Disco Dance || Bipin Chawdang || Susmita Trikha Das || Bhaskar Neelom || New Assamese Song 2022

แชร์
ฝัง

ความคิดเห็น • 1K

  • @sewaligohain5043
    @sewaligohain5043 2 ปีที่แล้ว +110

    বৰ্তমান পৰিস্থিতি লগত খাপ খোৱা এটি সুন্দৰ গীত ,,,ভাল লাগিল 👌

  • @palakhhatimuria4931
    @palakhhatimuria4931 2 ปีที่แล้ว +2

    mojja hoisy

  • @dheerajsfunnyvidio7424
    @dheerajsfunnyvidio7424 2 ปีที่แล้ว +6

    মজা হৈছে বিপিন দা ❤️❤️ অসমীয়া ৰ জাতিৰ বাবে এনে কোৱা গীত ৰচি থাকিব 👍👍👍👍❤️❤️❤️🤗🤗🤗🤗🤘🤘

  • @SK_Cartoon_Videos
    @SK_Cartoon_Videos 2 ปีที่แล้ว +1

    Bihu Bihu lagi goise🕺🕺

  • @সংগীতযাত্ৰা
    @সংগীতযাত্ৰা 2 ปีที่แล้ว +40

    ইমান ধুনীয়া বনাই ছে গীতটো শুনিলে শুনি থাকিব মন যায় , ধন্যবাদ বিপিন দালৈ ।

  • @RDXassam18
    @RDXassam18 2 ปีที่แล้ว +2

    Mozza

  • @northeasttraditionalcookin1045
    @northeasttraditionalcookin1045 2 ปีที่แล้ว +32

    ককাই মজ্জা আপোনাৰ গীত বুলি কলে সদায় বিশেষ

  • @sidharthagogoi2072
    @sidharthagogoi2072 2 ปีที่แล้ว +2

    A mojja

  • @gautamhazarika8952
    @gautamhazarika8952 2 ปีที่แล้ว +26

    মাঘ বিহুৰ বাবে নাচিবলৈ গান এটা বিচাৰি আছিলোঁ ।। পাই গলোঁ বিপিন দা।। হিলাই দিব এইবাৰ এইটো গানে 👍👍 অন্তৰৰ পৰা ধন্যবাদ জনাইছো দাদা।।🙏🏼

    • @priyanujhazarikaofficial
      @priyanujhazarikaofficial 2 ปีที่แล้ว +4

      বহুত বিছৰাৰ পাছত তুমাৰ comment টো পালো দে বুবু-দা
      তেনেহলে এইবাৰ বিহুত নাচিবা

    • @gautamhazarika8952
      @gautamhazarika8952 2 ปีที่แล้ว

      @@priyanujhazarikaofficial মোক দেখাত অসমীয়া যেন নালাগে নিকি😡 নানাচিম নীকি বহুত 😂

  • @nayonhazorika7914
    @nayonhazorika7914 2 ปีที่แล้ว +323

    "সৰুৰে পৰা আপোনাৰ প্ৰতিটো গান শুনি আহিছো প্ৰতিটো গানতে অৰ্থ বিচাৰি পাওঁ" যেতিয়া লৈকে জীয়াই আছো তেতিয়া লৈকে ২জন গায়ক বুকুত থাকিব এজন আপুনি আৰু এজন জুবিন দা"(জয় আই অসম)

  • @rahulsonowal6201
    @rahulsonowal6201 2 ปีที่แล้ว +34

    ককাই,,, মেছেজ এটা একদম ভালকৈ গৈছে দেই!!
    বহুত ভাল লাগিল।।

  • @hazarikaassam9627
    @hazarikaassam9627 2 ปีที่แล้ว +135

    সঁচাকৈ আপুনি মহান ❤️❤️
    সঁচাকৈ আপুনি অসম খনক বচাবলৈ আৰু উঠি অহা ডেকা গাভৰু সকলক উৎসাহ যোগাই ছে
    আমি আপোনাৰ গানত এটা নতুন কথা শিকিব পাৰে

  • @jolanakhaba2271
    @jolanakhaba2271 2 ปีที่แล้ว +39

    ককাইদেউ হিলাই দিছে😍❤️💕

  • @bikolpahazarika3514
    @bikolpahazarika3514 2 ปีที่แล้ว +21

    বর্তমান অসমত চলি থকা অৱস্থা তো এটা ব্যঙ্গ গানৰ জৰিয়তে উপস্থাপন কৰিছে অতি সুন্দৰ🙏

