২৮ শতাংশ মৰগীয়া বানচ (DA) কোনে কোনে পাব আৰু কোনে নেপাব ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ก.ย. 2024
  • #Kumar_Basanta_Assam#Assam_education_news#Himanta_Biswa_Sarmah#Ranoj_Pegu#Assam_Job#Assam#AssamTET#
    @Himanta Biswa Sarma @Kumar Basanta, Assam #HimantaBiswaSarmah#
    #KumarBasanta##Assamese_news#
    Preparation Class 2021-22, ৰ সকলো ভিডিঅ’ তলৰ লিংকত পাব ৷
    • Preparation Class 2021-22
    প্ৰাদেশিকীকৰণৰ চূড়ান্ত দ্বিতীয় তালিকাৰ সকলো ভিডিঅ’ পাব তলৰ লিংকত
    • প্ৰাদেশিকীকৰণৰ চূড়ান্ত...
    instragam ত follow কৰক তলৰ লিংকত
    www.instagram....
    Kumar Basanta ৰ twitter link
    Ba...
    Facebook ত আপুনি Like কৰক Kumar Basanta, Assam page টো ৷ তলত লিংক দিয়া হৈছে ৷
    / kumar-basanta-assam-10...
    Special TET' 2021 ৰ গুৰুত্বপূৰ্ণ সকলো ভিডিঅ’ পাব তলৰ লিংকত
    • Special TET ৰ প্ৰস্তুত...
    2012 চনৰ TET পৰীক্ষাৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ’ পাব তলৰ লিংকত
    • 2012 চনৰ TET পৰীক্ষাৰ ...
    CTET ৰ বাবে প্ৰয়োজনীয় সকলো ভিডিঅ’ তলৰ লিংকত পাব ৷
    • CTET ' 2020
    Assam TET ৰ সকলো ভিডিঅ’ পাব তলৰ লিংকত
    • Special Class for ASSA...
    j
    শিক্ষাবিষয়ৰ বিভিন্ন তথ্যৰ বাবে Kumar Basanta ৰ official website টো এবাৰ চাওক ৷
    bsntsaikia6.wi...
    এটা নৃত্য-গীতৰ TH-cam Channel চাওক তলৰ লিংকত
    • Modern Dance ||ওলাইয়ে ...
    ,Class X ৰ বাবে প্ৰয়োজনীয় সকলো ভিডিঅ’ পাবলৈ তলৰ লিংকত ক্লিক কৰিব লাগিব ৷
    • For Class X , Special ...
    TET ৰ নিযুক্তিৰ সবিশেষ জানিবলৈ প্ৰস্তুত কৰা ভিডিঅ’ সমূহ তলৰ লিংকত পাব ৷
    • TET ৰ নিযুক্তি সম্পৰ্ক...
    মোৰ দ্বিতীয়টো চেনেল চাওক তলৰ লিংকত
    • Modern Dance#Nepali Ja...
    তলৰ লিংকত চাবলৈ পাব গ্ৰাম্য জীৱন প্ৰতিফলিত কৰা এটা সুন্দৰ দৃশ্য
    • Flood in Assam, Rural ...
    SOS পৰীক্ষা সম্পৰ্কীয় অন্যান্য ভিডিঅ’ সমূহ পাব তলৰ লিংকত
    • SOS Examination
    ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ বাবে প্ৰয়োজনীয় ভিডিঅ’ পাব তলৰ লিংকত
    • ভেঞ্চাৰ স্কুলৰ শেহতীয়া...
    Secondary TET ৰ সকলো ভিডিঅ’ পাবলৈ তলৰ লিংকত ক্লিক কৰক
    • Secondary TET (High Sc...
    MOCK TEST ৰ সকলো ভিডিঅ’ পাব তলৰ লিংকত
    • Mock Test FOR Assam TET
    TET ৰ Model Questions Series FOR Assam TET
    তলৰ লিংকত ক্লিক কৰক
    • Model Questions Series...
    চন্দ্ৰ প্ৰকাশৰ গাইড বুকৰ গণিত বিষয়ৰ প্ৰশ্নৰ সমাধান পাব তলৰ লিংকত
    • চন্দ্ৰ প্ৰকাশনৰ গাইড ব...
    নতুন Syllabus অনুসৰি প্ৰস্তুত কৰা Special TET Class 2019 ৰ সকলো ভিডিঅ পাবলৈ তলৰ লিংকত ক্লিক কৰক
    • Special Class for ASSA...
    TET'2019 সম্পৰ্কে আপলোড কৰা সকলোবোৰ ভিডিঅ’ চাবলৈ তলৰ লিংকত ক্লিক কৰক
    • Assam TET Special Class
    2012 চনৰ TET পৰীক্ষাৰ প্ৰশ্নোত্তৰ চাওক তলৰ লিংকত
    • Playlist

