে মদ নেখায়, পৃথিৱীত ভাল ভাল মানুহ মদ খায়, এইবুলি মদ খালে সকলো বেয়া নহয়।

  • @umakantpegu9408
    @umakantpegu9408 3 หลายเดือนก่อน +1

    ভিক্টৰ দাস বেয়া কাম কৰা নাই ভিক্টৰ দাস বৰ সাহসী সহজ সৰল মানুহ

  • @luhittalukdar7202
    @luhittalukdar7202 4 หลายเดือนก่อน +4

    ভিক্টৰ তোমাক শতবাৰ চেলুত।

  • @indiagammer2842
    @indiagammer2842 3 หลายเดือนก่อน +1

    Victor daa❤❤❤

  • @binoykalita7597
    @binoykalita7597 4 หลายเดือนก่อน +8

    আজি তাৰিগত অসমৰ প্ৰতিটো অঞ্চলত ভিক্ট'ৰ দাস সৃষ্টি হোৱাটো আশা কৰো।

  • @MakundaKalita-vy5nk
    @MakundaKalita-vy5nk 4 หลายเดือนก่อน +2

    ভিক্ট'ৰ দাস। ছাত্ৰ-ছাত্ৰী ৰ কাৰানে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি। আহিছে

  • @jitendrarabha4660
    @jitendrarabha4660 4 หลายเดือนก่อน +2

    জয় ভিক্টৰ দাস

  • @akhilakhil8863
    @akhilakhil8863 3 หลายเดือนก่อน

    ধন্য বাদ ভিক্টৰ দা সত্যৰ সদায় জয়।
    মদ ভিক্টৰ দায় খায় নে মদে ভিক্টৰ দাক খায় । কথাটো হকুলোৱে চিন্তা কৰিব।
    জয় আই অসম।

  • @bhubaneswarphukan5675
    @bhubaneswarphukan5675 4 หลายเดือนก่อน +2

    দাস এজন ‌মানুহ

  • @lilimai43
    @lilimai43 3 หลายเดือนก่อน +4

    Viktr jindabad

  • @ganeshtalukdar721
    @ganeshtalukdar721 4 หลายเดือนก่อน +3

    Thankyouvictordas,godbleshyou

  • @JayPegu-s4j
    @JayPegu-s4j 2 หลายเดือนก่อน +1

    Victor Das jindabad

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 4 หลายเดือนก่อน

    ভিক্টৰ দাসক কৰুনা ময়ে এটা বাল্ব প্ৰদান কৰিছে যাক আমি জ্ঞান ভাণ্ডাৰ বুলি ক'ব পাৰোঁ, এই জ্ঞান ভাণ্ডাৰৰ পৰা ভিক্টৰ মানৱ শিশুক জ্ঞান বিতৰণ কৰি আহিছে। তাৰ বাবে ভিক্টৰক উদ্দেশ্য কৰি আশিৰ্বাদ সূচক বাক্য এইটো ইশ্বৰে তেওঁৰ মঙ্গল কৰক। মানুহ যি ৰাষ্ট্ৰৰ ভাষা সেই ৰাষ্ট্ৰীয়। এবাৰ এজন ৰজাই ৰাজ্য ভাৰ তিনিটা সন্তানৰ কোন জনৰ ওচৰত অৰ্পণ কৰন ঠিক হ'ব তাকে চাবলৈ তিনি সন্তানৰ মাজত পৰিক্ষা পাতি এজনৰ মুখত কেৱল জুতাৰ মালা,জুতা মাৰিব লাগে, ইত্যাদি ইত্যাদিৰ কথা শুনি পণ্ডিতৰ কাষ চাপিল পণ্ডিতে সেই ল'ৰা জন্মৰ বিষয়ে কৈ দিয়ে, আপোনাৰ এই টো ল'ৰাৰ জন্ম এজন মুছি দ্বাৰা হোৱা। অৱশেষত তাকে প্ৰমাণিত হয় বুলি আমি কাহিনী শুনিছোঁ। অকল ভিক্টৰ দাস নহয় মই ভাবো জগতত আজি লৈ এনে কোনো সন্তানৰ জন্ম হোৱা নাই যি সন্তানে তাৰ মাকক বেস্যা বুলি কোৱা জনক শ্ৰদ্ধা ভক্তি কৰে । আকৌ এই কথা কোৱা জনৰ জন্ম ক'ত?কোণ ৰাষ্ট্ৰত? আকৌ তেখেত কোনো ৰাজনৈতিক দলৰ সদস্য নহয় মোৰ দৰে। তেখেতৰ দেউতাকৰ মৃত্যুৰ কাহিনী হৃদয় বিদাৰক।তেখেত যি অমূল্য ভাণ্ডাৰৰ মালিক। এনে কুৱা ভাণ্ডাৰৰ মালিক অসমত কেইজন ওলাব? তেখেত এজন এনেকুৱা ভাণ্ডাৰৰ মালিক হৈয়ো অতি নিস্ক্ৰিয় অতি নিহকিন কাৰণ জেইলত যাব লগা হ'ল। তেওঁ আকৌ সম্পূৰ্ণ নিকা বা পৱিত্ৰ বুলি এটা কাৰণতে ক'ব নোৱাৰিছো সেয়া তেওঁৰ মদ সেৱন কৰন। চাওঁক মানুহ বুজি পায় যে যি বস্তু খালে মানুহৰ হিতাহিত জ্ঞান শুন্যহৈ পৰে,লিভাৰ নষ্ট কৰে,খুন নষ্ট হয়, বহুত কিবাকিবি সেই বস্তুটো জ্ঞানী জন খোৱাটো শিক্ষিত সমাজ লজ্জিত হয়, এয়া দুষ্ট প্ৰবৃত্তিৰ দাসত্ব কৰনত গন্য। মুঠতে মোৰ চিঞৰৰ কোনো দাম নাই কিয়নো সকলো এক মাত্ৰ কৰুনা ময় বিশ্ব শ্ৰষ্টাৰ বিধান, তেওঁৰ ইচ্ছাত এই বোৰ স্ঙগঠিত হয়।