  • @jdxgogoi8709
    @jdxgogoi8709 2 ปีที่แล้ว +120

    গীত অতি সুন্দৰ 💞❤️ অসমীয়া ন-প্ৰজন্মৰ শুনিব লগিয়া গীত ।
    আগতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল ককাইদেউ ❤️🥀।

  • @mbofficial7893
    @mbofficial7893 2 ปีที่แล้ว +1

    Hitt🔥🔥🔥

  • @risingstar7890
    @risingstar7890 2 ปีที่แล้ว +14

    আপোনাৰ গীতত আজিৰ সমাজৰ সচাঁ ছবি ফুটি উঠে ৷ সুন্দৰ ককাইদেউ

  • @mridulgogoi4952
    @mridulgogoi4952 2 ปีที่แล้ว +1

    এ বহীয়া বিপিন দা।

  • @ujjalbora5889
    @ujjalbora5889 2 ปีที่แล้ว +10

    সমাজলৈ এক সুন্দৰ ৰ্বাতা দিছে! ভাল লাগিল গীতটি! সুন্দৰ হৈছে।

  • @assamesemasalamix
    @assamesemasalamix 2 ปีที่แล้ว +1

    Apunar hokolu ganotei kesa matir gundh ETA thake❤️❤️❤️❤️❤️

  • @maheshsarmah6073
    @maheshsarmah6073 2 ปีที่แล้ว +10

    ককাইদেউ আপোনাৰ সকলো গীতে মোৰ অন্তৰ চুই যায়।( জয় আই অসম)।

  • @nikash5046
    @nikash5046 2 ปีที่แล้ว +1

    সুন্দৰ হৈছে বিপিন দা

  • @Dipakborah-hz4bn
    @Dipakborah-hz4bn 2 ปีที่แล้ว +49

    গান হলে এনেকুৱা হব লাগে....🔥🔥🔥🔥

  • @deepusaikia2462
    @deepusaikia2462 2 ปีที่แล้ว +1

    Moja hoisa🥰🥰🥰

  • @hiranyarabha8867
    @hiranyarabha8867 2 ปีที่แล้ว +61

    disco dance মাঘ বিহুত গুজৰিব দেই বিপিন দা💕💕💕

  • @pallabkhanikar9
    @pallabkhanikar9 2 ปีที่แล้ว +1

    Khub hundor 🙏🙏🙏

  • @janubaruah7363
    @janubaruah7363 2 ปีที่แล้ว +6

    Apunar sinta dhara beleg 💥💥 so favorite artist Bipin chawadang .love from MANGOLDAI

  • @bikashgogoi5104
    @bikashgogoi5104 2 ปีที่แล้ว +1

    Kokai moja lagil.❤️❤️❤️👍👍👍

  • @allinone-tz1iw
    @allinone-tz1iw 2 ปีที่แล้ว +29

    ধুনিয়া............//
    এটি নিভাজ বিহু গিতলৈ,আপোনাৰ কন্ঠৰে বাত চাই ৰলো.........
    --ধন্যবাদ-

  • @djdhrubojyotibora9750
    @djdhrubojyotibora9750 2 ปีที่แล้ว +1

    এ ককাই হিলাই দিছে ...মজা লাগিল গানটো শুনি

  • @nilamanitalukdar8890
    @nilamanitalukdar8890 2 ปีที่แล้ว +3

    আপোনাৰ গীতত অসমীয়া জাতিৰ প্ৰেম লুকাই থাকে। সচাই অতি সুন্দৰ 🙏🙏🙏👌👌👌।

  • @Suklengmung_Borgohain
    @Suklengmung_Borgohain 2 ปีที่แล้ว +1

    ককাই মজা 😘🥰😍

  • @bikibaruah
    @bikibaruah 2 ปีที่แล้ว +41

    আপোনাৰ গীতত অসমীয়া জাতিৰ অস্তিত্ব বিচাৰি পাওঁ।❤️❤️

  • @sarumaiborah591
    @sarumaiborah591 2 ปีที่แล้ว +1

    Mojja dise

  • @niturajgogoi1159
    @niturajgogoi1159 2 ปีที่แล้ว +138

    আগতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ ❤️❤️❤️

  • @achutyanath1849
    @achutyanath1849 2 ปีที่แล้ว +1

    Mojja lagil

  • @mrinmoiphukan2717
    @mrinmoiphukan2717 2 ปีที่แล้ว +9

    Hit hit Bipin daa❤️💕...