ความคิดเห็น • 172

  • @kalyangogoi4740
    @kalyangogoi4740 3 ปีที่แล้ว +5

    দাদা আমাৰ দেউতাই এটা চতুৰ্থ বৰ্গৰ চাকৰি কৰে । আৰু চাকৰি স্থায়ী january, 2020 ত হৈছে । বৰ্তমান ১৯০২৩টকা দৰমহা পায় এইটো fixed pay দৰমহা নে regular দৰমহা । আৰু 28% DAটো পাব নে ?

  • @manikdas7938
    @manikdas7938 9 หลายเดือนก่อน +4

    ছাৰ চাওক আপুনি কি ভবিছে নাজানো মই কিন্তু ভালদৰে bujilu যে from 2017 to2019 is no problem,who completed the Crouse dled in that period they will save,and judgement said that,that case is not realated about the nanital cases

  • @dulalghosh5504
    @dulalghosh5504 3 ปีที่แล้ว +25

    Tutor সকলৰ বাবে বজাৰত বস্তুৰ দাম একেবাৰে কম । গতিকে চিন্তা কৰিব নালাগে । 30 টকা চাউলৰ কেজি tutor সকলে বজাৰত 10 টকাতে পাব । এইয়া চৰকাৰে ব্যৱস্থা কৰি দিছে । যিজন ব্যক্তিৰ উচ্চ মানসিকতাৰ ফলত tutor সকলে এই সুবিধা লাভ কৰিব তেখেত সকলে হৃদয় উজাৰি সেইজনাক ধন্যবাদ দিয়ক ।

    • @rupagogoi5317
      @rupagogoi5317 3 ปีที่แล้ว +4

      ইমানবোৰ দৰমহা পোৱা স্বত্বেও tressury officerএ কিয় tutor সকলৰ পাৰিতোষিকৰ bill পাছ কৰোতে 60 হাজাৰলৈকে টকা বিছাৰিছে ? কিছুমানৰ NCERT Norms থকা স্বত্বেও tutor হিছাপে নিযুক্তি পালে আৰু DSE ত আবেদন কৰাৰ পাছতো আজিলৈকে ইয়াৰ কোনো কাম হোৱা নাই l Norm থকা স্বত্বেও তেওঁলোকে শিক্ষকৰ মৰ্য্যদা নাপালে l

    • @kalpanagogoi2332
      @kalpanagogoi2332 3 ปีที่แล้ว

      1

    • @NaidaRoi
      @NaidaRoi 7 หลายเดือนก่อน

      11111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111

  • @ripon3342
    @ripon3342 3 ปีที่แล้ว +6

    Thnks for your information Sir
    Thank you so much

  • @sumanjyotideka2472
    @sumanjyotideka2472 3 ปีที่แล้ว +5

    Thank you so much sir .

  • @azgoraliahmed8232
    @azgoraliahmed8232 3 ปีที่แล้ว +2

    Thank you for your discussion

  • @harendraborah4861
    @harendraborah4861 3 ปีที่แล้ว +2

    ধন্যবাদ দাদা,ধুনীয়াকৈ বুজাই দিয়াৰ বাবে।

  • @azharulislam7081
    @azharulislam7081 3 ปีที่แล้ว +1

    Good and useful tips. Thank you.