  • @SadanandaDeka-y3t
    @SadanandaDeka-y3t 3 หลายเดือนก่อน

    সত্য আৰু সাহসী ভগৱানে আপোনাক
    সহায় কৰিব

  • @MahendraRabha-j5n
    @MahendraRabha-j5n 2 หลายเดือนก่อน

    Mor aji bhut dhuk lagise v k,dada live to sai uponar,, good bless you

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 4 หลายเดือนก่อน

    বৰ ভাল লাগিল ভিডিঅ'টো চাই

  • @MoynulhoqueMondal-w3m
    @MoynulhoqueMondal-w3m 4 หลายเดือนก่อน +1

    ভিক্টৰ দাস এজন মানুহ গঢ়াৰ মেচিন

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 หลายเดือนก่อน

    We're proud of you. Motivational speech to our young generation.❤❤❤

  • @ManashJyotiSaikia-tw1zd
    @ManashJyotiSaikia-tw1zd หลายเดือนก่อน

    I support you

  • @madhukantakhakhlari1476
    @madhukantakhakhlari1476 2 หลายเดือนก่อน

    ভিক্টৰ দাস লৈ শেলুত জনাইছোঁ।

  • @AshwiniBorah
    @AshwiniBorah 4 หลายเดือนก่อน +2

    ভিক্টৰ ভগৱানে তোমাক কৰিব

  • @KrishnaSaikia-su3cr
    @KrishnaSaikia-su3cr 2 หลายเดือนก่อน

    Your are Right sir

  • @NiranjaBezbaruah
    @NiranjaBezbaruah หลายเดือนก่อน

    Victor da zindabad

  • @dilipsaikia4922
    @dilipsaikia4922 4 หลายเดือนก่อน

    Victor Das je ejon bhal manuh moi aji he Buji palu...Tumi tumar bhal kam bur kori jua society r karone..Salute to u

  • @AkhtarHussain-gt1ze
    @AkhtarHussain-gt1ze 4 หลายเดือนก่อน +3

    সচাকে শিক্ষকে পঢ়োৱা লৰা ছোৱালীয়ে যেতিয়া উন্নতিৰ হয় তাতেই শিক্ষকৰ শান্তি অনুভৱ হয়৷

  • @kalpanahazarika311
    @kalpanahazarika311 4 หลายเดือนก่อน

    ভিক্তৰ দাস আত্মভিমঁঁনি , মই সন্মানকৰো ,কিন্তু সমাজে বেয়া পোৱা বোৰ নকৰিলে ভাল পাম ৷সুস্থ সবল সাসসী আগ বাঢ়ি যাওক

  • @bipuldas5921
    @bipuldas5921 2 หลายเดือนก่อน

    পোহৰৰ সন্ধান দিয়া ভিক্টৰ দাস এনেকুৱা প্ৰতিভা ৰ প্ৰয়োজন আছে আৰু থাকিব।

  • @JontiBora-uw9yk
    @JontiBora-uw9yk 2 หลายเดือนก่อน +1

    Victor=OXYGEN, SUN ,MOON, EARTH
    God Bless you

  • @merajulahmed9320
    @merajulahmed9320 3 หลายเดือนก่อน +1

    victar sir dukhia xokolor vogoban

  • @jafrulbora2447
    @jafrulbora2447 3 หลายเดือนก่อน +1

    Victor is great 💐👌👏👍

  • @madhabdas1637
    @madhabdas1637 3 หลายเดือนก่อน

    Revolution is life .......without revolution man can't make in his life...... Sangraam kori jua edin nitsoy justice paba❤❤❤

  • @manojtalukdar1502
    @manojtalukdar1502 4 หลายเดือนก่อน +9

    ভিক্তৰ দাসক দেখি জ্বলাসকলে কমেণ্ট নকৰিলে যে?

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 หลายเดือนก่อน

    Grand salute to him. Go ahead way to your journey victor. Victor of victory not only victims.