  • @montubhaidhamaji7970
    @montubhaidhamaji7970 2 ปีที่แล้ว +1

    Bor dhuniya lagil hunie dada

  • @ujjwalgogoi4620
    @ujjwalgogoi4620 2 ปีที่แล้ว +11

    অতি সুন্দৰ আকৰ্ষণীয় গীত এটি দিলা দে দাদা 😘😘

  • @anjalkrbora713
    @anjalkrbora713 2 ปีที่แล้ว +1

    অতি সুন্দৰ বিপিন দা

  • @samargogoi1579
    @samargogoi1579 2 ปีที่แล้ว +10

    Tamam hoise dei kokai😍😍😍❤️❤️❤️🔥🔥🔥

  • @apurbapegu3155
    @apurbapegu3155 2 ปีที่แล้ว +1

    সুন্দৰ

  • @ikbalh070
    @ikbalh070 2 ปีที่แล้ว +12

    Useful Lines here On This Music 🎶🎶😊 Matched Our Nowadays AXOMIYA People Who Forgot Our Assamese Culture🙏🙏🙏🙏

  • @SDNAvlogs
    @SDNAvlogs 2 ปีที่แล้ว +1

    আপোনাৰ গীতবিলাক বহুত অৰ্থপূৰ্ণ দাদা, বহুত ভাল পাও আপোনাৰ গীত শুনি।

  • @narayandeka5088
    @narayandeka5088 2 ปีที่แล้ว +9

    এইবাৰ মাঘৰ বিহু গৰম হʼব বিপিন দাৰ গীতেৰে❤️❤️

  • @dipankarjyotilahan848
    @dipankarjyotilahan848 2 ปีที่แล้ว +1

    ককাইদেউ হিট

  • @nikharaniburagohaingogoimu740
    @nikharaniburagohaingogoimu740 2 ปีที่แล้ว +8

    খুব সুন্দৰ, এটি অৰ্থ পূৰ্ণ গীত ।

  • @mrigankahandique3426
    @mrigankahandique3426 2 ปีที่แล้ว +1

    Vl lgil mur feelings bur mili goise akebre

  • @raktimchiring
    @raktimchiring 2 ปีที่แล้ว +191

    আপোনাৰ গীত বিলাকত এটা সুকীয়া অৰ্থ বিচাৰি পাওঁ 👍👍👍👍👍

  • @samudrasaikatmusical1549
    @samudrasaikatmusical1549 2 ปีที่แล้ว +1

    Mojjaa...

  • @LocalJomoni
    @LocalJomoni 2 ปีที่แล้ว +9

    আশা-নিৰাশা,প্ৰাপ্তি-অপ্ৰাপ্তিৰ অলেখ স্মৃতি বুকুত লৈ আমি থিয় হৈছোঁহি এটি নতুন বছৰৰ আদৰণি তোৰণৰ সন্মুখত।
    আগন্তক নতুন বছৰটোৱে আপোনাৰ জীৱনৰ সকলো আশা-আকাংক্ষা পূৰন কৰি জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ বৰ্ষ হিচাপে প্ৰতিফলিত কৰক তাৰে কামনাৰে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
    Happy new year 2022
    ধন্যবাদেৰে
    শ্ৰী মানস প্রতীম কুমাৰ ।

  • @priyankibharali0129
    @priyankibharali0129 2 ปีที่แล้ว +1

    Ajir lra suwali bhutr gat lagise kimane mnr vitrte beya paise thik nai.......bhut dhuniya hoise...gaan hle anekuai hb lage.....🥰🥰🥰

  • @Manashpratim22
    @Manashpratim22 2 ปีที่แล้ว +6

    আগতীয়াকৈ বিহু বিহু লাগি গল 💖💖💖💖

  • @dibyajyotidas8713
    @dibyajyotidas8713 2 ปีที่แล้ว +1

    সুন্দৰ দাদা

  • @monuranjanjobeducation3958
    @monuranjanjobeducation3958 2 ปีที่แล้ว +3

    আপোনাৰ গীত বোৰে প্ৰতিজন অসমীয়াৰ অন্তৰ মন জগাই তোলে।

  • @adeswarboruah7778
    @adeswarboruah7778 2 ปีที่แล้ว +1

    বৰ ভাল লাগিল। I love you. বিপিন ককাইদেউ।

  • @Nishangogoimusic
    @Nishangogoimusic 2 ปีที่แล้ว +22

    আপোনাৰ গানৰ অৰ্থ আৰু সোৱাদেই বেলেগ❤️বিপিন দা🔥

  • @diibakar
    @diibakar 2 ปีที่แล้ว +16

    Disco dance hit ❤🎶🔥🔥🔥

  • @assamkacharigaming4902
    @assamkacharigaming4902 2 ปีที่แล้ว +2

    Bohut bohut bhal lagise

  • @ratulrajkhowa4107
    @ratulrajkhowa4107 2 ปีที่แล้ว +12

    সঁচা অসমীয়া মনৰ অসমীয়া জাতিৰ এটা অতি সুন্দৰ বিহু গীত 👌👌 গা শিয়ৰি গ'ল গীতটো শুনি ❤️❤️❤️

