Abeg | Zubeen Garg | Pranab Krishnatreya | Violeena Devi
ฝัง
- เผยแพร่เมื่อ 9 เม.ย. 2024
- Emotion.. It is very difficult to express emotions in words. I was lost in emotion and became speechless . Neel pawan boruah and Deepali Borthakur were divine souls. Love and faith can be another names for their bond. Unique combination of music and art..
When Deepali Borthakur was lying in a bed and Neelpawan Boruah was sitting behind her with a stick in his hand. Both were smiling with love in their eyes. That's how the song began.
SONG CREDITS:
Song: Abeg
Vocal: Zubeen Garg
Lyrics: Violeena Devi
Composition: Pranab Krishnatreya
Music & Mixing - Mastering: Pranab Krishnatreya
Guitar: Rajiv Baruah
Tabla: Naba Chutia & Piyush Sarmah
Bass Guitar: Debojit Borah
Flute: Bhaskar Jyoti Kalita
Video & GFX:
Pranjal Bora Sumpi
Additional Poster: Abu B Siddik
Song Lyrics:
লাখুটিৰ মুঠিত কঁপা আৱেগ,
জীৱনে হহাঁ গধূলি শেষ।
কোলাহলৰ কোলাত মূৰ থৈ সাৱতে
বেলিমুৱা সপোনৰ প্ৰাণ ,
জীৱন সাৰে থকা নিশাবোৰ বাগৰে
সময় যেন মুকুতিৰ গান ।
সময় বাগৰে
উশাহেও হাঁহে
ঢলি পৰা দুচকু ম্লান।
নেহেৰাও বুলিও হেৰাও আজি মই,
কাহানিবা পুনৰ পাওঁ,
তোমাকেই পাওঁ বা নাপাওঁ একোৱেই নাজানো,
কিজানিবা অতীত হৈ যাওঁ ।
থমকাও দুভৰি
আঁকি ৰম কিজানি
আৱেগৰ উশাহৰ ধ্বনি ,
তুমি যদি চোৱা
চাই মোলৈ হাঁহা,
প্ৰিয়তমা আজিও সাৱতি।
#Zubeen_Garg #Pranab_Krishnatreya
Don't upload this music video in any other platform. Otherwise legal actions will be taken. - เพลง
মোৰ music আৰু সুৰৰ গীতটি সকলোৱে এইদৰে আদৰি লোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছো।
সদায় এনেদৰেই আপোনালোকে মৰম আৰু আশীৰ্বাদ দি যাব বুলি আশা কৰিলো I
Lyrics: Violeena Devi
Thank you so much for the overwhelming love and support.. Keep listening...😊❤🎵🎶🎼
বৰ ধুনীয়া হৈছে কথ-,সুৰ সংগীত-- তাতে গাইছে জুবিনে👍❤️ সোণত সুৱগা চৰিছে
বান্ধৱী ভায়লিনা লৈ অভিনন্দন জনালোঁ ❤🦋 আগুৱাই যোৱা তুমি সদায় ।
বহুত ধুনীয়া আৰু একক ❤❤❤❤❤❤❤❤❤❤❤❤❤❤ গানটো শুনিবলৈ ৰৈ আছিলোঁ অধিৰ আগ্ৰহেৰে এতিয়াহে ভাল লাগিছে মনটো ❤❤❤❤❤❤
মিকি ,এটা সুন্দৰ গীত উপহাৰ দিলা ভাল লাগিল......শুভেচ্ছা জনালোঁ
গানটোৰ প্ৰতিটো শব্দই জীৱনৰ প্ৰকৃত পৰিচয় কৰাইছে,, এটি এটি শব্দই হৃদয় চুই গৈছে😊
Zubeen da r protito ganei mor mon chui jai
Mza lyrics superb Zubeen Da ❤❤❤❤
সচাকে, গীতটো হ্ৰদয় চুই যোৱা গীত
