১০০ টা অসমীয়া প্ৰশ্নৰ উত্তৰ সাধাৰণ জ্ঞান || INDIA GK | ASSAM GK || Assamese GK Question Answer
ฝัง
- เผยแพร่เมื่อ 22 ก.ย. 2024
- Assamese GK - অসমীয়া সাধাৰণ জ্ঞান Question and Answer and India General knowledge Questions And Answers.
Most important MCQ on Samanya Gyan MCQ Questions in Hindi . These GK questions are very useful for various government exams like. Assam PSC, Panchayat, APDCL, PNRD, UPSC, SSC, Railway, Banking, State PSC, CDS, NDA, SSC CGL, SSC etc.
1. ভাৰত কোনে আৱিষ্কাৰ কৰিছিল?
2. ভাৰতৰ মানক সময়সীমা কি?
3. অৰ্জুন বঁটা কোন বছৰত আৰম্ভ হৈছিল?
4. মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন?
5. বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে ?
6. বিল এখন ধন বিল হয় নে নহয় সেইটো কোনে সিদ্ধান্ত লয়?
7. ধঁপাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ কোনখন?
8. প্ৰতি বছৰে কোনটো দিনত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়?
9. ভাৰতৰ সাংবিধানিক মুৰব্বী কোন?
10. ব্ৰিটিছ নিমখ আইনৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল?
11. কোনটো আন্দোলনৰ সময়ছোৱাতগান্ধীজীয়ে কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল?
13.ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰথমটো কাৰখানা ক’ত খুলিছিল?
14. কোনটো খেলত ‘বুলী’ শব্দটো ব্যৱহাৰ কৰা হয়?
15. ভাৰতীয় কোনজন খেলুৱৈক ‘উৰন্ত পৰী’ বুলি কোৱা হয়?
16. তলৰ কোনখন চহৰক হ্ৰদৰ নগৰ বুলি জনা যায়?
17. আৰ্য সমাজ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
18. বেদৰ ভিতৰত কোনখন বেদ আটাইতকৈ পুৰণি?
19. ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?
20. ১৯২৮ চনৰ বাৰদোলী আন্দোলনৰ নেতৃত্ব কোনে কৰিছিল?
#AssamGK #Assamese_GK #অসমীয়া_সাধাৰণ_জ্ঞান #অসমীয়া_সাধাৰণ_জ্ঞান #100_assamse_GK
@assamgkquestionanswer3737
Thank you
বৰ ধুনীয়া
Tq
Good evining
10 no ans আইন অমান্য আন্দোলন
Tnx sar
80
ভাল লাগিল 👍
84 q Tu ans : 1 Rasia
Sir. 31 c habo neki
Please english medium gk important 🙏
Thanks a lot ♥️
10. No ans হব আইন অমান্য আন্দোন।
Q.54_ U.P t he 80
31.akbar
👍🏾❤️❤️👍🏾
80 question cat
84. no ans হব ৰাছিয়া।
31 /ccc sir please check ❣️❣️❣️
দাদা 31
7 no tu bhutan
49 questiontur a aru b tu dubara dile
31-Cহব। আকবর
Mcgutstu
ভাৰতক আৱিষ্কাৰ কোনে কৰিছিল?
ভাস্ক দা গামাৰ পূৰ্ব পুৰুষে যেতিয়া গছৰ বাকলি পিন্ধিছিল তেতিয়া ভাৰতত বিশ্ব বিদ্যালয় আছিল - নালন্দা তক্ষশীলা আদি, প্ৰথম হিন্দু ঘটি সভ্যতা ভাৰততে আছিল।
ভাৰতক আৱিষ্কাৰ কৰিবলে এই ইংলিছ মনুবিলকৰ কথাত চলিলে নহব। অ আমেৰিকা আৱিষ্কাৰ কোনে কৰিছিল প্ৰশ্নটো কৰিলে শুদ্ধ হব।
54 নম্বৰ প্ৰশ্ন উত্তৰ ভূল হৈছে৷
54q wrong
66 no ans হব 35. 0%
48 number tu bhul ase
Sir ki bhulke answer kita diso
Question number 62 answer tu wrong hol neki
Nai huwa
India kuno abiskhar kara nashil tao kabl india aha xhagaror rastatu ha abiskhar korisil itu ktha bohuta bhula kaya ami nijor history tu pahariba nalga ami 7000 years agota janisilu ja perithibi khn round.
Kintu india ari baki prithbir manuha bhabi sila ja prithibi khn sapta . garb shakaho ham hindu ha jay shree ram 🚩🚩🗿🗿
You are teaching us wrong. Most of the questions have wrong answers.
Most of the questions have wrong answers..
tax
Kisu kisu bhul ase
Yes
Promo SM 😥
Tq
Please english medium gk important 🙏
মিছিছিপি নদী