ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মোৰ মতে কংগ্ৰেছৰ লগত কোনো দল লগ হব নালাগে। এবাৰ প্ৰতাৰণা কৰাৰ পিছত কংগ্ৰেছ আকৌ বোলে ৰাইজৰ দল হে বেয়া বুলি কয়।
বৰ্তমান সময়ৰ প্ৰেক্ষাপটত বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই অসমৰ কাৰণে শুভ নহয়। কংগ্ৰেছৰ অতীত কাৰ্য্যকাল অসমৰ বাবে ক্ষতিকাৰকেই আছিল। কংগ্ৰেছে যিবোৰ কাম লাহে লাহে কৰিছিল সেইবোৰ কাম বিজেপি য়ে দ্ৰুতগতিত কৰিবলৈ লৈছে। অৰুণাচলৰ গেৰুকা মুখৰ বৃহৎ নদী বান্ধ কাৰ সিদ্ধান্ত কোনে নাজানে? বান্ধৰ প্ৰৱল বিৰোধিতা কৰা বিজেপি য়ে ৰাইজৰ প্ৰবল বাধা স্বত্তেও দ্ৰুতগতিত বান্ধিবলৈ লৈছে। প্ৰকৃতিয়ে বাধা নিদিয়া হ'লে কেতিয়াবা ই বিদ্যুৎ অসমৰ বুকুৱেদি বহিৰাজ্যলৈ গ'ল হেতন। ইয়াৰ মূলতে কিন্তু সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নেগুৰত ধৰি বৈতৰণী পাৰ হ'ব খোজা অসমৰ সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ ক্ষমতা লোভী সংকীৰ্ণমনা নেতা পালি নেতা সকল আৰু এক শ্ৰেণী দালাল। ইয়াত কাৰোবাৰ দ্বিমত আছে?
Congras❤❤❤❤❤
Akudal fulabo nuwaro
নিৰ্বাচনৰ সময়ত আপোনালোকৰ স্থিতিটো সম্পূৰ্ণ ওলোটা হয়। কথাবোৰ অন্তৰৰ পৰা কব লাগে।
কংগ্রেছ চৰকাৰক আজি উথি অহা দেকা গাভৰোৱে নিবিচাৰে চাকৰি এটা পাবলে আকৌ পইচা দিবনেকী
কংগ্ৰেছে বহুবাৰ ঠগিলে ।
Congress goback kamnai kamnai
BJP only ❤🎉❤
Miyakhay biswas koray
Kam nai
😂