ভিক্টৰ দাসৰ পিছত আমিনুল হক, হেমন্ত শৰ্মা

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ก.ย. 2024
  • ভিক্টৰ দাসৰ পিছত আমিনুল হক, হেমন্ত শৰ্মা। উকা OMR শ্বীট জমা দিয়া ছাত্ৰই মেডিকেলত চাকৰি পোৱাৰ অভিযোগ। ৩ লাখত পঞ্চায়তৰ চাকৰিৰ অফাৰ হেমন্ত শৰ্মালৈ। আমিনুল হক আৰু হেমন্ত শৰ্মাকো গ্ৰেপ্তাৰ কৰিব নেকি চৰকাৰে ? TIME8 চৰ্চা LIV

ความคิดเห็น • 149

  • @nltdvlogs
    @nltdvlogs 2 ปีที่แล้ว +16

    Bjp নাম আৰু নাথাকিব Assam ত next election t এনেকুৱা দুৰ্নীতি আৰু অপৰাধীৰ হলে

  • @ajirsakoribarta485
    @ajirsakoribarta485 2 ปีที่แล้ว +24

    OMR ত লিখিব লাগে নে নালাগে , এই কথাটো নজনা candidate জনে লিক্ষিত পৰীক্ষাত পাছ কৰিলে।

    • @dpcricket8739
      @dpcricket8739 2 ปีที่แล้ว

      Duplicate certificate sage qualifications

  • @bonomalipegu508
    @bonomalipegu508 2 ปีที่แล้ว +21

    দিগন্ত বোলাজনৰ কথাবোৰ অৰ্থহীন।

    • @milikrke142
      @milikrke142 2 ปีที่แล้ว

      আপোনি চৰকাৰী বিষয়া নেকি জনাবচোন

  • @guidance384
    @guidance384 2 ปีที่แล้ว +17

    দিগন্ত কলিতা বোলাজনৰ মন্তব্যবোৰ বৰ তৰল॥ তেওঁৰ উত্তৰত কোনো বলিষ্ঠ যুক্তি নাই॥ এনেই পেতপেতাব লাগে কাৰণে আছে আৰু॥অনুগ্ৰহ কৰি অকনমান সততাৰ আশ্ৰয় লওক॥চকুমোদা কুলি নহব হে॥

  • @hirakjyotideka1875
    @hirakjyotideka1875 2 ปีที่แล้ว +12

    দিগন্ত কথা যুক্তিহিন

  • @montudarig4737
    @montudarig4737 2 ปีที่แล้ว +2

    চৰকাৰক এটাই অনুৰুদ্ধ অকল পৰীক্ষাটো ভালকৈ পাতিলে নহব ৰিজাল্টো ভালকৈ দিয়ক যাতে কোনেও প্ৰশ্ন কৰিব নোৱাৰে । এনে গছত উঠাই গুৰিট কটা কামবোৰ নকৰিব 🙏🙏🙏

  • @naranathpamehgam5317
    @naranathpamehgam5317 2 ปีที่แล้ว +11

    অসমত যেতিয়ালৈকে BJP চৰকাৰ থাকিব তেতিয়ালৈকে অভিযোগ,বিসংগতি,দুৰ্নীতি শেষ নহয় কেণা লাগিয়েই থাকিব এইটো খাটাং ।

  • @hndekari8011
    @hndekari8011 2 ปีที่แล้ว +3

    বজাৰত ব্যৱসায়ী বিলাকে কাহানিও সঁচা কথা নকয় । একেদৰে, যিসকল ব্যক্তিয়ে ৰাজনীতিক ব্যৱসায় ৰূপে গ্ৰহণ কৰিছে সিবিলাক লোকে কাহানিও সঁচা কথা নকয় । সাম্প্ৰতিক নিযুক্তি কেলেঙ্কাৰীৰ ক্ষেত্ৰতো বহু ৰাজনৈতিক ব্যৱসায়ীযে চৰম মিছাৰ আশ্ৰয় লৈছে যিটো অতিকৈ উদ্বেগজনক । এই উদ্বিগ্নতাৰ অন্ত পৰিব ক'ত??