  • @debosrigogoi3279
    @debosrigogoi3279 3 ปีที่แล้ว +5

    valuable information sir.thanks a lot

  • @aichulhaque2766
    @aichulhaque2766 3 ปีที่แล้ว +2

    ছাৰ ,টিউটৰ সকলোক চৰকাৰে ইমান মাহী আইৰ দৃষ্টিৰে চাই কিয় ? আমাৰ অপৰাধ কত? ছাত্ৰ ছাত্ৰী বোৰক বিনা বেতনে শিক্ষা প্ৰদান কৰাটো অপৰাধ নেকি ? 30000টকা দৰমহা পোৱা সকলোৰ 17%পৰা 28%DA বৃদ্ধি ।আনহাতে 10800টকা দৰমহা পোৱা সকলোৰ দৰমহা বৃদ্ধিৰ কোনো ব্যৱস্থা নাই । অথচ 5feb/21 দিনা নিযুক্তি দিয়া শিক্ষক সকলোৰ বহুতো আমাৰ টিউটৰবোৰৰে ছাত্ৰ ।
    ছাৰ, আপোনাৰ বাহিৰে আমাৰ হকে কোৱা ব্যক্তি নাই ।শেষত আপোনাক ধন্যবাদ জনাইছোঁ ।

  • @AnjanBarman-g4o
    @AnjanBarman-g4o 14 วันที่ผ่านมา

    সুন্দৰ

  • @fatemakhatun3442
    @fatemakhatun3442 3 ปีที่แล้ว +1

    Thank you for góod news

  • @dipankarbora-bc3ci
    @dipankarbora-bc3ci ปีที่แล้ว

    Thank you for your advice.

  • @bhanushreedoley7750
    @bhanushreedoley7750 3 ปีที่แล้ว +1

    Thanks for good news

  • @tonmoyborahsaikia2745
    @tonmoyborahsaikia2745 3 ปีที่แล้ว +2

    ধন্যবাদ

  • @Meraadda
    @Meraadda 3 ปีที่แล้ว +4

    thank you very nicely and clearly you have described the thing🙏🙏🙏🙏

    • @inzam9891
      @inzam9891 3 ปีที่แล้ว

      Yes he is extreme.

  • @krishnahazarika8716
    @krishnahazarika8716 3 ปีที่แล้ว

    Good news thank you very much

  • @sandeepkarkaria3667
    @sandeepkarkaria3667 3 ปีที่แล้ว

    সুন্দৰকৈ বুজাই দিয়া বাবে ধন্যবাদ দাদা,,,

  • @dharmendrachauhan9599
    @dharmendrachauhan9599 3 ปีที่แล้ว +3

    Sir moi 28 August appointment paisu.Atia 28percent increase hole kiman hobo. Reply please Sir

  • @sofiorrahman9501
    @sofiorrahman9501 3 ปีที่แล้ว

    Tnq so much Sir বহুত ভাল লাগিল

  • @niranswargiary3773
    @niranswargiary3773 3 ปีที่แล้ว

    Thanks for your information sir

  • @ProbinRajkhowa-o6s
    @ProbinRajkhowa-o6s 3 วันที่ผ่านมา

    Moi pensioners. Mur basic pay 3150 . Total pay kiman hobo ? Thanks .

  • @kabitabaruah9332
    @kabitabaruah9332 3 ปีที่แล้ว

    Tkanks

  • @dcheng9557
    @dcheng9557 3 ปีที่แล้ว

    Khub dhuniyakoi koise ru buji puwat'u hohoj hoise.....🙏👍

  • @balarambasumatary1084
    @balarambasumatary1084 3 ปีที่แล้ว +1

    Thank you for your detailed information. HRA kenekoi baarhe tar uporo to eta video bonabor karone aaponak anurodh jonalu.

    • @pabitrapatar3983
      @pabitrapatar3983 3 ปีที่แล้ว

      Basic pay bahile HRA bahe , ebsrt ebarei bahe HRA .

    • @balarambasumatary1084
      @balarambasumatary1084 3 ปีที่แล้ว +1

      @@pabitrapatar3983 ami bortoman 7,% HRA paiasu. Iyar pora HRA percentage nabarhe neki sir jonaok

    • @pabitrapatar3983
      @pabitrapatar3983 3 ปีที่แล้ว +1

      @@balarambasumatary1084 HRA percentage govtmente nbohualoike nabahe , kintu Apunar jetiya Basic Pay bahi jay July mahot , tetiya HRA alp bahi jai , kintu percentage 7% hoie thake .

