বিহু সংক্ৰান্তীত মিছিং সমাজৰ নিয়ম//Wings Of Hazarika ক দেখাৰ সৌভাগ্য হল//

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ต.ค. 2024
  • বিহু সংক্ৰান্তীত মিছিং সমাজৰ নিয়ম//Wings Of Hazarika ক দেখাৰ সৌভাগ্য হল//‪@dhunumanisha8391‬
    #roleofmisingtribes
    #assamesevideo
    #bihu
    #bhugalibihu
    মিছিং সমাজৰ নিয়ম অনুসৰি বিহু সংক্ৰান্তীৰ দিনা পূৰ্বপুৰুষ সকলক খাদ্য উচৰ্গা কৰা হয়।আমাৰ পাৱ বংশৰ লোকে সান্দহ ৰ লগত গুৰ পানী সানি লাৰু কৰি মৃতকক চাং ঘৰ ওপৰৰ পৰা পেলাই দিয়ে,লগতে আপং আৰু তামোল দিয়ে।

ความคิดเห็น • 53