All our Congress MPs are very intelligent, qualified and rightly pointed out the problems of the Northeast region for which the people of this region are facing the same problems year after year. But, the government of India did not address them at all to solve the problems.
If Meera Borthakur be present..another good lessons be heard here.But our bad luck she was not sent by Guwahati people.Thanks to Pradyut Bordoloi and Rokibul Hussain
Lots of thanks to all of them who have been raised the specific point of Assam... thought It is not a saying case that by whom or by in which medium the point has been raised. Honarable members can raise their points in any recognise language which has been approved through the 22 schedule in constitution . Even each of the members has individually a language translator so that they can understand . Srimaan choudhary sir has been emphasized for the permanent solution of this issue.. Srimaan raki sir who introduced brahmaputra with the specific identity that the critical formation of brahmaputra which is genuinely different from the other rivers of India Srimaan bordoloi sir who has been explained all the metter clearly. We should be thankfully grateful to all...
লোকসভা অধিবেশনত দুয়ো জন কংগ্ৰেছ সাংসদৰ অতি সুন্দৰ যুক্তি প্ৰদৰ্শন,,, ধন্যবাদ থাকিল দুয়ো জনলৈ।
.
...
দুয়োজন MP লৈ বহুত বহুত ধন্যবাদ জনালো ।
অনাগত দিনত আৰু অধিক বিষয়ত মাতমাতিব আশা কৰিলোঁ ।
দুয়ো জন সন্মানীয় সাংসদক আন্তৰিকতাৰে শ্ৰদ্ধা জনাইছোঁ!
সুন্দৰ এনেদৰে আসাম আৰু অসমীয়াৰ বাবে মাত মাতি যাওক ৰাইজ আপোনাৰ লগত আছে।
সুন্দৰ দুইজনলৈ ধন্যবাদ।।।।। জাক জাক শিয়াল তকৈ 3 জন সিংহই যতেষ্ঠ,,bjp ভোট শুপাত কৈ 3জন এই যথেষ্ট
ধন্যবাদ জনাইছো ৰকিবুল ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া । অসমৰ জলন্ত সমস্যাৰ বিষয়ে মাত মাতক ।
Respected,Rakibul & Pradut Dangoria many, many thanks ❤❤❤❤❤❤❤❤❤❤
দুই কংগ্ৰেছ সাংসদলৈ অশেষ ধন্যবাদ।
Sir..we..are..proud..Congres..
M.p.of..Assam...Bhal..Lagese.
ৰকিবুল হুছেইন জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ
We feel proud for Pradut Bordoloi how beautifully explained everything in English. .
সুন্দৰ যুক্তি পূৰ্ণ ছাৰ দুযোজনক অশেষ ধণ্যবাদ জনাইছো ৷
Pride of Assam, Great sir
Thanks ,
Congress Zindabad
Great 👍
Very nice issues for valuable speeches about Assam and also N. E.
The speech of the honorable MP, Pradyut Bardoloi I liked very much
দুইজন নেতা ই ভাল থকা কৈছে।অসমৰ কাৰনে।
Thank you Rakibul sb, very good and very nice.🎉
Pride of Assam.... love from Jorhat..
Lots of thanks both of the MP 🙏
Voice of অসম।
জয় আই অসম। 💚
আমি অসমৰ অসমীয়া জেতীয়ালৈকে জীয়াই আছোঁ আমি অসম বাসীয়ে অসমীয়া গিৰী দেখুৱাই যাম!
দুয়োজন চাৰলৈ ধন্যবাদ ।
All our Congress MPs are very intelligent, qualified and rightly pointed out the problems of the Northeast region for which the people of this region are facing the same problems year after year. But, the government of India did not address them at all to solve the problems.
বিজুলী কলিতা মেধিয়ে ইয়াত ডাঙৰ ডাঙৰ কথা কৈছিল নহয় তাত কিয় দেখা নাই।
তেখেতে স্মৃতি ইৰাণীৰ ঘৰত শুই আছে চাগে" !!!!!!!!!!!