    • @balarambasumatary1084
      @balarambasumatary1084 3 ปีที่แล้ว +1

      @@pabitrapatar3983hoi ne. Thank u sir for the information

  • @MySpecialAB
    @MySpecialAB 3 ปีที่แล้ว

    Thank you Sir...

  • @ratulbhuyan4295
    @ratulbhuyan4295 3 ปีที่แล้ว +1

    অতি দৰকাৰী তথ্যভিত্তিক কথাখিনি জানিব পাৰি ভাল লাগিল। লগতে আৰু এটা কথা জানিব বিচাৰিলোঁ , উক্ত সময়ছোৱা অৰ্থাৎ 2020 চনৰ জানুৱাৰী আৰু 2021 ৰ জুন মাহৰ ভিতৰত যিসকল কৰ্মচাৰীয়ে অৱসৰ ল'লে, তেওঁলোকৰ ছুটীৰ পইচা আৰু গ্ৰেচুইটিৰ ক্ষেত্ৰত কিবা লাভালাভ হ'ব নেকি? যিহেতু উপযুক্ত সময়ত মৰগীয়া বানচ নিদিয়া বাবে তেওঁলোক প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছিল। উক্ত দুই ক্ষেত্ৰত যিহেতু শেষ মাহৰ দৰমহাৰ মাপ বিবেচনা কৰা হয়, সেয়ে অৱসৰী কৰ্মচাৰী সকল এক বৃহৎ পৰিমাণৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হ'ব। এইসকলৰ ক্ষেত্ৰত চৰকাৰৰ কিবা বিশেষ আঁচনি আছে বুলি জানে নেকি?

    • @Sunflower-b4c
      @Sunflower-b4c ปีที่แล้ว

      Female pansonar hokale pabone

  • @manashjyotimanash1102
    @manashjyotimanash1102 3 ปีที่แล้ว +1

    Inland water transport t job kri asu ..incriment palu 1470 toka toh 28 % akou dile total kiman man hbo jnabo sn

  • @kakolichetia8696
    @kakolichetia8696 3 ปีที่แล้ว

    Very well explained.

  • @Dogoodseegood173
    @Dogoodseegood173 3 ปีที่แล้ว

    Bahut sposto kori bujaidise.. Thanks Dada

  • @amiyachetia2017
    @amiyachetia2017 3 ปีที่แล้ว

    বিতংকৈ জনোৱাৰ বাবে ধন্যবাদ।

  • @padmaboro6189
    @padmaboro6189 3 ปีที่แล้ว +4

    Amak sorkare tutor appointment di dustbinot pelai thoise.amar babe vabibiloi sorkaror time nai!

  • @khirasarma5700
    @khirasarma5700 3 ปีที่แล้ว

    Thanku very much

  • @boonsaikia8526
    @boonsaikia8526 3 ปีที่แล้ว +3

    Freedom fighter pensioner xokole pabo ne?

  • @GK_2017
    @GK_2017 3 ปีที่แล้ว

    Assam state r regular pay scale puwa sakalu employees r 28% DA puwatu sure . Video tu sai val lagil .

  • @sujitrajbhar9948
    @sujitrajbhar9948 4 วันที่ผ่านมา

    All of government of Assam employees that's min Gd,iv employees pabo niki sir

  • @ritumanimahanta5175
    @ritumanimahanta5175 ปีที่แล้ว

    Bhal Lagil

  • @rajshreechauhan4288
    @rajshreechauhan4288 3 ปีที่แล้ว +1

    Hoi Sir 5 Feb t appointment pua LP r Teacher or salary kiman hobo DA r pisot jonabosun pls.

  • @clarishkramsapi6554
    @clarishkramsapi6554 ปีที่แล้ว

    Thank you sir

  • @ProbinRajkhowa-o6s
    @ProbinRajkhowa-o6s 3 วันที่ผ่านมา

    Basic 3150 , Mur total pay , Kidman hobo ?

  • @mukundadas9892
    @mukundadas9892 3 ปีที่แล้ว +2

    Whether it's possible to get for contractual LPS teacher who got appointment 3/9/2017

  • @nipulchandraghorphalia8836
    @nipulchandraghorphalia8836 3 ปีที่แล้ว

    অতি সুন্দৰ লাগিল 👍👍

  • @mantukonwar1922
    @mantukonwar1922 3 ปีที่แล้ว

    ধন্যবাদ চাৰ

  • @ranugogoi1908
    @ranugogoi1908 3 ปีที่แล้ว

    Thank you sir bujai diyar babe

  • @jyotikutum5426
    @jyotikutum5426 3 ปีที่แล้ว

    thanks sir.