  • @BikashUrbanKing
    @BikashUrbanKing 2 ปีที่แล้ว +4

    Please ask the government why no cut off marks and individual marks are shown on the result sheet.? How can we know that why we are not selected, and by how much marks I didn't clear the examination.
    2) each and every organization publishes the cutoff marks and individual marks obtained but why the Assam govt never publishes it?
    3) why no Carbon copy is attached with the OMR sheet and no official answer keys are uploaded in the website?
    4) why no online examination is conducted?
    Please ,, raise these questions ,, it's a request..

  • @keshab5730
    @keshab5730 2 ปีที่แล้ว +4

    ক্ষমতাত জোনে নাথাকক কিয় সকলোৰে ৰং একে ... কথা এইটোৱে যে খাটি খোৱা মানুহবোৰে বৰ্তমান সময়ত একোকে আশা কৰিব নোৱাৰে।

  • @mrarupindia111
    @mrarupindia111 2 ปีที่แล้ว +4

    এনেকুৱা অইন নাইনেকি সংবিধানত ,যেনেকৈ ৰাইজে ৰজা পাতে আৰু ৰাইজৰ অনিয়মিত কামকৰিলে পুনৰ আকৌ ৰাইজেই চৰকাৰ খন ভাঙি দিব পৰা অইন নাই নেকি ,কোনোবাক ৰজা পতাৰ পাছত ৰজাই নিজ ইচ্ছা মতে কাম।কৰে ৰাইজ বিপদত পৰে তেতিয়া ৰাইজেই পুনৰ ৰজাক ভাঙিব নোৱাৰনেকি ৰাজত্ত্ব সময়ৰ আগতে।।।

    • @dailytargetswithme
      @dailytargetswithme 2 ปีที่แล้ว

      Ase

    • @priyamtaye7930
      @priyamtaye7930 2 ปีที่แล้ว

      এইটো কাম দুখন সদন মিলিহে কৰিব পাৰে, আমি জনসাধাৰণে নোৱাৰে। জনসাধাৰণে তেতিয়াহে কৰিব পাৰিব যেতিয়া নতুন নিৰ্বাচন অনুষ্ঠিত হয়।

  • @nynmniray1661
    @nynmniray1661 2 ปีที่แล้ว +2

    দিগন্ত কলিতাই কি বুজাব খুজি আছে... কংগ্ৰেছে দোষ বা ভুল কৰিছে আমিও কৰিম। ষ্টুদিওত মাতিলে অলপ যুক্তিৰে কথা কব পৰা মানুহ মাতিব লাগে। ষ্টুডিঅত গাধৰ স্থান কিয়?

  • @azaharulislam2800
    @azaharulislam2800 2 ปีที่แล้ว +8

    Dalal party government

  • @tukheswarpayeng3703
    @tukheswarpayeng3703 2 ปีที่แล้ว +6

    OMR sheet লিখিব নজনা ল'ৰাজন কেনেকৈ পৰীক্ষাত পাছ কৰিব পাৰে ?

  • @oiyaukevlogs2868
    @oiyaukevlogs2868 2 ปีที่แล้ว

    দীগন্ত কলিতা চৰকাৰ খনে ওকা কাগজতো চাকৰি দিব পাৰে, বহুত ভাল

  • @subhashsut2215
    @subhashsut2215 11 หลายเดือนก่อน

    দিগন্ত দায় পৰা মন্তব্য।

  • @Subu_assam
    @Subu_assam 2 ปีที่แล้ว +3

    meaningless katha bilak koi ase diganta kalita i ... rule najane MLA hobo jai ... selection process t teo jorito ase sage

  • @sumpigogoi4908
    @sumpigogoi4908 2 ปีที่แล้ว +3

    ভিক্টৰ দাসে প্ৰমাণ দিব পৰা নাই বুলি পুলিছে মিছা মাতিছে যেন লাগে।

  • @paramanandamili1311
    @paramanandamili1311 2 ปีที่แล้ว +4

    ফুল জাৰিৰ কথা কয় বত্তমানৰ চৰকাৰ ।

  • @surenboruah3241
    @surenboruah3241 2 ปีที่แล้ว +4

    আগ ফালে মাৰো দাং, পিছফালে ধুবংবাং, এনে হৈ আছে

  • @bonomalipegu508
    @bonomalipegu508 2 ปีที่แล้ว +5

    দিগন্ত কলিতা অই ক'ৰ হয়।

  • @madhurjyabora5507
    @madhurjyabora5507 2 ปีที่แล้ว +1

    এইবাৰ পৰা OMR sheet blank কৰি থৈ আহিম। চাকৰি ফিক্স কেলা।

  • @bonomalipegu508
    @bonomalipegu508 2 ปีที่แล้ว +4

    এইবাৰ মই ও কালি omr sheet জমা দিম।চাকৰি পাম।

  • @villagerboy7281
    @villagerboy7281 2 ปีที่แล้ว

    Rassel da we are with you.....

