Monmoina By Kussum Kailash | Lakhirani Deori | Sarat Sravan | Ujjwal Aarong | Assamese Song 2023

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ม.ค. 2025

ความคิดเห็น • 1.6K

  • @hirenphukanhirenphukan5600
    @hirenphukanhirenphukan5600 ปีที่แล้ว +48

    মন মইনাৰ মাজেদি কুসুম দাই প্ৰত্যেক বাৰেই বৃহৎ অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ সুন্দৰ উপস্থাপন কৰে। খুৱ ভাল লাগে। ককাইদেউলৈ অশেষ মৰম আৰু শুভেচ্ছা যাচিলোঁ।

  • @gautambora9594
    @gautambora9594 ปีที่แล้ว +75

    এনে ধৰণৰ থলুৱা অৰ্থাৎ সংস্কৃতিৰ গীত অথবা সংগীত সমূহ ৰক্ষা কৰাৰ কাৰণে 😊 ধন্যবাদ ❣️ সকলো সংগীত বৃন্দলৈ ।

  • @Pallabkcreation
    @Pallabkcreation ปีที่แล้ว +82

    Monmoina xodai 🔥🔥🔥 প্ৰত্যেক বাৰেই এটা এটা জনগোষ্ঠী ৰ সাজপাৰ নহলে বা ভাষা গীতৰ মাজেৰেই প্ৰকাশ কৰিব যত্ন কৰে ভাল লাগে ❤❤❤

  • @dipaksaikia4626
    @dipaksaikia4626 ปีที่แล้ว +18

    বঢ়িয়া, অষ্ট্ৰিয়ানা বহুত মৰম লাগিছে❤️👌

  • @sawneelphukan6568
    @sawneelphukan6568 ปีที่แล้ว +113

    কুসুম দাৰ শব্দ বোৰত কেঁচা মাটিৰ গোন্ধ মিহলি হৈ থাকে । জাতি জনগোষ্ঠীৰ বান্ধোনেৰে ♥️

  • @saurabgamein5125
    @saurabgamein5125 ปีที่แล้ว +6

    Dhuniya lagise gan tu , mon moina aru uliwak daa , bhal lagise ❤ জয় আই অসম

  • @LaraDeori
    @LaraDeori ปีที่แล้ว +340

    দেউৰী জনগোষ্ঠীৰ লোকসমাজ খনৰ ছবি সুন্দৰ কৈ উপস্থাপন কৰিছে,,😍😍❤️ মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা ❣️❣️✨
    Kusum দাৰ কাৰণে এটা like কৰি যাব ❤️🥰✨💘💘💘

    • @abhinashhandique3152
      @abhinashhandique3152 ปีที่แล้ว +5

      Tai Ahom + Deuri ❤️

    • @Extman
      @Extman ปีที่แล้ว +4

      @@abhinashhandique3152 where is the Tai ahom part in the video ?

    • @jagatdeuri3261
      @jagatdeuri3261 ปีที่แล้ว +2

      ​@@Extmanno one knows😅, they just want to claim it similar to bihu.

  • @subharajgogoi7316
    @subharajgogoi7316 ปีที่แล้ว +266

    কি যে সুমধুৰ কণ্ঠ❣️ অসমৰ জাতি, জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ সুন্দৰ উপস্থাপন।

  • @bitusonowal6417
    @bitusonowal6417 ปีที่แล้ว +135

    কুসুম দাক❤️ কোনে কোনে ভাল পোৱা Like এটা দি দিয়া 😍😍
    👇

    • @Nesiaxom1997
      @Nesiaxom1997 11 หลายเดือนก่อน

      1111¹11q1¹1qq11

    • @Nesiaxom1997
      @Nesiaxom1997 11 หลายเดือนก่อน +3

      11111¹1q1q1❤1❤❤1

    • @Nesiaxom1997
      @Nesiaxom1997 11 หลายเดือนก่อน +1

      11

    • @Nesiaxom1997
      @Nesiaxom1997 11 หลายเดือนก่อน

      ❤aà¹1qa11q1

    • @GaganBarman-nd2yg
      @GaganBarman-nd2yg 8 หลายเดือนก่อน +1

      মই বহুত ভাল পাওঁ।। এদিন লগ পোৱাৰ আশা এটা মনত পুহি ৰাখিছোঁ।।মই নালবাৰী লৰা😊❤❤❤❤❤❤

  • @hirokhirok1930
    @hirokhirok1930 ปีที่แล้ว +24

    মন মইনাই প্ৰত্যেকটো গীতেই মন চুই যায় কুচুম দা। ❤️

  • @newhindipartymix2552
    @newhindipartymix2552 ปีที่แล้ว +30

    i can't really describe it but this genre of music always feels like it's the last period of a great day full of energy

