Priyanka Saikia Nagara Naam।। এটি সম্পূৰ্ণ আৰু জনপ্ৰিয় নাগাৰা নাম।।

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 ก.ย. 2024
  • নমস্কাৰ 🙏🙏
    আপোনালোক সকলোকে মোৰ এই Pranab Entertainment TH-cam Channel টো লৈ ভক্তিভৰা স্বাগতম জনালোঁ।।
    আশাকৰোঁ আপোনালোকে মোক আগৰ দৰেই মৰম স্নেহ প্ৰদান কৰিব।। আৰু এই Video টোৰ লগতে পুৰুষ/মহিলা পাঠক জনকো মৰম আৰু আশিৰ্বাদ কৰিব।।
    তাৰে কামনাৰে এই Video টো আপোনাসৱৰ মাজলৈ পঠিয়ালো।। কৃষ্ণ ।। 🙏🙏🙏🙏🙏
    #প্ৰিয়ংকা_শইকীয়া। #Priyanka_Saikia।।
    #Pranab_Entertainment
    #Nagara Naam ।।
    "ধন্যবাদেৰে"
    ----- Pranab Entertainment --------
    🙏🙏 জয় আই অসম 🙏🙏
    Facebook👉👉👉 www.facebook.c...

ความคิดเห็น • 19

  • @anilpathak6954
    @anilpathak6954 5 วันที่ผ่านมา +1

    অপূৰ্ব । নাগৰুৰ বাজনা অতুলনীয় । পাঠকৰ কথা সুৰ আৰু ভঙ্গিমাৰ সুন্দৰ সমাহাৰ। পাঠকক ইতিমধ্যে ৰাইজে আদৰি লৈছেই । অসমীয়াৰ মান নাগাৰা নামক বহুদুৰলৈ আগবঢ়াই নিবলৈ দলটিক ভগৱানে শক্তি প্ৰদান কৰাৰ মানস কৰি সেৱা ধৰিছো।
    অ হৰি অ ৰাম ।

  • @user-hc7vb4te3n
    @user-hc7vb4te3n 3 หลายเดือนก่อน +9

    nise ba😊😊😊

  • @Ashim.Rajbongshi
    @Ashim.Rajbongshi 8 วันที่ผ่านมา +3

    Nise video❤

    • @DhurbojotiMedhi
      @DhurbojotiMedhi 5 วันที่ผ่านมา +1

      ❤❤❤🎉😢🎨🎨🎨🎨🎨🎨🎨🎨

    • @DhurbojotiMedhi
      @DhurbojotiMedhi 5 วันที่ผ่านมา

      ♥️♥️🍞🍞🍞🍞🍞🍞♥️♥️♥️♥️♥️🍞🍞

  • @haliramdas4543
    @haliramdas4543 3 หลายเดือนก่อน +6

    কণ্ঠ অতি সুন্দৰ।

  • @dilipchandrabhattacharjya1879
    @dilipchandrabhattacharjya1879 2 หลายเดือนก่อน +2

    Very good

  • @danceforeveryone3836
    @danceforeveryone3836 2 หลายเดือนก่อน +3

    Priyanka bhni bahut nam gala aagoli aag bari joya

  • @Krishnavlogs990
    @Krishnavlogs990 4 หลายเดือนก่อน +6

    Sundar haise

  • @neneuiuui4999
    @neneuiuui4999 6 หลายเดือนก่อน +2

    Same tu same guru Mahesh da r dare gaisa vl lgise,kisumane tan tan diha bor Ari Ari jap Mari Mari gai,tq %dipankar Deka

  • @champasaharia9767
    @champasaharia9767 6 หลายเดือนก่อน +5

    Good 😊

  • @DabojitBbb-ns6no
    @DabojitBbb-ns6no หลายเดือนก่อน

    Bhantyr naam xundor hoise

  • @RamchandraKalita-by4zo
    @RamchandraKalita-by4zo 2 หลายเดือนก่อน

    বহুত ভাল লাগিছে ,আপোনাৰ পৰিবেশন চাই । সুন্দৰ অভিনয় সুললিত কণ্ঠ, উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।আগ বাঢ়ি যাওক । কিন্তু কৰিশমাক অনুসৰণ নকৰিবা । আপোনাৰ নিচিনা শিল্পী য়ে নাগাৰা নামক নতুন মাত্ৰা দিব পাৰিব ।

  • @nivapatgiri9467
    @nivapatgiri9467 8 วันที่ผ่านมา +1

    53:41

  • @digantathakuria774
    @digantathakuria774 5 หลายเดือนก่อน +2

    Party r contact no.ase neki

  • @upenchnath4166
    @upenchnath4166 6 หลายเดือนก่อน +7

    Prionka bhani utopat tomar pholl nam diba

  • @NipurBaishya
    @NipurBaishya หลายเดือนก่อน +1

    Contek nubr2 lagisil Pam Niki

  • @paragk7186
    @paragk7186 6 หลายเดือนก่อน +1

    Mahesh deka sir nisina hoa nai

  • @SoilenHaloi
    @SoilenHaloi 5 หลายเดือนก่อน +3

    Very good