  • @babyphukan607
    @babyphukan607 2 ปีที่แล้ว

    নিকা চৰকাৰৰ বৰ লাজ লগা কথা হৈছে ।

  • @mixvideocreator1265
    @mixvideocreator1265 2 ปีที่แล้ว +5

    Gujurat t aap hoi asea. Axomt Tu besi din nai

  • @mainulhoque8118
    @mainulhoque8118 2 ปีที่แล้ว

    বিজিপিৰ বিধায়কৰ সমষ্টিত যদি ১০ ৰ পৰা ১২ খন মডেল অংগনৱাদী কেন্দ্ৰ হ'ব পাৰে আৰু বিৰোধী বিধায়কৰ সমষ্টিত ১ ৰ পৰা ২ খন মডেল অংগনৱাদী হৈছে চাকৰিৰ ক্ষেত্ৰতো বিজিপিক নিদি বেলেগক দিব নেকি?
    সেই কাৰণেই কৈছে নহয় গাখীৰ গাখীৰ পনী পানী।

  • @lulalu6707
    @lulalu6707 2 ปีที่แล้ว +4

    😂😂😂😂😂😂 ধন কুৱেৰ্ বিজেপি চৰকাৰ বা বা 👍 সছা কথা

  • @amlanbaruah9139
    @amlanbaruah9139 2 ปีที่แล้ว +3

    Amar ex-CM a bhul korile. Ketiau jega dibo nelagisil congress kitak BJP't. aji anekua situation nhoi. Nijor CM post to herabo loga hol.

  • @happyjourneyjeherul7155
    @happyjourneyjeherul7155 2 ปีที่แล้ว +2

    চৰকাৰ তল পৰাৰ সময় হল । বহুত হৈ গল আৰু হবলৈ দিয়া নাযাব।

  • @sourav5100
    @sourav5100 2 ปีที่แล้ว +5

    BJP exposed😂😂😂😂😂😂😂 diganta kalita

  • @nabajitdeka9357
    @nabajitdeka9357 2 ปีที่แล้ว +2

    দিগন্ত এটা বহুবল্কী নেতা।

  • @premadhorchungkrang3742
    @premadhorchungkrang3742 2 ปีที่แล้ว +3

    উৎকোচ দি চাকৰী লোৱাৰ উজ্জ্বল উদাহৰণ ! ইমানখিনি তথ্য দিয়াৰ পাছতো চৰকাৰ তথা বিভাগে কোনোধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ আঁৰত কি আছিল ?? আমাৰ দাবী এই কেলেংকাৰিত জড়িত দুৰ্নীতিগ্ৰস্ত লোকসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ন্যায় প্ৰদান কৰক !

  • @bishalsarma5306
    @bishalsarma5306 2 ปีที่แล้ว

    দিগন্ত কলিতা ঠিকেই কৈছে ভাল লাগিল জানি
    এই geda দুটাই যুক্তি দিবই নাজানে দেখোন কৰ পৰা আহিছে😂😂

  • @dhanjitnicetshirtbaniya7506
    @dhanjitnicetshirtbaniya7506 2 ปีที่แล้ว +1

    Nxt bar amar ghrr 10 ta vote bjp npai ai2 full nd final

  • @sofiqdevofficial9652
    @sofiqdevofficial9652 2 ปีที่แล้ว

    Rassel bhai we are with you....we like your conversation 👍

  • @munasarma4525
    @munasarma4525 2 ปีที่แล้ว +3

    Digonta kalitar mining less ktha

  • @lakhyeswarborah614
    @lakhyeswarborah614 2 ปีที่แล้ว

    ৰাচেল হুচেইন । ধন্যবাদ জনাইছোঁ ।

  • @tayyeburrahman7362
    @tayyeburrahman7362 2 ปีที่แล้ว +1

    In Bihar unemployment is a great problem so used blank answer script and got job.