Amar bijoli kolita asene nai
বতৰ বেছি baeya হলে বিজুলী মাৰিব
সুন্দৰ ভাষন
ৰকিবুল আৰু প্ৰদ্যুৎ বৰদলৈ লৈ ধন্যবাদ । বিজেপি কেইজনে দেখোন টোপনি মাৰি আছে। এজনে অসমীয়াতে ভাষণ দিলে । কোনে কি বুজি পাব বাৰু। গৰুৰ আগত টোকাৰী বজোৱাৰ দৰে। হেইজনে অসমক লজ্জিতহে কৰিলে।
Translate hoi jai pisot
Sukur Ali english 😅😅
সংসদত অসমীয়া ক'লে অসমৰ নাক কটা যায় নেকি?হে হৰি কি ধৰণৰ যে মানসিকতা।
Excellent Speech Rokibul and prydut bordoloi
বিজেপি, গৰু, কেইটা, কত, আছে, দেখা, নাই, জে
চৰকাৰৰ লগত দৰদাম কৰি আছে 😎😎😎😎😎😎😎😎😎😎😎😎😎
BJP r garu ketak gha khabo ari dise
দুয়োজনালৈ ধন্যবাদ থাকিল 🙏🙏🙏🙏
Thankyou cong gres m p
বি জে পি সংহদ কেইজনে হিকক ।নিৰবে বহি থাকিবলৈ পথোৱা নাই জনতাই।
BJP sansad keijone hol school porha ekebare eko najana students bilakor dore ,time t jabo sup sap bohi thakibo aru suti hole gusi ahibo😂😂😂
বিছ বছৰ জুৰি এই সমস্যা হৈ আছে, কংগ্ৰেছ দিনতে সমাধান নহল। এতিয়া বিজেপিক দোষ দিব।
কিন্তু দুয়ো জনকে বহুত বহুত ধন্যবাদ দিছোঁ
Best of luck for both MP of Assam
Good speak 🎉
বাকিবোৰ শুই থকা শিয়াল
ভুকা কুকুৰৰ মুখত ঘা বোলা কথা এষাৰ আছে। অভিজিৎ গাংগুলিয়ে এজনৰ মুখত ঘা কৰি দিছে কেই দিন মানৰ আগত। দিল্লিীত ভুকা ভুকভুকনিৰ শব্দ বোৰে অসম মুলুকত এচাম লোকৰ মাজত হৈ চৈ সৃষ্টি কৰি দিয়ে। পিছে সব ফুতোকাৰ ফেন। একো কাম নাই। 😂😂😂😂😂😂🎉🎉🎉🎉
Val kota koise
আৰে কংগ্ৰেছদলৰ দলৰ ওপৰ মাল হয়। ধন্য ধন্য বৰদলৈ ডাঙৰীয়া ৰকীদা। জয় কংগ্ৰেছ।
Excellent speech Pradyut Bordoloi and rakibul Hussain sir
দুয়োজনলৈ ধনয়বাদ
Pradyut Bordoloi such an amazing orator 😊
Very well speech both of them ❤❤❤
অভিনন্দন জনালোঁ |
I Salute both of you ❤❤❤
দুয়োজন সাংসদলৈ আন্তৰিক শ্ৰদ্ধা জনালোঁ।
Good step🇮🇳👍
ধন্যবাদ জ্ঞাপন কৰিলো দুয়োজন অসমীয়া সাংসদক। ।🙏🙏
If Meera Borthakur be present..another good lessons be heard here.But our bad luck she was not sent by Guwahati people.Thanks to Pradyut Bordoloi and Rokibul Hussain
We are unlucky to have failed in electing Meera Borthakur.
Thanks to Rakibul Hussain &Pradyut Bordoloi .
Thank you rekebul Hussain p.bardaley .
দুয়োজনলৈ ধন্যবাদ।
Thanks the two MP for their strong argument and taking a permanent solution.
বানপানী আৰু গৰাখহণীয়া কামসমূহ হয়তো বিজেপিয়েহে কৰিব পাৰিব বুলি তেখেতসকলে বিশ্বাস কৰিছে যেন লাগিছে। ভাল বক্তব্য।
very good
Very good speech 👍🏻
দুয়োজনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Bahut sundar ati sundar beautiful 😍 MojjjjjjjjjjjjjjjjjjjjjjA 👌 Congress jeendabad Rahul Gandhi jeendabad 🇹🇯🔥 👌
দুয়ো কংগ্ৰেছ সাংসদ ডাঙৰীয়া প্ৰতি আমি হুখি
বি জে পি ৰ কেইটা ক'ত বা মস্তি কৰি আছে।
শুকুৰ ফুষন চৌধুৰীৰ ভাষণতোলৈ মনত পৰি যায়
Phoni bhushan lecture to sabo
Fonir dush nohoi aamar dish
Lots of thanks to all of them who have been raised the specific point of Assam... thought It is not a saying case that by whom or by in which medium the point has been raised. Honarable members can raise their points in any recognise language which has been approved through the 22 schedule in constitution . Even each of the members has individually a language translator so that they can understand . Srimaan choudhary sir has been emphasized for the permanent solution of this issue..