  • @chowdihingia8324
    @chowdihingia8324 ปีที่แล้ว +6

    গাঁৱৰ পৰিৱেশটোতকৈ আপোন আন একোৱেই হ'ব নোৱাৰে,, বহুত সুন্দৰ লাগিল ককাই।

  • @debabratdeori8264
    @debabratdeori8264 ปีที่แล้ว +42

    দেউৰী সম্প্ৰদায়ৰ সংস্কৃতিৰ কিছু আভাস ফুটি উঠাৰ লগতে সুন্দৰ এটি দেউৰী মিক্স ফিউজন শুনিবলৈ পালোঁ। ভাল লাগিল 😊

  • @akashdeori9874
    @akashdeori9874 ปีที่แล้ว +16

    ভাল লাগিল। দেউৰী জনগোষ্ঠী লোকসমাজৰ এক সুন্দৰ উপস্থাপন। লগতে বিহুৰ সংমিশ্ৰনে হুঁৱগা চৰা কৰি তুলিলে। Keep up the good works।। Lots of love ❤️❤️❤️❤️

  • @skjubahomaj3460
    @skjubahomaj3460 ปีที่แล้ว +1

    Mza lagil sister

  • @studylovernarayan
    @studylovernarayan ปีที่แล้ว +46

    অসমৰ নানা জাতি উপজাতিৰ প্ৰতি কুসুমদাৰ অলেখ মৰম ভালপোৱা আছে । গীতসমূহত তাৰেই প্ৰভাৱ পৰিছে । Love from sonari ❤️

  • @jondas2272
    @jondas2272 ปีที่แล้ว +1

    Mojaa kussum dada.... Thanks

  • @MrDjCreation
    @MrDjCreation ปีที่แล้ว +18

    দেউৰী জনগোষ্ঠীৰ লোকসমাজৰ প্ৰতিচ্ছবি খুব সুন্দৰকৈ দাঙি ধৰি ৰাইজৰ মাজলৈ আগবঢ়ায় দিয়াৰ বাবে অশেষ ধন্যবাদ❤❤❤❤❤😍😍😍

  • @pranjolrajkonwar7077
    @pranjolrajkonwar7077 ปีที่แล้ว +2

    Mja video 👌👌👌👌👌👌👌👌

  • @parishmitasaikiamusical3264
    @parishmitasaikiamusical3264 ปีที่แล้ว +24

    মন-মইনা ৰ প্রতিটো গীতেই অন্তৰ চুই যায়..... বৰ ভাল লাগিল কৈলাশ দা💞

  • @WakeupKrishna339
    @WakeupKrishna339 ปีที่แล้ว +1

    ❤❤❤❤❤❤❤ bhut beci val lgil say traditional culture bur say vl lge 🤩🤩🤩🤩🎉🎉

  • @ASSAMMUSICAL
    @ASSAMMUSICAL ปีที่แล้ว +3

    Potitu gan eman dhuniya kor pora likha 🙏🙏❤❤

  • @BuMoni
    @BuMoni ปีที่แล้ว +2

    মন মইনা always rock🎉

  • @knowledgepower991
    @knowledgepower991 ปีที่แล้ว +23

    নানা জাতি, নানা ভাষাৰ আমাৰ এনাজৰী ডাল একত্ৰিত হৈ থাকক 🤝
    গানটোৰ কথা, ছবি, নিত্য সুন্দৰ নিদৰ্শন হৈছে ❤❤