  • @dulengogoi9605
    @dulengogoi9605 3 ปีที่แล้ว +1

    মই ২৮আগষ্টত পাইছো।এতিয়া ২৬৪৩৫ টকা পাইছো,২৮% হ'লে কিমান হ'ব?

  • @AnjanBarman-g4o
    @AnjanBarman-g4o 14 วันที่ผ่านมา

    ছাৰ মোৰ মাই ফেমিলী পেন্ধন পাই" মাই এ ২৮% শতাংশ DA পাবনে জনাব ।❤❤

  • @shrutirhymesyt6931
    @shrutirhymesyt6931 3 ปีที่แล้ว +1

    Scale pay jodi 14000 aru gp 7400 hoi tetia kiman bahibo????

  • @krishnakantamazi9977
    @krishnakantamazi9977 5 หลายเดือนก่อน

    ১৯৯৩ ৰ পৰা ২০০৫ চনৰ ০১ চেপ্তেম্বৰৰ আগৰ খাটি থকা ভিত্তিত ৫২ বিভাগত ১২০০০ ৰো অধিক লোকক ২০২০ চনত নিযুক্তি দিছিল আমি ২৮ শতাংশ মৰগীয়া বনাচ পাম নে ?

  • @nibeditadas8067
    @nibeditadas8067 3 ปีที่แล้ว

    ধন্যবাদ ছাৰ ।

  • @r.dutta....9692
    @r.dutta....9692 3 ปีที่แล้ว

    ধন্যবাদ দাদা

  • @biswajeetdas8316
    @biswajeetdas8316 3 ปีที่แล้ว

    Ata nubuja kotha bujai dile thank you

  • @B.mind.beyond
    @B.mind.beyond 3 ปีที่แล้ว +1

    Sir 28 % hole new appoinment pua teacher xinie kimn dormoha pabo..plz ata video jugere janibo bisaru...from nagaon

  • @tuleswarborah8375
    @tuleswarborah8375 3 ปีที่แล้ว

    যি সকলে ৩০ জুন ২০২১ তাৰিখে বা তাৰ আগত অবসৰ লৈছে তেওলোকে এই ১১ শতাংশ টো পাবনে নাপাই জনাব নেকি?

  • @ritabhowmick8152
    @ritabhowmick8152 3 ปีที่แล้ว

    ধন্যবাদ ছার

  • @binodkumartoppo3136
    @binodkumartoppo3136 2 ปีที่แล้ว

    মোৰ Increment দুটা back হৈ আছে সেইটো ঘুৰাই পামনে বা কি কৰিলে increment টো মোৰ দৰমহাত যোগ হব

  • @bineetasarmah6130
    @bineetasarmah6130 3 ปีที่แล้ว

    Thanks for clearification.... Higher Secondary Tet howar kiba somvobona ase neki Sir...

  • @AbdurRahman-rh8ng
    @AbdurRahman-rh8ng ปีที่แล้ว

    Good

  • @rishabhangshumedhi4734
    @rishabhangshumedhi4734 3 ปีที่แล้ว +1

    ছাৰ,
    টেট সঁচাকৈ পাতিবনে জনাবচোন।
    আৰু পাতে যদি কেতিয়া পতাৰ সম্ভাৱনা আছে ?

  • @nirmaliborah5496
    @nirmaliborah5496 3 ปีที่แล้ว

    ধন্যবাদ ছাৰ আপোনাৰ video ৰ পৰা বহু কথা জানিব পাৰো

  • @tsgaming5343
    @tsgaming5343 2 ปีที่แล้ว

    Assam r govt employees r babe 8th pay commission 2022 year t formed hobone?

