ভাগৱত ব্যাখ্যা Rantu Saikia

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ต.ค. 2024
  • #assamesevideo #rantusaikia #ভাগৱতপাঠ

ความคิดเห็น • 14

  • @JunuDutta-js8yp
    @JunuDutta-js8yp 15 วันที่ผ่านมา +1

    শ্ৰৱণ কীৰ্তনে যিটো অনুক্ষণে ভজে মহা ভক্তি ভাৱে। সি সি মহাজনে সুখে অপ্ৰায়াসে হাততে মুকুটি পাৱে 🙏🙏🙏🙏

  • @dipengogoi2598
    @dipengogoi2598 8 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জয়

  • @AnsumaiBasumatary-i6v
    @AnsumaiBasumatary-i6v 12 วันที่ผ่านมา +1

    Krishna

  • @RatulDeka-ve8ih
    @RatulDeka-ve8ih 10 วันที่ผ่านมา +1

    Krishno Prabhu Gurujona chorone khewa

  • @RatulSaikia-cq6fl
    @RatulSaikia-cq6fl 14 วันที่ผ่านมา +1

    Krishna Krishna

  • @keshabbora7742
    @keshabbora7742 4 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @JibanNath-d7k
    @JibanNath-d7k 17 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ লাগিল বাপ।