  • @manashjyotiborah202
    @manashjyotiborah202 2 ปีที่แล้ว

    মজা দেই । আৰু এনেকুৱা বিহুগীত লাগে ।

  • @all-sport-entertainment
    @all-sport-entertainment 2 ปีที่แล้ว +65

    আপোনাক জন্মদিনৰ অলেখ শুভকামনা জনালো😍

  • @mr.nplofficial1840
    @mr.nplofficial1840 2 ปีที่แล้ว +1

    Moja ❤️❤️

  • @yumtum21786
    @yumtum21786 2 ปีที่แล้ว +9

    সঁচা এই গানৰ কথা বোৰ শুনি যদি আমাৰ মখাই শিক্ষা টো পাই, নহলে ৰখা তলে যাব হৈছে, বিপিন দা সুন্দৰ হৈছে

  • @ritumanikalita9649
    @ritumanikalita9649 2 ปีที่แล้ว +1

    🔥

  • @chandramohanhazarika8979
    @chandramohanhazarika8979 2 ปีที่แล้ว +7

    ধুনীয়া ধুনীয়া বিপিনদা❤️❤️❤️👌👌👌👌

  • @sangitagogoi4056
    @sangitagogoi4056 2 ปีที่แล้ว

    Yeee again Bipin da......tamam mojaaaaaaaaaaahhhhh

  • @onlysoundlover4274
    @onlysoundlover4274 2 ปีที่แล้ว +69

    জন্ম দিনৰ শুভেচ্ছা জনোৱাৰ লগতে মাঘ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ💥🔥👍👍🔥🙏🙏🎊🎊

  • @premsiwah9966
    @premsiwah9966 2 ปีที่แล้ว +6

    One my best Assamese artist
    Love 💕 U BIPIN DA go ahead

  • @BikashDas-ui2hd
    @BikashDas-ui2hd 2 ปีที่แล้ว

    ধুনিয়া লাগিছে বিপিন দা 🙏 আপুনি এনেকৈ আৰু ওলাব গীত❣️

  • @NilutpalSaikia-Axom02
    @NilutpalSaikia-Axom02 2 ปีที่แล้ว +3

    Moja বিপিন দা🥰🥳🥳🥳✨✨✨✨✨😇🤗❣️💞👍🏻🙏🏻🙏🏻🙏🏻🙏🙏🏽🙏🏾

  • @provagogoi1344
    @provagogoi1344 2 ปีที่แล้ว +1

    apur gan2 mnisu kin2 da👍👍

  • @rajibbasumatary7541
    @rajibbasumatary7541 2 ปีที่แล้ว +6

    Awesome bipin da🔥🔥🔥

  • @sibsagaranupdas8422
    @sibsagaranupdas8422 2 ปีที่แล้ว +1

    ককাইদেউ জুই হৈছে গান,,, মোৰ ফালৰপৰা আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্য লৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ,,,, আৰু লগতে মোৰ মৰমৰ বন্ধু- বান্ধৱী সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ,,,,

  • @n.pofficial....3512
    @n.pofficial....3512 2 ปีที่แล้ว +23

    খাতিখোৱা অসমীয়াৰ প্ৰাণৰু প্ৰাণৰ সুন্দৰ গীত । আপোনাৰ পৰা এনে এটি গীত উপহাৰ পোৱাৰ বহুত আশাকৰি আছিলো ককাই । অভিনন্দন জনালোঁ ।জয় আই অসম ---

  • @abidulansari4710
    @abidulansari4710 2 ปีที่แล้ว +1

    মাঘ বিহুত বাজিৱ কিন্তুু এই গান মজা হৈছে৷

  • @jitendeuri441
    @jitendeuri441 2 ปีที่แล้ว +10

    Enjoyment song with good msge to our generation...love u..