  • @DiamondAasamese
    @DiamondAasamese ปีที่แล้ว +1

    Mon moina ...🔥 এই এলবামটো কৰি যাব....বহুত ভাল লাগে

  • @happydeori5684
    @happydeori5684 ปีที่แล้ว +9

    কুসুম দা, অতি সুন্দৰ হৈছে। আৰু ছোৱালী জনীৰ অভিনয় বহুত ধুনীয়া হৈছে 👍👍।

  • @DigantaThangal-n7m
    @DigantaThangal-n7m ปีที่แล้ว +1

    Kije humodhur song huni amoni nalage❤❤❤ Kuusum da

  • @pinkiboruah9621
    @pinkiboruah9621 ปีที่แล้ว +4

    বহুত বহুত ভাল লাগিল গানটো ❤❤❤

  • @bikrannath-ss7qv
    @bikrannath-ss7qv ปีที่แล้ว +2

    Ufff voice2 kin2 manibo lagibo ❤❤❤❤❤❤❤❤❤❤❤❤

  • @nibaran15k
    @nibaran15k ปีที่แล้ว +172

    মন মইনাৰ প্ৰতিটো গীত এ ধুনিয়া 🥰❤
    আশা কৰো আগলৈও এনেকুৱা ধুনিয়া ধুনিয়া গীত কুসুম দাৰ পৰাই শুনিবলৈ পায় থাকিম বুলি 💞😇
    Love from Baihata chariali ❤

    • @mithubharali
      @mithubharali ปีที่แล้ว +1

      Hsake

    • @HorribleG
      @HorribleG ปีที่แล้ว +2

      3Bar man salu akw sabo lagibo ai gantu 🌝🌚

    • @nibaran15k
      @nibaran15k ปีที่แล้ว

      @@mithubharali ummm

    • @nibaran15k
      @nibaran15k ปีที่แล้ว +1

      @@HorribleG moi video to sowa ni vlkoi kinto audio to xoni a thako

    • @BituBorah-jl2nv
      @BituBorah-jl2nv ปีที่แล้ว

      @@mithubharali a

  • @rajgogoi1172
    @rajgogoi1172 ปีที่แล้ว

    Hundor bhut bhut vl hoise mon monai poti2 gan superhit .❤ Love u kusum da

  • @pankajdas262
    @pankajdas262 ปีที่แล้ว +20

    মন মইনা প্ৰতি গান এ হৃদয় ত লাগি জাই ❤ কুসুম দা❤ এনেকুৱা গান সদায় শুনি পাম বুলি আশা থাকিল ❤❤❤ মৰম কুচুম দা

  • @hrishikeshkalita9422
    @hrishikeshkalita9422 ปีที่แล้ว

    Mojja, Val lagil bohut koilash da . Traditional part is intaresting . Thank you.

  • @pallabbora4422
    @pallabbora4422 ปีที่แล้ว +3

    Video tu sai 💕 dhuniya 💕 lagise 👌👌 lagise 🌹🌹 kussum da 😍😍

  • @deepjyotitechnicalvideo
    @deepjyotitechnicalvideo ปีที่แล้ว +1

    Super hit ❤️❤️

  • @dpmech4376
    @dpmech4376 ปีที่แล้ว +16

    Ur really a Gem of Assamese Music Industry. Big Salute Dada.

  • @nilutpaldihingia1184
    @nilutpaldihingia1184 ปีที่แล้ว

    Finally ahi gol.. roi asilu.. mozaahhh kusum da and bhonti Austriana

  • @hariprasadexplore810
    @hariprasadexplore810 ปีที่แล้ว +37

    বৰ সুন্দৰ হৈছে দেই,,,,সেই তাহানিৰ দিনৰ কলেজৰ প্ৰেম ,বিহু আৰু যৌৱনৰ অভিমানবোৰ আকৌ দাপোনত দেখা যেনেই পালো।🥰🥰🥰ককাই,বহুত ধন্যবাদ তোমাক,ছহা গাঁৱৰ আমাৰ গাঁৱলীয়া বুকুৰ সচাঁ কেচা কলিজাৰ মৰমবোৰ এইদৰে ,,,#আজিৰ দিনত দেখুৱাৰ বাবে🙏🙏🙏।এনেকুৱা গীত আৰু চিত্ৰনাট্যহে আমাক আছলতে লাগে ,,,,,*আমাৰ মাইনা এনেকুৱা,,, মাইনা তেনেকুৱা এইবোৰ নালাগে

