MORAN BIHU ||NOIRE HIPARE || MARJITA MORAN || MONTU CHETIA || BIKROM CHAWROK
ฝัง
- เผยแพร่เมื่อ 13 ต.ค. 2024
- মাৰ্জিতা মৰাণৰ
মৰাণ বিহু ২০২৪ " নৈৰে সিপাৰে"
কণ্ঠ: মাৰ্জিতা মৰাণ আৰু মণ্টু চেতিয়া
পৰিচালনা,ব্যৱস্থাপনা: মণ্টু চেতিয়া
গীতৰ কথা,সুৰ,সংগ্রহ: প্রদীপ মৰাণ, মণ্টু চেতিয়া
সংগীত,শব্দ সংমিশ্ৰণ-বিক্ৰম চাউৰক
ঢোল,তাল : উৎপল গোহাঁই
বাঁহী :মণ্টু নেওঁগ
বীণ: মহেন্দ্ৰ দহোতীয়া
কৃতজ্ঞতা: লালন কুমাৰ মৰাণ,তৰাৱতী মৰাণ,খিঞ্জুৰী মৰাণ চেতিয়া, বনিতা মৰাণ,নয়নমণি সন্দিকৈ,পৰিণীতা ফুকন,সাধনা নেওঁগ
সুন্দৰ ইমান ধুনীয়া ধুনীয়া কৈ বাক্য শাৰী গাঁঠিছে।।❤
বৰ ভাল লাগিল। ভৱিষ্যতেও শুনিবলৈ পাম বুলি আশা কৰিলোঁ। সকলোলৈ শুভেচ্ছা জনালোঁ।
বহুত ভাল হৈছে 🎉🎉
এনেকুৱা গান আৰু লাগে
অতি সুন্দৰ হৈছে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
Bohut val lagil beti ......agoloi aguwai juwa tare kamona korilu ☺️
সঁচাকৈ বহুত ভাল লাগিলে। আগুৱাই যোৱা আশা কৰিছোঁ আগলৈ এনেকুৱা মৰাণ বিহু গান শুনিবলৈ পাওঁ জেন তাকে কামনা কৰিছোঁ।
সুন্দৰ ভাল লাগিল দেই শুনি
সঁচাকৈ বহুত সুন্দৰ হৈছে ককাইদেউ 🎉🎉🎉🎉 আপুনি আৰু আগুৱাই যোৱা তাৰে ভগৱানক প্ৰাথনা কৰিছো ককাইদেউ 💐🙏💝💝
সুন্দৰ হৈছে। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
ভাল লাগিল ককাই । মাৰ্জিতা লৈ শুভ কামনা।।আগুৱাই যোৱা।। ❤
বৰ সুন্দৰ বিহু গীতএটি শুনিব পালোং দেই ৷দুয়োলৈ শুভেচ্ছা থাকিল
সুন্দৰ হৈছে 🎉🎉🎉
বহুত সুন্দৰ হৈছে ভাল লাগিল
Bhal lagil, aagbarhi juwa
সুন্দৰ হৈছে।
❤❤
সুন্দৰ❤❤❤❤
ভাল লাগিল দেই শুনি
Hundor 👍
Hundor hoise..git tur logot jorito hokolu kola kukholiloi hubhessa jonalu..
ভাল লাগিল শুনি তুমি যাতে এনেদৰেই আগুৱাই যোৱা ভবিষ্যত
Val lagil dayti
অতি সুন্দৰ হৈছে 🎉
অতি সুন্দৰ
Hosakoi bohut dhunia lagele huni🥰
মাৰ্জিতাৰ মাতষাৰিত নীলাক্ষীৰ কণ্ঠৰ পৰশ আছে যেন লাগিছে ৷ পূৰঠ হ’লে উৎকৃষ্ট ঠাঁচত গীত গাব পাৰিব তাই ৷ বিহুৰ আৰু এটি কলি খাপ খোৱাই দিয়া হ’লে সোণত সোৱগা চৰিলেহেঁতেন ৷ হেঁপাহ নপলালে ৷
মণ্টুৰ মাতষাৰ মঞ্চত শুনিবলৈ পাম যেন লাগিছে ৷
খুব ভাল লাগিল ৷
Very nice ❤
First comment First view
শুনি বৰ ভাল পালোঁ 👍
Bohut val hoise
অতি সুন্দৰ ❤❤❤
Vall lagil
bhal lagil dai
Hundor
Val lagil❤
Bor baru lagise dei
Superb
Nice ❤
ভাল লাগিল
❤❤❤Suma❤ n Mama❤
Very nice
Nice song ❤
❤🎉
Very Very nice song
বায়ো লাগিলে
ব বাও লাগিলে দেই।
☠️
Nice
ব বাৰু লাগিলে শুনি
Duijonore val voice.. Marjita notun koi ahise aru tai hsa k val gai
Kiba olpman uncommon voice marjitar.val lge
Hundor 🎉
খুব ভাল লাগিল ৷
❤❤
❤❤
❤❤