জাপানৰ পৰা পোনে পোনে ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ม.ค. 2025

ความคิดเห็น • 28

  • @arundeori8142
    @arundeori8142 วันที่ผ่านมา

    Mama jindabad 💯💯💯❤❤❤ অসম দেশৰ মামা জিন্দাবাদ 💯💯💯❤💯❤ মামা জিন্দাবাদ

  • @ilovemyassam2447
    @ilovemyassam2447 วันที่ผ่านมา

    অসমৰ বহুত ধৰণৰ সম্ভাৱনা আছে, কিন্তু সকলো ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ দুৰ্নীতি নিম্নতম স্তৰত নামিবলৈ লাগিব।যি স্থানীয় নেতা স্থানীয় লোকৰ প্ৰয়োজনীয় দাবী উত্থাপন কৰিব নোৱাৰে, সেইসকল নেতা নহয়। সিহঁত লোভী মানুহ।
    আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ প্ৰয়োজনীয় দাবীসমূহ সঠিকভাৱে কৰিব নোৱাৰোঁ, সেয়েহে আমি আন ৰাজ্যসমূহৰ পৰা পিছ পৰি আছোঁ

  • @ilovemyassam2447
    @ilovemyassam2447 วันที่ผ่านมา

    অসমত প্ৰায় ৮০ লাখ ভূমিপুত্ৰ অসমীয়া দাৰিদ্ৰ্যসীমাৰ তলত বাস কৰি আছে। বিশেষকৈ অসমীয়াখিলঞ্জীয়া OBC, General ভূমিপুত্ৰ অসমীয়া জনগোষ্ঠী দাৰিদ্ৰ্যসীমাৰ সীমা তথা প্ৰতিযোগিতাৰ আওতাত পৰে, য’ত এই প্ৰতিযোগিতা অত্যন্ত কঠিন। দুখীয়া আৰু শিক্ষিত অসমীয়া ভূমিপুত্ৰ OBC, General অসমীয়া ভূমিপুত্ৰ জনগোষ্ঠীৰ বাবে এই কঠিন প্ৰতিযোগিতাত জঁপিয়াই উঠা সহজ কথা নহয়। এনে পৰিস্থিতিত শিক্ষাৰ সুবিধা তথা প্ৰশিক্ষণ লাভ কৰাও তেওঁলোকৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।
    অসমীয়াখিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ ল’ব লাগিব। বিশেষকৈ,
    দাৰিদ্ৰ্যসীমাৰ বিষয়ত সংৰক্ষণৰ সীমা বঢ়োৱা,
    বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা,
    ব্যৱসায়িক প্ৰশিক্ষণ আৰু উৎসাহ দিয়া,
    সুৰক্ষিত কৰ্মসংস্থাপনৰ পথ প্ৰসাৰণ কৰা,
    এই সকলোবোৰ অত্যন্ত প্ৰয়োজনীয়।
    বৰ্তমান পৰিস্থিতিত অসমীয়াখিলঞ্জীয়া ভূমিপুত্ৰ OBC জনগোষ্ঠীৰ মাজত প্ৰায় ৫০ লাখ লোকৰ কোনো নিজা ব্যৱসায় নাই। তেওঁলোকৰ এক বৃহৎ অংশ মজবুৰীত প্ৰাইভেট চাকৰি কৰি জীৱন নির্বাহ কৰিছে। আনহাতে, ST আৰু SC জনগোষ্ঠী বহু সুবিধা লাভ কৰিছে, কিন্তু অসমীয়া ভূমিপুত্ৰ OBC, General ভূমিপুত্ৰ অসমীয়াকলক এই ধৰণৰ সুবিধা সোনকালে প্ৰদান কৰা হোৱা নাই। এনে অৱস্থাত, বছৰি ২ লাখৰ পৰা ৩ লাখ পৰ্যন্ত আয় থকা শিক্ষিত অসমীয়াখিলঞ্জীয়া ভূমিপুত্ৰৰ পৰিয়াল বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা অত্যন্ত প্ৰয়োজন।
    আমাক চাকৰি লাগে, আমাক ব্যৱসায়ৰ সুবিধা লাগে। যদি এই বিষয়ত তৎক্ষণাত কোনো ব্যবস্থা গ্ৰহণ কৰক।
    অসমীয়াখিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ নিশ্চিত কৰক