  • @anupamneog4660
    @anupamneog4660 ปีที่แล้ว +5

    ককাই ডিস্ক video লাগে জলদী,নতুবা জেং হৈ যাব ।।বাকী মন মইনা 🔥🔥।।

  • @System-001roast
    @System-001roast ปีที่แล้ว +39

    মন মইনা এলবামৰ গান
    নুহুনাকৈ থাকিবই নোৱাৰি❤❤❤

  • @krishnamonisaikia6723
    @krishnamonisaikia6723 ปีที่แล้ว +1

    Moja ligil

  • @jayantasaikia5747
    @jayantasaikia5747 ปีที่แล้ว +5

    বহুত সুন্দৰ গীত সৃষ্টি আৰু সুন্দৰ উপস্থাপন কৈলাচ আৰু দিহিঙ্গীয়া ভন্টি 🌺🌹💜💙💜💙👌🏽👍🏻👍🏻

  • @manikjyotiofficial
    @manikjyotiofficial ปีที่แล้ว +2

    কি যে সুন্দৰ উপস্থাপন হৃদয় চুলে অসমীয়া বুলি নিজক ভাৱিয়ে ভাল লাগিছে।

  • @Suraj-op7sc
    @Suraj-op7sc ปีที่แล้ว +20

    হৃদয় চুই গʼল কুসুম ককাইদেউ ♥️

  • @chayanikadhunu9522
    @chayanikadhunu9522 ปีที่แล้ว +1

    ধুনীয়া ❣️👌
    কুসুম দা সদায় প্ৰিয়।❣️🤞

  • @TazmiraKitchen
    @TazmiraKitchen ปีที่แล้ว +3

    Mojja song tu

  • @missongmunnaorgianl
    @missongmunnaorgianl ปีที่แล้ว +2

    Jai aisa axom 💙

  • @tamuli1234
    @tamuli1234 ปีที่แล้ว +17

    hydarabad ৰ পৰা মৰম যাছিলোঁ আপোনাক কুসুম দা এইবাৰ প্ৰগ্ৰেম miss কৰিম বহুত😥

  • @prasantasaikia3394
    @prasantasaikia3394 ปีที่แล้ว +3

    Superbbb♥️💕

  • @axomlava
    @axomlava ปีที่แล้ว +2

    Kusum koilash দা বহুত ধুনীয়া গান উলিয়ালা।
    ইমান সুন্দৰ গান কেনেকৈ ভাবা বাৰু।

  • @xyzp425
    @xyzp425 ปีที่แล้ว +13

    Austriyana outstanding performance....Kussum da always rock

  • @sumubharali-gc6km
    @sumubharali-gc6km ปีที่แล้ว +1

    Feelings❤️❤️❤️gantut nijoke bisari pua nisina lge ❤❤iman je bhal lge

  • @Nirav_nilim
    @Nirav_nilim ปีที่แล้ว +16

    অসমীয়া সংগীতজগতৰ উন্নতি দেখি বহুত সুখী হৈছো ।
    এটা like ❤️ kussum dar বাবে 🗿

  • @bindassjibon5756
    @bindassjibon5756 ปีที่แล้ว

    Manat pelai bikhekh gorakiloi ❤
    Love from Dibrugrh 👍

  • @entertainingaxom7380
    @entertainingaxom7380 ปีที่แล้ว +19

    Austriyana look's absolutely Gorgeous...🔥😍

  • @Omandmomvlog
    @Omandmomvlog ปีที่แล้ว +2

    Bohut vhl lgil

  • @dolibora4754
    @dolibora4754 ปีที่แล้ว +4

    মনমইনা সঁচাকৈয়ে ধুনীয়া...কি সুমুধুৰ কণ্ঠ.....👌👌👌

  • @prossanaprossana7763
    @prossanaprossana7763 ปีที่แล้ว +1

    Excited hoi asilu ketea vdo ahibo buli finally ❤❤❤❤

  • @Dhemajirsampriti
    @Dhemajirsampriti ปีที่แล้ว +18

    Mesmerizing voice ❤ Love from Dhemaji 🥰

  • @adityakonch7334
    @adityakonch7334 ปีที่แล้ว +1

    Mojaa lagil dada ❤️❤️❤️

  • @Frustratedmitu
    @Frustratedmitu ปีที่แล้ว +199

    "DISCO" নহয় , "মনম‌ইনা"ৰ কুসুম কৈলাশ ককাই জনৰ বিষাক্ত অনুৰাগী ম‌ই ❤️🌿

  • @akonimridupabonboragaming
    @akonimridupabonboragaming ปีที่แล้ว +1

    মজা ❤😊😅

  • @robinburagohain
    @robinburagohain ปีที่แล้ว +10

    Beautiful place and so cute girl ❤❤❤, মন মইনা প্ৰতিটো গীতেই ধুনীয়া , আশা কৰো কুসুম দা ই সদায় আমাৰ মাজলৈ এনে ধৰণৰ গীত পৰিৱশন কৰে৷ 🥰🥰🥰🥰🥰