Srimaan raki sir who introduced brahmaputra with the specific identity that the critical formation of brahmaputra which is genuinely different from the other rivers of India
Srimaan bordoloi sir who has been explained all the metter clearly. We should be thankfully grateful to all...
😂😂
Good speak
Thanks for raising the core problems of the state in the LS.
Hundor upastapon.
Before 2024,,only Gourav gogoi did the MP Duty,,,now we have three from Assam n 2 from Manipur❤
বহুত ভাল খবৰ...
❤ good
Very important for our country like these persons
বাকি বোৰে কি কৰিলে।
বাকীবোৰ সাংসদে চৰকাৰৰ লগত দৰদাম (bargaining) কৰি আছে, কেনেকৈ বেংক বেলেঞ্চ বঢ়াব পাৰে !!!! 😎😎😎😎😎😎😎😎😎😎😎😎😎
দুয়োজন সা্ংসদক ধন্যবাদ জনালো ৷
দুয়ো জন অসমৰ সম্পদ হয়। 🎉🎉🎉
Thank you both mp
দুয়ো জনলৈ (সাংসদ দুজন) মোৰ আন্তৰিক অভিনন্দন থাকিলে
Good job🎉
Good
দুয়োজন কংগ্ৰেছী সাংহদক ধন্যবাদ জ্ঞাপন কৰিলোঁ। শাসকীয় পক্ষৰ সাংহদকিজনক দেখা নাপালোঁচোন। দিবাস্বপ্ন দেখি আছে নেকি?
সাংসদদ্বয় প্ৰদ্যুত্ বৰদলৈ আৰু ৰকিবুল হুছেইন ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনালোঁ সংসদত অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সন্দৰ্ভত বলিষ্ঠ কণ্ঠেৰে উপস্থাপন কৰি এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ প্ৰতি মনোনিৱেশ কৰিবলৈ দাবী জনোৱাৰ বাবে ।।
We are proud of Pradyut Bardoloi
Thanks
Bijuli kalita kot gol
তেখেতৰ "গা" বেয়া শুই আছে !!!!!!!
😂@@anilgoswami2238
শিয়ালৰ জিক জাক সিংহৰ এটাই কাফি | বিজেপিৰ কেইজন শিয়াল , সংসদত মাত নাই | ২৬ চন আহি আছে
Khub dhunia baktobyo
৬ নং দফাৰ কথা গৃহমন্ত্ৰীজনক (দাৰি -কমাৰ সৈতে কাৰ্যকৰী কৰিম বুলি সংসদত কৈছিল ) নুসুধিলে অসমৰ সকলো বিষয় আধৰুৱা হৈ থাকিব ।
Very good speech
P bordoloi sir zindabad congress zindabad
গৌবৰ গগৈ ৰকিবুল পদুৎ বৰদলৈ আপোন লোকক লৈ আমি গৌৰব কৰো দেখায় দিয়ক অসমীয়া গিৰী ফালি দিবক চাৰ আমি আছো ❤
Rakibul sir n pradut Bordalai sir dunu ku Mubarakbad deta hu
M p rokibul sar apnar logot asu apni jiman matib lage matok Allah logot ase
Great leader of Assam
Nice english speech.very good.
Mojja, congress jindabad
Very good.
Zindabad ❤🎉
কংগ্ৰেছ আৰু অগপৰ সাংসদ কেইজনে অসমৰ সমস্যাৰ কথা কৈছে। বিজেপি কেইজনে টোপনি মাৰি আছে
Congress jindabad
Need such type MP
Thanks to both of them....
আমাৰ ফণী ডাঙৰীয়াই লাজত পেলোৱা অসমীয়াৰ মান এইসকলে Compensate কৰিলে যেন অনুমান হ’ল ৷
Thank you Very Mach
very good .
Good sir