  • @ilovemyassam2447
    @ilovemyassam2447 วันที่ผ่านมา

    অসমত ৰাজ্যৰ বাহিৰৰ পৰা যথেষ্ট সংখ্যক ব্যৱসায়ী আছে, আৰু স্থানীয় অৰ্থনীতি সুনিশ্চিত কৰিবলৈ তেওঁলোকৰ উপস্থিতি নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন। চৰকাৰে এই ব্যৱসায়ীসকলৰ সৈতে অৰ্থপূৰ্ণ আলোচনাত মিলিত হ’ব লাগে যাতে তেওঁলোকৰ কাৰ্য্যকলাপ আৰু স্থানীয় জনসাধাৰণৰ স্বাৰ্থৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰি। কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগে যে তেওঁলোকে অসমৰ অৰ্থনীতিত প্ৰকৃততে অৰিহণা যোগায় আৰু ৰাজ্যৰ উপকাৰিতাৰ নীতি মানি চলিব লাগে। তদুপৰি এই ব্যৱসায়ীসকলে প্ৰদান কৰা সামগ্ৰী আৰু সামগ্ৰীৰ মূল্য পুনৰীক্ষণ আৰু সালসলনি কৰি স্থানীয় জনসাধাৰণৰ বাবে সুলভ হোৱাটো নিশ্চিত কৰিব লাগে। অসম এখন ধনী ৰাজ্য নহয়, ইয়াত চলি থকা ব্যৱসায়ীসকলে অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, উচিত মূল্য আগবঢ়াব লাগিব আৰু অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত সহায় কৰিব লাগিব। প্ৰতিটো ব্যৱসায়িক মঞ্চই অসমৰ আৰ্থ-সামাজিক বাস্তৱতাৰ প্ৰতি সংবেদনশীলতাৰে কাম কৰিব লাগে

  • @SirajNath
    @SirajNath วันที่ผ่านมา

    BJP Jindabad ❤❤❤❤❤❤

  • @manashsharma7382
    @manashsharma7382 วันที่ผ่านมา +3

    3 dina Japan🇯🇵 aru Korea advantage 2 meeting kori aji Japan pora mama Dibrugarh ahi pale biyali 4.30 bojat 5 ta bojat Dibrugarh bakhi raijor karon bahut val khobor Thik a koise sakti mantri prakhanta phukan sir a Dibrugarht 76 Republic day flag🚩 host koribo val laghile Kotkotya nirapakta koto oko nohoy santi alosona kora passot juwa bosor o ana Urabatori disile vale vale xoy jaok Republic day great c M of Assam Dr Hemanta Biswa sarma sir all time favourite😍 and always best for ever everyone God blessed always and best wishes for future🔮 endeavours❤❤ 🙏love from Tezpur 🙏❤😍😊good news📰🙏 ❤❤😍😊

  • @DibyajyotiNath-g7r
    @DibyajyotiNath-g7r วันที่ผ่านมา +1

    বিজেপি❤❤❤🎉

  • @kaushikborah321
    @kaushikborah321 วันที่ผ่านมา +3

    BJP sorkar jindabad

  • @enushkulalung8138
    @enushkulalung8138 วันที่ผ่านมา +1

    Hundor

  • @ronuzdosts3002
    @ronuzdosts3002 วันที่ผ่านมา

    Great CM of Assam.

  • @tapanjitdeka800
    @tapanjitdeka800 วันที่ผ่านมา +1

    ❤❤❤❤

  • @manashsharma7382
    @manashsharma7382 วันที่ผ่านมา

    Juwa bosor mama 75 Republic day Guwahati judge👨‍⚖️ fieldot flag🚩 hosting korisile Guwahati te koribo lagisile flag🚩 hosting 15 Augustat Guwahati flag🚩 host koribo agote koisile Secretariat office notun office haikarone iat koribo Guwahati Akhomor Governor Lakshman prasaad Aacharya koribo Thik a asse 🙏🙏❤😍😊😊❤

  • @dasdas449
    @dasdas449 วันที่ผ่านมา +1

    Gahori bilak o kunba company k dile aru baki ki thakil😂😂😂 . BJP VAL BULI BHABI ASILU KINTU ,,,,

  • @LakshmanDas-y7t
    @LakshmanDas-y7t วันที่ผ่านมา

    Moi saikel solai asilo,pisot byke palo,keidin pisot 4 saka palo,moi kam kori thoka mor malik jone mok eman subidha dile,moi to teor gun gaboi lagibo,teu ji nohok,moi politicks beya paw

  • @lulusaikia6038
    @lulusaikia6038 วันที่ผ่านมา

    School mother post khini regular korok.

  • @montulahon6692
    @montulahon6692 วันที่ผ่านมา

    Lurin kokai loi voi 😂😂 heikrne ahisa

  • @unseenwarrior9680
    @unseenwarrior9680 วันที่ผ่านมา +5

    Telia phukan.piaj mala pindhok

    • @guyt-k1x
      @guyt-k1x วันที่ผ่านมา

      😂

  • @PujaBarman-fh7sk
    @PujaBarman-fh7sk วันที่ผ่านมา +2

    Pahar vange ahese nki

  • @AbhijitChutia-q6y
    @AbhijitChutia-q6y วันที่ผ่านมา +1

    অসমৰ মিচলিয়া cm,, কলং ক cm

    • @manashsharma7382
      @manashsharma7382 วันที่ผ่านมา

      Apni ki xosa mama Misoliya jodi duplicate mama 😂😂