  • @GokulDoely-cm4fo
    @GokulDoely-cm4fo ปีที่แล้ว +1

    Mojja

  • @biswajitdas7392
    @biswajitdas7392 ปีที่แล้ว +16

    বাৰে বাৰে শুনি থাকিব মন যায় কুসুম দা গানবোৰ। আগলৈও ধুনীয়া ধুনীয়া গান পাম বুলি আশা ৰাখিলো।❤💛💚

  • @MeghaGaming-jn4ev
    @MeghaGaming-jn4ev ปีที่แล้ว +1

    Nice brother 🥰

  • @Sh5entertainment
    @Sh5entertainment ปีที่แล้ว +7

    মন ম‌ইনা 😍😍 is not a Album ..its our emotion ❤️❤️..

  • @uroniamon2.09
    @uroniamon2.09 ปีที่แล้ว +1

    Mon moina hodai priyo ❤️💝

  • @HanifRajkhowa04
    @HanifRajkhowa04 ปีที่แล้ว

    সুন্দৰ হৈছে কুসুম দাদা
    নাজিৰা পৰা মৰম যসিলো

  • @utpalggoi2.082
    @utpalggoi2.082 ปีที่แล้ว +6

    Next level. Love form dhemaji ♥️

  • @bhaskargogoi547
    @bhaskargogoi547 ปีที่แล้ว +2

    বহুত ভাল লাগিল, মন মইনাই প্ৰতিবাৰে মন কাঢ়ি লৈ যায়,ডুবাই প্ৰেমৰ নদীত বোৱাই লৈ যায় মৰমৰ সাগৰত.....

  • @H.B_ZONE
    @H.B_ZONE ปีที่แล้ว +9

    বাৰেবৰণীয়া সমাজৰ প্ৰতি কুসুম দাৰ যি আন্তৰিকতা...দেখি ভাল লাগিলে।😘 তুমি আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলো।❤

  • @stylishaj6173
    @stylishaj6173 ปีที่แล้ว +2

    ধুনীয়া দাদা love from বঙাইগাঁও❤।

  • @gautamphukon9626
    @gautamphukon9626 ปีที่แล้ว +5

    কুসুম দাৰ মন মইনাজনীলৈ মৰম দিলোঁ...❤❤

  • @vishalpanging415
    @vishalpanging415 ปีที่แล้ว +10

    This is the first time I've seen such a beautiful Assamese music video❤️❤️❤️ It's very nice❤️❤️❤️❤️❤️❤️❤️

  • @sumonkonwar7625
    @sumonkonwar7625 ปีที่แล้ว +6

    Lines are on fire 🔥

  • @chintobordoloi7023
    @chintobordoloi7023 ปีที่แล้ว +2

    Favert kusum Daa ❤

  • @jubisrabha260
    @jubisrabha260 ปีที่แล้ว +8

    That eeh eeh ooh ooh signature of the Kussum koilash😍

    • @Extman
      @Extman ปีที่แล้ว +1

      😂

  • @purnochetry9714
    @purnochetry9714 ปีที่แล้ว

    My favourite 😻☺️❤️❤️

  • @anupamdoloi8904
    @anupamdoloi8904 ปีที่แล้ว +42

    বাৰে বাৰে শুনিছোঁ গানটো ধন্যবাদ kusum da আকৌ এবাৰ ইমান সুন্দৰ গান দিয়াৰ বাবে♥️♥️♥️♥️😍😍😍

  • @amikhakaptak6885
    @amikhakaptak6885 ปีที่แล้ว +1

    Bhut bhut Favourite ❤️🔥 apunr song 🔥🥰 favorite 👑

  • @papukonwar4877
    @papukonwar4877 ปีที่แล้ว +7

    সুন্দৰ video অভিনয় ভাল হৈছে। 💘তাতে কুসুম দা কন্ঠ 👌। (মন মইনাত) অনাগত দিনত এনেদৰে অনুৰাগী বাবে ভাল ভাল কাম কৰিব🌹। শেষত এই গান তি লগত জড়িত সকলো ব্যক্তিক অভিনন্দন জ্ঞাপন কৰিছো । ❤❓