  • @tilakdas139
    @tilakdas139 17 วันที่ผ่านมา

    🙏🙏🙏

  • @asomiaasom6008
    @asomiaasom6008 17 วันที่ผ่านมา +2

    মায়া শাস্ত্ৰ ভাগৱত মায়া শাস্ত্ৰ কীৰ্তনঘোষা নামঘোষা মায়াবী গুৰু শংকৰ মাধৱৰ বাবেই অসমৰ লোকে বিভ্ৰান্ত হৈ কৃষ্ণক শংকৰ মাধৱক ভজি শিৱনিন্দা দুৰ্গা অগ্নি বৰুণ বায়ু গণেশ লক্ষ্মী সৰস্বতি আদি দেৱ দেৱী ৰূপত ঈশ্বৰক নিচিনি অস্পৃশ্য বুলি নিন্দা ঘৃণা তাচ্ছিল্য কৰা পাপত পাপী হৈ স্বৰ্গ বৈকুণ্ঠ মুক্তিটো বাদেই দিজক চিধাই নৰক গতি ।যি শাস্ত্ৰত শিৱ ব্ৰহ্মা দুৰ্গা অগ্নি সূৰ্য বায়ু বৰুণ লক্ষ্ম সৰস্বতী গণেশ আদি ঈশ্বৰৰ বিভুতী স্বৰূপ চৈতন্য শক্তিক সামান্য অস্পৃশ্য নিন্দিত ঘৃণিত দেৱতা বুলি হেয়জ্ঞান অপমান কৰা আছে তেনে শাস্ত্ৰ ভক্তি ধৰ্ম শাস্ত্ৰ নহয় সেয়া মানুহক মতিভ্ৰম কৰা পাপী কৰা শাস্ত্ৰ ।যেতিয়ালৈ মায়াবী অসমীয়া ভাগৱত কীৰ্তনঘোষা নামঘোষা পঢ়িব তেতিয়ালৈ প্ৰাণীৰ ৰক্ষা নাই নৰকেই গতি কাৰণ তাত নিন্দাবাদ পৰচৰ্চা পৰনিন্দা হেয়জ্ঞান উপওুঙা তিৰস্কাৰ কৰা পাপমতি পদ উপদেশ আছে ।
    ৰন্তু বাপ আপুনি অতি ভক্তি দেখাই কৈছে পুৰুষ মানুহে দাৰি ৰাখিব নালাগে ।ঈশ্বৰে পুৰুষৰ দাৰি যুক্ত কৰিয়েই সৃষ্টি কৰা পুৰুষে দাৰি কাটিলেই পুৰুষৰ দাৰি নুগুছে দাৰি কাটিলেই পুৰুষ গুছি নাৰী হৈ নাযায় প্ৰভু অযুক্তিকৰ কথা কৈ নিজকে মুধাফুটাৰ পৰিচয় দিয়া কিয় ? সত্য ত্ৰেতা দ্বাপৰৰ ঋষি মুনি সাধু সন্ত সন্যাসী সকলে দাৰি গোফ ৰাখিছিল তেৰা সব মহাত্মা সকলে স্বামী ঈশ্বৰক ভজাত ঈশ্বৰ সন্তুষ্ট হোৱা নাছিলনেকি ?শাস্ত্ৰত আছে দাৰি গোফ ৰখা ঋষি মুনি সন্যাসী সকলে ইচ্ছামতে ঈশ্বৰক দৰ্শন পাইছিল গতিকে দাৰি নাৰাখাটো এটা অতিভক্তি অযুক্তিকৰ কথা ।প্ৰমাণ চাও আপুনি কৃষ্ণক স্বামী বৰণ কৰি নাৰীৰ দৰে দাৰিহীন হৈ কৃষ্ণক ভজি আছা আপুনি কৃষ্ণক দৰ্শন পাইছানে কৃষ্ণক লগ পাইছানে কৃষ্ণই আপোনাক মুক্তি দিবনে ?
    ওঠোৰ হাজাৰ শ্লোকৰ মায়া আৰু ভক্তিধৰ্মযুক্ত ভাগৱত ৰচা কলিৰ লোকক দিয়াৰ পিছত আজিলৈ কলিৰ লোকে কৃষ্ণ কৃষ্ণ কৰি ভজি কৃষ্ণক দৰ্শন লাভ বৰ আৰ্শিবাদ লাভ কৰাৰ উদাহৰণ নাই আছে এদি আপুনি তথ্য সহ প্ৰমাণ দিব ।ওঠোৰ হাজাৰ শ্লোকৰ মায়া আৰু ভক্তিধৰ্ম যুক্ত বৈকুণ্ঠৰ শাস্ত্ৰ মুক্তিদাতা মহাভাগৱত ৰচাৰ আগত সত্য ত্ৰেতা দ্বাপৰত ভক্ত সকলে ঈশ্বৰক দেৱ দেৱীক দৰ্শন পাইছিল বৰ আৰ্শীবাদ লাভ কৰিছিল ।