This line -- কিজানিবা অতীত হৈ যাওঁ 💖💖💖🔥🔥🔥🔥
Ki Voice quality ❤ Zubeen daa main
বহুত সুন্দৰ গীত আপ্লুত হ’লোঁ
Zubeen dar vocals mza hoi gol sun
বহুত ধুনীয়া গীত ❤
Congratulations Violina.God bless.Wishing many laureals🎉
বহুত ধুনীয়া আৰু একক, গানটোৰ প্ৰতিটো শব্দই জীৱনৰ প্ৰকৃত পৰিচয় কৰাইছে,, এটি এটি শব্দই হৃদয় চুই গৈছে
ভাল লাগিল ❤ তবলাত সংগত কৰা ভাইটি পিয়ুষলৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা ❤
মজা গান
Pranab da❤
Om namah sibaai🙏🙏🙏❣️
Val lagise ❤❤ hun dor kontho ba 🎉🎉
🥺❤️🌍ZG
Ki mjh 🎉 .... love you zubeen da ❤️
অপূৰ্ব। গীতটিৰ কথা, সুৰ বৰ ভাল লাগিছে।।❤❤
Dhunia dr❤huvescha thakil agbahi jua tumi❤
খুব ধুনীয়া
Violina ba congratulations ❤❤
Heart touching
God bless 😢u dada
Nic song ❤
Vary vary nice song
আৱেগ কি যে সুন্দৰ,,,Lyrics --❤❤❤
Ufff🔥🔥
Vaiolina❤
Borhia❤
❤❤
Great song❤❤❤❤❤
Very beautiful song ❤❤❤
Dada💙
❤❤❤❤❤❤
Very. Good. Babu
uff Zubeen da_____touch my heart ❤🌹
Congratulations ❤dear ....agbahi jua🎉
kijaniba otit hoi jaw.
This line 🔥🔥❤❤ zubeen da tumi ...aabeg kori dila
Melody songs ❤
ZG 💙
সুন্দৰ হৈছে ভায়লিনা ❤ আগবাঢ়ি যোৱা তুমি 🎉
Joi zubaan Da
Nice song ❤️
🔥🔥🔥🔥
সুন্দৰ আগুৱাই যোৱা
Very nice 👌👌👌👌
Very nice ❤️❤️❤️
❤❤❤
Very nice ❤❤❤❤❤❤
birat val hoise
Hundor babu moi maina
Vio, bohut dhunia hoise ❤️❤️❤️
Zg❤️
Congratulations violina ❤❤
Unbelievable
বহুত বহুত সুন্দৰ গীত বহুত ভাল লাগিল ।
Congratulations violina 🎉
Beautiful 😍❤️
Congratulations violeena❤
Beautiful lyrics tune & music
Waiting ❤
❤
Bor dhunia hoise koboloi vaxa ny,ganr ki ktha ufff❤
সুন্দৰ লিখনি ❤
বৰ সুন্দৰ গীতটি ।
Awesome ❤
Congratulations Miki❤
বৰ সুন্দৰ গীত ৷তোমালৈ বহুত শুভেচ্ছা যাচিলোঁ ভায়লিনা❤ জীৱনৰ বাটত সাফল্যৰ ধ্বজা উৰুৱাই আগবাঢ়ি যোৱা ৷
❤❤❤❤❤
Dhuniya dada💙
I love you song dada❤❤❤❤❤❤❤❤❤❤❤❤😂❤❤
Music to val hoise ❤️🎶🔥
গানটো প্ৰতিটো শব্দই চুই গৈছে।সঁচাই আবেগিক হলো
Bor dhunia gana dai❤
খুবেই সুন্দৰ! ভাল লাগিল ❤️
Miki congratulations
Uff sui dise..
Val lagil xuni ❤😊
Ufff 😢❤ Zubeen Daa ♥️
Dhunia
Congratulations 🎉
Congratulations sister❤
Dhuniya ❤️
Iman Dhuniya song2 ❤❤❤
lyrics re vai 💛salute
😢❤
Nice song ❤
New subscriber...violeena Devi ❤ love from MJD
Ami asu joy vaiyolina🎉🎉🎉
Mojaaa
❤❤❤❤
Zubeen da❤
Mzza
Bapre....ki j lyrics...
জুবিন দা আপোনাৰ কথাত গানটো প্ৰাণ পায় উঠিছে ।