  • @jugaldas6360
    @jugaldas6360 3 ปีที่แล้ว +1

    Aapunak question korile ans nidia.... aapunak khudhilu j composionate groundr result ketia dibo khudhisilu

  • @trishnasaikia8788
    @trishnasaikia8788 22 วันที่ผ่านมา

    2013ৰ npsৰিতায়াৰমেন্ট শিক্ষক সকলে পাব নে নাপায়।

  • @roseahmed5914
    @roseahmed5914 3 ปีที่แล้ว

    SSA contractual teacher xokol r CPF keneke Kate sir . Tar uport ata video bnabo . Please

  • @hemkantaborah7434
    @hemkantaborah7434 3 ปีที่แล้ว

    You and I are friend, because my name is Kumar Hemkanta Sastri.

  • @mehnassultana952
    @mehnassultana952 3 ปีที่แล้ว +2

    5 February t appointment paisu permanent L.P teacher or kiman hobo

  • @dollykaushiksingerstageper5900
    @dollykaushiksingerstageper5900 3 ปีที่แล้ว +1

    State pool r salery structure tu kene hobo jonabo sun sir

  • @mohidulhoque4264
    @mohidulhoque4264 3 ปีที่แล้ว

    মৃত্যু হোৱা ব্যক্তিয়ে পাব নে? মৃত্যু হোৱা ব্যক্তি জনৰ নোমনিযে কি কি পাব? কি কি নাপাব?

  • @Radhakrishna-v4q
    @Radhakrishna-v4q 3 ปีที่แล้ว

    Sir aponi leave kiman ta a e seitu bixoye eka vdo dibo.. Aru cancer patients 18 mahor jito leave a6e seitu pabo neki... State pool teacher... Please sir eka vdo bonabo... Plz
    .. Plz...plz.....🙏🙏🙏

  • @akkachali7319
    @akkachali7319 ปีที่แล้ว

    চাৰ বন বিভাগৰ মাষ্টাৰোলত ৬০ বছৰে কাম কৰি অৱসৰ ল'লে তেওঁ লোকে পেন্সন নাপায় নেকি ।

  • @banajitmahanta387
    @banajitmahanta387 3 ปีที่แล้ว

    Sir revise scale ki ?
    Time scale ki ?
    Kindly abar bujai dibo..bhte ai bikhoye najnae.. tar mjt moio ajn

  • @dulaldas3849
    @dulaldas3849 2 ปีที่แล้ว

    অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী সকলে আপুনি কোৱা কথাখিনি কিমান লাভবান হ'ব।

  • @kailashbharali5604
    @kailashbharali5604 21 วันที่ผ่านมา

    Mi ajan 2020t retiered personer.permenent basic pay gread pay pai retiered hoiso . Kinli janabson

  • @puspaborgoyary1589
    @puspaborgoyary1589 15 วันที่ผ่านมา

    Recent retirement hoabilake pabo na nai.

  • @indirasarmah3405
    @indirasarmah3405 3 ปีที่แล้ว

    LP Graduate teacher e 8700.00 grade pay tu ketialoike puar akha ase aru ei prapya dhan tu ami pam ne napam sir alop janabo neki sir?

  • @GK_2017
    @GK_2017 3 ปีที่แล้ว

    Assam government e employees r medical allowance r fixed rate tu Assam government e bidhi koribone?

  • @rahmanonlineclasses3304
    @rahmanonlineclasses3304 3 ปีที่แล้ว +1

    sir Mutual transfer r khobor kiba jane naki

  • @debasishboruah7705
    @debasishboruah7705 3 ปีที่แล้ว

    Acb pensioner সকলে পাবনাই জনাবচোন।

  • @PhaniMorang
    @PhaniMorang 2 หลายเดือนก่อน

    কেতিয়া হব?

  • @muktichakraborty8424
    @muktichakraborty8424 2 ปีที่แล้ว

    On 1989 25th January joined as an ( field staff ) 3rd grade employee in PWD . How much pension I will get after retirement in the year 2022 Oct as an 3rd grade employee . Only One time scale I get .

  • @mrigrajmrigraj8710
    @mrigrajmrigraj8710 2 ปีที่แล้ว

    Sir pensonr bilika area2 ketya pbo plz reply dbo.....

  • @a.bvideoshorts259
    @a.bvideoshorts259 3 ปีที่แล้ว +1

    Thank you sir
    Sir please give salary structure of lp who got appointment on5 feb2021 ssa contractual.