  • @axomiyacalmboy2391
    @axomiyacalmboy2391 2 ปีที่แล้ว +3

    All politicians are khesera,,,,,, Tej huhi khua Bose....

  • @lakhyeswarborah614
    @lakhyeswarborah614 2 ปีที่แล้ว

    এই কলিতা বোলাজন কাৰ পক্ষত কথা কবলৈ ভাগ লৈছে ? চৰকাৰৰ বিষয়ে সুধা প্ৰশ্নবোৰ উওৰ দিব নোৱাৰিলে ভাগ লোৱাৰ অৰ্থ কি? আপোনালোকৰ কথাৰহে উত্তৰ!পুলিচে দিব ।

  • @buddhabaro3846
    @buddhabaro3846 2 ปีที่แล้ว

    100% khelimeli......

  • @7gc970
    @7gc970 2 ปีที่แล้ว

    লক্ষিমপুৰৰ ৰিজাল্ট কথাতু মিছাৰ পৰিক্ষকে
    সকলো কথা কলে । পমান কোনোৱে দিবৰ পৰাৰ নাই । জাতিয় বিদ্যালয় পাৰভেট ইস্কুল হয় নে নহয় ।

    • @mylife-eg7rh
      @mylife-eg7rh 2 ปีที่แล้ว

      Oi moi eyare sob bjp r manuhe paise

  • @pankajaxom8521
    @pankajaxom8521 2 ปีที่แล้ว +3

    BJP ako vote dim, akow privete international school khulam

  • @subhashsut2215
    @subhashsut2215 11 หลายเดือนก่อน

    এই খন চৰকাৰ কি ভাল কাম কৰিছে? খালি কৰ কৰ আচঁনি , আচঁনি। কোন টো কাম সফল হোৱা দেখিছে ?

  • @deeprajbongshi9798
    @deeprajbongshi9798 2 ปีที่แล้ว

    ভাস্কৰ জতী মহন্ত ই অলপ চাব পাৰে

  • @bishalsarma5306
    @bishalsarma5306 2 ปีที่แล้ว

    ঋতু শৰ্মা এনেই বহি আছে দেখোন সাংবাদিকত বাদ দি ঘৰত খেতি নকৰে কিয়😂😂 কি কথা কি চলি আছে সি নিজেই গম পোৱা নাই 😂

  • @dipakkalita7034
    @dipakkalita7034 2 ปีที่แล้ว +1

    লাজ লাগে ।

  • @villageboy521
    @villageboy521 2 ปีที่แล้ว +2

    Diganta Bola jonk parile tar pora uthay ghoroloi pothai diok , MLA hoi ki pagol r nicina kotha koiase

  • @happyjourneyjeherul7155
    @happyjourneyjeherul7155 2 ปีที่แล้ว

    হাঃল্লা কৰিলেই সমাধান নহয় ।

  • @villageboy521
    @villageboy521 2 ปีที่แล้ว +2

    Diganta dom ase jdi answer diok to the point

  • @kornokumardoley1514
    @kornokumardoley1514 2 ปีที่แล้ว +3

    লজ্জা জনক কথা।

    • @paramanandamili1311
      @paramanandamili1311 2 ปีที่แล้ว +1

      ফুল জাৰিৰ কথা কয় চৰকাৰ।

  • @dhanjitnicetshirtbaniya7506
    @dhanjitnicetshirtbaniya7506 2 ปีที่แล้ว

    Kejriwal jdi assam r cm hl hoi

  • @rabendas3841
    @rabendas3841 2 ปีที่แล้ว

    xokolo olai ahibo lage Viktor das r krne. .. anekwa sorkar nlge ru amak next bar

  • @rituldas1374
    @rituldas1374 2 ปีที่แล้ว +3

    Sorkari parti sop dalal

  • @anujgupit4086
    @anujgupit4086 2 ปีที่แล้ว +3

    Already sakori ata aasei.. tar uporiu aru ata lage... Ami atar karone mori aasu

  • @chittaranjanboruah93
    @chittaranjanboruah93 2 ปีที่แล้ว +1

    Dalal party zindabad

  • @dassunil1864
    @dassunil1864 2 ปีที่แล้ว

    BJP go back

  • @Dhruba631
    @Dhruba631 2 ปีที่แล้ว +1

    Post bur BJP govt e booking kori rakhise, nohole kono todonto nuluake misa ovijug di sadharon manuh burok jailot vorai rakhise kio

  • @gitadeka5947
    @gitadeka5947 2 ปีที่แล้ว +1

    100 jalukbar samasti basi sakari Pai.