  • @parakhmonibaruah6819
    @parakhmonibaruah6819 ปีที่แล้ว

    Wow khub ❤dhuniya lgise ❤

  • @manuranjan_deuri08
    @manuranjan_deuri08 ปีที่แล้ว +8

    Love from Deori community, Kusum daa ❤️

  • @sunmonideori861
    @sunmonideori861 ปีที่แล้ว +1

    দেউৰী জনগোষ্ঠীৰ বিষয়ে বৰ সুন্দৰকৈ উপস্থাপন কৰিছে বৰ ভাল লাগিল । আৰু আগুৱাই যাক আপুনি মোৰ ফালৰপৰা বহুত মৰম

  • @SHRISTIRABHA86
    @SHRISTIRABHA86 ปีที่แล้ว +4

    সুন্দৰ লাগিছে কুসুম দা। ❤❤ আপোনাৰ প্ৰতিটো গীততেই লুকুৱাই থাকে মধুৰতা। গাৱলীয়া লোক সকলোৰ যিটো পৰিৱেশ গীতবোৰত সুন্দৰকৈ উপস্থাপন কৰে তাৰ কাৰণেই গীতবোৰ আৰু বেছি ভাল লাগে।❤❤

  • @Nikhil74488
    @Nikhil74488 ปีที่แล้ว +1

    Nice song 😊👍👍💗😊😽😽

  • @priyankabaruah1481
    @priyankabaruah1481 ปีที่แล้ว +3

    সুন্দৰ হৈছে দাদা ❤️ আপোনাৰ গান শুনিবলৈ বহুত আগ্ৰহী মই

  • @misssumpisonowal7813
    @misssumpisonowal7813 ปีที่แล้ว +1

    মন মইনা 🔥👍

  • @chandramohanhazarika8979
    @chandramohanhazarika8979 ปีที่แล้ว +4

    সুন্দৰ গীতৰলগত সুন্দৰ অভিনয় ..... Love you কুসুমদা❤️❤️❤️👌👌👌👌

  • @staystylishwithankita5682
    @staystylishwithankita5682 ปีที่แล้ว +1

    বহুত বেছি ধুনীয়া হৈছে অভিনন্দন ♥️♥️♥️👌👌👌💞❤️
    ইগাৰি 💓😍😍😍😍

  • @Doreamoi143
    @Doreamoi143 ปีที่แล้ว +5

    Love from America..... Nice voice👍

  • @rintubora2268
    @rintubora2268 ปีที่แล้ว

    ❤uff Eman dhunia gan ata
    R o tr lgt emn dhunia choreography bhut bhut vl lgil..❤

  • @hzk9950
    @hzk9950 ปีที่แล้ว +9

    এইবাৰ মন মইনা জনি বৰ ধুনীয়া দেই❤

  • @nilamoniphukan8940
    @nilamoniphukan8940 ปีที่แล้ว

    Oti Hundor lagil❤❤
    ❤❤❤❤❤❤❤
    Jai Assam❤❤❤

  • @Kaushikeditzshorts
    @Kaushikeditzshorts ปีที่แล้ว +5

    সমূহ অসমবাসীলৈ আগন্তুক
    ❤ৰঙালী বিহুৰ ❤
    আন্তৰিক হিয়াভৰা শুভেচ্ছা
    😍যাচিলো😍
    #মোৰবসন্ত

  • @artwithgitashree3378
    @artwithgitashree3378 ปีที่แล้ว

    সঁচাকৈ আপুনি কিয় জানো ইমান প্ৰীয়
    জনগোষ্ঠীয় অনুভৱ বোৰে আপোনাৰ প্ৰতিটো গানতে চুই যায় ❣️

  • @chinmoyborgohain4120
    @chinmoyborgohain4120 ปีที่แล้ว +5

    The taste of KKW is always Wow! আপোনাৰ theme বিলাক সঁচাই বৰ সুকীয়া

  • @astaahmed5078
    @astaahmed5078 ปีที่แล้ว +1

    (মন মইনা) ❤️🔥🔥🔥

  • @poragbaruahAxom
    @poragbaruahAxom ปีที่แล้ว +5

    I love this song 🥰 my all time favourite singer kusum koilash daa 💖জয় আই অসম 💞