  • @SaraswatiDigal-w4h
    @SaraswatiDigal-w4h 11 วันที่ผ่านมา

    I prowed of you victor God bless you

  • @tagarsut1458
    @tagarsut1458 3 หลายเดือนก่อน

    ভিক্তৰ মানে জয়। সদায় ভিক্তৰ ভিক্তৰ হৈ থাকক তেওৰ কামত।মদ খোৱাতো বদ অভ্যাস বেয়া পাইছো তোমক কিন্তু ভিক্তৰে ইয়াৰ জোগেদি চৰকাৰক tax দিব বিচৰা জেন অনুমান হৈছে।

  • @BhoirabGogoi-w3x
    @BhoirabGogoi-w3x 2 หลายเดือนก่อน

    ❤️ tussing.......

  • @DMS2041
    @DMS2041 หลายเดือนก่อน

    Big frind 😊

  • @OnlineEarnings-jv5uz
    @OnlineEarnings-jv5uz 28 วันที่ผ่านมา +1

    June nijor PITRI haise hi he gom pabo JUSTICE FOR VICTOR DA'S FATHER😢💔

  • @AbdulAwal-u1m
    @AbdulAwal-u1m 3 หลายเดือนก่อน

    Love you Victor Dwa❤❤❤

  • @mintufouzdar4642
    @mintufouzdar4642 3 หลายเดือนก่อน

    A to z salu... Khub vl lgil

  • @laxmankharellaxman7204
    @laxmankharellaxman7204 18 วันที่ผ่านมา

    Victor is great boy❤

  • @banabilashdas1578
    @banabilashdas1578 3 หลายเดือนก่อน

    Actual courage. This is called khatriya.

  • @junsaikia3503
    @junsaikia3503 3 หลายเดือนก่อน

    ভাল লগা মানুহজন ।

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 3 หลายเดือนก่อน

    Bhal lagil❤❤❤❤

  • @sushildutta9716
    @sushildutta9716 3 หลายเดือนก่อน

    Victor you are for victory, Thanks.

  • @mayuraj3375
    @mayuraj3375 4 หลายเดือนก่อน

    We proud of you as an assameese , carry on , one day all your dream will come true and success will kiss your leg

  • @pradipborgohain1807
    @pradipborgohain1807 4 หลายเดือนก่อน +2

    নব পৰজন্ম যেন ভিক্টৰ দাসৰ দৰেই হওক

  • @samsulali2453
    @samsulali2453 2 หลายเดือนก่อน +1

    ❤ nice

  • @harchitaborguhain2811
    @harchitaborguhain2811 3 หลายเดือนก่อน

    Victor vai i am proud of you

  • @SunitaNarh
    @SunitaNarh 2 หลายเดือนก่อน

    Good news ❤❤❤

  • @puja1197
    @puja1197 2 หลายเดือนก่อน

    Salut Sar.Long live V.D khana.

  • @nabajeetmedhi3168
    @nabajeetmedhi3168 หลายเดือนก่อน

    Guruji victor Das.. u r great

  • @gnyandeepsaikia4856
    @gnyandeepsaikia4856 2 หลายเดือนก่อน

    I support victor das

  • @sewalideori6811
    @sewalideori6811 4 หลายเดือนก่อน +2

    I am Robin Deori i said" Viktor das is The Real men "" joi i ahom

  • @AbdulAwal-u1m
    @AbdulAwal-u1m 3 หลายเดือนก่อน

    I love you Victor da❤❤❤

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc 4 หลายเดือนก่อน +2

    ভিক্টৰ দাসৰ দোষ নাই চৰকাৰৰ দোষত তেওঁ বিতৰ্কত সোমাই আছে।

  • @user-fk3mb8ui2h
    @user-fk3mb8ui2h 10 วันที่ผ่านมา

    Victor da bhut bhal manuh

  • @harisuddinbarbhuiya1740
    @harisuddinbarbhuiya1740 4 หลายเดือนก่อน +2

    Victor Das long live

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se 4 หลายเดือนก่อน +3

    Tumar Neus bur sai val lagea hodai sau Dibrugarh pora koisu aru ag bahi jua

  • @GirijaBorgohain
    @GirijaBorgohain 4 หลายเดือนก่อน +4

    Good zindabad

  • @pranabjyotidas1233
    @pranabjyotidas1233 3 หลายเดือนก่อน

    victor da jindabad✌🏻

  • @KanakchBaro-ie4tz
    @KanakchBaro-ie4tz 4 หลายเดือนก่อน

    Victor Das is a real revolutionary person of India not only of Assam.

  • @JyotsnaPachani
    @JyotsnaPachani 4 หลายเดือนก่อน +1

    Viktor das, apunar kathai mon chui goise dusaku nigarise.

  • @bishnukumardas8495
    @bishnukumardas8495 3 หลายเดือนก่อน +1

    Victor das dhoinnyobad

  • @SuheliLaskar-qj2du
    @SuheliLaskar-qj2du 4 หลายเดือนก่อน +2

    At the Critical condition. Instead of hard drinking..u can share ur pain . N can speak to God ....