  • @dileepb1920
    @dileepb1920 2 ปีที่แล้ว

    Diganta kalita new b j p he bises kotha sudhile ulot palot hoboi

  • @nirentamuli9512
    @nirentamuli9512 2 ปีที่แล้ว +1

    Uka omr joma dia manei bujibo teu sakori kini rakhise...

  • @bbbb-uw2ek
    @bbbb-uw2ek 2 ปีที่แล้ว

    Lmch result সঠিক তদন্ত হব লগা অনুৰোধ জনালোঁ।

  • @minutpal3025
    @minutpal3025 2 ปีที่แล้ว

    Eibar PRA blank OMR D dim Mama vorai dbo apuni moi Google pay kri dim

  • @nozmulhoque7331
    @nozmulhoque7331 2 ปีที่แล้ว +1

    Health departmentot bahiror stater lorai besi chakorir pai

  • @ronjitkolita3279
    @ronjitkolita3279 2 ปีที่แล้ว +1

    ছাগলীটোৱে এনেই বেবাই আছে।

  • @sanjoysaikia5594
    @sanjoysaikia5594 2 ปีที่แล้ว

    Diganta kolita ghenta kotha koise apuni...moiu exam disu Lakhimpur madical college r...ki hoise aibur

  • @minutpal3025
    @minutpal3025 2 ปีที่แล้ว

    Agote e parile Hoi eibar nuare htu koise Kalita sir a😂😂😂😂😂

  • @ajitdas2618
    @ajitdas2618 2 ปีที่แล้ว +1

    Buhut kobo mn jai but kobo voi lge jodi jelt vorai diya moio porikha desilu kintu kot pam sakori emn durniti

  • @pabindas6525
    @pabindas6525 2 ปีที่แล้ว

    DGP ye pithi Fali diya lathi dal bisarise powa nai

  • @mainaborah6035
    @mainaborah6035 2 ปีที่แล้ว

    Negative bhabiboloi kune baidha Koraise Baru...jonabo neki.....

  • @squadgamingzone2913
    @squadgamingzone2913 ปีที่แล้ว

    বেলেগ কৰা নাপাতি ।পইন বিলাক পাতিব লাগে ।সামাধান কৰাত আলোচনা কৰিলে ভাল ।

  • @bijoysonowal9206
    @bijoysonowal9206 2 ปีที่แล้ว

    Moja bjp pokorot bag virago lag

  • @gaurangaborah2502
    @gaurangaborah2502 2 ปีที่แล้ว

    Cm sir or popularity komi gol ata stong step lobo lagisil.

  • @minutpal3025
    @minutpal3025 2 ปีที่แล้ว

    BJP Gundaraaj

  • @mostafaahmed6249
    @mostafaahmed6249 2 ปีที่แล้ว

    Rasel hossain.. Thikei koise.. Himonto acholei 2 mukhiya choritrar manuh

  • @dhanjitnicetshirtbaniya7506
    @dhanjitnicetshirtbaniya7506 2 ปีที่แล้ว

    Jalukbari khomostit bht sakori dse mamai mama jtya cng kri asl sokur agt dekhsu bht age hwa manuhe sakori paise kin2 saibor manuhe kunudin sakorir exm dya gme nplu knke ple saibor manuhe taku health depertment t

  • @manashpathak9754
    @manashpathak9754 2 ปีที่แล้ว

    Election homoyt gm pabo BJP

    • @Letspractice-tl4jx
      @Letspractice-tl4jx 2 ปีที่แล้ว

      Aku nai ami hildol bangi bjp vote dim

    • @bishalsarma5306
      @bishalsarma5306 2 ปีที่แล้ว

      ​@@Letspractice-tl4jx দিম নহয় দিম

  • @prasantamili2254
    @prasantamili2254 2 ปีที่แล้ว

    OMR Sheet kali joma diya jn kenekoi passed krile Question Ahi pore

  • @himashreetalukdar4532
    @himashreetalukdar4532 2 ปีที่แล้ว +1

    Agor kotha bad diyok he. Apunalokor rajnirit kotha atia bad Diok atia ki hbo. Sakorir khetrot

