Winter Best Brooding Management Night Time II Gas Brooding Management

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024
  • বৰ্তমান অসমত যি হাৰে নিবনুৱাৰ হাৰ বৃদ্ধি পাই আছে এই সমস্যাৰ সমাধানত আমি চৰকাৰ বা চৰকাৰী চাকৰিৰ আশাত নাথাকি কৃষি কৰ্ম বা ফাৰ্মৰ লগত জঢ়িত হৈ স্ব-নিৰ্ভৰশীল ভাবে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিম। আমাৰ এই গোটৰ প্ৰধান উদ্দেশ্য হল আমি কি ভাবে আধুনিক প্ৰক্ৰিয়াৰে ফাৰ্ম কৰি আগুৱাই যাব পাৰোঁ তাৰে বিষয়ে আলোচনা,লগতে সৰু সৰু Tips দিব চেষ্টা কৰি আহিছোঁ। যাতে আমাৰ ফাৰ্মাৰ সকলে পালন কৰা কুকুৰাৰ উচিত মূল্যৰ পোৱা যায় আৰু আধুনিক ভাবে ফাৰ্ম কৰি স্বাৱলম্বী হব পাৰিব বুলি মই ভাবো ।
    সেয়েহে আমি সকলোৱে মিলি আমাৰ ফাৰ্মাৰ সুবিধা বাবে Techno Farming নামৰ TH-cam channel টোত যোগদান কৰি গোটৰ সদস্য হোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আপোনাৰ লগতে আন ১০ জনো এই Video চাই স্ব-নিৰ্ভৰশীল ভাবে নিবনুৱা সমস্যা সমাধান কৰিব পৰাকৈ মোৰ Video সমূহ Share কৰি দিব বুলি আশা কৰিলো। ধন্যবাদ।
    farming পদ্ধতিৰ বিষয়ে সবিশেষ জানিবলৈ PREMIUM CHICK FEEDS P LTD ৰ চুপাৰভাইজাৰ অথবা ব্ৰাঞ্ছ মেনেজাৰৰ লগত যোগাযোগ কৰক।
    BICHITRA NARAYAN
    8486262297
    #technofarming
    #cagefarming
    #poultryfarming
    Low cost model with high benefit
    Premium Chick Feeds Pvt Ltd
    Bichitra Narayan 8486262297

ความคิดเห็น • 18

  • @jessboon2212
    @jessboon2212 ปีที่แล้ว +1

    3 step Cage farming r costing r uprt video ata akha korisu sir

  • @dibyaranjandeka8473
    @dibyaranjandeka8473 ปีที่แล้ว

    Bahut dhunia management karise dada

  • @rupamdas402
    @rupamdas402 8 หลายเดือนก่อน

    dada 300 broiler keita drinker aru feeder lagibo plz kbosun

  • @binaynath2457
    @binaynath2457 ปีที่แล้ว

    Love from mirza

  • @dushmantabora2627
    @dushmantabora2627 ปีที่แล้ว

    সুন্দৰ পদক্ষেপ...

  • @monjitadutta101
    @monjitadutta101 ปีที่แล้ว

    Excellent 👍

  • @dr.koustovsaikia2686
    @dr.koustovsaikia2686 ปีที่แล้ว +1

    @Bichitra নীলা পলিথিনটো ওপৰলৈ নাদাঙিবা।, ওপৰৰ পৰা তললৈ নামিব।

    • @bichitranarayan2535
      @bichitranarayan2535 ปีที่แล้ว

      Upar tu talar pora dangile aku problem nohoi karan talor khn palithin thake bt talor palithin khn talor pora dangiba nalage

  • @manujdas3004
    @manujdas3004 11 หลายเดือนก่อน

    Dada 1500 puwalik keita gas bruding darkar hobo.

  • @sdtech2285
    @sdtech2285 ปีที่แล้ว +1

    Broylar palon korile jiman khini care luwa hoy siman khini poisa pua jay ne

    • @technofarming5734
      @technofarming5734  ปีที่แล้ว +1

      Poisa paba jadi apuni nijar buli vabi kare aru farm kari uparjan karim buli vabile...mane time diba lagiba farmt

  • @bhagyadeep1521
    @bhagyadeep1521 ปีที่แล้ว +1

    ছটা ব্ৰুডিঙত এটা গেছ চিলিণ্ডাৰ কেইদিন চলিব

    • @technofarming5734
      @technofarming5734  ปีที่แล้ว

      ২ টা লাগিব ৮ দিনৰ বাবে

  • @sanjibdas7080
    @sanjibdas7080 ปีที่แล้ว

    দাদা চাং ফাম্ৰত কিমান দিনৰ পিছত ভূচি আতৰ কৰিব পাৰে। জনাবচোন। ধন্যবাদ।।

  • @pinkurajbongshi1818
    @pinkurajbongshi1818 ปีที่แล้ว

    Poisa company die neki gesor