    ৰন্তু বাপ আপুনি অসমৰ মানুহক মুৰ্খ বুৰ্বক সজাই সগৌৰৱে কৈছে শংকৰদেৱে ভাগৱত লেখি কলিৰ লোকক দি উপকাৰ কৰিলে নহলে কলিৰ মনুষ্যই মহাভাগৱত নাপালেহেতেন এই কথা কৈ আপুনি নিজক মহামুৰ্খৰ পৰিচয় দিলে নে অসমৰ মানুহক যোধামুৰ্খতবুৰ্বক সজাই মুৰ্খ পণ্ডিত হৈছা ?শংকৰদেৱে উপজাৰ আগতেও ভাৰতত ভাগৱত পাঠ ব্যাখ্যা হৈ আছিল সেই ভাগৱত আছিল সংস্কৃত ভাষাত যি সংস্কৃত ভাগৱতকে শংকৰদেৱেও টোলত অধ্যয়ণ কৰিছিল ।আগত সংস্কৃত টোলত বেদ পুৰাণ গীতা ভাগৱত পাঠ অধ্যয়ণ কৰাই শিক্ষা দিছিল মঠ মন্দিৰ বোৰণ বেদ পুৰণ গীতা ভাগৱত পাঠ ব্যাখ্যা হৈ আছিল শংকৰদেৱ উপজাৰ আগতেও আৰু উপজাৰ পিছতো চলি আছে ।শংকৰদেৱে সংস্কৃত ভাগৱত অধ্যয়ণ কৰি অসমৰ সৰ্বসাধাৰণ গাওঁৰ কমশিক্ষিত লোকে পঢ়িব শুনিব পৰাকৈ অসমীয়া ভাষাত নিজে উদ্যোগ লৈ দেৱ দামোদৰদেৱৰ শিষ্য গোপালচৰণ দ্বিজ, কেশৱচৰণ ,হৰিদাস ,জয়হৰি , অনন্তকন্দলী সহযোগীৰ সহায়ত অনুবাদ কৰি অসমবাগীক দি গৈছে ।ৰন্তু বাপ আপুনি কোৱাৰ দৰে শংকৰদেৱে উপজি বৈকুণ্ঠৰ পৰা কলিৰ লোকক শংকৰদেৱেহে ভাগৱত আনি দিলে নহলে জগতবাসীয়ে ভাগৱত নাপালেহেতেন এই কথা যাৰ বিচাৰ বুদ্ধি চিন্তা শক্তি নাই অজ্ঞ তেনে লোকেহে কয় বিশ্বাস কৰে মানি লয় ।শংকৰদেৱ উপজাৰ হাজাৰ হাজাৰ বছৰ আগৰ পৰাই হয়গ্ৰীৱ মাধৱ মন্দিৰত ,পুৰীৰ জগন্নাথ মন্দিৰত ,গয়াৰ বিষ্ণুপদ মন্দিৰত আদি কৰি ভাৰতৰ মঠ মন্দিৰত নিতৌ বেদ পুৰাণ গীতা ভাগৱত পাঠ ব্যাখ্যা চলি আহিছে ততস্বত্তেও আপুনি শংকৰদেৱে উপজিহে কলিৰ লোকক ভাগৱত আনি লেখি দিলে এনে মহামুৰ্খ কথা কয় কিয় নিজক মহামুৰ্খৰ পৰিচয় অজ্ঞতা উলংগ হৈ দেখা কিয় ? লাজ লাগিব লাগে মিছা ভুল মনেসজা বিকৃত কথা কবলৈ ।অসমৰ বাহিৰত শংকৰদেৱে অসমীয়াত অনুবাদ কৰি নিজৰ মত উল্লেখ কৰি লিখা ভাগৱত নপঢ়ে নুশুনে মুৰ্খ ।শংকৰদেৱৰ ভাগৱত কীৰ্তনঘোষা অসমৰ লোকেহে পঢ়ে শুনে অসম নামৰ পুখুৰীটোতহে শংকৰৰ ভাগৱত প্ৰচলিত ।অসমৰ বাহিৰত সংস্কৃত ভাগৱত সংস্কৃতৰ পৰা অনুবাদ বাংলা হিন্দী উৰিয়া আদি নানা ভাষাৰ ভাগৱতহে পঢ়ে শুনে যত ভুল মনেসজা বিকৃত বিভ্ৰান্তকাৰী পদ উপদেশ নাই ।দাক্ষিণাত্যত পঞ্চম শতিকাতে ভাগৱতী বৈষ্ণৱ ধৰ্মৰ বীজ ৰোপন হৈ প্ৰসাৰিত হৈছিল বুদ্ধধৰ্মৰ আগ্ৰাসনৰ পৰা বাচিবলৈ তেতিয়াৰ পৰাই গীতা ,ভাগৱতৰ বহুল প্ৰচাৰ প্ৰসাৰ চৰ্চা হৈছিল ।শংকৰদেৱক ভাগৱত আনি কলিৰ লোকক দিয়া বুলি কৈ মুৰ্খৰ পৰিচয় নিদি হাহিয়াতৰ পাত্ৰ নহবা ।

    • @giripathak8333
      @giripathak8333 9 วันที่ผ่านมา

      @@asomiaasom6008 th-cam.com/video/FMXnhQMFcu8/w-d-xo.htmlsi=4lPFsxv78j4eR0n4

  • @tapandeka3606
    @tapandeka3606 17 วันที่ผ่านมา +1

    Ram ram pravo

  • @barnalidas7784
    @barnalidas7784 17 วันที่ผ่านมา +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @pulakdas2171
    @pulakdas2171 17 วันที่ผ่านมา +1

    Sundar

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 15 วันที่ผ่านมา

    Krishna krishna