  • @manabbiswas2549
    @manabbiswas2549 3 ปีที่แล้ว

    Pwd candidate bilake penchan tu pabo ne sir... Please reply kribo

  • @saidurrahmanbarbhuiya2776
    @saidurrahmanbarbhuiya2776 3 ปีที่แล้ว

    30000 হাজার বেছিকহলে 11% বাড়িয়া gross কত হবে।

  • @TulshiChetia-t7h
    @TulshiChetia-t7h 6 วันที่ผ่านมา

    Sir jihakal sikhiyak abakha jaise teoluke pabarne nai

  • @bhabaniborgohain1743
    @bhabaniborgohain1743 ปีที่แล้ว

    😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @tuleswarboruah484
    @tuleswarboruah484 3 ปีที่แล้ว

    Kima Pay Hole Kiman Bahibo Pensonar Hokolor 28 parsent Da

  • @kailashbharali5604
    @kailashbharali5604 21 วันที่ผ่านมา

    Hay 28 persent mili kiman hab jnabson.

  • @kanikatalukdar9230
    @kanikatalukdar9230 ปีที่แล้ว

    ই পেনচনাৰ। মোৰ দৰমহা হল ৪৮০০০। ২৮/বাঢিলে মই কিমান পেনচন পাম। জনাব নেকি

  • @GK_2017
    @GK_2017 3 ปีที่แล้ว

    Assam government r pension asoni r uporat eta video bonabosun.

  • @deepakchpegu8324
    @deepakchpegu8324 3 ปีที่แล้ว

    N p s Karmachari xocolok pension dibone kindly jonabo.

  • @nirmalibarman3863
    @nirmalibarman3863 3 ปีที่แล้ว

    Tutor sakalak enekoia rakhiba neki? DLad thakasakale ki koriba. Kenekoi saliva teolokar poriyal??

  • @nilamonisaikia1930
    @nilamonisaikia1930 3 ปีที่แล้ว

    Pension r xkole pabone nai?
    August mhor salary xumal kintu DA borha nai....

    • @kumarbasantaassam7083
      @kumarbasantaassam7083  3 ปีที่แล้ว +1

      আগষ্ট মাহৰ দৰমহা September ত হ’ব ৷ তেতিয়া বহুত বাঢ়িব ।

    • @nilamonisaikia1930
      @nilamonisaikia1930 3 ปีที่แล้ว

      @@kumarbasantaassam7083 ধন্যবাদ

  • @jarifahmed1815
    @jarifahmed1815 3 ปีที่แล้ว

    Second view kintu mur question or reply nidile

  • @digantapatgiri7730
    @digantapatgiri7730 3 ปีที่แล้ว

    SSA teacher সকলে পাবনে.(.প্ৰায় নিয়মীয়া শিক্য়ক)...

  • @sorbeshalisk4852
    @sorbeshalisk4852 3 ปีที่แล้ว

    Please Sir Tutor r bikhoy alop CM sir ok kobo Tutor bilak r ane kisuman r 4/5 bosor sakuri ase aru slary 10,000/11,000 hei karone alop kobo request korilu.

  • @pallabiborah177
    @pallabiborah177 3 ปีที่แล้ว

    36000 pua sokolor kiman bahibo plz reply me

  • @moonmideka9646
    @moonmideka9646 3 ปีที่แล้ว

    Sir state pool r kimn hobo.D.A 28%hole
    .

  • @ritamonibhuyan1116
    @ritamonibhuyan1116 3 ปีที่แล้ว

    Sir aami angawadi kormi sahayika sakale pamne?

  • @artwork6051
    @artwork6051 3 ปีที่แล้ว

    Sir, RETIREMENT luwa hokoluwe ai increment tur hubidha pabone baru?
    Anugraha kari abar jonabo niki 🙏

    • @kumarbasantaassam7083
      @kumarbasantaassam7083  3 ปีที่แล้ว +1

      পুৰণি পেঞ্চন নীতি (OPS ) ৰ অধীনত পেঞ্চন পোৱা সকলোৰে বাবে এইDA 28% হ’ব ৷

    • @artwork6051
      @artwork6051 3 ปีที่แล้ว

      @@kumarbasantaassam7083 axekh dhonyabaad Sir, aponar bohumuliya kotha khinir karone 🙏