  • @rajurabha9903
    @rajurabha9903 2 ปีที่แล้ว

    Hoi juwa porikha bur...cansel Kori notun koi exam conduct koribo lage ....re exam hob lage

  • @iamindian4948
    @iamindian4948 2 ปีที่แล้ว

    Diganta kalitai ki boki ase

  • @binapanikoch1689
    @binapanikoch1689 2 ปีที่แล้ว +1

    Sakori Bahiror manuhok diok, asomor lorai....hatot ki lobo lagibo pen ne ankibo....?

  • @mjdofficial4337
    @mjdofficial4337 2 ปีที่แล้ว

    Hahihe uthise eibur huni ..

  • @sahidulkalam6921
    @sahidulkalam6921 2 ปีที่แล้ว

    OMR sheet fill karib noara larai pass karise....... hy re 😷😷😷😝😝

  • @ratanpatar5445
    @ratanpatar5445 2 ปีที่แล้ว

    Omr sheet blank dia manei tar uprr mal ase..pist answer correct kri di result dib sakoritu pab....bahire Rongsongiya vitori beleg...

  • @hirakdeka1903
    @hirakdeka1903 2 ปีที่แล้ว

    Bad dia ha diganta kalita apunar ganatantrik dakh

  • @dilipboruah418
    @dilipboruah418 2 ปีที่แล้ว

    Ki uttar dise Diganta kolita-re

  • @janerdan1961
    @janerdan1961 2 ปีที่แล้ว

    Kun haikita nika aru swacha ktha gai thoka adhos kita...

  • @nondeswarkaman5230
    @nondeswarkaman5230 2 ปีที่แล้ว

    Hman Hahokh ase Jodi ssc r nisinakoi cbt krok kam nai bjp

  • @rajdeeppayengofficial6095
    @rajdeeppayengofficial6095 ปีที่แล้ว

    Diganta dangriya apunar kotatu kam nai

  • @sourav5100
    @sourav5100 2 ปีที่แล้ว

    Diganta kalita ago loi prepared hoi ahi Bo🤣🤣🤣🤣🤣🤣🤣🤣😁😁😁

  • @bivash121
    @bivash121 2 ปีที่แล้ว

    Thana hickort gole ako kam nohoy....sob sorkaror hator muthit...ji koribo lage ami sokolowe ak got hoi koribo lagibo

  • @truthoflife4477
    @truthoflife4477 2 ปีที่แล้ว +1

    মিঞা ৰাজনীতি,মিঞাই হিমন্ত ক ও হেমন্ত লিখা কৰিলে 🏇🏇🏇🏇🏇😂😂

    • @nowabjeherul476
      @nowabjeherul476 2 ปีที่แล้ว

      Johora kela toi Miya Miya kori Mori jha.anamiya baipe hate kora durniti toi dekha nai kutta.bjp r gobor khowa jaat toi.muti disi khai thaak.

  • @bhabeshpegu8479
    @bhabeshpegu8479 2 ปีที่แล้ว +2

    Kam nai heijon

  • @lakhyajitnath2540
    @lakhyajitnath2540 2 ปีที่แล้ว

    Eijonr ghori2 ki hl o

  • @TasikIslam1
    @TasikIslam1 2 ปีที่แล้ว

    axom t sakorir babe porikkha holei eibilak gondogul kio hoi beh 😅 dhei... nidiu e aru assam govt job

  • @Rubulbaro-o8k
    @Rubulbaro-o8k 2 ปีที่แล้ว

    Aru ki proof lage Diganta kalita dang oria...

  • @ujitdoley4415
    @ujitdoley4415 2 ปีที่แล้ว +1

    Sir Moi ata kotha nejanu jonosadharon besi gurutto purn ne ain besi gurutto purno ,please reply

  • @kishorkumar5759
    @kishorkumar5759 2 ปีที่แล้ว

    sakori di e ase 2 nombri ..golr siyar siyori siyri nika buli koi lav nai 🙏🙏🙏emn bosor sakorir intrvu di borbad korlu poisa balt ..ghina koru aiblk neta montrk ..