    • @pranjuscm
      @pranjuscm 2 ปีที่แล้ว

      What is there good msg? Ei maanuhjon frustrated hoi Kusum koilash ok target kore where as Kusum koilash e nije nijor bhorit uthise

  • @sreducation2
    @sreducation2 2 ปีที่แล้ว +1

    আপোনাৰ দৰে গায়ক আমাৰ বহুত প্ৰয়োজন ।

  • @nabadeepmusical6667
    @nabadeepmusical6667 2 ปีที่แล้ว +64

    বিহুত নাচিব পৰা গান এনেকুৱা হে হ'ব লাগে ।🥰🥰🥰

  • @MANASHJYOTIBORAH
    @MANASHJYOTIBORAH 2 ปีที่แล้ว

    Hilibo🔥🔥🔥

  • @kalpanadutta7025
    @kalpanadutta7025 2 ปีที่แล้ว +4

    গানটো শুনি বহুত ভাল লাগিল।নতুন বছৰৰ লগতে মাঘৰ বিহু শুভেচ্ছা থাকিল ।

  • @assamesestatusloverboy5158
    @assamesestatusloverboy5158 2 ปีที่แล้ว +1

    Gaantu hunii vall lagil bipin da ...rohedoi..necena...aeibaru ...disco dance...hit magh bihu...gaan tu huni buji palu aru ..artha asea...vll bipin da agoloi jate anea dharanar geet dee jai ..

  • @ritamechrajbonshi2933
    @ritamechrajbonshi2933 2 ปีที่แล้ว +3

    আপোনাৰ পৰা মাটিৰ ‍,জাতিৰ ৰসাল গান শুনিবলৈ পাম বুলি নিশ্চিত থাকো বহুত সুন্দৰ গীত ভাল লগিছে । পুনৰ আশা ৰাখিম ।

  • @chayanikagogoi9515
    @chayanikagogoi9515 2 ปีที่แล้ว +6

    Amazing ❤️🤩👍

  • @montuagarwal6698
    @montuagarwal6698 2 ปีที่แล้ว +1

    ❤️❤️❤️MOJJA❤️❤️❤️

  • @monsoonmech1040
    @monsoonmech1040 2 ปีที่แล้ว +5

    Love from Arunachal Pradesh 🔥🔥🔥

  • @NeelNayan999
    @NeelNayan999 2 ปีที่แล้ว +9

    ককাইদেউ আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🥰

  • @poranprotimsarmah7468
    @poranprotimsarmah7468 2 ปีที่แล้ว +1

    🔥🔥

  • @gitashreegogoi8058
    @gitashreegogoi8058 2 ปีที่แล้ว +3

    দাদা গীততো বৰ ধুনীয়া লাগিছে ❤️❤️

  • @monjitlahon3963
    @monjitlahon3963 2 ปีที่แล้ว

    এ মজ্জা 🥰🥰🥰🥰🥰

  • @digantabaruah5243
    @digantabaruah5243 2 ปีที่แล้ว +6

    Absolutely that's awesome song 👍"

  • @jitunath1254
    @jitunath1254 2 ปีที่แล้ว +1

    Mojja 👍👍👍

  • @habijitdutta9385
    @habijitdutta9385 2 ปีที่แล้ว +9

    এই বাৰ ভেলাঘৰ গৰম হৈ জ্বলি-পুৰি যাব । বোলো মাৰি দিয়া দিছো দেনছ । বহু বহু আগন্তুক ভোগালি বিহুৰ শুভেচ্ছা থাকিল প্ৰতিজন অসমীয়ালৈ ।

  • @Wonderful-x-e6l
    @Wonderful-x-e6l 2 ปีที่แล้ว +2

    এইবাৰ এইটি গানে জুই লগাব🔥🔥🔥

  • @bituponkalita253
    @bituponkalita253 2 ปีที่แล้ว +7

    মাঘ বিহুৰ ওলক জনালো । 😍😍

  • @ABmusicland
    @ABmusicland 2 ปีที่แล้ว +1

    oyee hoyee 💕❣️

  • @satyajithandique1728
    @satyajithandique1728 2 ปีที่แล้ว +8

    Hundor hoise❤

  • @nayanmajumder7730
    @nayanmajumder7730 2 ปีที่แล้ว +1

    Super hit,,,,

  • @nextlvl8704
    @nextlvl8704 2 ปีที่แล้ว +9

    Fire 🔥

  • @uttambaro9976
    @uttambaro9976 2 ปีที่แล้ว +2

    Bahut bahut bhal lagiche Bipin da I LOVE YOU , Happy bhugali Bihu to you Bipin da